Khondor prodro khap. Mou khikibole bhut mon ase but moy bahirot job koru out of Assam . Mou khora bayon hoi kinto moi khikibole khomi oliyabo pora nai . Aapona lokor joriote khikibo parim jeen lagise .
Bohut xundor lagil. Kintu duyujonoloi eti anurudh.🙏🙏 Agoloi enekoi video dile khul tu athur tolot hesa mari nolobo. Debobadyo vagok vorire hesi lobo npai.
Dada khul hikib mur bohut mon ase kintu prai dekhisu hokolue khulor tali huhate loi kintu moi baofale loi he bojab janu tat kiba apptti hobo neki bru kobo sun
দাদা আপোনার class টো কৰি ভাল লাগিল আৰু মুৰ তৰফৰ পৰা সাৰক লৈ সেৱা থাকিল। কৃষ্ণ।
🙏🙏
খোল বজাই বহুত ভাল লাগে।😍
Dhonyabad
মহাশয়, আপোনাসবৰ পদক্ষেপে আমাসবক উৎসাহিত কৰিছে । তথাপিও এটি কথাত নিৰুৎসাহিত হৈছো । খোলবাদ্য ভাগ গুৰুবাদ্য আৰু সএীয়া পৰম্পৰা ৰক্ষা কৰি পৰিবেশন কৰা হয় । গতিকে শিক্ষা দান আৰু গ্ৰহন কৰোতে বিষয়সমূহ বিবেচনা কৰা প্ৰয়োজন বুধকৰিছো । ভবিষ্যতৰ প্ৰজন্মক শুদ্ধ পথৰে আগলৈ নিবপাৰি ! ধন্যবাদ ।
নিশ্চয় ❤️❤️
আপোনাৰ Contact নম্বৰ দিব
শ্ৰদ্ধাৰ প্ৰদিপ আৰু পঙ্কজ চাৰ , আপোনালোকৰ খোল বাদ্য শিক্ষাৰ ভিডিঅ' চাই বুঢ়া শালিকাই মাত ল'বলৈ মন গৈছে । আজিলৈকে খোলৰ খ টোৰো জ্ঞান নাই , তালবোৰৰ মাত্ৰা , বিভাগ , তালি আৰু খালি এইবোৰ একো বুজি নাই পোৱা ।আগলৈ আৰু জানিবলৈ হেঁপাহ কৰিছোঁ ।খৰমান তালখন শুনিব বিচাৰোঁ ।
" ধন্যবাদ "
জয় গুৰু শঙ্কৰ
বহুত ভাল লাগিল
Dhonyabad
ভাল লাগিল । অলপ শিকিবলৈ চেষ্টা কৰিলো
🙏🙏
Apunar no tu dibo ni
Mur tu luwa
Really helpful
তোমাৰ অনুস্থান বিলাক মোৰ বৰ ভাল লাগে । তোমাক বহুত বহুত ধন্যবাদ জনালোঁ
ধন্যবাদ জনাইছো । এনেদৰেই মৰম আৰু আশীৰ্বাদ দি যাব ।
এয়াই আমাৰ দেৱ বাদ্য,,কৃষ্ণ সেৱা জনাইছো দুয়োলৈ
🙏🙏🙏
সুন্দৰ পদক্ষেপ।
ধন্যবাদ ।
Guru kalita dev loi hewa jonaisu.....nice arrangements pankaj baap....krishna
Aru video dibo.val lagil.bojaboloi sesta korisu
Dhonyabad
Aitu chanel subscribe korok..khol r class bur regular pabor babe
Very nice love from mising tribe ❤
Bohut vl lgil
Val lagil
Dhonyabad 🙏
Bohut val lagil
দাদা ভাল লাগিল
Thank you sir, it's very helpful.
🙏🙏🙏
নজনা কথা গম পালো ধন্যবাদ
১২০ লাইক
🙏🙏
আগলৈ আৰু আশা কৰিলো ।
Khondor prodro khap. Mou khikibole bhut mon ase but moy bahirot job koru out of Assam . Mou khora bayon hoi kinto moi khikibole khomi oliyabo pora nai . Aapona lokor joriote khikibo parim jeen lagise .
Thank you sirji. It helps a lot.
Thank you for your valuable comment
❤❤ বহুত সুন্দৰ 🙏 কিছু খোলৰ স্বৰৰ বিষয়ে জানিবলৈ পাৰিলো,, ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏 আগলৈকে দিব আশা ৰাখিলোঁ,, নিশ্চয় শিকিবলৈ পাৰিম আপোনালোকৰ পৰাই,,,,🙏🙏
🙏🙏
অতি সুন্দৰ।।
Dhonyabad .
ধুনীয়া হৈছে।
ভাল লাগিল 🙏🙏
আপোনালোক দুয়োলৈ প্ৰণাম জনালোঁ।বহুত ভাল লাগিল।ন শিকাৰুৰ বাবে আপোনালোকৰ এই প্ৰশিক্ষণ বহুত ফলপ্ৰসু হব বুলি ভাবো।কৃষ্ণ কৃষ্ণ।
🙏🙏🙏Dhonyabad
ভাল লাগিল
ধন্যবাদ ।
বৰ ভাল লাগিল
সচাকৈয়ে বহুত প্ৰসংশনীয় আৰু লাভজনক 🙏
ধন্যবাদ বাইদেউ🙏🙏
সুন্দৰ, ভাল লাগিল। পিছে খোল ভাগি দেৱ বাদ্য হিচাবে জানি আহিছোঁ। গতিকে আপোনালোকে খোল ভাগি আঁঠুৰ ওপৰত লৈ বজোৱা হলে ভাল দেখিল হয়, যদি কিবা ভুল কৈছোঁ ক্ষমা কৰিব।
🙏🙏
বহুত বহুত ধন্যবাদ ।। আজিৰ ভিডিওটোৰ পৰা বহু নজনা কথা জানিব পাৰিলোঁ।
ধন্যবাদ বিতুপন ।
সুন্দৰ
Bhut dhunia hoise dada🤟🤟🤟
অতি সুন্দৰ পদক্ষেপ 🙏🙏
🙏🙏
খোলৰ পাঠ আৰু পাম বুলি আশা কৰিলো। আজিৰ পাঠ ভাল লাগিল🙏🙏
ধন্যবাদ নিশ্চয় ।
❤️
❤️❤️
Dada rogor tuh olp val dore hikai dibo sun😊
Very fine
Thank you
Super thank you🙏🙏🙏
🙏🙏
Birat borhiya
Thank you😊
Bohut xundor lagil. Kintu duyujonoloi eti anurudh.🙏🙏
Agoloi enekoi video dile khul tu athur tolot hesa mari nolobo. Debobadyo vagok vorire hesi lobo npai.
ধন্যবাদ । উপকৃত হলো আপোনাৰ পৰানৰ্শত ।
ককাইদেও অপূৰ্ব।।
So nice
Thank you sir
🙏🙏স্বাগতম
Moja
❤️❤️❤️🙏🙏
ধন্যবাদ মহাশয়
🙏 স্বাগতম জনাইছো ।
Moi u khul bojao... Komola bari hot ro ai 😊
খোলৰ প্ৰথম চাৰিটা অংক খিত, দিত, ধেই, দাও বুলি আছে কিন্তু সত্ৰৰ সত্ৰাধিকাৰ সকলে নামসমূহ বেলেগ কৈ কয় যেনে দিত টো তাক কৈছে। তথাপিও ভাল লাগিল
1,2,3,4,5 continue lage lesson bur,,,,,
🙏
Dhonyabad 🙏🙏
Nice
Krishna bap jon bor monurom
🙏🙏
দুয়োগৰাকীলৈ আন্তৰিক শ্ৰদ্ধাৰে সেৱাঁহে জনালোঁ । সচাঁকৈয়ে গুৰুজনাৰ অক্ষয় সৃষ্টি খোল বাদ্য । এইখোল বাদ্য বাদন কৰিৱলৈ আগ্ৰহী সকল'ৰ বাবে অতিকৈ উপকাৰত আহিৱ এই ভিদিওটো ।
ধন্যবাদ🙏🙏🙏
ধন্যবাদ
স্বাগতম ।
🙏🙏🙏
আপোনাক
🙏
অতি সোনকালেই খোলৰ Part 2 পাম বুলি আশা থাকিল।
Nissoy.
ছাৰ আমাৰ ছাৰে খোলৰ প্ৰথম চাপৰ খিত দিত ধেই দাও বুলি শিকাইছে গতিকে আপোনি কোৱাটো শুদ্ধ নে আমাৰ ছাৰে কোৱাটো শুদ্ধ
দুয়োটাই শুদ্ধ । সত্ৰ ভেদে সকলোৰে কিছু বেলেগ বেলেগ 🙏
খোলৰ বোলনী - তাত তাও খিৎ ধেই আৰু খিতি তাক ধেই দাও বুলিহে শিকিবলৈ পাইছিলো ।।
Ram Krishna
❤️🙏🙏
Khul r bihoa aru janib parim buli aha rakhilu dada
চাৰ, ভাল লাগিল।
চাৰ, খোল এটাৰ দাম কিমান হ'ব আৰু ভাল খোল ক'ত কিনিবলৈ পোৱা যাব ? শিকিবলৈ আগ্ৰহী।
Sir borgeet or logot kenekoi bojai ata tutorial bonabo
ami notunke khikisu rogor keneke die alp dekhai dib neki ...ami apunar usorot kitoygo hom
মোৰ খোলটোৰ বায়াফালে বজালে কিবা এটা শব্দ হয় কুঁ .....বুলি কি কৰিলে ভাল হ'ব ? জনাবছোন গুৰুদেউ ।
হয়টো ঘূণ গৈছে নতুবা কাটনি ছালৰ তলত এডাল ৰছী থাকে সেইডাল ওলাই গৈছে । মন কৰিবচোন
Dada khul tu xothik fale luar uporot kiba niyom ase neki. Mane tali tu baufale loleu hoi ne. Kobosun please
শিকি আছো দেই ... , মাননিটো কেনেকৈ পঠাম বাৰু ?😊😊
😊😊
খিত দিত ধেই দাও হৈ দাদা
🙏🙏
Hi khol dada
আপুনাৰ চেনেলৰ যোগেদি মই দুখন তাল শিকিলো । অনুগ্ৰহ কৰি যতি তালৰ বিষয়ে কব নেকি ।
Dada khul hikib mur bohut mon ase kintu prai dekhisu hokolue khulor tali huhate loi kintu moi baofale loi he bojab janu tat kiba apptti hobo neki bru kobo sun
Moiu bojai aso
বঢ়িয়া ।
Sir moi bau hotia holeu pari nai teneke
সাধাৰণতে ঢোল বা খোল বাওঁ হাতে বজোৱাটো নিয়মৰ বাহিৰ ।যদিহে আপুনি বজাব পাৰে তেন্তে বজাব পাৰে খালি প্ৰতিযোগিতাত এইটো একেবাৰে গ্ৰহণযোগ্য নহয়।
❤️❤️
Mur hopun😊
❤️❤️🙏🙏
@@PankajBora.Official dada taal bilakor Matra bilak uliyai dekhuwa vdo bonabo sun
খোলৰ সৰু ধেমালি আৰু বৰ ধেমালিৰ ওপৰত ভিডিঅ বনাব চোন দাদা
আৰু ভিডিও দিব 🙏🙏
Bohut val lagil, prodip dar contact number pam neki,,
❤️❤️🙏🙏
14matra talkhon abar hat tali dakhowai diyokson
You have learnt roktotal
ধন্যবাদ🙏🙏। আপোনাৰ মন্তব্যই সাহস দিলে ।
খিত, দিদ ধৈই দাও
🙏🙏
Baki class bur diyak ako
👍👍❤️
Dada notun tal kishuman diok dumani dhormjuti
Muru khol sikibo mon ase ...kot sikibo parim baru
Jonam baru..
Dada apunar ghor kot
মোৰ ঘৰ গোলাঘাট বৰপথাৰত, কিন্তু বৰ্তমান গুৱাহাটীত থাকো
Dada moi sattiya xikhu
সুন্দৰ
Dada borgitr tal dibsun
Nissoy dim.
এক তাল খনৰ ওপৰত এটা ভিদিয় বনাবচোন।
নিশ্চয় ।
Daina pine left hand ye bojale hobo nai.....Right hand ye nuwarisu....jonabosun
Jifale hubidha hoi heifalei bojabo pari
@@PankajBora.Official Thank you
Juroni tu dibo sun 🙏🙏
Dada video pam ne ki...
Muru hikiboloi mon ase
Nissoy, hikibo lage
Bor vixom xoru vixom aru khorman ektan
Ghat ru sluk khon diyak ako
Apunr number to dibo
9854057631
Khol left hend a bjabo pari nai
eta pung ( this is Pung)bole jani.
অসমত এইটো খোল বুলি কয় ।
সঘনাই প্ৰচাৰ কৰিলে উপকৃত হম
Nissoy🙏🙏
আপনাদের কথা বুঝিনা
আনক শিকোৱা আগত নিজে শুদ্ধকৈ শিকক।