Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bohut dinor xunilu, val lagil
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤উসঃ কি যে অনুপম গীত❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
হয়, অশেষ ধন্যবাদ ।
Hundor uposhthapon
❤❤❤❤
বহু দিনৰ পৰা এই গানটো বিছাৰি আছিলো । মোৰ বহুত প্রিয় এই গানটো।
অভিনন্দন জনালোঁ ।
Nice song ❤❤❤❤❤❤❤
Baki kita ganu dibosun, Mur bor priyo ai hilpijon
মইনামতী ২০০২ চনৰ মহেন্দ্ৰ হাজৰিকা দেৱৰ কন্ঠৰ "আমেৰিকাৰ পেন্টাগন" শীৰ্ষক হৃদয় চুই যোৱা বিহু গীতটি আছে যদি আপলোড দিব দাদা।
আছে।
সোনকালে শুনিবলৈ পাম বুলি আশা থাকিল @@puranibihugita
মহেন্দ্ৰ ককাই আৰু বিহু গান আছে যদি দিবছোন দাদা ৷
" মামণি" নামৰ বিহু কেছেটৰ গীত কেইটা আপলোড দিব পাৰিব নিকি? মহেন্দ্ৰ হাজৰিকাৰ। কিমান দিনৰ পিছত যে এই গীতটো শুনিবলৈ পাইছো আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ ❤❤❤❤
আছে convert কৰি আছো লাহে লাহে। দিয়া হ'ব।
মামণী কেছেটৰ বিহু কেইটা দিব চোন
উঁম, ঠিক আছে ।
বাকী কেইটা গান দিব চোন
মজা। চ'ততে মাতিলে চতুৱা চৰায়ে, পাৰিলে দিবচোন। ধন্যবাদ।