কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song || Part4
HTML-код
- Опубликовано: 6 июн 2024
- কল্পতৰু - পুৰণি গীতৰ সমাহাৰ Old Assamese song
#oldassamesesong
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.com/publications/...
Follow Us at Twitter : / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us
Best old Assamese song
old assamese song,
old assamese songs collection,
old assamese song new version,
old assamese song video,
old assamese song dipen baruah,
old assamese song jayanta hazarika,
old assamese song audio,
assamese old song anima choudhury,
assamese old song anjana,
all old assamese song,
old assamese song by jayanta hazarika,
old assamese song by dipali borthakur
*New episod* ruclips.net/video/raWyoeogedo/видео.html
@@TimesGuwahati Dhoino jonaiso
তাহানিৰ শৈশৱৰ সময়বোৰ লৈ যেন উভতি গলো! ..... স্কুললৈ ওলোৱাৰ আগমূহুৰ্তত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বজোৱা(৯.৪৫) সুন্দৰ গীতবোৰ শুনি ভাল পাইছিলোঁ।.... আগলৈও এনেকুৱা সুন্দৰ গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
খুউব ধুনীয়া পুৰণি গীত।শিল্পী গৰাকীলৈ অভিনন্দন জনালো
ইমান সুন্দৰ, ইমান ধুনীয়া এই কালজয়ী গীত বোৰ। যিমান শুনিলেও হেঁপাহ নপলায়। এই গীত বোৰশুনিলে আজিৰ দিনৰ এজন গায়কলৈ ঘীন লাগে।
বহুত বহুত ভাল লাগিছে আশা কৰো পিছলৈ আৰু হুনাব বুলি
বৰ সুন্দৰ , আগলৈ এনেদৰে শুনিবলৈ পায় বুলি আশা কৰিলো আৰু কল্পতৰু অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏
বহু বহু ধন্যবাদ আৰু আগলৈ দিব । কালজই গিত
এনেকুৱা পুৰণি চিৰসেউজ গীতসমূহ সঁচাকৈয়ে ভাল লাগে
কি যে সুন্দৰ সুৰ কথা কণ্ঠ বহুত ধুনীয়া এতিয়া এনেবোৰ গান শুনিবলৈ নাই
পুৰণি দিনবোৰলৈ মনত পৰি গ'ল। কল্পতৰু অনুষ্ঠানটি বহুত ভাল লাগিছিল । এতিয়াও পুৰণি গানবোৰ শুনি বহুত ভাল লাগে ।
সচাই এইবোৰ গীত সুনিলে শৈশৱৰ দিন বোৰলৈ বৰকৈ মনত পৰে ৷
পুৰণি গানবোৰ শুনিলে মন জুৰ পৰি যায়। ইমান ভাল লাগে ❤
সুন্দৰ পুৰণি দিন বোৰ পুনৰ ঘুৰি অহাযেন লাগিছে । বহুত বহুত ধন্যবাদ । 🙏🙏
বৰ সুন্দৰ অনুষ্ঠান পৰিবেশন কৰিছে আপোনালোকে 🙏 এই অনুষ্ঠান গীত শুনি লৰালিৰ কাললৈ মনত পৰি যাই 👍 ধন্যবাদ 🙏🙏🙏🙏🙏🙏
Bahut vl lagil
😌😌😌😌 mon to bohut xanti pai puroni geet bur xuni
Bohut val lagile ❤❤❤
Purani geet samuh bhut vaal lage. purani geetikar surkar sakal dhurba Tara hoi jug- jugantr babe jiliki thakibo.
Radio ot niyomit xunisilo, Bohut bohut dannayabad gaan keita upload kora babe❤
BAHUTO BHAL LAGE PURANI GEET THANK YOU
Bohut bhal lagil muninda ai geet ti huni.
Bahut val lagil man tu
Beleg geetor logot tulona nai oti hundor❤❤❤
অতি সুন্দৰ লাগিছে
Bahut val lagil. Sarur para mor ai anusthan bar priya aasil.
বৰ সুন্দৰ প্ৰচেষ্টা
১৯৬৭ চনত বহু কষ্ট কৰি এটা ৰেডিঅ কিনিছিলো এই গীতবোৰ শুনিবলৈ। দিনবোৰ মনত ভাহি উঠে।
Dda plz chandra nayan dasor manor dinor halmora git ti agborhabo sun
Lorali dinbur akou ebar sajib kori tulile ei sumadhur geetbure. Apunar prosesthak bahu dhanyawad 🙏
অতি সুন্দৰ পদক্ষেপ ।
সুন্দৰৰ আৰাধনা জীৱনৰ খেলা 🎉
Bohut val lagil ❤❤❤❤😂
Purani ganbur xuni bohut bhal lagil
অতি সুমধুৰ এই গীত সমুহ হিয়াৰ এটা কোণত এতিয়াও সজীৱ হৈ আছে ।
,সূনি। বহুত। ভাল লাগিল। আগলৈএনেকূরা গান। শুনাবছোন
সুন্দৰ
Gaan bilak xuni birat val lagil ❤puroni gaan bilak jen enedore siro xeujiya 💗💗🌷🫀
Bhot. Val lagis
Bhut val lagil ❤
Very nice to hear old songs.
❤❤❤❤ Mojja
ভাল লাগিল পুৰণি গীতৰ অতি জনপ্ৰিয়।
সুন্দৰ।
❤❤
Eman duniya so Nice song ❤
*Mojaaa*
Birina bonore xuhuri nice, duet tu gaisu ❤❤❤
✌️✌️
খুব ভাল লাগে
Bahut Val lagil .
Thanks hear this song
Great singer of gowalpara!!
Old is gold beautiful radio center
বৰ সুন্দৰ
শৈশৱ, কৈশোৰ সকলোঁ পাৰ কৰিছিলোঁ এই কালজয়ী গানবোৰ শুনি
Eman dhuniya asamia gitar hurbur deh man sui jai
😊😊😊
বহুত ভাল লাগে , মায় জয়ণট হাজৰিকা আৰু 17:02 দিপালী বৰঠাকুৰ, প্ৰতিমাপানেদৰ গান বিলাক ৰেডিওত শুনিবলৈ কৈছিল, আৰু গীত গাবলৈ শিকাৰ লগতে গীত গাবলৈয়ো পেৰণা দিছিল।
🌿🌿🌿🌿🌿 sira seuj
,,,,, এই গীতবোৰ শুনিলে হিয়া মন জুৰি পৰি যায়
Bohut Dhuniya Lagise
Bahut val lagil moi Radio pagol asilu.lorali monat poril nostalgic hoi galu❤
সচাঁ বৰ ভাল লাগি গ'ল অ । এই গীতসমূহ শুনিলে ৰডিঅ' শুনাৰ দিনবোৰলৈ মনত পৰি যায়। স্কুল যোৱাৰ সময়, গাধুৰ সময় সন্ধিয়াৰ কিতাপ টেবুল এৰি ভাত খাবলৈ যোৱা .,..., ইত্যাদি সময়ৰ হিচাপ। আধুনিক অসমীয়া গীত, অসমীয়া বোলছবিৰ গীত, সৈন্যবাহিনীৰ অনুষ্ঠান , আঞ্চলিক বাতৰি , নাটক , উপন্যাস পাঠৰ অনুষ্ঠান ক্ৰমশঃ , আদি অনুষ্ঠানসমূহ নষ্টালজিক হৈ পৰোঁ।
Beautiful song
Old s0ngsare very sweet
Nostalgia hoi golu
mur mrito swamir priyo git great
Agor kotha bur mont pore ai gaan bilak sunile
ধন্যবাদ কল্পতৰু অনুষ্ঠানটো আকাশবানী গুৱাহাটীত ৰবিবাৰে ১২ বজাৰ পিছত আৰু বুধবাৰে নিশা ৮ বজাত হৈছিল ।
Ni ce
Anyanya. Keep up.
Old is gold.... Anima mam r gan ata hunabo..
পুৰনী গীত বোৰ বজায় থাকক
Old is gold
Bohut bohut val laagil
ruclips.net/video/raWyoeogedo/видео.html
❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Super
এই চিৰসেউজ গীতসমূহ শুনিলে পুৰণি স্মৃতি বোৰ মনলৈ আহে।
Kalpartaru may be old but it good l feel mysalf
আজি মই আকৌ দহবছৰিয়া ল'ৰা টো হৈ পৰা যেন অনুভৱ হৈছে।
Anuthan is very good
🎉🎉
Remember my chilhood❤️
❤❤ my love song
Nice
Beautífulso much
মই ১৯৮৮ চনতৰ যদিও এই গিট বোৰ বহুত ভাল লাগে এনেকৈ শুনিব পাম বুলি আখা থাকিল?
Bohut dhunia lagise. Bujaboloi ba koboloi kono bhakha nai. Moi jetia Class ii/ III thakutei yeibor Huna gaan. Yeibor purona gaan hunile nijoke aako khoikhob kalaloi uvoti jaogaoi. Hosakoi bohut dhunia lagise.
ভাল লাগিল🙏🪔🙏
গীতটো শুনি লৰালি সময় ঘূৰাই পোৱা যেন লাগিল
অতিতৰ দিনবোৰ ঘুৰাই পোৱাৰ যেন লাগিল ।
Eman duniya lagil porani ganbu khuni.
Val lagesy khodai logabo
This songis my fevaretsong
আগৰ কথা মনত পৰে
মোৰ
আৰু আগলৈ পুৰনি গীতবোৰ শুনিব পাম বুলি আশা থাকিল❤❤
আৰু আগৰ গীতিকাৰ সকলৰ গীত পৰিৱেশন কৰিবচোন।বৰ সুন্দৰ লাগিছে। দেউতাই Antennae দি ৰেডিঅ বজোৱা দিনলৈ ঘূৰি গৈছো। এই বোৰ গীত কলজয়ী।
purona dinor smitie akow monot pelaisr jen moi ajiu juoti
মোৰ বৰ প্ৰিয় অনুস্থান আছিল।
Hidoy jur pori jai geetbur huni............
চিত্ৰগীত শেষ হলেহে আমি স্কুললৈ গৈছিলো ৯:৪৫ AM ত
কল্পতৰু দিনৰ ১২:০৫ দিছিলে প্ৰতি বুধবাৰ শুক্ৰবাৰ দেওবাৰ আৰু সোমবাৰে ৰাতি ৮:০০ বজাত