Hey Kinu (OFFICIAL RELEASE)|| Himangshu Deka || Jigyasa Kalita || Nilotpal Deka

Поделиться
HTML-код
  • Опубликовано: 15 сен 2024
  • হেই কিনো 💫! A kind of fall in love song 🩷
    ☆Audio Credits :
    ▪︎Vocal - Jigyasa Kalita & Himangshu Deka
    ▪︎Composition & Lyrics - Himangshu Deka
    ▪︎Additional Lyrics - Nilotpal
    ▪︎Music - Himangshu Deka
    ▪︎Mix & Master - DHRUV
    ▪︎Guitar & Guitarlele - Dhritajit Kalita
    ☆Video Credits :
    ▪︎Concept/Visualizer & Lyrical - Nilotpal Deka
    ☆Connect with artists :
    ▪︎Himangshu Deka - ...
    ▪︎Jigyasa Kalita -
    www.instagram....
    ▪︎Nilotpal Deka -
    www.instagram....
    ▪︎Dhruv - ...
    ▪︎Dhritajit - ...
    ______________________________________
    হেই কিনো ~ (Lyrics)
    হেই কিনো যাদু কৰিলা মোক
    হেই আহানা কাষলে বৰষা লৈ
    ৰাতিপুৱাৰে শেৱালী হৈ ফুলানা
    আৰু হৃদয়তে মোৰ সৰি পৰানা
    হেই কিয়নো আমনি কৰিছা মোক
    হেই নাহিবা কাষলে নোকোৱা কৈ
    (music)
    যদি সোধোঁ মৰম আছে থাকিবানে মোৰে হিয়াত........
    প্ৰতি খোজত ছায়া হৈ ৰবা যাচিবা মৰম সদায়........
    হম.......................🩷
    তুমি আৰু তোমাৰ কথা কওঁ বাৰ এবাৰ
    তুমি আৰু তোমাৰ ভাৱনাতে ৰাতি নেযায় নুপুৱাই........
    ৰাতিপুৱাৰে শেৱালী হৈ সৰিম
    আকৌ এবাৰ শেষ বাৰলে
    কোৱানা কথাটি.......
    হেই কিনো যাদু কৰিলা মোক
    হেই আহানা হেঁপাহৰ বতৰা লৈ
    (music)
    ______________________________________
    Thanks for watching"HEY KINU"
    #himangshudeka #heykinu #love #assamese #newassamesesong#trending

Комментарии • 55