সমষ্টিৰ বন্যাৰ্তৰ কাষত নাথাকি পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ডত ব্যস্ত জিতু গোস্বামীৰ
HTML-код
- Опубликовано: 4 окт 2024
- ৱাহ বিধায়ক মহোদয়! বিপদৰ সময়ত সমষ্টিবাসীক এৰি বিজেপি বিধায়ক জিতু গোস্বামী পুত্ৰৰ উপনয়নৰ বাবে ব্যস্ত থাইলেণ্ডত
#nbnews #nbnewsdigital #JituGoswami #AssamFlood #flood
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
অসমৰ নিচিনা ৰাজ্যৰ প্ৰতিনিধি য়ে থাইলেণ্ড মানে বিদেশত পুত্ৰ ৰ উপনয়ন পাতিব পৰা হ'ল। আৰু আমি ৰাইজে শাক-পাচলি কিনি ভাত খাব নোৱাৰা অৱস্থা। ইয়াৰ পৰাই ৰাইজে গম পাবলৈ বাকী নাথাকিল আমাৰ জনপ্ৰতিনিধি সকলৰ দেশৰ নে নিজৰ সাত পুৰুষ খাব পৰাকৈ সম্পত্তি অৰ্জন কৰিবলৈ নিৰ্বাচন খেলে।😂😂😂
পৰফুল্ল বলধ কো লগ ধৰিলে গল হেতেন কিজানি ! সিয়ো কেচা মাংস খাই ভাল পায় |
😂আৰু ভোট দিব তাক😂😂😂