'অভিমত’ত বিজেপি নেতাৰ ভ্রষ্টাচাৰৰ আন এক দস্তাবেজ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поделиться
HTML-код
  • Опубликовано: 11 ноя 2024

Комментарии • 189

  • @akashdowari3479
    @akashdowari3479 Месяц назад +50

    সুন্দৰ, ভক্তগণ ৰ লাজ লাগিছে চাগে

    • @SurenBoro-mv7tq
      @SurenBoro-mv7tq Месяц назад

      BJP sarkare bhrostasar burok dolor pora bohiskar kori greptar korise . Congress sarkar huwa hole dhaki thole heten.

  • @akashdowari3479
    @akashdowari3479 Месяц назад +32

    BJP টো বৰ নিলাজ দেই

  • @dimbeswarchaliha3758
    @dimbeswarchaliha3758 Месяц назад +58

    BJP য়ে মনত ৰখা উচিত যে কংগ্ৰেছৰ দুৰ্নীতিৰ পৰা অসম খনক মুক্ত কৰিবলৈহে দিছপুৰত বহুৱাইছিলl কিন্তু বিজেপিয়ে কৰিলে কি ????? কংগ্ৰেছে ৫০/৬০ বছৰত যিমান দুৰ্নীতি কৰিছিল ইহঁতে কিন্তু মাত্ৰ ৬-৭ বছৰতে কংগ্ৰেছতকৈও ওপৰত গল l Not only so enough----- ৰাজ্যৰ সম্পদ আদি বিক্ৰী , ঋণ লোৱাত পাকৈত মাষ্টাৰ ডিগ্ৰী ললে l ঘৰে ঘৰে মদ বিক্ৰী কৰি নৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ লগতে হত্যা/ৰেপ আদিৰ দৰে জঘন্য কামৰ বাবে অৰিহণা যোগালে l আৰু যে কত কি ---- ???

    • @NurulIslam-xe1vc
      @NurulIslam-xe1vc Месяц назад +4

      ১০০ঃসচা কথা

    • @bolinkhataniar5821
      @bolinkhataniar5821 Месяц назад +1

      Thanks for sharing your views with us.

    • @akborah4946
      @akborah4946 Месяц назад +1

      Thieves are replaced with dacoits!

    • @seutibhuyan
      @seutibhuyan 24 дня назад

      আইও এইটো দেখোন মোৰ ভিনিহিদেও

  • @kanakkalita7797
    @kanakkalita7797 Месяц назад +22

    মামাৰ চৰকাৰ বেছি দিন নাই

  • @pankajkumarrajkhowa
    @pankajkumarrajkhowa Месяц назад +20

    I salute you nitumoni Saikia

  • @Biren-q5f
    @Biren-q5f Месяц назад +9

    We salute Nitumoni saikia for this spl. News .

  • @anisurrahman3280
    @anisurrahman3280 Месяц назад +16

    নিতুমনি ছাৰ লৈ অসেহ ধন্যবাদ জ্ঞাপন কৰিছো। সত্য অনুসন্ধান কৰাৰ বাবে।

  • @jahirulislam4311
    @jahirulislam4311 Месяц назад +13

    সত্য সততাৰে অসমৰ ৰাইজৰ হৈ নিস্বাৰ্থ বাবে মাত মাতি যোৱা মানৱ প্ৰতিম ডাঙৰীয়ালৈ আনন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।

  • @shahabahmed8942
    @shahabahmed8942 Месяц назад

    নিতু মনি শইকীয়া দেও,আপোনাৰ খবৰ বোৰ ভাল লাগে।এই খবৰ বোৰ প্ৰচাৰ কৰাৰ সাহসৰ প্ৰয়োজন।ধন্যবাদ

  • @its__me-
    @its__me- Месяц назад +8

    নিতুমনি দা অশেষ ধন্যবাদ ❤

  • @gunaramdas131
    @gunaramdas131 Месяц назад

    বাস্তৱ সত্য বিষয় এটাৰ সময় উপযোগী সুন্দৰ আলোচনা!ভাল লাগিল.।🙏

  • @Kiran-si2bf
    @Kiran-si2bf Месяц назад +2

    Ratul কলিতা দেৱৰ স্পষ্ট সাহসী কথাবোৰ ভাল লাগিল ,

  • @rekibahmed1047
    @rekibahmed1047 Месяц назад +10

    Good.newes.nitumoni..dada❤❤❤😊

  • @debadutta4066
    @debadutta4066 Месяц назад +7

    তেন্তে আকৌ এবাৰ ২৬ ত মামাৰ চৰকাৰ ভক্ত গন

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc Месяц назад +7

    সুপ্ৰভাত। ধৰা পৰিলেই যেনিবা কোনে কি কৰিব পাৰে।গতিকে ৰাইজ সজাগ হবৰ হ'ল।খৱৰ বিলাক দি থকাৰ বাবে আপোনাক
    নমস্কাৰ জনালোঁ।

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Месяц назад +3

    দৌৰি যোৱা দৃশ্যটো দেখিহে হাঁহি উঠিছে 😂😂😂

  • @dhaneswarsarma408
    @dhaneswarsarma408 Месяц назад

    সুন্দৰ অভিমত।

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Месяц назад

    মই যেনেকুৱা পৱিত্ৰ লোক মোৰ লগত ঠিক তেনেকুৱা পৱিত্ৰ লোকেই চলে আৰু সেই সকল পৱিত্ৰ লোকৰ কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ সন্মোখিন যাতেনহয়তালৈ মই তীক্ষ্ণ দৃষ্টি ৰখাটোৱেই মোৰ ধৰ্ম।

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt Месяц назад +7

    অচলতে বিজেপি পথ ভ্ৰষ্ট হৈছে। স্বৰ্গীয় বাজপেয়ীজীৰ প্ৰায় সকলো আদৰ্শ নীতি আৰু লক্ষ্যৰ পৰা অধিকাংশ নেতা ধনঘটা মেচিনলৈ পৰ্যবসিত হৈছে ।বাজপেয়ীয়ে জনসাধাৰন উন্নতি উন্নয়নৰ বাবে চৰকাৰে কৃষকৰ বাবে কৃষি কাৰ্যত সহায় কৰিবহে দিছিল খেতিমাটি বৰবাদ কৰা মানুহক এলেহুৱা কৰা চাউল দিয়া ব্যৱস্থা কৰিব কোৱা নাছিল । পাৰিলে স্বাস্থ্য,শিক্ষা, আৰু আইনী সাহাৰ্য প্ৰদান কৰিবলৈ কোৱা হৈছিল । অসমত দেশৰ ভিতৰত ধপাত বিৰোধী আইন প্ৰনয়নত অসম প্ৰথম বুলি হিমন্ত‌ই গৌৱৰ কৰিছিল। কিন্তু ধপাত আৰু মদৰ ৰাজহৰ লোভত বিক্ৰীৰ টাৰগেত বান্ধি দিছে। আনফালে হস্পিটেল সাজিছে কেঞ্চাৰ হস্পিটেল সাজিছে যাতে ধপাত,মদ খোৱা লোকৰ চিকিৎসাৰ নামত বেমাৰীৰ পৰাও ৰাজহ আদায়ৰ কৌশল অৱলম্বন কৰিছে। এই খিনি নিমিত্ত মাত্ৰ আৰু বহু এনে কৌশলেৰে ৰাজহ/ধন চপোৱাৰ জাল পাতিছে। কল্যাণ কামী ৰাষ্ট্ৰ খনত আজি এই পৰ্যায়ৰ কাম সন্তপৰ্ণে মেলি লৈছে ।

  • @pankajkonwar2211
    @pankajkonwar2211 Месяц назад +4

    ৰাতুল কলিতা ককাইদেউ লগত একমত মুখিয়া জনে কেলেংকাৰী আৰু তেওঁ পালি পুহিয়া বোৰে কি নকৰিব নেকি

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b Месяц назад

    Very good Hon'ble Nitumoni dada, Thanks.

  • @bristigogoi6254
    @bristigogoi6254 Месяц назад +2

    শইকীয়া ডাঙৰীয়া আপুনি দেখুৱা নিউজ কংগ্ৰেছৰ দিনত বেচিকৈ হৈছিল ৷ এইবিলাক প্ৰতিতো দলতেই থাকে কিন্তু কংগ্ৰেছৰ ১০০% তুলনাত বিজেপি ১০% দুৰ্নীতি হৈছে ৷ কংগ্ৰেছৰ দিনত দুৰ্নীতি অভিযোগ দি লাভ নাছিল এতিয়া বিজেপিৰ দিনত দুৰ্নীতি অভিযোগ দিয়া লগে লগেই এক্সন ৷

  • @aminurrahman1915
    @aminurrahman1915 Месяц назад +4

    Important news.

  • @lutforrahman7801
    @lutforrahman7801 Месяц назад +1

    দুৰ্ণীতিৰ দস্তাবেজ খুলি কি কৰিব এইবোৰৰ কিবা হব বুলি ৰাইজে আশা নকৰে৷সময়লৈ অপেক্ষা কৰাৰ বাদে আন কোনো উপায় আছে জানো?

  • @ilakshidekabordoloi4510
    @ilakshidekabordoloi4510 Месяц назад

    এনেধৰনৰ আলোচনা আজিৰ দিনত বহুত দৰকাৰ ৷ এই ভষ্টাছাৰী বিজেপিক উৎখাত কৰিব লাগে ২০২৬ ত। নিতুমনি এই স্হিতি বহাল ৰাখক ।

  • @bhabendoley6151
    @bhabendoley6151 Месяц назад +1

    নিটোমনি ডাঙৰীয়া আপোনাৰ ওচৰত যি জন বক্তব্য আছে ,১০০/ সত্য কথা কৈছে।শুনি ভাল লাগিছে।

  • @dipanjaliboruah3005
    @dipanjaliboruah3005 Месяц назад +3

    আমি পিয়াঁজ ৭০ টকা দি কিনো , চিন্তা কৰো কিহত খৰচ কমাওঁ ।

  • @binodnoi513
    @binodnoi513 Месяц назад +1

    BJP এক নম্বৰ হাৰাম দল যি নিজৰ দুখবোৰ কেতিয়াও বহুলভাৱে প্ৰচাৰ হব নিদিয়ে। ইহঁত চাফা ৰু...

  • @kyushubota7682
    @kyushubota7682 Месяц назад +9

    B.j.p.go.dack😊

  • @Kamalsonowal-fm3he
    @Kamalsonowal-fm3he Месяц назад +1

    I love you nitumoni da

  • @RanaHussain-t1p
    @RanaHussain-t1p Месяц назад +2

    কৈছু ন জনতা ভৱন বিক্ৰী হ'বলৈ।আৰু বেছিদিন সময় নাই।দীঘলী পুখুৰী বিহাৰত,গ'ল এতিয়া গোটেই অসম খন বেছি দিব 😅😅 চোৰৰ হত

  • @thebuddyking1139
    @thebuddyking1139 Месяц назад +1

    প্ৰশ্ন হয়, দুৰ্নীতি কৰা মানুহ খিনি বি জে পি ৰ দলত হে জন্ম হয় আৰু নিকা হয় কিয়

  • @harakantadeka7715
    @harakantadeka7715 Месяц назад +3

    নিতুমণি,ছাৰ,আপুনি,কিমান,আমাক,দেখুৱাব,এনেকুৱা,ঘটনা,হিচাবে,2026,যে,আহিব,নোৱাৰে,এইটো,আমাক,সঠিক,উত্তৰ,

  • @rajibgogoi4256
    @rajibgogoi4256 Месяц назад +1

    Crime Branch ধৰিলে ও একো ফয়দা নাই কাৰণ একেটা মাছৰ বোকৰেই পেতু।

  • @bidyadharkardong4880
    @bidyadharkardong4880 Месяц назад

    এইজন জীৱন ডেকাক মুখ্য মন্ত্ৰী য়ে সময়ত চিনিয়ে নাপাওঁ বুলি কৈছিল।

  • @its__me-
    @its__me- Месяц назад +1

    দাদা ৰ লাজ লাগিল

  • @nirupamAxom
    @nirupamAxom Месяц назад +1

    বিজেপিৰ মুখপাত্ৰ জনৰ নাক আছে নে ইমান নিলাজ মানুহ ৰাম ৰাম

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Месяц назад +1

    বিজেপি দলত ক'লা ধনৰ বেবহাই গোটেই অসমতে

  • @AnaLogistics
    @AnaLogistics Месяц назад

    কোৱাৰিৰে তেজ বৈ আহোতেহে গম পাইছো যে জয়ন্ত দাসৰ কথাত হাহোতে হাহোতে কোৱাৰি ফাটি গল ৷

  • @ranjandas1158
    @ranjandas1158 Месяц назад

    জয়ন্ত দাসৰ বক্তব্য শুনি হাহি উঠিছে ।ভষ্টাচাৰি সকলক তেওঁলোকে ধৰিছে নে কি ? অদ্ভুত ।

  • @nabinsaikia7637
    @nabinsaikia7637 Месяц назад +1

    ঘুণেধৰা লাই খুটাই মুধচ।বাকী খুটাত কিয় নধৰিব।

  • @jehirarfan
    @jehirarfan Месяц назад +3

    ধৰা‌ পৰিলে আৰু কি ক'ব আৰু! 😊

  • @Jaduram-o7p
    @Jaduram-o7p Месяц назад +1

    😮যেইছা ৰাজা গোপালচিং তাৰ পালি নেতা ভি ভাতিংতিং।

  • @sofikulislam7533
    @sofikulislam7533 Месяц назад +1

    ধৰা নপৰা ঘটনা আৰু যে কিমান আছে,ভয়ংকৰ,

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s Месяц назад +1

    অভাৱ আৰু পৰিস্থিত পৰি দুখীয়া -দৰিদ্ৰ লৰাবোৰে চুৰ ডকাইট কৰিলে লগতে এনকাউনটাৰ অৰ্ডাৰ ।এইবোৰক কি কৰিব ?

  • @jiauurrahman400
    @jiauurrahman400 29 дней назад

    Good job

  • @bhabendoley6151
    @bhabendoley6151 Месяц назад +1

    ব্ৰস্তচৰ যাবৰ পলিচি,এইবোৰক একো কৰিব নোৱাৰে।যি জনে দুৰ্নীতি কৰে ,সেই জনে ৰজা ঘৰীয়া সদস্য হয়।সেই সকলক সুবিধা প্ৰধান কৰে শাসক পইক্যাই।

  • @Moasdfg
    @Moasdfg Месяц назад +1

    জিৰো সহনশীলতা দুখীয়া মানুহৰ ক্ষেত্ৰত, ডাঙৰ ডাঙৰ দুর্নীতি পলায়ন নেতাৰ কাৰণে নহয়।

  • @harakantadeka7715
    @harakantadeka7715 Месяц назад +3

    ,2026,বি,জে,পি,যে,নাহে,এইটো,খাটাঙ

  • @dibakarmali5637
    @dibakarmali5637 14 дней назад

    এওঁলোকৰ মূল কাণ্ডাৰী, মুখ্যমন্ত্ৰীৰ আদৰ্শৰে কাম কৰি আছে।

  • @harakantadas7600
    @harakantadas7600 Месяц назад +1

    Right manash pratim boruah

  • @manusaikia368
    @manusaikia368 Месяц назад

    Cm নিজেই দুৰ্নীতি কৰি আছে।গতিকে দুৰ্নীতি বিৰোধী শ্লোগান এখন নাটক ।

  • @dipondutta8315
    @dipondutta8315 Месяц назад

    B...j...p..congrs.Akaao

  • @GakulGogoi-hb5fc
    @GakulGogoi-hb5fc Месяц назад

    কম কথা ৰ মূল্য় বেছি

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl Месяц назад +1

    মোৰ মতে যাকে গাদি দিয়া জাই খিয়েই ভস্তাচাৰ কৰে কিন্তু মামাৰ নিচিনা অসমৰ জনতাৰ হয় কাম কৰা আৰু কোনো নাই,পেট চবৰে আছে আৰু খাবয় কিন্তু ৰাইজকো খুৱাব লাগে

  • @mallikasarma7817
    @mallikasarma7817 Месяц назад

    Minister s OSD also must be interrogated.

  • @lakheswarborah3046
    @lakheswarborah3046 Месяц назад +1

    অতি ভষ্টাচাৰ চৰকাৰ ।

  • @dusmantasaharia9883
    @dusmantasaharia9883 Месяц назад

    সৰিয়হৰ ডুলিতে ভুত।

  • @mukheswargogoi929
    @mukheswargogoi929 Месяц назад

    মই দাৰে কটা নাই হাতেৰেহে মাৰিছিলো ।

  • @monalishasaiki7842
    @monalishasaiki7842 Месяц назад +4

    Durnitir mukto nohoi durnity jukto rajya mamar mamar dinot

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y Месяц назад

    জয়ন্ত দাসে অফিচ বিলাকৰ খবৰ কেতিয়াবা ৰাখি ছেনে খবৰ নেৰাখি দাঠি দাঠি কব নেলাগে এনেকুৱা কথাকলে লাজ নেপায় যেন লাগে।

  • @robinbora5950
    @robinbora5950 Месяц назад

    Don't lough at CM. Respect.

  • @romb2997
    @romb2997 Месяц назад +1

    Please implement report prepared by Biplob Dev Sharma for APSC scam. My request to Manish Protim Baruah to take hard action.

  • @babulnath-d9e
    @babulnath-d9e Месяц назад +1

    Sunuwal bhalasil. Mama korporaahil

  • @AbhijitAbhi-sg2mp
    @AbhijitAbhi-sg2mp Месяц назад +2

    Bohiragote Assam khon solai ase !Tupi nohoi comison cm... Minister's....... E pai amak aji APART projector 300c.... Cm e janibo

  • @debakumar5124
    @debakumar5124 Месяц назад

    পূনমে থিক কৈছে,,

  • @ikballaskar4015
    @ikballaskar4015 Месяц назад

    Poonam ji right said

  • @RatulGogoi-n8k
    @RatulGogoi-n8k Месяц назад

    The people of Assam should think about the situation of corruption prevailing in Assam.

  • @bishaldas3964
    @bishaldas3964 Месяц назад +3

    Durnitir mul khomrat joney etya assam solai ase..bakibur Buji luwa usit

  • @Biren-q5f
    @Biren-q5f Месяц назад +1

    Manash pratim AAp netri and congress spoke person are Given Right speech regardin corruption of bjp leader.

  • @robinbora5950
    @robinbora5950 Месяц назад

    d, the standard of discussion is very low.

  • @amulyagogoi6943
    @amulyagogoi6943 Месяц назад

    Bjp য়ে দূৰ্নীতি কৰে নে??
    ধেৎ তেৰী🤣🤣🤣

  • @rahulpegu803
    @rahulpegu803 Месяц назад

    Ai govt. r dinot Health Dept. r hokolu promotion posting r namot brihot durnitir bozaar soli ase in open hand.....BTC t 2007 health sect. bohut doubtful appointment ase...kintu kunu tat inquiry koribo hah nai

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b Месяц назад

    Big Big Bhrastachar dal. Like B.J.P.

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx Месяц назад

    আপোনালোকে কি আজিহে গম পালে নেকি ।

  • @bolinkhataniar5821
    @bolinkhataniar5821 Месяц назад

    ১০ লাখ কৰ্মকতা আছে হেনো বুলে।

  • @lachitphukan6108
    @lachitphukan6108 Месяц назад +1

    Bjp go dack

  • @satyabanjhnoopphajong7325
    @satyabanjhnoopphajong7325 Месяц назад

    টকা বোৰ ঘুৰাই পাবনে ।

  • @JadavGogoi-od8de
    @JadavGogoi-od8de Месяц назад

    বিজেপিৰ বৰ ঘৰত দুৰ্নীতিৰ দৌৰা -দৌৰি

  • @nabadip1170
    @nabadip1170 Месяц назад

    Aaitu Nutun Axom hoyy Sir...🤩🤩🥲

  • @DipaliGohain-d2h
    @DipaliGohain-d2h Месяц назад

    ৰাইজ স জাগ হব হল।

  • @ManabPegu-xq2sn
    @ManabPegu-xq2sn Месяц назад +1

    Bjp go back

  • @debabratgoawami3061
    @debabratgoawami3061 20 дней назад

    😢bjp go back

  • @robinbora5950
    @robinbora5950 Месяц назад

    Are you against BJP? It should be neutral.

  • @ShortSongVibes
    @ShortSongVibes Месяц назад

    Bht hol mama next time badli hoba😊

  • @mridulborthakur652
    @mridulborthakur652 Месяц назад +1

    BJP leaders maximum corrupted,But top leaders how can become owner of such land and property

  • @MdRashid-qb3fk
    @MdRashid-qb3fk Месяц назад +1

    Emn xopun ase thik ase ,, kintu axom khon doridror list r 5 no hol .....

  • @jitusaikia6535
    @jitusaikia6535 Месяц назад

    ঘিন লাগিছে দেই ।

  • @RatanKumarBoro
    @RatanKumarBoro Месяц назад +1

    Ki hol BJP ? Lag loga nai ne?

  • @badaruddinahmed6446
    @badaruddinahmed6446 Месяц назад +4

    🎉🎉🎉

  • @babusaikia7886
    @babusaikia7886 Месяц назад +1

    সকলো সম্ভব

  • @RohitKhanikar
    @RohitKhanikar 21 день назад

    All ready ruinded the b.j.p

  • @priyankumadhab1722
    @priyankumadhab1722 Месяц назад +1

    Nitumoni da please fali diok

  • @RobiRoy-co7dy
    @RobiRoy-co7dy Месяц назад

    Jayanta dutta kathat ek mot nohai .

  • @mallikasarma7817
    @mallikasarma7817 Месяц назад

    Minister s are not innocent, they get their dues.

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b Месяц назад

    Amar Chand Mamak Novel Prize Diba Lage.

  • @lrehman2357
    @lrehman2357 Месяц назад

    Yes beta tikey koico

  • @NasirAli-d7h6v
    @NasirAli-d7h6v 26 дней назад

    Mama'10,000₹kitiya'diba

  • @HafijulRahmanRahman
    @HafijulRahmanRahman 3 дня назад

    Ritumni dnbat

  • @DibyojyotiKutum
    @DibyojyotiKutum Месяц назад

    😮