মানুহে মুখতে বেয়াকৈ কৈ দিয়ে😭😭

Поделиться
HTML-код
  • Опубликовано: 4 окт 2024

Комментарии • 853

  • @pujamaina
    @pujamaina 4 месяца назад +1367

    Aji oo video tu sai bohut kandisu😭😭Monor xokolu kotha khuli koisu kiba vul hoise jodi nijor buli khyoma koribo🥹❤️

    • @RakhiBorah-i5g
      @RakhiBorah-i5g 4 месяца назад +33

      ❤❤❤❤❤❤

    • @sachindrasonowal
      @sachindrasonowal 4 месяца назад +27

      Vll lagil pujamaina tumar video sai❤❤❤❤❤ moi dibrugarh parah moram jasilu

    • @jitumanikalita4637
      @jitumanikalita4637 4 месяца назад +8

      Vl lgila dikha pai

    • @MonishaSonowal-o7w
      @MonishaSonowal-o7w 4 месяца назад +7

      Puja ba tmr ai video tu sam sam buli bhut agrohe rokhi asilu finally aji pluu ❤sabo 😊❤

    • @sanamsuman4672
      @sanamsuman4672 4 месяца назад +8

      সফল হোৱা।

  • @SweetyNath-b5m
    @SweetyNath-b5m 4 месяца назад +100

    Puja baar দেউতাকৰ কষ্টৰ কথা শুনি
    চকু পানী ওলাই গল
    কাৰণ মোৰ দেউতাইও বহুত কষ্ট কৰে 😢❤
    আগুৱাই যোৱা বা তোমাৰ ভৱিষ্যত টো পূহৰাই তোলা ❤

  • @puspadas9235
    @puspadas9235 4 месяца назад +196

    কেঁচা পাকঘৰ আমাৰো ভাল লাগে, আচলতে তোমাৰ ভাল হোৱা দেখি হিংসা কৰে,চকুচৰহা এইবোৰ।❤❤❤❤😊😊😊

  • @senzingsenzing1693
    @senzingsenzing1693 4 месяца назад +61

    এনে প্ৰেৰণাৰ অভিভাৱকৰ বাবে,,
    পূজা তুমি ভগ্যৱতী,, তোমাৰ ভবিষ্যত উজ্জ্বল হওক 🎉

  • @Assampolicepori
    @Assampolicepori 4 месяца назад +75

    জীৱনৰ প্ৰতিটো খোজতেই দুখবোৰ থাকিবই দুখৰ অবিহনে সুখৰ সংজ্ঞা আধৰুৱা তেনেকৈ বিফলতাৰ অবিহনে সফলতা আধৰুৱা .. সফলতাৰ সম্মুখীন হ'বলৈ আমি হাৰিবই লাগিব আৰু জীৱনৰ ৰণক্ষেত্ৰখনত এবাৰ দুবাৰ হাৰি যাব লাগে কাৰণ হাৰি হাৰি যিজন জয়ী হয় তেওহে প্ৰকৃত জয়ী .. তোমাৰ কথাবোৰে বহুত আৱেগিক কৰিলে কাৰণ সেইখিনি মইও জীৱনটোত পাই আহিছো .. কিন্তু কেতিয়াও মই ধৈয এৰা নাই গতিকে আপোনালোকেও জীৱনৰ প্ৰতিটো খোজত নিজকে ইমান বেছি আৱেগিক কৰি নিদিব সদায় হয় কম আৰু সৎ চিন্তা তথা সাহসেৰে যুঁজ দিয়ক এদিন সফলতাই আপোনাকো লগত দিব .. যদিহে বিফলতাৰ সম্মুখীন হবলৈ ভয় খাইছা তেনে তুমি কেতিয়াও সফলতাৰ সম্মুখীন নহবা গতিকে দুখবোৰ আমি ইতিবাচক মনোভাবেৰে গ্ৰহণ কৰিব লাগে ❤️

  • @madhuridevi5107
    @madhuridevi5107 4 месяца назад +132

    ছোৱালী হলে সদায় কামিলা আৰু হাঁহিমুখে থাকিব লাগে আগবাঢ়ি যোৱা

  • @dancestudio8920
    @dancestudio8920 3 месяца назад +16

    কথা কোৱাৰ ধৰণ ইমান মৰমলগা, আজলী💐💐 বহুত ভাল লাগিল 💐💐

  • @Basudoley
    @Basudoley 4 месяца назад +35

    My favourite famel RUclipsr...পূজা সহজ সৰল ছোৱালী,তাই কোনো দিনে কেতিয়াও বেয়া হ'ব নোৱাৰে। পূজা তুমি আগুৱাই যোৱা,তোমাৰ লগত সদায় আমাৰ মৰম থাকিব। Puja We want Next year 1milion subscribers.❤❤

  • @monishatamuly791
    @monishatamuly791 4 месяца назад +26

    তুমি বহুত সহজ সৰল, ভাল লাগিল। আগবাঢ়ি যোৱা, আনৰ কথা গুৰুত্ব নিদিবা। কিছুমান মানুহৰ মানসিকতা ইমান বেয়া। কোনো টো সংসাৰলৈ চিৰদিনৰ কাৰণে অহা নাই যি কেইদিন থাকো অন্ততঃ হাঁহি ধেমালিৰ মাজেৰে দিন বিলাক পাৰ কৰো চোন । কেঁচা ,পকা এই বিলাক কি? কেঁচা পাকঘৰতহে কিন্তু আচল মানে জুইত আচল সোৱাদ পোৱা যায়।

  • @bharashamedhi
    @bharashamedhi 4 месяца назад +254

    কেঁচা পাকঘৰ থকাটো লাজৰ কথা নহয়, গৌৰৱৰ কথা। আগৰ দিনৰ কিছুমান বস্তু এতিয়া বিচাৰিলেও নাপায়। আগুৱাই যোৱা তুমি।

  • @tapansaikiavlogs6209
    @tapansaikiavlogs6209 4 месяца назад +43

    ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা বহুত বেছি মৰম তোমালৈ বা ❤
    পূজা বা video চাই থাকো বৰ ভাল লাগে❤

  • @NibeditaDas-uf3zd
    @NibeditaDas-uf3zd 3 месяца назад +18

    মানুহে মানুহৰ ভাল হোৱাটো দেখিব নোৱাৰে। তেনে কুৱা মানুহৰ কথাত গুৰুত্ব নিদিবা বা আগুৱাই যোৱা তুমি ❤🥺

  • @mridulkalita2976
    @mridulkalita2976 4 месяца назад +8

    ভাল বেয়া জীৱনৰ এক অংশ,
    ভাল বোৰক অাকোৱালি লৈ বেয়া বোৰক পাহৰি ,
    জীৱনত অাগুৱাই যাব লাগিব,
    এয়াই জীৱন ❤
    তুমি অাগুৱাই যোৱা।
    ধুনীয়া ধুনীয়া ভিডিঅ বোৰ অামাক উপহাৰ দি যোৱা❤️❤️❤️

  • @JoydeepKonwar-tt4bp
    @JoydeepKonwar-tt4bp 3 месяца назад +6

    পূজা তুমি নিজে জী খিধান্ত লৈছা টাকৈ কৰিবা বেলেগৰ কথা খুনি লাভ নাই তোমাক কোৱা কথা খিনি খুনী বহুত দুখ লাগিছে তুমি যাতে আকো আগুৱাই যোৱা ,মোৰ ফালৰ পৰা তুমালৈ বহুত মৰম জাচিলো ❤🎉

  • @Likhan_Xnwl...999
    @Likhan_Xnwl...999 3 месяца назад +6

    বৰ থুনুকা হৃদয়ৰ গৰাকী দেই আপোনি... আগুৱাই যাওঁক👍👍

  • @Phoenix_mAyB
    @Phoenix_mAyB 3 месяца назад +7

    তোমাৰ মা-দেউতা প্ৰকৃততে দুয়োৰে মানসিকতা অতিকৈ আগবঢ়া যিটো আমাৰ সমাজত ছোৱালীসকল স্বাৱলম্বী হ'বৰ বাবে নিতান্তই প্ৰয়োজনীয়।

  • @bhadeswerchangmai9515
    @bhadeswerchangmai9515 4 месяца назад +9

    সুন্দৰ প্ৰচেষ্টা ,পূজা।নেগেতিভ ছাইদে পিঠিদি আগুৱাই যোৱা।

  • @AnimaC19
    @AnimaC19 4 месяца назад +41

    পুজা মাইনালৈ বহুত বহুত মৰম ❤️❤️❤️

  • @MonikaMrs-uc7wd
    @MonikaMrs-uc7wd 4 месяца назад +8

    এইবোৰ মানুহৰ বাবে আমাৰ ছোৱালীবোৰ আগবাঢ়ি যাব নোৱাৰে। বা তুমি আন মানুহৰ কথা নুশুনিবা তুমি ভাল দৰে আগবাঢ়ি যোৱা , ভাল দৰে নিজৰ কাম কৰি যোৱা তোমাক সকলোৱে ভাল পাব। ❤❤❤❤❤ আমাৰ অসমৰ মানুহবোৰ তেনেকুৱাই ।❤❤❤❤❤😢😢

  • @priyankahaloipinky1404
    @priyankahaloipinky1404 4 месяца назад +26

    Pujar pora bht hikibo Loga Ase ..hosa k gaon r saulir pora bht hikibo pari...emn Santo ,,vodro suali,,,real heroin ❤❤bht bsi agbarha Tumi...tmr ktha khinit mrm lagi log pabo Mon gyse...

  • @arunimas_world
    @arunimas_world 4 месяца назад +9

    পূজা তোমালৈ আন্তৰিক শুভেচ্ছা থাকিল❤🎉

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 4 месяца назад +18

    ধৈৰ্য্য সাহস চেষ্টা গোটাই লব ।ধন্যবাদ ।

  • @RoshmiBorah
    @RoshmiBorah 4 месяца назад +5

    ইমান মৰম লগা কৈ কথাবোৰ কৈছে তাই❤️❤️😍😍

  • @AnuwarAnuwar-ry6fp
    @AnuwarAnuwar-ry6fp 4 месяца назад +9

    কথা‌খিনি সোনি মনটো বহুত দূখ লাগিল দেই😢

  • @rajkumarrabha8167
    @rajkumarrabha8167 3 месяца назад +2

    ছোৱালী হলে এনেকা হব লাগে simple.. love from Goalpara ❤️❤️❤️

  • @tosaveerbasumatary2600
    @tosaveerbasumatary2600 4 месяца назад +10

    Congratulations Puja kitiaba masor tenga juledi jutulogakwi kuaba tumak beaapooa osoror manubirok tehe tumak bujibo Pujar morom pakgoror jaduk. Pujak birath birath Val lage bohut besike.

  • @junaligogoi9387
    @junaligogoi9387 4 месяца назад +31

    কেচা পাকঘৰ আমাৰো আছে ।ভাল লাগে ।

  • @RashmiSharmaThakur
    @RashmiSharmaThakur 4 месяца назад +45

    কেঁচা পাকঘৰৰ মদকতা ই বেলেগ ❤❤❤❤❤

  • @surajitboro7056
    @surajitboro7056 3 месяца назад +6

    কেচা পাকঘৰ হৈছে এক বিশেষ পৰম্পৰা👍

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 4 месяца назад +5

    পুজা তোমাৰ সৰল কথা খিনি বহুত ভাল লাগিল ❤❤❤

  • @banjitrabha69016
    @banjitrabha69016 5 дней назад +1

    Mukhot ata positive smile loi salu first to last.... Lots of love... God bless ❤...

  • @dancestudio8920
    @dancestudio8920 3 месяца назад +3

    কেঁচা পাকঘৰ সবাতোকৈ ভাল। জুইত ৰন্ধা সোৱাদে সৰগীয় 💐💐💐

  • @lachitgogoi5082
    @lachitgogoi5082 4 месяца назад +17

    Kesa pakghor aamiu bohut bhal paw. juhal khont alupura, maspuri khuwar mojai beleg. Maina jonik bor morom lagise, tumar bhal hobo ,aguwai juwa.

  • @ansumwiboro7240
    @ansumwiboro7240 4 месяца назад +8

    Pure gaowolia suwali. Kune Kune tangla r pora Sai asa ❤❤❤ bohut morom thakil Puja tuma loi.

    • @dancestudio8920
      @dancestudio8920 3 месяца назад

      হয়, বহুত মৰমলগা💐💐

  • @dipshikhabaruah9658
    @dipshikhabaruah9658 4 месяца назад +11

    Puja baaa video tu dakhi ai video tur babe apakha Kori asilung. Bohut val lagil video tu Sai

  • @krishnashreehandique6668
    @krishnashreehandique6668 4 месяца назад +16

    Sualijoni eman hohoj horol aru khula monor..hodai enedore thaka.bohut bohut huvokamona tumaloi.❤

  • @DipaBaruah-m8l
    @DipaBaruah-m8l 4 месяца назад +25

    পূজা তুমি আগবাহি য়োৱা আনৰ কথা নোসোনিবা মানুবোৰ এনেকোৱাই❤❤❤❤

  • @comedymasterab6962
    @comedymasterab6962 4 месяца назад +25

    অসমৰ মানুহবোৰ এনে কোৱাই ।কাৰো ভাল হোৱা নিবিচাৰে। এনেকোৱ মানুহবোৰক পাগল বোলিব পাৰি।

  • @Dimpi_chutia
    @Dimpi_chutia 4 месяца назад +29

    Puja bak dhuniya lage😍🥰

  • @bhagyadhardas1150
    @bhagyadhardas1150 4 месяца назад +4

    She is soo simple and decent ♥️♥️Mur fave youtuber♥️

  • @blackboy8201
    @blackboy8201 4 месяца назад +3

    কেঁচা পাঁকঘৰ আমাৰো ভাল লাগে | আচলতে তোমাৰ ভাল হোৱা দেখি হিংসা কৰে চকুচৰহা এইবোৰ | ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @ratuldas4335
    @ratuldas4335 4 месяца назад +6

    ভালেথাকিব সদায় আপোনাৰ ভলহক❤

  • @bhairabideka2023
    @bhairabideka2023 4 месяца назад +37

    গাঁৱত কিছুমান চকু চৰহা মানুহ আছে বহুত একো নাই তুমি আগুৱাই যোৱা সেইবোৰক দেখি বেছি ভাল কাম কৰি যাবা❤

    • @Appika-io6hq
      @Appika-io6hq 3 месяца назад +1

      Gaot nhy town r mhunu o

  • @DuluBora-pq3to
    @DuluBora-pq3to 4 месяца назад +17

    মাটি পাকঘৰ বহত ভাল লাগে,🙏🙏🙏

  • @budhindoley96
    @budhindoley96 4 месяца назад +5

    Puja baak hodai support. Love from gohpur❤❤❤.

  • @priyankanath1347
    @priyankanath1347 4 месяца назад +5

    বহুত ভাল পাওঁ pujaa baa❤

  • @JintuDeka-o4z
    @JintuDeka-o4z 3 месяца назад +3

    সদায় মনটো ডাঙৰ হব লাগে সিহতে তুমাৰ ভাল হোৱাটো কামনা নকৰে বা

  • @babysaikia8380
    @babysaikia8380 4 месяца назад +9

    Bor mrm loga dei tumi puja eman dhuniya kotha bur huni khub bhal lagil

  • @H....Mahanta
    @H....Mahanta 4 месяца назад +1

    বিৰাত সহজ সৰল লাগিল কথা খিনি আৰু আগুৱাই যোৱা তাৰে কামনাৰে ❤❤❤❤❤

  • @anjanagogoi6105
    @anjanagogoi6105 4 месяца назад +2

    বহুত ভাল লাগিল ,আগুৱাই যোৱা শুভেচ্ছা থাকিল ❤️❤️।

  • @porishmitaborah5726
    @porishmitaborah5726 4 месяца назад +15

    Himaashri ba tumi hokot hoisa kintu dai,
    Bhut glow kori ase vedio tu saute ...vl lgise episode tu❤😢

  • @jagannath...deka..65
    @jagannath...deka..65 2 месяца назад +1

    সহজ সৰল আমাৰ দৰঙৰ ছোৱালী ❤️
    আগুৱাই যোৱা পূজা 🙏

  • @AnnoyedFox-cz3dr
    @AnnoyedFox-cz3dr 11 дней назад

    নামৰূপৰ পৰা বহুত বহুত মৰম ❤❤

  • @AnupamSutradhar-sp8we
    @AnupamSutradhar-sp8we 21 день назад

    ইমান নকো ,,কিন্তু বহুত অনুৰাগী ৰ মাজত মইও এজন আপোনাৰ অনুৰাগী হৱ.মাত্ৰ ভালে থকা আপুনি.❤

  • @Anamika-choudhury--munu
    @Anamika-choudhury--munu 4 месяца назад +2

    Buhu dinr pora rokhi asilu.. Fanily pai golu 😍😍😍.. Puja baa sdy aguwai juwa.. Mnhur km ki kune ki krise kune ki kora nai take mnhue khusuri thke.. Blgr kotha bad diya.. Life Tu tmr gotike tumi tmr mote sola... Sdy video bnai thkiba 😘😘 love you puja baa... ❤ love from bongaigaon❤

  • @krishnaBorah-d3u
    @krishnaBorah-d3u 2 месяца назад +2

    Puja ba Tumi anekoi hodai agbahi juya♥️♥️♥️🥰🥰🥰🔥🔥🔥🌹

  • @dipaliburagohain5996
    @dipaliburagohain5996 4 месяца назад +10

    Puja nakandiba be happy God bless u

  • @parinaborah5981
    @parinaborah5981 Месяц назад

    সহজ-সৰল খুউব এজনী মৰমলগা ছোৱালী।❤

  • @trailokyatalukdar9695
    @trailokyatalukdar9695 4 месяца назад +7

    পুজা আগবাঢ়ি যোৱা ।নিগেটিভ চিন্তা অকণো মনলৈ নানিবা।

  • @upasanadevi2561
    @upasanadevi2561 4 месяца назад +2

    Suwalijoni buhut xohoj xorol eman amaiyik val lage agbahri juwa maina 🥰

  • @upamaofficial5129
    @upamaofficial5129 4 месяца назад +5

    😢পূজা বাৰ মা দেউতা ৰ কাহিনী আৰু মোৰ মা দেউতাৰ কাহিনী একেই। মোৰ নিজৰ মা দেউতা কথা কোৱা যেন লগিছে। 😢

  • @MadhusmitaDeka-vp4pn
    @MadhusmitaDeka-vp4pn 4 месяца назад +193

    Age tu khunilo 23😂😂😂 aru kuna kuna khunisa 😅😅

    • @munniiiiiiiiii
      @munniiiiiiiiii 4 месяца назад +3

      Moi xuniisu 😂😂😂😂😂 moi kanot mbl tu loi xuniisu 😂😂😂❤❤❤❤ moi bar video saii bht vl paw ❤❤❤

    • @Niharika-Doley
      @Niharika-Doley 4 месяца назад +4

      𝗠𝗼𝗶𝗶 😂

    • @MadhusmitaDeka-vp4pn
      @MadhusmitaDeka-vp4pn 4 месяца назад +1

      @@munniiiiiiiiii moi o 3 br mn kant loi khuniso

    • @munniiiiiiiiii
      @munniiiiiiiiii 4 месяца назад +1

      @@MadhusmitaDeka-vp4pn hihihihi 😁

    • @rintusubadar2130
      @rintusubadar2130 4 месяца назад +2

      Moi u hunilu 😂

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr 3 месяца назад

    বহুত ভাল লাগিল অনুস্থানতো চাই জীবনত সংগ্ৰাম থাকিবই আগবাঢ়ি যোৱা সফল সবা ।সিমাশ্রিলৈও বহুত বহুত মৰম থাকিল লগতে কেমেৰাৰ পিছ ফালে থকা বিযক্তি জনলৈও বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিলজীবনত আগবাঢ়ি যোৱা সকলো ❤❤😘😘💖💝

  • @AnupamRay-t1r
    @AnupamRay-t1r 4 месяца назад +5

    বহুত অপেক্ষাৰ ফলত আজি video টো চাব পালোঁ😭😫❤️

  • @gargidevi3119
    @gargidevi3119 3 месяца назад

    পুজা আগুৱাই জোৱা আনৰ কথাত গুৰুত্ব নিদিবা❤❤❤

  • @surajitboro7056
    @surajitboro7056 3 месяца назад +2

    Podcast tu sai bohut besi val lagile...From Boko, Kamrup❤❤

  • @pinakimahanta11
    @pinakimahanta11 4 месяца назад +6

    Pujai hahi thake seikarane val lage..eman morom loga

  • @_Debashri_
    @_Debashri_ 4 месяца назад +6

    Puja ba tumi strong huaa❤😊

  • @runumigogoi-zg2ro
    @runumigogoi-zg2ro 4 месяца назад +2

    কেচা পাকঘৰ বহুত ভাল লাগে❤❤😊

  • @NabinboraJan
    @NabinboraJan 3 месяца назад +1

    পূজা বা কিয় কানিচা❤❤😢😢😢😢😢❤❤❤

  • @RiyaRajkhowa-h8c
    @RiyaRajkhowa-h8c 21 час назад

    Kuwai koi thakibo tumi mathu aguai juwa❤love from❤tinsukiya

  • @Triggu353
    @Triggu353 4 месяца назад +10

    Baa prabin borah daak matiba na please teur interview bohute luwai nai matiba sun please ❤😭

  • @rekhagogoi9098
    @rekhagogoi9098 4 месяца назад +3

    Kesa pakghor bohut dhunia eyar madokotai balage👌👌👌🙏

  • @lanasmitarabha230
    @lanasmitarabha230 4 месяца назад +5

    Bhut dhuniya 🤗 himashri ba puja ba bhut besi dhuniya lagil tmalkr episode tu saiii 😢😢😢😢moiyu aitu bikhyot bhut besi ke mori mori jiyai asu njanu.mur o akha puron hb ne ni😢

  • @PriYam_0321
    @PriYam_0321 4 месяца назад +16

    Puja ba best cooking vedio bonai kintu dey moi Ataw vedio skip nkru SB vedio a saw ❤Agbahi juwa Puja ba tmi 😊

  • @BorakhaGogoi-e1s
    @BorakhaGogoi-e1s 4 месяца назад +5

    Bht mrm Puja ba loi aru agbahi juwa ❤️

  • @DipsikhakalitaPihu-mu6gp
    @DipsikhakalitaPihu-mu6gp 4 месяца назад +3

    Puja bak bht val lge😊❤

  • @arupdas1436
    @arupdas1436 4 месяца назад +1

    ভন্টি,,,,, খুব ভাল লাগিল আগুৱাই যোৱা ।🎉❤

  • @MSonowal-yi4mt
    @MSonowal-yi4mt 3 месяца назад +1

    ,ভাল লাগে মেম সকলোকে সহায় কৰাৰ বাবে

  • @Polakhi_Dowari
    @Polakhi_Dowari 4 месяца назад +2

    Bohut morom puja Ba Tumarloi🥺❤️aguwai juwa Tumi Hodai🫶

  • @LizaRk.5002
    @LizaRk.5002 4 месяца назад +2

    Puja ba bohut moromor❤🥺

  • @rijudeka3417
    @rijudeka3417 4 месяца назад +1

    পুজা বহুত ধুনীয়া ❤❤

  • @ankanvlogs954
    @ankanvlogs954 4 месяца назад +4

    বহুত বহুত ধুনিয়া❤

  • @DibjyotiTaid
    @DibjyotiTaid 4 месяца назад +3

    Pujar video ami sai taku.pujar video bur sai bohut val lage.

  • @TapashyaBorah101
    @TapashyaBorah101 Месяц назад

    Bohut bohut morom tumaloi pujaa baa❤❤❤❤❤

  • @jeemonigogoi3455
    @jeemonigogoi3455 4 месяца назад +2

    Bohut val lagile interview tu sai baa❤❤

  • @kameswarnarzari
    @kameswarnarzari 2 дня назад

    ❤❤❤❤❤❤❤bohut val lagil sai baa kandibow ulai gol sai sai kotha bur khuni

  • @uniqueassamesegirlfromuld5561
    @uniqueassamesegirlfromuld5561 4 месяца назад +1

    মইও আগুৱাই যাব বিচাৰো বহুতে বহুত কয় বা মইও শুনো love from kalaigaon Udalguri 😊😊❤ puja ba

  • @sushilkonwar7012
    @sushilkonwar7012 Месяц назад

    তোমাৰ ঘৰ -- তোমাৰ ঘৰৰ চৌ পাশে থকা পৰিৱেশ -- যি পৰিৱেশ চাই চাই -- কন্তেন্ত বনুৱা -- বেচ সুন্দৰ

  • @ArupBora-rw6lj
    @ArupBora-rw6lj 27 дней назад

    Tumi aguwai juwa puja.pisoloi ghuri najaba

  • @bandanaborgohain1642
    @bandanaborgohain1642 3 месяца назад

    বৰ মৰম লগা ছোৱালী ❤ আগুৱাই যোৱা

  • @Trisha-ym5dk
    @Trisha-ym5dk 4 месяца назад +1

    Kone ki koi bad diya,Khomajot negative aru positive dui dharanor manuh ase. Tumak beya poa manuh ot koi bhal poa manuh besi ase any way agowai joa.. Goodluck ❤❤

  • @puranjonboruah1747
    @puranjonboruah1747 4 месяца назад +5

    Val lagil video2

  • @banashreekalita9229
    @banashreekalita9229 3 месяца назад

    বা তোমালোকৰ ঘৰত এদিন ভাত খোৱাকে যাম ❤ বহুত বহুত মৰম থাকিল তোমালৈ পূজা বা

  • @NivaBora-
    @NivaBora- 4 месяца назад +1

    বৰ সহজ সৰল ছোৱালী জনী।❤️

  • @DipamonisaikiaDipamini-ib4vx
    @DipamonisaikiaDipamini-ib4vx 4 месяца назад +2

    Puja ba r vidoe moi bhut saw 💓 khub besi vl lge tumk 💓hdai aguai jua 💓aru notun notun video de thkiba blge nsle u moi sm 😌

  • @NajiraParbin-yy5vq
    @NajiraParbin-yy5vq 4 месяца назад +4

    Bhut vl lage Puja mainar video bilak sai

  • @hirakjkalita4158
    @hirakjkalita4158 4 месяца назад

    June tenekoi koi hihote najane je gaor poribekh tu kimn ji vl lge Puja baak bohut vl lge ❤❤❤ bohut bohut mrm tumaloi Puja baa

  • @Madhusmita-d5m
    @Madhusmita-d5m Месяц назад

    কেঁচা পাকঘৰ বহুত ভাল লাগে পুজা বা ❤❤❤🥰🥰🥰😍

  • @AnnoyedBadminton-ih2fu
    @AnnoyedBadminton-ih2fu Месяц назад

    Puja baa তুমি বহুত ভাল ❤❤❤