#Bhagwat_Path

Поделиться
HTML-код
  • Опубликовано: 28 янв 2025

Комментарии • 358

  • @shibosaloi8549
    @shibosaloi8549 29 дней назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাম ৰাম ৰাম ৰাম ৰাম, মাধৱ মাধৱ মাধৱ, কৃষ্ণ হৰি ৰাম, দয়াৰ সাগৰ কৃপাৰ সাগৰ কৰুনাৰ সাগৰৰ শুী চৰণত আমি বোৰে দাসৰো দাস দাসৰো দাস হৈ কায় মন বাক্য য়ে সেৱা ধৰি পৰি থাকিলো। প্রভূ ঈশ্বৰ গোসাই আপোনাক আৰু ভকত ভক্ত বৃন্দকো শুী চৰণত শত শত প্রণাম জনাই পদধুলি শিৰত লব পাম বুলি গণ্য কৰিলো। ওম নম্: ভাগৱতে বাসুদেৱয়। মধুময় ৰসৰ সমাজৰ মহৎ উপকাৰী ভাঙনি।

  • @bbroster70
    @bbroster70 4 года назад +7

    কৃষ্ণ বাপ ইশ্বৰ প্ৰণাম।আপোনাৰ ভাগৱত অমৃত কথাই আমাক মৃত্যু সঞ্জিৱনী দিছে যেন পাইছোঁ।ভাগৱত নিজেও পঢ়িছোঁ,আনতো শুনিছো,কিন্তু ইমান সহজ অথচ মধুৰৰো সুমধুৰ বাখ্যা কেতিয়াও শুনা নাই।আমাৰ পৰম ভাগ্য ৭৪ বছৰীয়া এগৰাকী বৃদ্ধাৰ শেষ সন্ধাত লগ পালো পুত্ৰসম কপিল ইশ্বৰক।মোৰ জনম সফল হোৱা যেন অনুভৱ হৈছে।আপোনাৰ মাতৃলৈকো সশ্ৰদ্ধ প্ৰণাম।অমৃতৰ সন্তান জন্ম দি আমাৰ দৰে পাপীৰ মঙ্গল সাধন কৰিছে।কৃষ্ণ প্ৰভু কুশলে থাকক।
    প্ৰভাৱতী বৰুৱা।

  • @bandanadas1139
    @bandanadas1139 4 года назад +4

    কৃষ্ণ বাপ ৰসৰ সাগৰ... প্ৰভু সুললিত কন্ঠে বিৰাজ প্ৰভু... বহু আপুৰোগীয়া জ্ঞান ভাষাৰ মধুৰতা...নাজানো কিদৰে ভক্তি সেৱা জনাম..বাপ আপোনাৰ আদৰ্শৰে অনুপ্ৰানিতহৈ ভক্তিভৰা সেৱা জনালোঁ...প্ৰভু জীয়াই থাকি আপোনাৰ জ্ঞানৰ দৰ্শনসমূহ অটুত ৰখাৰ বাবে অপ্ৰান যত্ন কৰিম...প্ৰভু আপোনাৰ প্ৰকাশপোৱা গ্ৰন্হভাগ মোৰ সমাজৰ ভকত ৱৈষ্ণবৰ আগত ব্যক্ত কৰি যাতে আপোনাৰ জ্ঞান অকমান বিলায় দিব পাৰোঁ....সেই মানসৰে গ্ৰন্হভাগ পোৱাৰ আশা কৰিছোঁ যিহেঁতু আপুনী বিভিন্ন দায়িত্বত থাকে সেই বাবে মনত পেলায় দিছোঁ...যাতে প্ৰভু দুখ নধৰে ....কৃষ্ণ প্ৰণিপাত জনালোঁ গ্ৰহণ কৰিব🙏🙏🙏🙏🙏কৃষ্ণ

  • @diptichetia2401
    @diptichetia2401 4 года назад +5

    কৃষ্ণ কৃষ্ণ বাপ।হে বাপ কপিল-দেৱহুতি পাঠ ভাগি অতি মনোৰম ।আমি ভাগ্যৱানে আপোনাৰ মধূময় কণ্ঠৰে নিগৰি অহা ব্যাখ্যা শুনি ধন্য হ'লো।মনুৰ নন্দিনী দেৱহুতি আই এগৰাকী সতী-সাধিকা নাৰী আৰুঅতি সৌভাগ্যশালী মাতৃ। যি আই গৰাকীয়ে কৰ্দম মুনিৰ ঔৰসত কপিল ভগৱন্তৰ দৰে পুত্ৰ সন্তান ঈশ্বৰ ভগৱন্তক সাধনাৰ দ্বাৰা লাভ কৰিলে আৰু নগৰাকী মহিয়ষী কন্যাক জন্ম দিলে।ইয়াৰ দ্বাৰাই আমি অজ্ঞানী মনুষ্যই ভগৱন্তৰ ৰহস্য ভকতিৰ তত্ব জানিলো।আচলতে সৎকৰ্ম সদাই জ্যেষ্ঠ জনৰ আজ্ঞা লৈ আৰু সৎভাৱে ভক্তি ভাৱে ভগৱন্তক অৰ্পন কৰিলে তাৰ ফল দেৱহুতি-কৰ্দম মুনিৰ দৰে পাব। আমাৰ সমাজৰ নতুন পুৰুষসকলে সংসাৰৰ আৰম্ভণিতে এই অধ্যায়টো নিশ্চয়ে শুনিব লাগে। তেতিয়াহে সৎসন্তান লাভ কৰিব পাৰিব। এই কথাবোৰ জ্ঞাত নোহোৱা বাবে সমাজৰ বহু পিতৃ -মাতৃয়ে সন্তানে কৰা কুকৰ্মক লৈ দুখঃ মনে জীৱন যাপন কৰিব লগা হৈছে।শ্ৰৱণ -কীৰ্তন ভকতিৰ শ্ৰেষ্ঠ পথ। গৰ্ভধাৰণৰ সময়ত ধৰ্ম সংস্কৃতিৰ কথা হ'ব লগীয়া মাতৃগৰাকীয়ে সাধু-সন্তৰ মুখেৰে ব্যাস সমাজ অৰ্থাৎ ভকত -বৈষ্ণৱৰ মুখে পাঠ কৰোৱাই শ্ৰৱণ কৰিলেহে মনোবাঞ্চিত ফল লাভ কৰিব ।শেষত সশ্ৰদ্ধ সেৱা আপোনালৈ যাচিলো কৃষ্ণ কৃষ্ণ।।

  • @uddabroy3283
    @uddabroy3283 4 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভূ l ৰাতিপুৱাৰ সেৱা ভাগি আপোনালৈ নিবেদন কৰিছোঁ l বাপ অতি মনোৰম আৰু সুন্দৰ বাখ্যা l প্ৰভুৰ এনে মধুৰ লীলাৰ কথা শুনি কৃতাৰ্থ হৈছো l সেৱাৰে কৃষ্ণ কৃষ্ণ l

  • @gitalineog6489
    @gitalineog6489 3 года назад +2

    কৃষ্ণ প্ৰভু প্ৰণাম আপোনাৰ এই অমৃতময় বাখ্যাৰ প্ৰতিটো অধ্যায়েই হৃদয়স্পৰ্শী আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম ।ঈশ্বৰে আপোনাক দিৰ্ঘায়ু কৰক।কৃষ্ণ ৰাম কৃষ্ণ প্ৰভু 🐚🙏🙏🙏🙏🙏🙏🙏🙏

  • @anjanarupadas6601
    @anjanarupadas6601 4 года назад +3

    🙏কৃষ্ণ।প্ৰভু ভাগৱতৰসৰ সাগৰ,হে কৰুণা সাগৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব।এই মায়াময় সংসাৰত জীবতাৰণৰ মহাষৌধ আপুনি আমাক প্ৰদান কৰিছে।বহুদিনৰমনোকামনা পূৰ্ণ হৈছে।আপুনি য়ে আমাৰ গুৰু,সৎ সন্ত,সুহৃদ বন্ধু প্ৰভু।কৃপা কৰিব।আপোনাৰ পৰ্যালোচনা ৰ স্পৃহা আৰু আমাৰ শ্ৰৱণ তৃষ্ণা কৰ্ণাঞ্জলী ভৰি পানকৰো। প্ৰভু কৰুণাময়ৰ কৃপাতে আপোনাৰ দৰেএজন মাৰ্গদৰ্শকৰ কৰুণালৱ্ধ হৈছো।আপোনাৰ ভাগৱতৰ সুৰ লয় কৰ্ণত বাজি থাকে।প্ৰভু এই ঋণ এই জনমত পৰিশোধ কৰিব নোৱাৰিম।পুনৰ সেৱা ধৰিছো।কৃষ্ণ 🙏

  • @ratuldeka3368
    @ratuldeka3368 4 года назад +2

    Krishno krishno prabhu hay mahavagowot tumar chorone pronam

  • @joyadevi2447
    @joyadevi2447 4 года назад +3

    কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ বাক্ষ্যা ভাগ্যৰ বলেৰেহে শ্ৰবণ কৰিবলৈ সুবিধা পাইছো অন্তৰেৰে ভকত ভগৱন্তৰ চৰণত সেৱা ভাগি অৰ্পণ কৰিছো । কৃষ্ণ কষ্ণ ।

  • @monilatahazarika3113
    @monilatahazarika3113 4 года назад +4

    হে প্ৰভু সেৱা গ্ৰহন কৰিব অভাগিনী আই গৰাকী কৃষ্ণ ৷

  • @mohonsaikia1433
    @mohonsaikia1433 4 года назад +3

    Jai shri krishna 🙏🙏🙏

  • @popidas3880
    @popidas3880 4 года назад +2

    Krishna Krishna bap.......apunr vgovat pthr niomiya shruta moi......

  • @binandadas9675
    @binandadas9675 4 года назад +3

    🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি ওঁম প্ৰভু মাধৱ পূবাৰ সেৱা জনালে গ্ৰহন কৰিব । কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু দেবহূতি প্ৰথনা শুনি আনন্দিত হলো ।আৰু আপোনাৰ কুশল মঙ্গল কামনা কৰিলোঁ প্ৰভু মাধৱ ।পূনৰ সেৱা জনালে । কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু 🙏🏼🙏🏼🙏🏼🙏🏼।ঃঃঃঃঃঃঃঃ।আপোনী দিয়া এই ৰূণ কেনেকৈ শোধাম পৰ জন্ম টো এই দৰে সেনাৰ শূভাগ কামনা কৰিলোঁ ।

  • @debendutta3945
    @debendutta3945 4 года назад +9

    কৃষ্ণ প্ৰভু সেৱা নিৱেদন কৰিলো । দেৱহুতিৰ গৰ্ভত কপিল ঈশ্বৰৰ জন্ম তত্বৰ বিষয়ে জানি ধন্য হৈছো । কৃষ্ণ ।।

  • @kritangkakakatiarts5577
    @kritangkakakatiarts5577 4 года назад +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হৰি ।

  • @prafullabora5386
    @prafullabora5386 4 года назад +3

    কৃষ্ণ কৃষ্ণ প্ৰভু জন ,অপেক্ষাৰত অৱস্থাতে নিদ্ৰা দেৱীয়ে শৰণ কৰিলে । ৰাত্রিকাল ২.৩০ ত জাগ্ৰতহওঁ অাৰু শ্ৰৱণ কৰোঁ । সচাঁকৈ অতি অানন্দিত হলো । পৰম সন্তোষিত হলো । সকলোলৈ অান্তৰিক শ্ৰদ্ধা অাৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো । কৃষ্ণ । সুপ্ৰভাত ॥

  • @rekhagogoi322
    @rekhagogoi322 4 года назад +2

    সু-প্ৰভাত বাপ ঈশ্বৰ সেৱাভাগ জনালো ।ভাগৱত কথা কালি শুনা ন'হল গতিকে এতিয়া শ্ৰৱণ কৰি আছো কৃষ্ণ ।

  • @orponadas6754
    @orponadas6754 3 года назад +1

    Krishna🙏Krishna🙏krishña🙏

  • @rajivkachari9342
    @rajivkachari9342 4 года назад +3

    কৃষ্ণ বাপপ্ৰভুজনা সেৱা জনালোঁ।সুন্দৰ অতি মনোৰম কৃষ্ণ

  • @jurumatalukdar5338
    @jurumatalukdar5338 4 года назад +1

    Guru jona hewa nibedilu Apnar soronot.,.🙏🙏🙏 Krishna...

  • @dipalidas8073
    @dipalidas8073 4 года назад +2

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম প্ৰভু সেৱা নিবেদিলো তযু চৰনত কৃষ্ণ

  • @bhairabjyotidas613
    @bhairabjyotidas613 4 года назад +2

    ৰাম কৃষ্ণ হৰি

  • @miradaimari6288
    @miradaimari6288 4 года назад +9

    "কৃপাৰ সাগৰ কৃপা কৰা একবাৰ "কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 4 года назад +4

    °°°জয়°জয়° শ্ৰীশ্ৰীমন্তশংকৰদেৱ °° জয়°জয়°° জয়°জয় যাদৱ°জয়°হৰি°মাধৱ°°°°°মুক্তিত নিপৃহ যিটো সেহি ভকতক নমো ৰসো মই মাগোহো ভকত°°°যাৰ নামকৃষ্ণনাম নামে ভৱ সিন্ধুতৰি °°°°ভক্তসৱৰ চৰণৰ ধুলি মই শীৰত তুলি ধৰিলো ।কৃষ্ণ°°কৃষ্ণ°°

  • @archanasaikiadas9058
    @archanasaikiadas9058 4 года назад +3

    Ram krishan bap. Aapunar xumadhur mukhere vagabat kotha xuni aanand lavilu. Krishan bap. Kripa karak bap.

  • @binapanidas6368
    @binapanidas6368 4 года назад +3

    কৃষ্ণ ৷ বাপ তত্ত মুলক কথাই মনটো আনন্দিত কৰে বৰ ভাল লাগিল ৷

  • @manimaibora3446
    @manimaibora3446 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ আৰুকি বুলিনো কম ভাষা নাই।কৃষ্ণকৃষ্ণ।

  • @lakusaikia6882
    @lakusaikia6882 4 года назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ!

  • @anandatalukdar9801
    @anandatalukdar9801 4 года назад +2

    Krishna Krishna.

  • @jayantidas707
    @jayantidas707 4 года назад +13

    🙏🙏 কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ দৰে এজন মহান লোকৰ বত্তমান আমাক বহু প্ৰয়োজন , আপোনাৰ।দীৰ্ঘ আয়ুস কামনা কৰিলো ঈশ্বৰৰ ওচৰত কৃপা কৰিব আমাক,🙏🙏

  • @krishnatamang7248
    @krishnatamang7248 4 года назад +3

    কৃষ্ণ বাপ 🙏🙏সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব বাপ। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। আপোনাৰ শ্রীমুখে ৰসময় অমৃত বাণী শ্রৱণ কৰিব পাই অতিকৈ আনন্দিত হৈছোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে থাকে তাৰেই কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏

  • @nabajyotidas6117
    @nabajyotidas6117 2 года назад +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏 ohari 🙏 oram 🙏❤️🌹🙏

  • @manjulanath2645
    @manjulanath2645 4 года назад +10

    কৃষ্ণ কৃষ্ণ,, বাপ অধিক আগ্ৰহেৰে ৰৈ থাকো ।আপোনাক ভগৱন্ত পুৰুষে কুশলে ৰাখে যেন । শুভৰাত্ৰি 🙏

  • @bhupendas1971
    @bhupendas1971 4 года назад

    অপূৰ্ব !
    কৃষ্ণ ৰাম, কৃষ্ণ ৰাম....... |
    প্ৰভূ, সেৱা এভাগ যাচিলোঁ আপোনালৈ, গ্ৰহণ কৰিব |
    অতি মনোৰম ভাগৱতৰ পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰি সন্তোষিত হৈছোঁ |
    অপাৰ মহিমা ঈশ্বৰ পুৰুষৰ |
    ঈশ্বৰৰ চৰণ চিন্তি যেন আত্মাৰ সদগতি লাভ কৰিব পাৰোঁ বাপ
    আশীৰ্বাদ কৰিব... ...|
    কৃষ্ণ বাপ |

  • @ankitamalakar3130
    @ankitamalakar3130 4 года назад +3

    কৃষ্ণ কৃষ্ণ🙏🙏

  • @nirmalidas6842
    @nirmalidas6842 4 года назад +7

    কৃষ্ণ প্রভু 🙏 🙏 🙏

  • @purabichetia3799
    @purabichetia3799 4 года назад +5

    Pronam provu....🙏🙏🙏Ram krishna

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 4 года назад +5

    প্ৰণাম প্ৰভূ ঈশ্বৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৰুনা ময়।

  • @gplus7793
    @gplus7793 4 года назад +9

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।

  • @kabitarabha7639
    @kabitarabha7639 4 года назад +6

    কৃষ্ণ কৃষ্ণ বাপ । 🙏🙏

  • @tribenimazumder2483
    @tribenimazumder2483 4 года назад +2

    প্ৰভু ঈশ্বৰ অন্তৰভৰা প্ৰণিপাত নিবেদিলো।সমাজ উদ্ধাৰৰ বাবে আপোনাৰ নিতান্তই প্ৰয়োজন প্ৰভু, কৃষ্ণ

  • @abmonty7274
    @abmonty7274 4 года назад +7

    Prabhu sewa janalu 🙏🙏🙏 Ram Krishna .

    • @reetabordoloi5258
      @reetabordoloi5258 4 года назад +1

      প্রভু ভক্তিপু্ৰ্ন সেৱা গ্রহন কৰিব |🙏🙏🙏

  • @nilimakatani3956
    @nilimakatani3956 4 года назад +8

    কৃষ্ণ সেৱা জনালো. বৰ আশাৰে ৰৈ থাকো প্ৰভূ আপোনাৰ কন্ঠৰ মহা ভাগৱত ভাগি লৈ .কৃষ্ণ.কৃষ্ণ.

  • @dipalidevi507
    @dipalidevi507 4 года назад +6

    হে প্ৰভু । ভাগৱতৰ ইমান গুৰুত্ব পূৰ্ণ তত্ত্ব সচাই আমি ধন্য হৈছোঁ বাপ ঈশ্বৰ । সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @rulirazkumari9191
    @rulirazkumari9191 4 года назад +3

    Krishna hey Bapp apunk kouti kouti pranam prabhu 🙏🙏🙏

  • @dulugogoi2350
    @dulugogoi2350 4 года назад +3

    শ্ৰৱন কৰি ধন্য হলো, গুৰুদেৱ সেৱা জনালোঁ

  • @bontiborah5014
    @bontiborah5014 4 года назад +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰামৰাম প্ৰভু ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব ।

  • @pankajboruah3673
    @pankajboruah3673 4 года назад +5

    কৃষ্ণ গুৰুজনা সেৱা জনালো কৃষ্ণ🙏

  • @sarajonisardar429
    @sarajonisardar429 4 года назад +2

    Krishna Krishna Krishna 🙏🙏🙏

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 3 года назад

    কৃষ্ণ প্রভু ভক্তি ভৰা সেৱা নিবেদিলো আপোনাৰ চৰণ যুগলত। মাতৃ দেবহুতিৰ গৰ্ভত ভগৱান কপিল প্রভু অৱতাৰৰ ব্যাখ্যা আপোনাৰ শ্রী মূখে শুনিবলৈ পাই বহুত ভাল লাগিল। নজনা কথা জানিবলৈ পাইছো। আপোনী ধন্য প্রভু আপোনী অনাদি অনন্ত মূৰাৰী শুভৰাএি কৃষ্ণ কৃষ্ণ🙏🙏

  • @binadeka9674
    @binadeka9674 4 года назад +2

    Krishna Krishna bap .

  • @dipaliray5259
    @dipaliray5259 4 года назад +7

    কৃষ্ণ 🙏🙏সেৱাহে বাপজন 👏👏

  • @bantipator8687
    @bantipator8687 4 года назад +5

    "জয়জয়তে সশ্ৰদ্ধ প্ৰণাম জনালো। হে প্ৰভুজন আপোনাৰ দ্বাৰা ভাগৱতৰ পাঠ আৰু বাখ্যা শ্ৰৱণ কৰা ঋণকেনেকৈ পৰিষোদ কৰিম কৃষ্ণ কৃষ্ণ।''

  • @akhilburagohain381
    @akhilburagohain381 4 года назад +2

    Krishna Krishna bapjan

  • @mukullahkar5380
    @mukullahkar5380 4 года назад +4

    কৃষ্ণ বাপ আজিৰ কৃষ্ণ কথাই অন্তৰ ভৰাই তুলিছে ।

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 4 года назад +2

    হে প্ৰভূ আপোনাৰ শ্ৰী মুখৰ বাণী শুনি কৃতাৰ্থ মানিছো কৃষ্ণ কৃষ্ণ ৰাম ৰাম বাপ জনা সেৱা গ্ৰহণ কৰিব কৃষ্ণ,

  • @priyadoleypegu597
    @priyadoleypegu597 4 года назад +2

    কৃষ্ণ🕉 কৃষ্ণ🕉 কৃষ্ণ🕉। হে প্রভূ ঈশ্বৰ কৌটি কৌটি প্রণিপাত জনালে। কৃষ্ণ

  • @rajivroom1125
    @rajivroom1125 4 года назад +2

    Krishna Krishna ha provujon

  • @ranjudutta2234
    @ranjudutta2234 4 года назад +2

    Krishno Krishno Krishno hewa jonaisu

  • @jadabborah1447
    @jadabborah1447 4 года назад +8

    কৃষ্ণ প্ৰভু , সেৱা নিবেদিলোঁ ।

  • @birenadhikary6245
    @birenadhikary6245 4 года назад +1

    Jay Guru Sankar, Krishna, Bap mor sewa Loba suni bhal lagil

  • @kamalakantakonwar7644
    @kamalakantakonwar7644 4 года назад +3

    Pranam prabhu

  • @dipalidas6816
    @dipalidas6816 4 года назад

    কৃষ্ণ বাপ ভাগৱত কথা শুনি বহুত ভালাগিছে ।ধন্যবাদ বাপ কৃষ্ণ ।

  • @anjukalita2846
    @anjukalita2846 4 года назад +2

    Krishan 🙏🙏 bap pronam jonalu

  • @tutumoniborah3549
    @tutumoniborah3549 4 года назад +2

    কৃষ্ণ কৃষ্ণ

  • @satyendas6355
    @satyendas6355 4 года назад +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @bharatborah4271
    @bharatborah4271 4 года назад +1

    Krisno krisno Bap pronam jonaisu kusholeThakk krisno

  • @bhaskarjyotiborah6776
    @bhaskarjyotiborah6776 4 года назад +2

    কৃষ্ণ এই মহাভাগৱত শ্ৰৱণ কৰি মোৰ জীৱন ধন্য হৈছে হে বাপ ইশ্বৰ আপোনাৰ চৰণত প্ৰণাম জনালোঁ

  • @mrs.lanimaphukankakoty4287
    @mrs.lanimaphukankakoty4287 4 года назад +1

    Prabhu joya joya apunolai pranam nebedelu.apunarshree mukhe amritmoyee bhcgwot kotha pankori dhonya hoihu.punar pranam jonalu.🙏🙏🙏

  • @Kuldeep-v6k
    @Kuldeep-v6k 4 года назад

    হে প্ৰভূ ভাগ্যৰ বলতহে আপোনাৰ দৰে মহাভাগৱতক লগ পালো ।ঈশ্বৰে আপোনাক সদাই কুশলে ৰাখক ।এয়ে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা ।কৃষ্ণ

  • @aratitalukder7759
    @aratitalukder7759 4 года назад +6

    কৃষ্ণ বাপ সেৱা জনালো। 🙏🙏

  • @bijoypawandas4034
    @bijoypawandas4034 3 года назад

    কৃষ্ণ বাপ সেৱাহে নিবেদিছু ৰাম কৃষ্ণ হৰি নাৰায়ণ। 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @abhijitborah6673
    @abhijitborah6673 4 года назад +1

    হে প্ৰভু ঈশ্বৰ, আপোনাৰ মাজতে কৃষ্ণ,প্ৰভু ক পোৱা যেন লাগে। আমাৰ কৌটি কৌটি প্ৰণাম গ্রহণ কৰিব। কৃষ্ণ।

  • @mainagaming8750
    @mainagaming8750 4 года назад +4

    🌺🙏🌺

  • @MintuMedhi-o1w
    @MintuMedhi-o1w 2 месяца назад +1

    Ram Krishna

  • @dibyajyotihneog5699
    @dibyajyotihneog5699 4 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @sabitridutta7494
    @sabitridutta7494 4 года назад +2

    Krishna bapjon pranam

  • @deepabora1865
    @deepabora1865 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ ।পুৱাৰ সেৱা ভাগি প্ৰভুৰ চৰণত অৰ্পন কৰিছো।

  • @namitapatar2478
    @namitapatar2478 4 года назад +2

    বাপ সেৱা জনালো ।অতি আনন্দেৰে শ্ৰৱন কৰিলো ।

  • @sunmaiboruah8953
    @sunmaiboruah8953 4 года назад +2

    Krishna murpravhu bhagwantoi kripa korok bap krishna

  • @arunpachoni1993
    @arunpachoni1993 4 года назад +1

    হে হৰি ৰাম কৃষ্ণ কৃষ্ণ

  • @pranabdas7121
    @pranabdas7121 4 года назад +2

    ৰাম ৰাম ৰাম

  • @ulupik5207
    @ulupik5207 4 года назад +1

    কৃষ্ণ। সেৱা জনালোঁ প্ৰভু।

  • @dipikagogoi2840
    @dipikagogoi2840 4 года назад +1

    কৃষ্ণ কৃষ্ণ বাপ বহুত ভাল লাগিল ।সেৱা জনালো

  • @999tacion6
    @999tacion6 4 года назад +2

    Krishna Krishna Bap dhanya halu aumi.

  • @ManishaChutia-x8q
    @ManishaChutia-x8q 4 года назад +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @pratibhapathak5602
    @pratibhapathak5602 4 года назад +2

    Krishna Ram Prabhu 🙏 🙏

  • @monikahazarika6506
    @monikahazarika6506 4 года назад +3

    Krishna, pranam Prabhu path huni dhanoy hollu

  • @manjulabhuyan5676
    @manjulabhuyan5676 4 года назад +2

    Krishno 🙏🙏🙏

  • @dhanyaborgohain919
    @dhanyaborgohain919 4 года назад +2

    Krishna krishna

  • @sukhamtamuli5759
    @sukhamtamuli5759 4 года назад +3

    Krishna prabhu pranam.

  • @MyDh2
    @MyDh2 4 года назад +5

    প্রণাম প্রভু

  • @aaimonisingha4881
    @aaimonisingha4881 3 года назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @rukminitalukdar425
    @rukminitalukdar425 4 года назад +2

    Krishna bap sewa janalo

  • @bantigohain4676
    @bantigohain4676 4 года назад +2

    কৃষ্ণ, কৃষ্ণ বাপজন ।সেৱা জনালো ।

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 4 года назад +1

    Krishna! Pranam prabhu ishwar ! Krishna🙏

  • @anjalihazarika7760
    @anjalihazarika7760 4 года назад +2

    Pronam provuiswar . Krishna .

  • @devajitchetia204
    @devajitchetia204 4 года назад +1

    Ram Krishna Hari

  • @arundhatidas7881
    @arundhatidas7881 3 года назад

    জীৱনৰ অৰ্থ দিছে প্ৰভু ৷ আনন্দত অশ্ৰুসিক্ত হৈ উঠে

  • @dhaneswarnath984
    @dhaneswarnath984 4 года назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো