Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
শুনি থাকিলেও আমনি নালাগে ❤❤❤। আকৌ শুনি আছোঁ।
১৯৯০ চনৰ পাছৰ পৰা মহানন্দ মজিন্দাৰ বৰুৱাৰ বিহু গীত বোৰ বিচাৰি youtube চলাথ কৰি থাকো ।
@@rubulburagohain8878, মোৰ লগত আছে অলপ , Upload কৰিব পৰা নাই ।
@@rubulburagohain8878, ঘৰ ক'তনো আপোনাৰ? কেছেট আছে যদি জনাব ।
❤❤❤. 😂😂😂😂. ❤❤
কিমান যে বিচাৰি হাবাথুৰি খাইছো। অৱশেষত আপোনাৰ জৰিয়তে গীতটো পাই বহু আনন্দিত। ধন্যবাদ।
বহুত বছৰৰ পাছত গানটো বিচাৰি পাই বৰ ভাল লাগিল।আপোনালৈ অশেষ ধন্যবাদ। পাৰিলে এই কেচেটতে থকা -ব্ৰহ্মপুত্ৰৰ সিটো পাৰে শুনা সমনীয়া,বাৰীখনি পাতিছো কৰি মোহনীয়া,চাৰিফালে চাৰিজুপি আম, কঁঠাল, জাম,বিয়াখনি পাতি লৈ ,এটি দুটিকৈ খাম। গানটো বিচাৰি দিবচোন।
চেষ্টা কৰিম বাৰু । কিন্তু এই কেছেটটোত সেই বিহুগীতটোতো নাই । বেলেগ কেছেটৰ হ'ব।
বহুত মিঠা কণ্ঠ নিগৰাইছে আৰু পুৰনি বিহু গীত সমূহ শুনি সঁচাকৈ ভাল পালো 🙏
অশেষ ধন্যবাদ ।
কেতিয়াবা দেখিছোঁ আপোনাৰ ঘৰ ওলামগৈ। ক''ত পাইছে বাৰু? মুঠতে অশেষ ধন্যবাদ।
চিৰা চিৰিৰেকৰি অঞ্জলি বুকু মোৰ ফালিলা গানটো দিব
আছে, দিয়া হ'ব ।
বহুত ধুনীয়া বিহুগীত দাদা।এনেদৰে পুৰণী বিহুগীতবোৰ আপুনি দি যাব বুলি আশা কৰিলো 🙏 আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈকে ৰঙালিবিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।কৃষ্ণমণি নাথ দাৰ "ঐ জান ডাৱৰীয়া বতৰত পেদেল চাইকেল মাৰি গৈছিলো " গীতটো দিব আশা ৰাখিলো🙏।
অশেষ ধন্যবাদ। তোমালৈও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ । বিহুগীতটো আছে, দিম বাৰু ।
সকলোৱে সহায় - সহযোগ কৰিলে মই বহুত পুৰণি বিহুগীত Upload কৰিব পাৰো । কিন্তু channel ৰ পৰা গীত কপি কৰি নিজৰ chsnnalত দি থয় গৈ সেয়ে বেয়া লাগে । বহু কষ্ট কৰি ৰাতি ৰাতিটো কেছেটৰ ৰীল এডাল এডালকৈ চাফা কৰি গীত এটা শুনিব পৰা কৰি Upload দিয়া হয়, তাৰ পাছত চোৰবোৰে অনায়াসে কপি কৰি কভাৰ সলনি কৰি নিজৰ channelত নিজৰ কালেক্টচনৰ দৰে Upload দিয়েগৈ । বেয়া লাগি যায় ।
শুনি থাকিলেও আমনি নালাগে ❤❤❤। আকৌ শুনি আছোঁ।
১৯৯০ চনৰ পাছৰ পৰা মহানন্দ মজিন্দাৰ বৰুৱাৰ বিহু গীত বোৰ বিচাৰি youtube চলাথ কৰি থাকো ।
@@rubulburagohain8878, মোৰ লগত আছে অলপ , Upload কৰিব পৰা নাই ।
@@rubulburagohain8878, ঘৰ ক'তনো আপোনাৰ? কেছেট আছে যদি জনাব ।
❤❤❤. 😂😂😂😂. ❤❤
কিমান যে বিচাৰি হাবাথুৰি খাইছো। অৱশেষত আপোনাৰ জৰিয়তে গীতটো পাই বহু আনন্দিত। ধন্যবাদ।
বহুত বছৰৰ পাছত গানটো বিচাৰি পাই বৰ ভাল লাগিল।আপোনালৈ অশেষ ধন্যবাদ। পাৰিলে এই কেচেটতে থকা -
ব্ৰহ্মপুত্ৰৰ সিটো পাৰে শুনা সমনীয়া,
বাৰীখনি পাতিছো কৰি মোহনীয়া,
চাৰিফালে চাৰিজুপি
আম, কঁঠাল, জাম,
বিয়াখনি পাতি লৈ ,
এটি দুটিকৈ খাম। গানটো বিচাৰি দিবচোন।
চেষ্টা কৰিম বাৰু । কিন্তু এই কেছেটটোত সেই বিহুগীতটোতো নাই । বেলেগ কেছেটৰ হ'ব।
বহুত মিঠা কণ্ঠ নিগৰাইছে আৰু পুৰনি বিহু গীত সমূহ শুনি সঁচাকৈ ভাল পালো 🙏
অশেষ ধন্যবাদ ।
কেতিয়াবা দেখিছোঁ আপোনাৰ ঘৰ ওলামগৈ। ক''ত পাইছে বাৰু? মুঠতে অশেষ ধন্যবাদ।
চিৰা চিৰিৰেকৰি অঞ্জলি বুকু মোৰ ফালিলা গানটো দিব
আছে, দিয়া হ'ব ।
বহুত ধুনীয়া বিহুগীত দাদা।এনেদৰে পুৰণী বিহুগীতবোৰ আপুনি দি যাব বুলি আশা কৰিলো 🙏 আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈকে ৰঙালিবিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
কৃষ্ণমণি নাথ দাৰ "ঐ জান ডাৱৰীয়া বতৰত পেদেল চাইকেল মাৰি গৈছিলো " গীতটো দিব আশা ৰাখিলো🙏।
অশেষ ধন্যবাদ। তোমালৈও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।
বিহুগীতটো আছে, দিম বাৰু ।