মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1

Поделиться
HTML-код
  • Опубликовано: 1 фев 2025

Комментарии • 9

  • @dharamabarbarua
    @dharamabarbarua 11 дней назад +1

    অনুষ্ঠান টো চালোঁ, ভাল লাগিল । অনুষ্ঠানটো আয়োজন কৰাৰ বাবে নিটোমনি দাদালৈ অশেষ ধন্যবাদ লগতে প্ৰয়াত ৰাজীৱ শদিয়া দেৱৰ আত্মাৰ সদগতিৰ কামনা কৰিলোঁ । লগতে মহেন্দ্ৰ দা , কৃষ্ণমনি দা , কৰ্মকাৰ দা আতাই লৈকে ধন্যবাদ থাকিল ।

  • @arzedhussain387
    @arzedhussain387 11 дней назад +2

    তেওঁৰ গাণৰ শব্দত ইমান শক্তি,,আত্মাই শান্তি পাওঁক

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 11 дней назад

    100/শতাংশ সত্য আৰু শুদ্ধ কথা মহেন্দ্ৰ ‌ হাজৰিকাৰ ই কৈছে।

  • @hemantaborah3953
    @hemantaborah3953 3 дня назад

    দাদা নিতুমণি শইকীয়াৰ নেতৃত্ব চলিত বৰ্ষত মোৰ দৃষ্টিত এইটোয়েই বৰ্ষশ্ৰেষ্ঠ এটা অতি সুষ্ম বিশ্লেৰ্ষণ । আজি কালি সামাজিক মন্তব্য দিয়াটো এটা ভয়ৰ কাৰণ । তথাপিও সামাজিক দায়ৱদ্ধতাৰ খাতিৰত চমুকৈ একাষাৰ কও; সামাজিক ভাৱে স্বীকৃত সকলো শিল্পী-সাহিত্যিক তথা গুণী-জ্ঞাণী তথা যোগ্য জনক প্ৰাপ্য বটাঁ-বাহন ও সন্মান সমুহ জীৱিত কালতে যচাঁৰ বাবে প্ৰতিজন অসমীয়াই আজিৰে পৰা এটা পদক্ষেপ লোৱা উচিত । মৰোণোত্তৰ ভাৱে যিকোনো মান সন্মান অথবা উপাধী প্ৰদান প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে পৰিত্যাগ কৰক । কথা খিনি বাস্তৱ অভিজ্ঞতাৰ পৰাহে কৈছো । গীতৰ কথা আৰু সুৰেৰে শাসন কৰি বিশ্ব -সম্প্ৰদায়ক সজাগ কৰি চিৰ দিনৰ বাবে বিদায় মগাৰ পাছতহে অসমীয়াৰ হিয়াঁৰ আমঠু ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিবৰ বাবে সমাধীৰ স্থলীত হায়ৈ-বিয়ৈ খন কৰাৰ দৃশ্য আমি সকলোৱে দেখিছিলো !। কিন্তুু তাকে নকৰি তেখেতক যদি জীৱিত কালতে সেই বিৰল সন্মান খিনি যদি আমি অসমীয়াই দিব পৰাহেতেন তেখেতে হয়টো অসমীয়াক আৰু কিছু অৱদানেৰে মহিয়ান কৰি থৈ গ'লহেতেন !!। বিশ্বৰ প্ৰতিটো প্ৰান্তত এতিয়াও অসমীয়াৰ প্ৰথম চিনাকী ড° ভূপেন হাজৰিকা আৰু বৰ লুইত অথবা বহ্মপুত্ৰ খন । টেমচ নদীৰ পাৰত অসমীয়াৰ গুণানুকীৰ্তনেৰে বিশ্ববাসীক চিনাকী কৰাই দিছিল অসমীয়াৰ চহকী মন আৰু অসমীয়াৰ অজৰ অমৰ সাহিত্য সংস্কৃতিৰ বিশাল পথাৰ খন । এনেহেন এগৰাকী বৰ অসমীয়াক জীৱিত কালতে ভাৰত ৰত্নৰ দৰে এটা বিৰল সন্মান যাচিঁব নোৱাৰাটোক মই আমাৰ " কৃপনালী "বুলি অনুভৱ কৰিছো । ( এইয়া মোৰ সম্পূৰ্ণ নিজা অনুভৱ । সুধী সমাজে ইয়াক বিৰ্তক বুলি নধৰে যেন 🙏🙏🙏) আমাৰ সমাজত এতিয়াও এনে বহু শিল্পী সাহিত্যিক আছে যিয়ে নেকি প্ৰচাৰৰ অভাৱ অথৰা ৰাইজৰ সহাঁৰিৰ অভাৱত অকালতে মৰহি আছে । সময় থাকোতেই সেই সকলকো ৰাইজে এখন উপযুক্ত মঞ্চ দিয়ক । মাটি আৰু মানুহৰ গীত গোৱা বহু শিল্পী এতিয়াও আমাৰ সমাজত আছে । সকলোকে নাম ধৰি লিখাটো সম্ভৱ নহয় যদিও মোৰ দৃষ্টিত এজন শিল্পী প্ৰায় অনাদৃত । তেখেত হৈছে সকলোৰে পৰিচিত গণ শিল্পী মহেন্দ্ৰ হাজৰিকা ককাইদেউ । ( মোৰ নিজা দৃষ্টিৰে ) ভূপেন হাজৰিকাৰ অৱৰ্তমানত মহেন্দ্ৰ হাজৰিকাই তেখেতৰ নিজস্ৰ শিল্পী সত্বা আৰু গায়ন শৈলীৰে হেজাৰ জনতাক গীতৰে মুগ্ধ কৰি মানুহৰ মনত দেশ প্ৰেম আৰু জাতিৰ প্ৰেমেৰে মন্ত্ৰ মুগ্ধ কৰি আহিছে । শ্বদেশ আৰু স্বজাতিক এক কৰি ৰখাৰ স্বাৰ্থত এই সকল শিল্পীক উঠি অহাৰ চামৰ মাজত চিনাকী কৰাই দিয়াটো অতিকে প্ৰয়োজন বুলি ব্যক্তিগত ভাৱে অনুভৱ কৰিছো । কেৱল মহেন্দ্ৰ হাজৰিকা বুলিয়েই নহয় ; প্ৰজন্মই প্ৰযুক্তিৰ পাকত পৰি পুৰুধাক যাতে নাপাহৰে তাৰ বাবে সকলো যোগ্য ব্যক্তিক উচিত প্ৰাপ্য মান সন্মানেৰে যাতে একো একোখন উপযুক্ত মঞ্চ দিব পাৰো তাৰ বাবে এটা শক্তিশালী প্ৰদক্ষেপ ল'বৰ বাবে প্ৰতি জন অসমীয়াক অতি বিনম্ৰভাৱে অনুৰোধ জনালোঁ । জয় আই অসম 🙏🙏🙏

  • @bablunath9747
    @bablunath9747 11 дней назад +1

    ভাল মানুহক বেছি দিন নেৰাখে😢😢😢

  • @NitulNitul-p2g
    @NitulNitul-p2g 11 дней назад

    🙏

  • @ProbinHazarika-t5r
    @ProbinHazarika-t5r 11 дней назад

    ভূপেন দা এনে গীত গোৱা নাছিল চাগে

  • @deepjyotidas7674
    @deepjyotidas7674 11 дней назад

    Pise ...1600 he view ji..