কিয়? || Kiyo || Why || New Assamese Short Film 2024 || Astha Production
HTML-код
- Опубликовано: 2 окт 2024
- বহু আশা,অতি উৎসাহেৰে আমি "Astha Production" আহিছো আপোনালোকৰ মাজলৈ এখন নতুন সুন্দৰ,ব্যতিক্ৰমী তথা বাস্তৱধৰ্মী কাহিনীৰ ছুটি ছবি "কিয়?" লৈ। আপোনালোকে এই ছুটি ছবি খন চাই কেনে পালে জনাব,ভাল পালে আনলৈও লিংক যোগে পঠিয়াব,Like কৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো Subscribe কৰি আমাক আগুৱাই যোৱাত সহায় কৰিব।🙏 আগন্তুক দিনবোৰতো এনেধৰনৰ বিভিন্ন ছুটি ছবি আপোনাকলৈ আগবঢ়াই যাবলৈ আমি অপ্ৰান চেষ্টা কৰিম।🙏
আপোনালোকৰ মৰম,সহাৰি, আশীৰ্বাদ আমাৰ কাম্য।।❤️
Casting:
Bijay krishna sarmah, Banalata nath, Popi kalita, pranjal nath, Mahesh deka, kalpajit sahariah, Raju senapati ,Mr. Vashu, puja deka, shilpishikha Nath, Purabi Deka
Written by:
Manash jyoti Borah(MNS)
Produced by:
Maram jyoti konwar
Directed by:
Pranjal Nath
Asst. Director:
Raju senapati , Kalpajit sahariah
DOP:
jr. Bijay
Editing & Colour grading:
Malay deka
Studio:
Bright spot Studio
Background score & Mix Master by:
Gunjan kumar
Male Humming:
Gunjan Kumar
Female Humming:
Barasha Bharatee
Background Voice:
Rj Bitupan Baro
Dubbing:
Rj Bitupan Baro & Gunjan Kumar
Makeup by:
Joya Deka, Trishnapriya
Song
Title: Xopun Bur Hol Adhorua
Lyrics: Rj Bitupan Baro
Vocals & composition: Gunjan Kumar
Music & mix master : Gunjan Kumar
Special thanks to:
Gautam kumar, Chanakya rabha, Ankur Bora, Pulak Hazarika, Mrigen Deka, Hitesh Nath, Barnali rabha, Tafik, Ainul, Naren Sahariah, Vijit, Mridul Deka, Nandita, Mrinmay Deka, Umesh Ch. Bora, Abhinash, Bikash Saharia , Sourav , Prokash Sahariah, Mahesh Deka, Jyotishman sahariah, khira saikia Deka
Other social platforms:
Facebook/Instagram: Astha production
Media partner :
Kalaigaon live, The Newshour Axom, Times of Accuracy , EN News, MD News, M.H 24live, ISHA 24×7, News 24 Axom, Report Daily News, Suhana live News,
#kiyo
#asthaproduction
#BestAssameseWebFilm
#WebFilmAssam
#AssameseWebFilm
#WebFilm20232024
#WebFilm
#NewWebFilm
#Assameseshortfilm
#AssameseRomantic #Shortfilm
#Assameseshortfilm2023
#NewShortFilm
#Assameseshortfilm
#AssameseshortmovieAssam
#Assamesesong
#Assamesewebseries
#Assameseromanticsong
#Assameseromanticmovie
#sadstory
#romanticstory
#newromantic
#Assamesestory
#NewShortMovie
#AsthaProduction
#AProduction
#Music
#AsthaProductionshortfilm
#AProduction2024
#newshortmovie
#awardwinningShortfilm
#bestAssameseshort
#film
#awardwinningmovie
#newshortfilm
#newshortfilm2023
#BestAssameseShortFilm
#RomanticFilm
#ShortFilmNew
#chupachupi
#mrvashu
#kola
#khatidarrangia
#pujamaina
#medam
© Copyright deserved to ASTHA PRODUCTION
Associate with :
Astha Diagnostic center, Khati Darrangiya , Kola, Bright Spot Studio , Entertainment with Raju, Cake Zone ,Mr.vashu, Puja Maina.
*****THANK YOU******
বৰ হেঁপাহেৰে লিখা এটি কাহিনী। "প্ৰাঞ্জল"ৰ পৰিচালনাৰে আৰু বন্ধু "মৰমজ্যোতি"ৰ প্ৰযোজনাৰে আপোনালোকৰ মাজলৈ আগবঢ়ায় দিলো "কিয়"।
ছবিখন আপোনালোকে আকোঁৱালি ল'ব বুলি যথেষ্ট আশাবাদী ❤
বহুত ভাল লাগিল manash. 👍👍👍
Val lagise 🎉
প্ৰাঞ্জল দাৰ এটা শব্দৰ উচ্ছাৰণ অলপ ভুল হোৱা যেন লাগিল মোৰ।কিমান কৰিম আৰু, মই ইয়াত লাগি থাকিলে কামলৈ কোন যাৱ, ঘৰ খন চলিৱ কেনেকৈ। কিন্ত্ত উচ্চাৰণটো চলিৱ ঠাইত থলিৱ শুনা গৈছে।
Good concept
Khub dhuniya ❤
Puja mainak sai kune kune sab ahise like kora❤
Moi
Dislike krisu de
❤ধন্যবাদ❤
বহুত বেছি মৰম দেই❤
@@pujamaina ❤️❤️
Moii ahisu
আশা কৰো বহুত বেছি মৰম দিব, বহুত বেছি কষ্ট কৰিছো,Filmখন শেষলৈ চোৱা বাবে বহুত বেছি ধন্যবাদ❤
Xeibuli tenek Kiyo kanda,,Moi kiman kandisu sai Moi he janu.. aru jodi kanda saba kin2
@@pujamaina tmr voice , tmr acting sab prfct 😘
@@marjinabegum3399 ❤️
১২ আহিনৰ পৰা কোন কোন আহিছে চাও,,যদি ১২ আহিন ভাল লাগিল লাইক কৰি যাওক❤❤
বহুত দিনৰ কষ্টৰ ফলত এই ছুটি ছবি খন আজি সম্পূৰ্ণ হৈ উঠিছে, গতিকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ❤ আৰু ভাল বেয়া কমেন্ট কৰি জনাব 🙏
Bhut dhuniya hoise ❤️ bro 🥰
❤️❤️💓
Chaliya hoisi
12 ahin sai sabo ahilo
Puja mainak sai kune kune sab ahise like kora❤❤❤
12 ahinn sai kunne kunne sabolyh ahisyh🥰🥹
Moiu🥱
বহু অপেক্ষাৰ অন্তত আপোনালোকলৈ আগবঢ়ালোঁ আমাৰ চুটি ছবি খন।
কেনেকুৱা পালে জনাব নাপাহৰিব।
লগতে share এটা কৰি দিব বুলি আশা ৰাখিলোঁ।❤❤❤❤❤
Puja bak kune kune val pua ata like🥰😍
𝐗𝐚𝐬𝐢 𝐩𝐮𝐣𝐚𝐫 𝐯𝐢𝐝𝐞𝐨 𝐛𝐨𝐫 𝐬𝐚𝐢 𝐛𝐡𝐭 𝐯𝐥 𝐥𝐠𝐞...🥰
Moi like nkru biya he koram Puja deka k
Mor namo puja 😂
Kot ghor Pujar????
Puja baa Val powa mnuh bor like kora ❤❤
❤❤❤❤
Bhut dhuniya hoise , Raju ❤❤ keep it up
Thank you so much vai 🥰
ধন্যবাদ ❤️🙏
ইয়াতে খাতি দৰঙীয়া কিমান জন আছে like কৰা☺
Val lagil kahini tu
বহুত ধুনীয়া লাগিল দেই।
কাহিনী, পৰিচালনা, ভিডিঅগ্ৰাফী, মিউজিক খুব ধুনীয়া হৈছে।
সঁচাকৈ চুপা- চুপীৰ পাছত এখন ধুনীয়া ছবি আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে "Astha Production" ক বহুত বহুত ধন্যবাদ।
বহুত সোনকালেই আমাক 2য় খণ্ডও লাগে।
মোৰ ভাল বন্ধু ৰাজুৰ লগতে সকলোৱে আৰু আগুৱাই যোৱা তাৰেই কামনা কৰিলো।
ধন্যবাদ.....🙏
বহুত বহুত ধন্যবাদ ❤️🙏
Jr bijay is 🔥 in this videography ❤🎉
এয়া হয়তো এটা কাহিনী কিন্তু বাস্তৱ জীৱনটো আজিকালি এইবোৰ ঘটনাই ঘটি থাকে । সকলোৰে জীৱনত এনেকুৱা এটা সময় সকলোৰে আহে, মোৰো আহিছিল । মোৰো প্ৰেম হৈছিল কাৰোবাৰ লগত । আজি চাগৈ মোৰ জনিও আন কাৰোবাৰ ধুনু হৈ আছে 💔
❤️
ৰাজ বহুত ভাল লাগিল সচাকৈ তোক কন্দা দেখি বুকুখন বিষাই গল ....বাকী তোৰ অভিনয় বহুত বহুত ধুনীয়া আগলৈ আৰু ভাল ভাল কাম কৰি যোৱা শুভকামনা সদায় আছে❤❤
কাহিনীৰ যোৰ আছে কিন্তু ,, আগলৈ আৰু কিবা নতুন পাম বুলি আশা থাকিল ,, কিন্তু এটা ভয় লাগিছে মোৰ জনী দুভাগ ৰাতি কাক বা দুৱাৰ খুলি দি আছে ,, ঃ
নিশ্চয় 🙏
Bitupan da dhuniya lagil Sai next part lage ❤❤
Mr vashu pora Kune Kune ahise like kori diya
Val lagil Raju... ❤❤
Raju da , Bahut dhuniwa acting karisa dei aru anedre Kam Kari jowa
সম্পৰ্ক শেষ হলেও, সঁচা ভাল পোৱাৰ শেষ জানো হয়, ভাল লগা কাহিনীবোৰ সদায় আধৰুৱা......😌🖤🥀
Val lagil sai
অপেক্ষা কৰা 2য় খণ্ড আহি আছে।
@@ShauravVlogs নিশ্চয় 💓
বহুত hard❤ হৈছে দে 😂😂😂 ভাল লাগীল চাই আকৌ এনেকুৱা flim বনাব মইনা আগুই জাই থাক❤❤❤❤❤❤❤❤❤❤
👍
অতীতৰ কথা মনত পৰি গল 😢 মোৰো আছিল এদিন এনেকুৱা এটা প্ৰেম কাহিনী 💔 Miss You U💔
❤️
Puja baar first short flim hisape acting bohut dhunia hoise🥺
বহুত ধুনীয়া লাগিল🥰আশা কৰাতকৈ বেছি ভাল লাগিল❤সকলোলৈকে বহুত বহুত শুভকামনা, আগুৱাই যোৱা🥰 সকলোৱে আকুৱালি লব বুলি আশা থাকিল❤❤❤
কাহিনী কিন্তু অপূৰ্ব , সোৱাদৰ সীমা নাই কেমেৰা মেন আৰু এডিট কৰা ভাল হৈছে শুভেচ্ছা থাকিল সকলোলৈকে শিৱসাগৰৰ নামটিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম ❤
ধন্যবাদ ❤️
দেৰিকৈ হলেও video to চালো Val লাগিল ❤❤❤
Puja mainar hopun asil short film acting kora.hopun puron hol tumar enekoie hodai agbahi jua.sai val lagil.tumar vlog bilak Sai bohut val lage.
পাত ২ নৱৰ খন বনাবলে হ ই বেছি ভাল লাগিল হয় দেই দাদা বহুত ভাল লাগিল দেই😊❤🎉
Raju da nice
Wowww dhuia,As a new production A+ performance
Bhal lagil sai Aru aguwi juwa Amr locel Eriya support koribo lage ❤
Well done team Astha 🎉🎉🎉🥰.......story, music, acting n location sob dhunia hoise ......
সঁচা কাহিনী 😊 very good story 🎉
Bhut val lagise Puja aru aguwai jowa 😍😍
Kahini to mor lgt same 😢 ane lagil kahini to mor a hoi
মানস দাৰ কাহিনী মানেই এক নতুন সোৱাদ❤
কিন্তু Short film খনত মানস দা থকা হ'লে বেছি ভাল লাগিল হয়😢❤
কাহিনী এনেকুৱা হে হব লাগে। তাতে আকৌ গোটেই কেইটা অভিজ্ঞ অভিনেতা যেন লাগিছে। ইমান ভাল লাগিছে। Background music humming বাঁহ কলিজা চুই গল। ৰাজু দা বৰ ধুনীয়া অভিনয়। আশা ৰাখিলোঁ আৰু এনেকুৱা video পাই থাকিম। সঁচাই বৰ ধুনীয়া লাগিল চাই থাকোতে চকু পানী ওলাই গল
Dhunia nohobo kio, Manash dai likhise❤🎉
ধন্যবাদ ❤️
Dali batir hopot😂😂😂😂😂😂very funny 🤣
সেই বাবে টো ভাল পোৱাৰ কোনো,, দাম নাই ,, ঘৰৰ কথা তে যদি নিজৰ আপোন জনক এৰি দিয়ে ,ভাল পোৱাৰ কোনো অধিকাৰ নাই,,
Puja baa apuni kandile vl nalage ❤
Next part.......>>>>>>>✅
চাই ভাল লাগিল । কিন্তু এটাই বুজি পালো সঁচা ভাল পোৱা কেতিয়াও success নহয় এইটো কেতিয়াও কৰিব নালাগে ককাই বা ঘৰ মানুহে কাৰণ ছোৱালী জানিও এটা ভৱিষ্যত থাকে ।
ধুনীয়া হৈছে ছুটি ছবি খন...❤❤
আস্থা সদায় আছে আৰু থাকিব আমাৰ. আৰু বহুদুৰ আগবাঢ়ি যাওক আস্থা প্ৰডাকচন.🥰❤️
😍❤️
Raju dada acting dhunia💗
Bohut val lagil ❤ xundar uposthapon ❤️
2nd Part কোনে কোনে বিছৰা Like কৰা❤🎉
Bohut dhunia lagil raju bhai ❤❤❤
𝐁𝐨𝐡𝐮𝐭 𝐯𝐚𝐥 𝐥𝐚𝐠𝐢𝐥 𝐩𝐮𝐣𝐚 𝐦𝐚𝐢𝐧𝐚 𝐛𝐚 𝐧𝐞𝐱𝐭 𝐩𝐚𝐫𝐭 𝐭𝐮 𝐡𝐮𝐧𝐤𝐚𝐥𝐞 𝐥𝐚𝐠𝐞❤❤❤❤❤
Puja ba main ❤️🔥
অতি সুন্দৰ প্ৰদৰ্শন ❤😊 মন চুই যোৱা এখন চুটি ছবি ❤
Video 2 swar agt dhuniya buliye comment atai dilo krn mr vaity bur ase tat 😅
ধন্যবাদ বাবু ❤️
বহুত ভাল লাগিল চাই | দ্বিতীয় খণ্ড পাম বুলি আশা থাকিল 🎉❤
Gutei keitar acting dhunia hoise....❤.val lgil story tu ..❤ specially Raju, Puja , Purabi.. finishing is very sad... 😢😢kandi dilo😢😢
ধন্যবাদ ❤️
❤❤val hoise, Beautiful day to the life story! Dialogue tu val lagil "Soyabin k mangsho buli khua aru GF k Wife buli kua eke kotha"...!!😂
ধন্যবাদ ❤️
Hero জনৰ ঘৰ কত বাৰু উজনি অসমৰ ফালে নে কি বাৰু ? এবাৰ আমাৰ ধেমাজিত লগ পাইছিলোঁ একেলগে আমি চিলাপথাৰৰ পৰা বাটঘৰীয়া আহিছিলো🥰 🥰 বহুত ধেমেলীয়া লৰাজন 1 ঘণ্টাৰ ৰাস্তা কেনেকৈ অচিনাকি লৰা জনে আমাৰ পিছৰ চিতত বহা চাৰিজন ব্যক্তিক হঁহুৱাই লৈ গৈছিল গমকে নাপালোঁ,🥰 কিন্ত লৰাজনে নাম তো bhabesh বুলি কৈছিল চাগে সেইটো মিছা কৈছিল , নাম তো ইয়াত নাপালোচোন, যা নহওক থিয়েটাৰৰ কামত অহা বুলি কৈছিল , তাৰ অভিনয় কিন্তু কিছু বাউ লাগিছে 🥰 আৰু ভাল হব🥰
বিশেষকৈ এটা ভাল লাগিল আপোনালোকে এটা ৰিক্স লৈছে যে শকত মানুহৰ প্ৰেম হব পাৰে , শকত মানুহেও hero হব পাৰে , শকত মানুহেও কান্দিব পাৰে , hero বুলি কলে সাধাৰণতে অহা ধাৰণা তো এই ফিল্মখনৰ দ্বাৰা সলনি কৰিছে , আৰু শকত বুলি কমেণ্ট কৰা কেইজনক কৈছোঁ তাৰ অভিনয় চাওক যিয়ে নহওক ধন্যবাদ জনালোঁ🥰
অভিনেত্ৰী জনী এজনী ভাল ইউটুবাৰ আৰু ভাল অভিনেত্ৰী বুলি জানি ভাল লাগিল🥰 যদু হোৱা লৰা জন প্ৰায় দেখিয়েই থাকো ইউটুবত🥰 প্ৰথমতে দিয়া কন্ঠতো উফফ মজ্জা🥰 আৰু বহুকেইজন চিনাকি মুখ আৰু ভাল অভিনেতা অভিনেত্ৰীৰ অভিনয় চালো, শেষত প্ৰযোজক আৰু পৰিচালকক ধন্যবাদ জনালোঁ🥰 ভালে থাকক আপোনালোক , গেপ নিদিব ভিডিও দিয়াত ভাল হব🥰
ধন্যবাদ ❤️🙏
সঠিক নামটো ভবেশ, কিন্তু মানুহৰ মাজত জনপ্রিয় হোৱা নামটো ৰাজু 🥰নামটো মিছা কোৱা নাছিল 🥰🥰
Bhut val lagile sai . Agle aru val val video pam buli akaha krilo. 2nd part lage .
❤❤
First ❤😊voice tu vl lgise bitupon daa
Fali disa Raju
Dhuniya bahut vl lagil sai.anedare aguwai jowa tomalok... ❤❤❤
ধন্যবাদ ❤️
Puja bah Bohut duniya lagil video tu sai ❤❤😢
Ami horur porai maa papa lgt h thku. Mjte love hoi brk up huar pasot maa papa r mukholoi sai nijok aguwai niyai val. Teulukot koi important kunu hbo nuare. ❤
❤️❤️
বৰ ভাল লাগিল এনেকৈ আগুৱাই গৈ থাকা তাৰে কামনা কৰিলোঁ ।😊 ❤
Val lagise sai ❤❤❤😢
ভাল লাগিল🥰
গোটেই কেইজনৰ অভিনয় ধুনীয়া হৈছে সুন্দৰ কাহিনী ❤❤❤❤
ধন্যবাদ ❤️
Puja baak bohut val lage❤
এটা বেয়া সপোন আছিল সেই সময় বোৰ মোৰো ..ii ❤😘
Puja baa r lgt nimilile o lora tu 😅
Outstanding performance by each and everyone.. Keep it up❤🎉God bless you alll 🥰
Thank you so much
Iman xohojote har mani gole keneke hbo..vll paisu jtya nomora loike logot thakim ,ghrr mnuhe mari pelaleo eri nidiw xiyak ...jodi eriyei diw ttyahle ki vl pwa hol 😅❤
Ketiya ba nijor jonmo diya ma papa r Karna aribo loga hoi jai moi u val pai silu karubak 3 boros Val puwa moi maa r karone aridilu
next part pam buli আশাবাদী ❤
Nice short film 📽️
Abhinay dhuniya hoise dei sai val lagile
My cute baa joni 😘❤
ধুনীয়া হৈছে ❤❤❤🎉
😊❤
ধুনীয়া হৈছে ছবি খন ❤ ৰাজু তই আৰু আগুৱাই যা 🙏🙏😊
Kune kune jaba puja bar ghorot 😂😂😂😂😂😂 mor ata log ase xeifale jam ro adin
puja r acting nu beya lagibo ne,taai thoka karne he saisu.,tai thoka khini akow dui tinibar skip kori saisu mrm lga ovinoy kotha xokolu bur ❤,film khn 6 baar hol sua taik saleu hepah nopolai ❤
Vasu R Acting Bhut Val Hoise
😁
সুন্দৰ কাহিনি আৰু অভিনয় 😊 ভাল লাগিল 😊 আগুৱাই যোৱা 👍
ধন্যবাদ ❤️
2nd part lge .kak kak lge like kra
Majjaa majjja raju super hitttt ,,,,2nd episode lge jaldi
Rajuuu tumi joiiii❤
Very good ❤❤❤
Puja bak bahut val lge..love you puja ba ❤
Bahut dhuniya hoise❤ next part xunkale dib
Dhuniya hoise raju da ❤aguwai juwa tumi ❤
Bhut vall lgil 😂😂
raju vii❤ kaikara
Nxt ekhon manash dar lgt akeloge sabole pam buli akha thakil❤🎉
Dhuniyaa rajuu❤
Emn dhuniya lagil o sai...so emotional 😢😢😢😢