পিতৃ-মাতৃৰ কথা কৈ উচুপি উঠিল ৰাজশ্ৰী। 'বিহুৱতী বোৱাৰী'ৰ মঞ্চৰ পৰাই দিলে বিশেষ বাৰ্তা

Поделиться
HTML-код
  • Опубликовано: 4 июн 2024
  • সংস্কাৰী ৰাজশ্ৰীৰ পুত্ৰ। পিতৃ-মাতৃৰ কথা কৈ উচুপি উঠিল ৰাজশ্ৰী। 'বিহুৱতী বোৱাৰী'ৰ মঞ্চৰ পৰাই পিতৃ-মাতৃলৈ দিলে বিশেষ বাৰ্তা। NB Newsৰ মেগা ৰিয়েলিটী শ্ব' 'বিহুৱতী বোৱাৰী'ৰ দ্বিতীয় ৰাউণ্ডৰ চতুৰ্থ খণ্ডৰ তৃতীয় অংশ
    #nbnews #nbnewsdigital #bihuwatibuwari #bihu #realityshow #buwaribihu
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Комментарии • 88

  • @user-qq5fr1fv2f

    যি সন্তানে নিজৰ পিতৃ মাতৃ আইতা ককাকৰ আশীৰ্বাদ অন্তৰত লৈ আগবাঢ়ি যায় তেওঁক ভগৱানে বাট দেখুৱাই আৰু আগলৈ লৈ যায়৷ আৰু নিজেই যেতিয়া সৎ ভাবে জীৱনতো আগোৱাই নিয়ে সেই বিলাক মানুহৰ সন্তানো সৎ মনোভাৱৰে হয়৷ তোমাৰ কথা শুনি চকুলো বৈ আহিলে৷বিচাৰক সকললৈ এনে উৎসাহ পূৰ্ণ মণতব্যৰ বাবে ধন্যবাদ জনালোঁ৷

  • @juribokal6336

    আপোনাৰ সন্তানলৈ বহুত বহুত শুভকামনা জনালোঁ। তুমি ভাল মানুহ হ'বা । বহুত মৰম❤❤

  • @rupalipegu6409

    কথাখিনি শুনি বৰ ভাল লাগিল। শুভ কামনা থাকিল। ল'ৰা জন লৈ বহুত মৰম লাগিছে। সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ ❤️

  • @pusmitasingha3348

    Bohut dhuniya lagise ba aguya joya ba ru ru apunar lora tu bohut morom loguya bohut ❤❤

  • @geetgogoi2033

    Aguai jaok.. Val lagil

  • @swapnaliBora-ig2bv

    অগবাঢ়ি যোৱা আমাৰ আশ‌িবাদ সদাই তোমাৰ লগত আছে❤❤

  • @pompisonowal8650

    Beta tur kotha bur eman hundor bohut besi val lagil❤😍😍 kotha bur huni eman besi val lagil❤

  • @moromorkokaidew

    Maina baaa dekhun 🎉🎉🎉🎉❤❤❤❤❤❤

  • @kakoirajgarhdihanam1592

    বহুত সুন্দৰ৷ আগবাঢ়ি যোৱা❤❤শুভেচ্ছা থাকিল তোমালৈ৷ বেটালৈ মৰম৷ মোৰ বেটাইয়ো মোক বহুত কেয়াৰ কৰে৷ ৮ বছৰ বয়স৷ আবেগিক হৈ পৰিলো৷

  • @KaSiYali
    @KaSiYali  +12

    ল'ৰাটো কিন্তু মানিব লাগিব।সৰু সৰু কথাই মানুহৰ ঘৰখনৰ পৰিৱেশটো কৈ দিয়ে।ল'ৰাটোৰ ভাল হওক❤দ্বীপজ্যোতি ছাৰে কোৱা কথাখিনিয়ে মন চুই গ'ল।❤

  • @user-sq7lp2xv1c

    বহুত ভাল লাগিলে🙏🙏

  • @-AnkurAM

    খুউব ভাল লাগিল মাইনা বা❤

  • @pranatipranatigogoi

    কথাখিনিয়ে অন্তৰ চুই গ'ল। আগুৱাই যোৱা। কণমানি টোক মৰম দিলোঁ ❤️❤️

  • @PikumoniYein

    পূৰৱী বাক এনে ও ধুনীয়া লাগে কিন্তু অভাৰ মেকাপ কৰি ধুনীয়াটো কমি গৈছে পাই।

  • @Mayurkrishna57

    Rajoshree bhut dhunia hoise aguai jua...amatkoi 1 year agor acil

  • @sumpidutta7449

    Hsakoi sokupani ulai gl...😢

  • @user-zv8oy5ok7l

    Hosake soku pani dhori rakhibo নোৱাৰিলোঁ. Vaity tu jiman dhuniya himan mat কথা buru val

  • @RupanjoliDevi

    বৰভাললাগিল

  • @Theunknownboy76

    ❤️✨

  • @nabanitagogoi8754

    Cute beta❤