Nirmali mama Mar lagat ji hanuman jier ji samat kar hisa sunila asart hi jabo mam mak adn matibo sun sira kariba bisaru mama mi apunar video bilak bahut val lage Thank you universe Thank you universe 🎉❤❤❤❤
"Kintu jibilak bhoyatur, obishahi, ghinlogia, norbodhy, bebisary, mayabi, devpujok aru hokolo misoliabilake, juwi aru gondhokore Joli thoka horoborot niz niz bhag pabo, yeye dibtiyo mrityu." The Bible
Pisor katha khini misa katha moi o vgban namo মন্দিৰ সপোনত আপুনি a dekhise ne bhute dekhe moi o dekhu olp besi korise de moi vgbanok manu চুলি জটা lage ase mor o ai buli apuni ovar korise english t katha keita sai sai koi asa
Xopunot dekha spiritual experience bur nijor majote rakhi thobo lage, khub besi nijor maa deuta, husband ba bohut close friend r logot he share koribo Lage...baaki podcast ba an social media r joriyote eibur share kora tu bor eta bhal kotha nohoi, because xopunot xeiyaa bhogoban aru apunar majot hua very special experience, xokolure logot nohoi... In my opinion jiman pari gupto bhabe rakhibo lage....
Antarik dhanyawad, 🙏 apuni kua kathatu hoi, but moi vogoban k manuhe antarar pora anuvob koriboloi nijor ji holeo anor val houk bulia koisu. Kathabor gupto rakhile bohute najonake thaki Jai j anekuao hobo pare....anekuao ata bikhoy ase
মন্ত্ৰৰ যে অসীম শক্তি আছে মই বিশ্বাস কৰো। মোৰ জীৱনটো বৰ সুখৰ নহয়, দুখৰেই। একমাত্র ঈশ্বৰক বিশ্বাস কৰি মই, নিতৌ পুৱা গধুলি এই শংকৰগুৰু, মাধৱ গুৰু জনাৰ লগতে হিন্দুৰ দেৱ দেৱী সকলক উপাসনা কৰো। সেইবাবেই মোৰ মনত কোনো ভেদ ভাবে নাই। নিৰ্মালি গগৈয়ে কোৱাৰ দৰে মই এনেকৈয়ে দুখৰ লগতে সহবাস কৰি সুখতেই আছো। ধন্যবাদ নিৰ্মালি। বৰ ভাল লাগিছে তোমাৰ কথাখিনি। বৰ নম্ৰভাৱে কথাবোৰ কৈছা। নম্ৰতাই মানুহক অধিক ধুনীয়া কৰে। 🙏🏼
মন্ত্ৰৰ শক্তি আছে। কিন্ত সদব্যৱহাৰ হব লাগে। জগতৰ কল্যাণৰ বাবে।
খুব ভাল লাগিল আপোনাৰ কথাখিনি শুনি।
দুৰ্বল মনৰ মানুহে উজুটি খায় পথ বিচাৰি, ঈশ্বৰৰ সন্ধানত হাবাথুৰি খায়, বহুতে তাৰেই সুযোগ লয়। পইচা নালাগে, সন্মান মোক নালাগে, এটা চেষ্টা কৰিছিলো যাতে নিজৰ সমাধান নিজে কৰিবলৈ আধ্যাত্মিক মানসিক ভাৱেও মানুহ শক্তিশালী হয়। বহুতো কমেণ্ট আহিছে ভালে বেয়ায়। অন্ধবিশ্বাস আতৰোৱাৰ প্ৰয়াসেই কৰিছিলো কিন্তু অন্ধবিশ্বাস বঢ়াইছো বুলি বহুতেই কৈছে। অনুগ্ৰহ কৰি কোনোবাই জনালে ভাল লাগিব কোন কেইটা কথাই অন্ধবিশ্বাস বঢ়াইছে🙏 মই ভগৱান বুলি নিজকে ভবা নাই, নাভাবো কেতিয়াও, পইচা সন্মান মোক নালাগে। বেপাৰ আৰু ভগৱান ক লৈ ৰাজনীতি কৰা প্ৰয়াস নাইকৰা। ভগৱানৰ নাম লৈ মিছা কোৱাৰ সাহস মোৰ নাই। বহুতে কৈছে আধ্যাত্মিক অনুভৱ একান্ত গোপনীয়, মই কৈছোঁ , নিজৰ যি হয় হʼব বুলি। কাৰণ যদি এজনো মানুহে ঈশ্বৰক ভাল পায়, ভাল পাব শিকে আধ্যাত্মিক হয় অৰ্থাৎ নিজে নিজক জানে, তাত কাৰণো কি বেয়া হʼব, মোৰ বোধেৰে ভালহে হʼব। জীৱনত প্ৰথম বাৰৰ বাবে কথা কʼবলৈ মঞ্চ পায় চাদৰ খন চাবলৈ খৰধৰকৈ পাহৰি গ'লো। ভাল হৈ আছে বুলি ভাবিছিলো অভ্যাসবসত টানি আছিলো কিন্তু মই গম নাপালো বেয়া হৈ থাকিল। আৰু বহোতে চকীৰ এফালে টানখাই গʼল। ক্ষমা কৰিব, বহুতে চাদৰ খনৰ বিষয়ে কৈছে। বাকী আপোনালোকে ধুনীয়া দেখিবলৈ অলপ গহনা পিন্ধিলো যাৰ বাবে বিয়ালৈ যোৱা বুলি কৈছে, চাই চাই কৈছোঁ। কিয়নো কিতাপৰ শ্লোক আৰু বিজ্ঞানী কেইজনে কোৱা কথাবোৰ ভুলকৈ নকৈ শুদ্ধ হʼবলৈ। কম সময়ত জীৱনৰ অভিজ্ঞতাৰ কথা কওঁতে যাতে থাকি নাযায় সেইবাবে লিখিলʼলো, হিমাশ্ৰীয়ে কিন্তু আগতীয়াকৈ মোক একো প্ৰশ্ন দিয়া নাছিল। আপোনালোকক বহুত ধন্যবাদ 🙏 😊
আপুনি উল্লেখ কৰা জ্যোতিষীজনক কেনেকৈ লগ পাব পাৰিম জনাব নেকি? নহলে আপুনি মোৰ বিষয়ে অলপ চাই দিব নেকি? মোৰ বয়স বহুত হল, কিন্তু তিনি বছৰ ধৰি চাকৰি বাকৰি নাই৷ দুই এটা জেগাত পালেও কাম কৰাৰ ইচ্ছা নাইকিয়া হল৷ ৩৮ বছৰ হল কাম কাজ নাই কাৰণে বিয়াবাৰুও বাদ দিলো৷ মা দেউতাৰ বুজা হৈ ঘৰত পৰি থাকিব লগা হৈছে৷ মোৰ ভবিষ্যতটো লৈ মা দেউতাৰ বহুত চিন্তা৷ টকা পইচাৰ বিৰাট অভাব৷ অলপ চাই দিব নেকি?🙏
বৰ সুন্দৰ অনুষ্ঠান। শুনি, দেখি বহুত বহুত ভাল লাগিল।
00
বৰ সুন্দৰ অনুষ্ঠান ।ভাল লাগিল।মন্ত্ৰৰ শক্তিক ময়ো বিশ্বাস কৰো।😊
bahut bahut ভাল লাগিল ধন্যবাদ ❤❤❤
অতি সুন্দৰ উপস্থাপন বৰ ভাল লাগিছে জয় শ্ৰীকৃষ্ণ 🌷🙏
Wow iman besi probhavita holu. Ajir pora moi adhyamik hoboloi prerona Palo.thanks a lot.
ভাল লাগিল নিৰ্মালি।।।।মন্ত্ৰৰ শক্তিক মইও বিশ্বাস কৰো।💞
@@nitumonibora9189 Bhogoban k bisakh kar pagoli
তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগিল | মাজে সময়ে এনে ভিডিঅ দিবাচোন
বৰ ভাল লাগিল
ভাল লাগিল ওঁ নমঃ শিৱাৰ 🙏
মৰমৰ পেহিজনিক এইখন প্লেনফ্ৰম ত দেখি বহুত ভাল লাগিল 😊 আগুৱাই যোৱা পেহি
❤
বহুত ভাল লাগিল বাইদেউ
আপোনাৰ কথা বিশ্বাস হৈছে , মই আপোনাক কেনেকৈ কথা পাতিব পাৰিম
বহুত ভাল লাগিল ❤
Nirmali baidew....log pai emn govirole jua nasilu ... Bhut aaiyoto korim eibar ...
21:19 well said 💯💯
Om namah Shivay ❤❤❤❤❤
অতি সুন্দৰ❤❤❤❤❤
Important knowledge.
Auntyy bht dhuniaa hoise bht❤️❤️😍😍
Nirmali mama Mar lagat ji hanuman jier ji samat kar hisa sunila asart hi jabo mam mak adn matibo sun sira kariba bisaru mama mi apunar video bilak bahut val lage Thank you universe Thank you universe 🎉❤❤❤❤
Bhal lagil anustantu...🙏🙏🙏🙏
বীজ মন্ত্ৰ গুৰুৱে দিলেহে ..বীজ মন্ত্ৰ জপ কৰিব পাৰি বুলি হে শুনিছোঁ..
ভাল লাগিল ❤❤
"Kintu jibilak bhoyatur, obishahi, ghinlogia, norbodhy, bebisary, mayabi, devpujok aru hokolo misoliabilake, juwi aru gondhokore Joli thoka horoborot niz niz bhag pabo, yeye dibtiyo mrityu." The Bible
Pisor katha khini misa katha moi o vgban namo মন্দিৰ সপোনত আপুনি a dekhise ne bhute dekhe moi o dekhu olp besi korise de moi vgbanok manu চুলি জটা lage ase mor o ai buli apuni ovar korise english t katha keita sai sai koi asa
Bohutt val lagil❤❤❤
ভাল লাগিল ।❤❤❤❤❤❤
Om nomo sibay. Bhal lagil khotha suni.
মইও বিশ্বাস কৰো মই শিৱক সদায় পূজা কৰো তেনেকৈ মইও এদিন সপোনত শিৱমন্দিৰ এভাগ দেখা পালো আৰু মইও সফল হৈছো
🙏
Vl lagil dei Nirmali bow..
নিৰ্মালিক ধন্যবাদ
তেওঁ কথা খিনি মোৰ সৈতে মিলিছে সঁচা কথা মই ও তেনেকৈ ক'লে লৰা ছোৱলী হয়।
Bohut dhunia lagil kotha bur xuni aru jani thanks a lot ❤❤❤
VAI. Lagila ❤❤❤
Thanku bhanti ,Arsibad thakil Akoi lagpam.
বহুত বহুত ধন্যবাদ বাইদেউ আপোনাৰ ধৰ্মৰ কথাবোৰ শুনি খুব ভাল লাগিছে ।আকৌ মাজে মাজে এনেকুৱা অনুষ্ঠানৰ ভিডিও দিবছোন ।
বহুত ভাগ্যবান আপুনি। ভাল লাগিল
Oum namah shivai namah 🙏🙏🙏🕉️
ভাল লাগিল। ঈশ্বৰৰ অস্তিত্বৰ ওপৰত আত্মবিশ্বাস তথা অনুভূতিৰ বহি প্ৰকাশ। ফোন নং টো পাব পাৰো নে?
Om nomoh sribai
Bhaut Bhal Lagil ❤❤
Har har Mahadev
Ba bht vl lagel saii.😊😊😊 Emn dhuniya koi koisa kothabur❤❤
Thank you❤❤❤❤❤ God
Hello Moti wala bahut Khatarnak
অতি সুন্দৰ
Val lagil ❤
Bhal lagil sai ❤
সুন্দৰ
Moi bisakh koru❤. Love you baa
Video ti vl lgil,,,,baideu alp nervous hoise
Thanks for 500 Subscriber 🎉🎉🎉🎉🎉🎉
Bhut val lagil. Tq
Nice video 📸❤
বহুত বহুত ভাল লাগিছে বাইদেউ ময়ো শিৱ বাবাক মানি আহিছোঁ
🙏
Hoy Val lagile video tu
Xopunot dekha spiritual experience bur nijor majote rakhi thobo lage, khub besi nijor maa deuta, husband ba bohut close friend r logot he share koribo Lage...baaki podcast ba an social media r joriyote eibur share kora tu bor eta bhal kotha nohoi, because xopunot xeiyaa bhogoban aru apunar majot hua very special experience, xokolure logot nohoi...
In my opinion jiman pari gupto bhabe rakhibo lage....
Antarik dhanyawad, 🙏 apuni kua kathatu hoi, but moi vogoban k manuhe antarar pora anuvob koriboloi nijor ji holeo anor val houk bulia koisu. Kathabor gupto rakhile bohute najonake thaki Jai j anekuao hobo pare....anekuao ata bikhoy ase
Vl lagise
Om nomo shiva
Krishna Krishna🙏🙏🙏
Bahut vl lagil najana katha janilu, thank u
Suni.bhal.lagil.aru.dekhi.ananda.palu
Bhal lagil akow log pam
Hasakoi a bahut bahut basi val lagil
ওঁম্ নমঃ শিৱাই
You are devoted of Shibha God bless you
🙏
বহুত ভাল লাগিল
I'm very happy
ফটোৱা content বোৰ তুমিয়ে বিচাৰি পোৱা 😂
Val lagil bhut..
মই বিশ্বাস কৰো কাৰণ মোৰ ক্ষেত্ৰত বহুত এনেকুৱা হৈছিল।❤
Bhal lagil 🙏🏻🙏🏻🙏🏻
Val lagil vonti
Mohadebok Puja kori moi hokolo janu ji bisaro take paisho
Waittingt asilu ..val lagil dei huni.❤
Yes
Bahut bhal lagil
Bhut val lagil
Om Ganpati Bappa morya
Nirmal baa xasake bahut Nojona Katha janilu bhogovane aponak kuxale rakhok.
ধন্যবাদ বাইদেউ
Bohut val kotha hoi
ভাল লাগিল কিন্তু জি ভগৱানক মানা জনায় অন্তৰৰ পৰা ধেনু কৰিব লাগে ভগৱানক পাব পাৰি
Moi janu eiar experience ahsey.Mantra is powerful skaty
Val lagil Nirmali
বাইদেউ আপোনাৰ থাইৰয়ড হব সাবধান ।ভাল লাগিল
কেনেকৈ গম পালে
❤❤vl lagi
Thanks 🙏
🙏🙏🙏👌👌👌
Val kotha koisea
THANKS!
Om nomoh sebaoi
Hello Mona Mitali Verma
Monot bhitorote Bhogoban ase hoi
আপোনাৰ সকলো কথা মই বিশ্বাস কৰিছোঁ। সঁচা কথা নিজৰ মাজতে ভগৱান আছে। মই পাইছো। আমি মিছাতে বাহিৰত বিচাৰি মৰো। আচলতে ভগবান নিৰাকাৰ। আমি গুণত থাকি বিচাৰোঁ, সেই কাৰণে আকাৰত পাওঁ।মোক সপোনত বহুত আমনি কৰিছিল । বহুত সহায় পালো জীৱনত কিন্তু কেতিয়াবা কিছুমান কথা সম্পূৰ্ণ বুজিব নোৱাৰি।মনটো বৰ অস্থিৰ হৈ পৰে। সেই কাৰণে এদিন ভগৱান চৰনত সেৱা কৰি এই বোৰৰ পৰা আতৰাই ৰাখিবলৈ কলো। সেয়ে হ'ল । আপুনি বৰ ভাল কৰিছে দহজনৰ উপকাৰ হ'ব।
Manuh goraki bor morom loga...❤
❤ thanks 🙏
@spiritualitynirmaligogoido8132 hosa o...sakure j hahi ata mara eman morom lage tomak...tomar channel tur link tu muk diba sun dai Nirmali
Val lagil
Nice.
Bahut val lagise