নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম
HTML-код
- Опубликовано: 23 окт 2022
- নয়ন নিলীমৰ সন্মুখতে কান্দি উঠিল শ্যামন্তিকা শৰ্মাই। ৭বছৰৰ মূৰত পুনৰ মুখামুখি শ্যামন্তিকা-নয়ন নিলিম। ষ্টুডিঅ'তে শ্যামন্তিকাৰ মাতৃ আৰু পৰিয়ালৰ খবৰ শুধিলে নয়ন নীলিমে। TIME8ৰ ষ্টুডিঅ'ত ঋতুস্মিন শৰ্মাৰ সন্মুখত আৰু কি কি ক'লে নয়ন নীলিম আৰু শ্যামন্তিকাই
NARI CHOLONAMOYI.....especially Shyamontika, toka sini pua r jjaat
তোমালোকে দুইয়ে ২ ওক বুজি পোৱা যেন ❤️❤️
Eeeeeeee......dada buli ko a dile ..aru ki buli vabi boloi baki ase ..ans mukhote ase😅😅 by d way shyamoni divorcee neki?
Nayan da bhut Val kotha koise Nayan daak Judi Val Pai ata like debo
Doyotai aibor ki abhinoy korise Time 8 r mojiyat ? Morombore aase dekhiyei bujiba pari. Aati son kale bhal kam bore koriba lage.God bless U.
Nayan da val puwa bur ata like kori juha💯👌
নয়ন নিলিমৰ attitude টো বহুত ভাল লাগিল l please carry on and go ahead .
Nayan dar attitude tu bhut val lagil....ankai hbo lge ex proti attitude....saukht launda in assamese flim industry
Tai ako try koribo sai aase 😂😂😂
Nayan da, punor tumaluke friendship kora... Ami hokolue happy hom 💝💘💖
কোনে কোনে নয়ণ দাক ভাল পোৱা like এটা কৰা
নয়ণ দাদাক ভাল পোৱা সকলে laike এটা কৰি দিব
হৃদয় ভঙা মানুহ ৰ হাঁহি নাইকীয়া কৰি দিলে নয়ন দা keep it up ❣️
নয়ম নীলিম দা বহুত দুখত আছে- তেখেত আকৌ আগবাঢ়ি যাওক আগৰদৰে❤👍
যাক মই ভাল পাও তাক কিডনীও দি দিম.. ..যাক মই বেয়া পাওঁ ঘূৰিও নাচাও .....জই নয়ন দা 👍👍👍👍👍👍
নয়ন দাৰ (😍)বুকুত একুৰা জুই জ্বলি আছে ||
Nayan dar attitude...mojjjaaaa👍
নয়ন দাৰ হৃদয় খন হে জানে , কিমান কান্দি আছে নয়ন দাৰ হৃদয় ভিতৰে ভিতৰে।
নয়ন নিলীম দা👏🏻🙌🏼✨
নয়ন দাৰ ভিতৰৰ প্ৰকৃত মানুহজনক বহুত কম মানুহে বুজি পায়..!ভালে থাকক প্ৰিয় শিল্পীজন💐🙏