নাৰ্ছাৰী ব্যৱসায়টোৰ পৰা মাহে কিমান টকা উপাৰ্জন হয়/ নাৰ্ছাৰী এখন খুলিবলৈ কিমান টকা লাগে/

Поделиться
HTML-код
  • Опубликовано: 30 янв 2025

Комментарии • 70

  • @bandanahazarika4137
    @bandanahazarika4137 2 месяца назад

    115/nice sharing🎉🎉❤❤❤

  • @AshaBontiBorah
    @AshaBontiBorah 2 месяца назад

    Best of luck❤

  • @DapurAuntyOny
    @DapurAuntyOny 2 месяца назад

    l enjoyed watching the video May God bless you take care of your body ❤❤

  • @prativaborah862
    @prativaborah862 2 месяца назад

    Nice sharing👍 new friend holu stay connected❤

  • @kakoliboro5796
    @kakoliboro5796 2 месяца назад

    Very inspiring 👏👏👏👍💕

  • @DuarahsHomeGardening
    @DuarahsHomeGardening 2 месяца назад

    Khub vl lgil mur olp phool ase ❤

  • @bobykondoli7095
    @bobykondoli7095 2 месяца назад

    উৎসাহ জনক ভিডিঅ'। ভাল লাগিল।

  • @junaligogoi2331
    @junaligogoi2331 2 месяца назад

    আপোনাৰ দৰেই মইও মেলালৈ নতুন কিবা ফুল পাম নেকি বুলিয়েই যাঁও ৷ভাল লাগিল আপোনাৰ কথাখিনি ৷

  • @ritombpgohain5078
    @ritombpgohain5078 2 месяца назад

    ভাল লাগিল মোৰ কৰিবৰ মন আছে

  • @debanangogoi8302
    @debanangogoi8302 2 месяца назад

    ❤❤❤ very very good

  • @Roji-w8l
    @Roji-w8l 2 месяца назад

    Great work...

  • @jyotsnaneog6658
    @jyotsnaneog6658 2 месяца назад

    আপোনাৰ কথাখিনি বৰ ভাল লাগিল বাইদেউ । বহুত সাহস পাইছো । কিন্ত বাহিৰৰ পৰা কেনেদৰে ফুল কৰ পৰা আনিব পাৰি লিংক টো দি মোকো অলপ সহায় কৰিব নে

  • @BinuSharma-tt4uy
    @BinuSharma-tt4uy 2 месяца назад +1

    সদায় আগবাঢ়ি যোৱা, ভাল হব,আগৰ দৰে বেছি কষ্ট নকৰিবা।দেহা থাকিলেহে বেহা

  • @bantimalik4209
    @bantimalik4209 2 месяца назад

    ভিডিঅ'টো চাই ভাল লাগিল। ভগৱানে আপোনাৰ মংগল কৰক। শৰীৰৰ যত্ন ল'ব।

    • @gardeningwithlipika3537
      @gardeningwithlipika3537  2 месяца назад

      বহুত বহুত ধন্যবাদ থাকিল 🙏🏻

  • @santadey9753
    @santadey9753 2 месяца назад

    Khub bhalo laglo ..Get well soon.

  • @parismitabordoloi754
    @parismitabordoloi754 2 месяца назад

    কথাখিনি শুনি খুবেই ভাল লাগিল । আগুৱাই যাওক আৰু । শৰীৰৰ যত্নও লৈ থাকিব ।

  • @anjaliskitchenandvlogs6668
    @anjaliskitchenandvlogs6668 2 месяца назад

    হয় বাইদেউ সুন্দৰ ভিদিও আগবঢ়ালে ভাল লাগিল 🎉🎉❤❤

  • @susenpha
    @susenpha 2 месяца назад

    এনেকুৱা কথাবাৰ্তাই আমাৰ দৰে আৰু আন বহুতক আগোআই যাবলৈ সহায় কৰে । আগলৈও এনেকৈ উৎসাহি কথা বাৰ্তা জনাই যাববুলি আষা থাকিল । আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো ।ড় হয় ‌।

    • @gardeningwithlipika3537
      @gardeningwithlipika3537  2 месяца назад

      নিশ্চয় জনাম 🙏🏻
      আৰু আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এনে সুন্দৰ মন্তব্যৰ কাৰণে।

  • @jeutisaud7315
    @jeutisaud7315 2 месяца назад

    Thanks mem

  • @jobavlogs4906
    @jobavlogs4906 2 месяца назад

    আপোনাৰ এটাই বহুত ভাল লাগিছে কাৰণ আপুনি কম টকাৰ অৰ্ডাৰ লৈ যে❤

  • @godzillax4377
    @godzillax4377 2 месяца назад

    Hosakoi baideu khub hundor,

  • @subordhanadas7780
    @subordhanadas7780 2 месяца назад

    Video tu vaal lagil,be positive sinta nokoriba fulor jenekoi jotno luwa nijor health or proti tenekoi jotno loba......❤

  • @lakshmirekhahazarika7315
    @lakshmirekhahazarika7315 2 месяца назад

    কথা খিনি ভাল লাগিল। সোনকালেই আৰোগ্য লাভ কৰা🙏🙏

  • @dipikagogoi3657
    @dipikagogoi3657 2 месяца назад

    বৰ ভাল লাগিল বাইদেউ আপোনাৰ কথাবোৰ শুনি

  • @luknathgondhialuknathgondh7999
    @luknathgondhialuknathgondh7999 2 месяца назад

    বাইদেউ আপুনি কৰা পৰা পুলি আনে লিংটো দিব নিকি। মোৰ বৰ ইচ্ছা আছে নাৰ্চৰি কৰাৰ।

  • @purnimagogoi9148
    @purnimagogoi9148 2 месяца назад

    ❤❤

  • @UddiponaBorah-iw5gf
    @UddiponaBorah-iw5gf 2 месяца назад

    ❤❤❤

  • @ilakakati5567
    @ilakakati5567 2 месяца назад

    Vdo tu bor bhal lagil. Future ot aru rise kora take kamona korilu. Health tu bhale rakhiba. Bohut morom thakil. ❤

  • @arunimadas2872
    @arunimadas2872 2 месяца назад

    Bor bhal lagil aapunar kiman phulor proti morom

  • @DipaliMahatoo-ef7bv
    @DipaliMahatoo-ef7bv 2 месяца назад

    Bor val lagil Lipika

  • @RCAdenium
    @RCAdenium 2 месяца назад

    Hello I'm adenium plant saler..

  • @AgMusicals321
    @AgMusicals321 2 месяца назад

    Baido link to debo sun

  • @PhuloniBagisa
    @PhuloniBagisa 2 месяца назад +3

    বা ভিডিঅ'টো খুব মন দি চালোঁ। তোমাৰ কথাবোৰৰ পৰা বহুত উৎসাহিত হওঁ। ইমান ধুনীয়াকৈ কথাখিনি কৈছা তুমি। আচলতে মোৰো এটা সপোন আছে।ময়ো ফুল খুব ভাল পাওঁ।সময় পালেই ফুলবোৰৰ যত্ন লওঁ।অকণ অকণকৈ পুলি বনাই বিক্ৰীও কৰোঁ। কিন্তু বিশেষ আগৱাঢ়িব পৰা নাই।ময়ো বিচাৰোঁ এটা লিংক গুৱাহাটীতে।য'ৰ পৰা মই বিক্ৰীৰ বাবে ফুল সৰহকৈ আনিব পাৰোঁ। তুমি অলপ পাৰিলে বাট দেখুৱাবা মোক। তোমাৰ দৰে ময়ো কাপোৰৰ সলনি ফুলহে লওঁ।ঘৰৰ মানুহে মোৰ লগত ক'ৰবাত যাব লগা হ'লে আমনি পায় কাৰণ মই অনবৰতে নতুন এটা ফুলৰ কালেকচন গোটোৱাৰ চিন্তাতে থাকো। বাকী খুব ভাল লাগে তোমাৰ সৰলতাৰে ভৰা কথাবোৰ। বেমাৰটোৰ বাবে ব্যায়াম কৰিবা। ভালপোৱা কামটোৰ সৈতে আজীৱন জড়িত হৈ থাকিবা। তেতিয়াহে জীয়াই থকাৰ আচল মাদকতা পাবা বা।মৰম ল'বা❤❤❤

    • @gardeningwithlipika3537
      @gardeningwithlipika3537  2 месяца назад +1

      লাগি থাকা ধৈৰ্য আৰু সাহস নেহৰোৱাবা। এই সাহস, ধৈৰ্য আৰু একাগ্ৰতাই তোমাৰ সপোন দিথকত উপনিত কৰিবলৈ সহায় কৰিব। মোক এটা মেচেজ কৰিবাচোন এই নম্বৰত 9365945210

    • @PhuloniBagisa
      @PhuloniBagisa 2 месяца назад

      হ'ব বা​@@gardeningwithlipika3537

  • @ROYAL-KILLERZ
    @ROYAL-KILLERZ 2 месяца назад

    ❤❤