Tumaloi Barasha | Shankuraj Konwar | Pankaj Saikia | Manash Jyoti Borah (Bubu)

Поделиться
HTML-код

Комментарии • 4,9 тыс.

  • @Nekib45
    @Nekib45 Год назад +222

    "আহিবা আকৌ, সেই বাটেৰে
    সজাবা সুৰৰ মেলা।
    অনুভৱ মোৰ, তুমি অপৰূপা,
    প্ৰেৰণাৰ চিত্ৰলেখা।"
    এইখিনি শুনি হেপাহেই নপলায়।
    সঁচাকৈয়েই এটি খুবেই ধুনীয়া গীত।

  • @shashakamaljajabor6555
    @shashakamaljajabor6555 2 года назад +98

    অসমীয়া ভাষাৰ ইমান ধুনীয়া শব্দৰ প্ৰয়োগ । আগুৱাই নিয়া

  • @barashabaruah9691
    @barashabaruah9691 9 месяцев назад +46

    সঁচাকৈ নিজৰ নামৰে ইমান ধুনীয়া গীত টি শুনি বৰ ভাল লাগিল❤
    মোৰ অনুৰোধ তুমালৈ বৰষা 🍂

  • @nayannilimsagar9446
    @nayannilimsagar9446 2 года назад +20

    ওফ কলিজা কঁপাই দিছা Sankuraj . ঘূৰি গলোঁ এৰি অহা দিনবোৰলৈ। কিযে এক মিঠা অনুভূতি। কিমানবাৰ যে গীতটি শুনিছোঁ। ইমান মধুৰ গীত এটি উপহাৰ দিয়াৰ বাবে আপোনালোক সকলোৰে লৈকে অশেষ ধন্যবাদ জনালোঁ।

  • @bhaswatiikalitaa1176
    @bhaswatiikalitaa1176 2 года назад +560

    গভীৰ অনুভূতি থকা মানুহৰ হৃদয় চুব গীতটিয়ে...বৰ্তমানৰ যান্ত্ৰিক যুগত প্ৰেমিক আৰু প্ৰেয়সী শব্দ দুটা মোৰ বহুত প্ৰিয়❤ ভালে থাকক গভীৰ ভালপোৱাৰ অনুভুতি থকা সকলো মানুহ❤

  • @dipankargohain1994
    @dipankargohain1994 2 года назад +1138

    নুশুনা সকলে শুনাই নাই আৰু যি সকলে শুনিছে এৰিব পৰা নাই😍❤️

  • @charubordoloi562
    @charubordoloi562 2 года назад +601

    Arei moi kandi dim🥺🥺🥺 Axomia gaaan anekoi aguai jaok 🥺🥺bhut val lagise ...ki je modhur khobdor poiug totha baikyor gathoni

  • @BiKi363
    @BiKi363 Год назад +59

    দিনটোত ১০ বাৰ মান নুহুনিলে শান্তি নালাগে❤️❤️❤️ কি গীত বনালা O এইটো ❤️🔥❤️🔥

    • @pankajsaikia6215
      @pankajsaikia6215 Год назад +1

      💝 thank you so much 💓

    • @nandansaha5151
      @nandansaha5151 Год назад +2

      Same condition bhai
      Jiman ae hunu Iman ae bhal laagi aase Gaan tu
      Masterpiece song aitu

  • @moonbasumatary1906
    @moonbasumatary1906 2 года назад +95

    গীতৰ কথা, সুৰ আৰু শংকু দাৰ কন্ঠ আহ্ কি শুৱলা! A masterpiece! ❤️

  • @amaljyotikashyap9970
    @amaljyotikashyap9970 2 года назад +103

    শংকুৰাজে এতিয়ালৈকে গোৱা গীতবোৰৰ ভিতৰত শ্ৰেষ্ঠ এইটো।

  • @gopalkrishnabailung7237
    @gopalkrishnabailung7237 2 года назад +14

    কিযে অতুল অদ্ভুত অপূৰ্ব সৃষ্টি......
    সুৰ-সংগীত ভাষা-শব্দ
    বাদ্য-তাল-মাত্ৰা
    ব্যৱহাৰ উচ্চাৰণ, কণ্ঠ
    পৰিকল্পনা-উপাস্থাপন
    ৰেখাচিত্ৰ-ত্ৰিমাত্ৰিক
    চিত্ৰপট জীৱন্ত অপৰূপ.....

  • @adityakalita5560
    @adityakalita5560 Год назад +40

    জয় আই অসম।
    চিৰ চেনেহী মোৰ ভাষা জননী।
    ❤❤❤

  • @bozropatmusic7968
    @bozropatmusic7968 2 года назад +246

    really soulful , really beautifiul...

  • @Nituborah409
    @Nituborah409 2 года назад +41

    গানটো কেইবাৰ যে শুনিলো তাৰ হিচাব নাই....উফ্ কি শব্দ, কি সুৰ💙

  • @indiansoldier2.082
    @indiansoldier2.082 Год назад +35

    হৃদয় চুই গ'ল মোৰ গানটোৱে😢❤ অসমীয়া গানৰ ভিতৰত একমাত্ৰ গান যিটো নেকি হিচাপে নাই কিমানবাৰ যে শুনিছোঁ

  • @jagritgoswami9744
    @jagritgoswami9744 2 года назад +63

    এই গানটোত জীৱনত হেৰুৱা সকলো ওভতাই পোৱা যেন লাগে, অনুভব💗 #Shankuraj আপোনাৰ গানত পোৱা বোৰ আন কটোৱে নায়,,,,🙏🥰

  • @ChanditaBordoloi-CB
    @ChanditaBordoloi-CB 2 года назад +38

    কেইবাৰ শুনিলো হিচাব নাই ❤️❤️❤️ এনেকুৱা গানে হৃদয়ত স্থান পাই ,, আগলৈও আমাক যেন এনেদৰে ধুনীয়া ধুনীয়া গান উপহাৰ দি যায় ❤️
    ❤️❤️মোৰ অনুৰোধ❤️❤️

  • @jyotishnaborah1358
    @jyotishnaborah1358 2 года назад +44

    আহিবা আকৌ সেই বাটেৰে
    চোৱা চোন এতিয়াও ৰৈ আছো মই সেই ঠাইতে ✨❤ দূৰত্ব বোৰ চোন সহ্য ই নহয় আজি কালি, দুৰত্ববোৰ যদি অতিক্রম কৰিব পৰা হলে 🌼 ভালপোৱাৰ গভীৰতাবোৰ বুজিব পৰা নহল হেতেন। তুমি আছা বাবেই ভাল লাগে এতিয়া শূন্য আকাশখনো , ভাল লাগে সৰাপাত বোৰো ✨❤

  • @hiyakalita2142
    @hiyakalita2142 2 года назад +35

    আহিবা আকৌ সেই বাটেৰে 🥺💞....
    চোৱা চন আজিও সেই একেই আছোঁ 🙂🥺.....
    Soul touching 💞💞💞😣

  • @goyaloraa8804
    @goyaloraa8804 2 года назад +8

    হৃদযৰ নিবিৰ কোণত এখুন্দা মাৰি গল.......এক বুজাব নোৱাৰা অনুভুতি......শেষ হৱ ধৰা মৰম বোৰ আকৌ প্ৰান পাই জিপাল হব ধৰিছে.......পাহি মেলিৱ মৰহা গোলাপে......অপূৱ

  • @walterahmed5011
    @walterahmed5011 2 года назад +20

    বৰ ধুনীয়া লাগিল।
    শংকুৰাজৰ নতুনত্ব।
    কথাখিনি👌🏼👌🏼👌🏼👌🏼👌🏼
    এনিমেশ্বন ভিডিঅ'ই সোণত সুৱগা চৰাইছে

  • @priyankaborah6381
    @priyankaborah6381 2 года назад +43

    গীতটি শুনি মনটো শান্তি হৈ উঠে❤️😌কবলৈ ভাষা😌 নাই কি সুন্দৰ😊💕

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +1

      Thank you so much 💖

    • @bhaskardas5637
      @bhaskardas5637 2 года назад

      Seriously 😍😍😍

    • @Athelatics_Abhi07
      @Athelatics_Abhi07 2 года назад

      Moi Notun gan eta bonaisu Olop support diba sunn please

    • @Athelatics_Abhi07
      @Athelatics_Abhi07 2 года назад

      Moi Notun gan eta bonaisu Olop support diba sunn please 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dipikasonowal9615
    @dipikasonowal9615 2 года назад +15

    মোৰ অনুৰোধ তোমালৈ বৰষা!
    কি আৰম্ভণি!! অন্তৰ চুই যোৱা এটি এটি কথা! নিজক বিচাৰি পাইছো প্ৰতিটো কথাৰ মাজত সুৰৰ মাজত!অলেখ অযুত ধন্যবাদ আপোনালৈ🙏🙏

  • @prasujyaborah7728
    @prasujyaborah7728 Месяц назад +3

    আগতে শুনা নাছিলোঁ যদিও এতিয়া শুনো গানটো। বহুত ভাল লাগে কিবা এটা গানটো। ❤ Lovely song....

  • @BishrutSaikia
    @BishrutSaikia 2 года назад +25

    Respect to team 💝

  • @Xyz-n5x
    @Xyz-n5x 2 года назад +36

    গীতৰ কথা, সুৰ অনুপম তাতে শঙ্কুৰাজ দাৰ কন্ঠ 🥀🥰 শুনি যেন আমনি নলগা এটা গীত।

  • @udayphukon
    @udayphukon 2 года назад +376

    Pure Assamese music... Ene bur gaan huniley hosai okhomiya geet bur aako jiyay uthe... Keep it up..👍

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +8

      Thank you so much 💓

    • @prityray610
      @prityray610 2 года назад

      Q

    • @bunukonwar7333
      @bunukonwar7333 2 года назад +5

      P

    • @mborthakur7338
      @mborthakur7338 Год назад +10

      অসমীয়া গীতবোৰ আকৌ জীয়াই উঠে বুলি যে ক'লে ; ইয়াৰ আগতে কি অসমীয়া গীতবোৰৰ মৃত্যু হৈছিল নেকি?

    • @barashadas2098
      @barashadas2098 Год назад +1

      Agree

  • @sanjibs3799
    @sanjibs3799 2 года назад +9

    গীতটিৰ সুৰ খুব সুন্দৰ হৈছে। হৃদয় চুই গ'ল। শংকুৰাজৰ কণ্ঠ বৰ ধুনীয়া 👌।

  • @mrrabha36
    @mrrabha36 2 года назад +51

    মোৰ অনুৰোধ তোমালৈ বৰষা,,, ❤❤❤
    শুনি থাকিলেও হেপাহ নোপোলায়

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +2

      Thank you

    • @indrajyotihazarika
      @indrajyotihazarika 2 года назад +2

      আকৌ এবাৰ মনত পৰিল এৰি অহা দিন বোৰ।। সংকু ৰাজ সুন্দৰ

  • @sushmitalakhi6536
    @sushmitalakhi6536 2 года назад +22

    মন ভৰি যায় এনেবোৰ গীত শুনিলে
    প্ৰিয় কণ্ঠ 💚

  • @kunaltalukdarTSK
    @kunaltalukdarTSK 2 года назад +65

    Simplicity at its best... Congratulations to the entire team...the TABLA player has done his best...

  • @khushmitakhusi7101
    @khushmitakhusi7101 6 месяцев назад +8

    সদায় ভাবো কিমান শুনিম একেটা গান😢 নুশুনো আজিৰ পৰা। কিন্তু বিশ্বাস কৰা এই গানটো নুশুনালৈকে শান্তি নাপাওঁ😢❤

  • @anupamflutexur7819
    @anupamflutexur7819 2 года назад +11

    বাঁহী টো সুন্দৰ বজাইছে দেই বাকী সকলো ভাল লাগিল, সুন্দৰ সংগীত

  • @nirupdas5224
    @nirupdas5224 2 года назад +11

    ইমান সুন্দৰ কৈ গাইছে....শব্দৰ সৃষ্টি অপূৰ্ব....

  • @pranjalborgohain4091
    @pranjalborgohain4091 2 года назад +11

    সুন্দৰ সুৰ আৰু কথা। shankuraj konwar ৰ মাত আগতকৈ বহুগুণে মিঠা হল যেন পাইছোঁ। thank you for this really soulful song..!!

  • @YamiSukehiroX
    @YamiSukehiroX Год назад +6

    Axomiya books burot agote enekua characters bur asil. Bor xundor animation.
    Lyrics khini bohut relatable & unique.
    And Shankuraj Da'r voice enriched the song to a cosmic level.

  • @barshanath4800
    @barshanath4800 2 года назад +65

    মোৰ নামেৰে গানটি শুনি আপ্লুত হলো ❤️ তোমাৰ কণ্ঠত যাদুৰ বৰষুণ 🙏

  • @writwikanisha
    @writwikanisha 2 года назад +208

    Thank you so much everyone those who have liked the animation video. It was very nice to work with Lotus World Creation. Our heartfelt gratitude to Pankaj Saikia for choosing us to do the job :)

    • @lotusworldcreation
      @lotusworldcreation  2 года назад +7

      Thanks again!

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +4

      Thank you so much for wonderful job. We are looking forward to work with you in near future .

    • @probrain6878
      @probrain6878 2 года назад +2

      আপোনালোকৰ প্ৰচেষ্টাক প্ৰণাম 🙏

    • @ankitsaikia2058
      @ankitsaikia2058 2 года назад +2

      Superb work' proud proud

    • @mridulislam4630
      @mridulislam4630 2 года назад +3

      Very nice work 🔥🔥.....How can we contact you for animation ..

  • @abhoyborah0739
    @abhoyborah0739 2 года назад +9

    কি সুন্দৰ গীত।স্কুলীয়া জীৱনৰ প্ৰেমৰ কথা সোঁৱৰাই দিলে। মনটো সেমেকি গ'ল। ❤❤❤❤

  • @manjitsaikia7633
    @manjitsaikia7633 Год назад +19

    Uff, listeng almost more than 1000 times. Unbelievable lyrics. Congratulations to whole Team.
    All the Best.
    Jai Aai Axom

  • @AlwaysDeka
    @AlwaysDeka 2 года назад +14

    কথা, সুৰ আৰু কণ্ঠই যি এক প্ৰশান্তিৰ সৃষ্টি কৰে ক'বলৈ ভাষা নাই 💚💚💚...ই সেউজীয়াৰ দৰে স্নিগ্ধকৰ, এক চিৰযুগমীয়া উপহাৰ। 🙏

  • @riturajdewraja4769
    @riturajdewraja4769 2 года назад +42

    Unknown feelings for someone who never ever know you exist. This is so amazing. This situation is amazing, so pure. You are so lucky Mr. Pankaj. Your lines give me a whole different level of emotion. Thank you.

  • @arunjyotidas7
    @arunjyotidas7 2 года назад +10

    কথা সুৰ কন্ঠ আৰু এনিমেশ্যন! আহ!..কিবা এক কাব্যিক পৰি‌ৱেশলৈ লৈ গ'ল ..বৰ সুখদায়ক এই অনুভূতি..

  • @Pt1986-k3e
    @Pt1986-k3e 2 года назад +45

    Listening in loop since last few days... Congratulations to the entire team working behind this beautiful song. This song should be the best song of 2022. Best Lyrics of 2022. Best singer as well. We need more songs like this. All the best.

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +1

      Thank you so much for encouraging words. We will try for such more songs 🙏

  • @lakhyajsonowal
    @lakhyajsonowal 2 года назад +9

    বৰ ধুনীয়া গান...কথা,সুৰ ,কন্ঠৰ অনন্য সমাহাৰ...সচাঁই অপূৰ্ব ! বাৰে বাৰে শুনিবলৈ মন যোৱা গান...

  • @hellonaba
    @hellonaba 2 года назад +43

    Shankuraj in a different genre ! Loved it.
    Animation works are also so appreciable.

  • @ripumonisaikia6312
    @ripumonisaikia6312 2 года назад +7

    বহুত ধুনীয়া হৈছে। গীতৰ কথা আৰু পৰিবেশন দুয়োটাই। One of the best Assamese songs of recent times

  • @kangkanakalita556
    @kangkanakalita556 2 месяца назад +5

    Melodious Song. One Of My Favourite Always. Best Shankuraj Dada

  • @sanjuktashill4070
    @sanjuktashill4070 2 года назад +11

    প্ৰতিটো শাৰীয়ে হৃদয় চুই গ'ল ❤️ & Shankuraj always my fav 🤗

  • @cRAzY-lg4cy
    @cRAzY-lg4cy 2 года назад +4

    নাজানো কিয় এই গানটো এইকেইদিন মোৰ নিচাত পৰিণত হৈছে .....সেই জাতীয় বিদ্যালয়ত পঢ়ি থকা দিনৰ জ্যোতি সংগীত ,বিষ্ণু সংগীতৰ আখৰালৈ উভতিছে মনটো । music set up...voice...lyrics...one of the best combo...love it❤️

  • @jpvlog8689
    @jpvlog8689 2 года назад +13

    মোৰ অনুৰোধ এনেকুৱা গীত আকৌ শুনিবলৈ পাম । বহুত বছৰ জীয়াই থাকক । Pankaj saikia আৰু shankuraj daa l 🙏

  • @mominurislam
    @mominurislam Год назад +24

    This song literally created goosebumps and a great example of the sweetness of Assamese language.

  • @Puzzledcubicles
    @Puzzledcubicles 2 года назад +75

    The semi - classical notes, the bass, the tabla tihais at apts with mellifluous lyrics; mostly progressive yet repressed imageries & metaphors!!! Simplistic & praiseworthy. There are few things that are very rare in Assamese music scene. Shankuraj's powerful vocals enhances the feel.

  • @madhurjyasaikia1116
    @madhurjyasaikia1116 2 года назад +7

    বৰ ভাল পালো। কথা-সুৰ-সংগীত সকলো অতুলনীয়। কোনোবাখিনিত জয়ন্ত হাজৰিকা ৰ দৰে লাগিছে।।

  • @ranapratimsarma9506
    @ranapratimsarma9506 2 года назад +42

    I was introduced to this song yesterday. Was at the terrace amidst a scenic combo of the moon and lightning mushroom clouds at the opposite sides of the sky. I can't really put down what I felt last night as the wind blew through me and this song played on. Listened to it this whole day. I'm so freaking glued to this. This one would stay. Forever. WIth me. Thankyou for creating something so beautiful.

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +1

      So nice feeling. Thank you for expressing. This will remain forever with you ❤

    • @manazmusic6036
      @manazmusic6036 2 года назад

      😀Rong jibonor ( official music video) click here 👉 ruclips.net/video/5fDE1TeDRRo/видео.html

    • @talukdarc
      @talukdarc 2 года назад

      Same feeling....night shfit ki neend bhi bhag gaya

  • @prakhenelectronics1746
    @prakhenelectronics1746 16 дней назад +1

    ❤ বহুত ভাল লাগিল, শুনি থাকিব মন যায়।

  • @rishirajsaikia4420
    @rishirajsaikia4420 2 года назад +8

    ৰাতি হেডফোন লগাই .... আৰামত পৰি .... ভালপোৱা গৰাকীৰ কথা ভাবি টোপনি যোৱা❤️💥❤️

  • @parinitadas6259
    @parinitadas6259 2 года назад +4

    Uff bare bare khuni thakileu hepah nopolai🥰🥰

  • @newtechvalley7746
    @newtechvalley7746 2 года назад +7

    আহিবা আকৌ সেই বাটেৰে
    সজাবা সুৰৰ মেলা
    অনুভৱ মোৰ তুমি অপৰুপা
    প্ৰেৰণাৰ চিএলেখা....
    আকিবা দুচকুত তাইৰে ছবি
    সপোনত প্রতিটো মধুৰ নিশা
    মোৰ অনুৰোধ তোমালৈ বৰষা
    অ' অ' বৰষা
    বহুত বাৰ ণ্ডনিলো গানটো ♥️

  • @SankarDeka58
    @SankarDeka58 Месяц назад +1

    কি কম আৰু কবলৈ ভাষা নাই নতুন প্ৰেমৰ আৰম্ভণিত এনেকুৱা গান শুনিলে মনটো গৈ কোনোবাখিনিত পায়েগৈ।❤

  • @18-muninlahan52
    @18-muninlahan52 2 года назад +5

    অসমীয়া গানৰ ভাল দিনবোৰ উভতি আহিব ধৰিছে।শুনি থাকিলে শুনি থাকিব পৰা গান।শব্দবোৰে মনটো কোবাই থৈ যায়।
    (আহিবা আকৌ সেই বাটেৰে সজাবা সুৰৰ মেলা..উফ)

  • @NathHimangshu
    @NathHimangshu 2 года назад +40

    Apart from the digital interface sound,there is a world called live instrumental assembled music. And we are loving it from a decade. This song remind that era.

  • @satyajitnath3268
    @satyajitnath3268 2 года назад +6

    Addiction hoi gol gantur ❤️❤️❤️ ki composition Rintu Saikia 👍❤️👍 sankuraj dar voice r ktha tu nkou ai ru 👍👍 . Lyrics 👌

  • @nilotpalbora946
    @nilotpalbora946 Год назад +3

    এইবোৰ হে গান।।। সুন্দৰ, সৃষ্টিশীল কাম ।

  • @nilotpalsarma2406
    @nilotpalsarma2406 2 года назад +30

    Shankuraj sir and his voice just a combination that never comes without feel just wowww❤

  • @dwaipayan13
    @dwaipayan13 2 года назад +23

    Whoever wrote this song, dude, take my life!!! And Shanku is 🔥

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +2

      Thank you ❤ we need your love and best wishes ❤

    • @arindamdeka7779
      @arindamdeka7779 7 месяцев назад +1

      ​@@pankajsaikia6215❤❤❤

  • @lakhinandanlld9175
    @lakhinandanlld9175 2 года назад +62

    গান টো ভাইৰেল হবলৈ গৈ আছে , অভিনন্দন সকলোলৈ ❤️

  • @parthaprotimhazarakia9672
    @parthaprotimhazarakia9672 2 года назад +3

    কিমান বাৰ যে শুনিছোঁ নিজেই নাজানো। কিবা এটা সুকীয়া আমেজ পাইছোঁ। Love you brother

  • @deps2005
    @deps2005 2 года назад +22

    This song reminds me of relationships & everything that is right with the world. So beautiful... May you continue to be blessed .

  • @papuborthakur5424
    @papuborthakur5424 2 года назад +8

    প্ৰশংসা কৰিবলৈ ভাষা নাই বন্ধু ৰিন্তু শ‌ইকীয়া, গীতৰ কথা সুৰ সংগীত অপূৰ্ব। শঙ্কুৰাজ মোৰ সদায়য়েই গায়ক 🌺🌺

  • @niranjanbp
    @niranjanbp 2 года назад +25

    That semi-classic vibe and your vocal tone ... Absolutely mesmerising dada.

  • @shahinafarid7237
    @shahinafarid7237 21 день назад +1

    This man evolved the whole Assamese music industry ❤❤❤

  • @naturalblogger2884
    @naturalblogger2884 2 года назад +4

    সুন্দৰ ,, কব'লৈ ভাষা নাই ,, এনেকুৱা গান আগলৈও আগবঢ়ায় যেন 😘😘🤗🤗,,, mindblowing 👌👌

  • @krishanumedhi
    @krishanumedhi 2 года назад +13

    যেতিয়া শঙ্কো দাই গায় ,
    " আহিবা আকৌ সেই বাটেৰে ,
    সজাবা সুৰৰ মেলা ।
    অনুভৱ মোৰ তুমি অপৰূপা
    প্ৰেৰণৰ চিত্ৰলেখা " ।
    এনেকুৱা লাগে যেন তেওঁ আকৌ ঘূৰি আহিব মোৰ জীৱনলৈ এদিন । এনেদৰেই অপেক্ষা কৰি থাকি তেওঁৰ বাবে🙂

  • @tushtigoswami2870
    @tushtigoswami2870 2 года назад +5

    ধুনীয়া lyrics, ধুনীয়া সংগীত 😍
    বহুদিনৰ মূৰত শংকুৰাজৰ গান শুনি আমনি নাপালোঁ।

  • @prachuryasaikia
    @prachuryasaikia 2 года назад +69

    Assamese music industry is reaching new heights everyday
    Such an amazing song; the lyrics, the animation and the voice of Shankuraj, it's simply mind blowing!
    The song has sunk into me and I cannot have enough of it.
    Keep up the good work guys! Keep our flag high!

  • @sidderthabasumatary7072
    @sidderthabasumatary7072 2 года назад +7

    এনেকুৱা ধৰণৰ গীত আৰু শুনিব পাওঁ তাৰ আশা থাকিল। সচাঁই বহুত ভাল লাগিল ❤️..... বৰষা শব্দই সোণত সুৱগা চৰাইছে 😍

  • @bornaliborgohain5336
    @bornaliborgohain5336 2 года назад +8

    গানটো ৰাগী লগা...শুনিলে শুনি থাকিৱলৈ মন যোৱাকৈ...❤

  • @niharikagogoi2738
    @niharikagogoi2738 2 года назад +5

    গানটোৰ শব্দ আৰু সুৰ যে কি সুন্দৰ .. বাৰে বাৰে শুনিও হেপাহ পলুৱা নাই..... তাতে আকৌ মোৰ ভাললগা মিঠা মাতখাৰ❤️

  • @KGTRD163
    @KGTRD163 2 года назад +1

    words nai koboloi ki gaan bonaixa ....ata a kom .... Makosom kiba ata hanti lage gaan tu huni really bohut dhunia gaan ❣️😘

  • @ujjwalsarmakashyap7328
    @ujjwalsarmakashyap7328 2 года назад +34

    Really impressive... Vibe of the Golden Era of Music.. Simplistic.. fused elegantly with modern music... Great arrangement... Beautiful lyrics... Great visuals and obviously clean vocal notes with a clear voice... Seems that Shankuraj Konwar is practicing a lot.. Justice to the Story delivered. Thank you for making me a part of the journey... ❤️

  • @adityaonthespectrum9637
    @adityaonthespectrum9637 2 года назад +13

    Never heard such pleasing song which calmed my soul for a while ,was thinking to end my life due to endless obstacles in my life , it's 1:21 listening to this for the first time ,at some point it made me realise how music can heal and minimize scars and sufferings .
    Contemplating on life looking at stars ,i will remember this night forever 💕 Thanks To the team .

    • @pankajsaikia6215
      @pankajsaikia6215 2 года назад +2

      Happy that we could do it for you. Hurdles always open new paths for you. Take the opportunities which never come when life is smooth.

  • @lakhyajeet
    @lakhyajeet 2 года назад +22

    মাইনী মণত পৰিছে তোমালৈ, তুমি এৰি যোৱাৰ পৰা এনে দিন যোৱা য'ত তোমালৈ মণত পৰা নাই।।প্ৰভু ভালে ৰাখা তাইক।।

  • @kalpajyotigogoi455
    @kalpajyotigogoi455 Месяц назад +2

    Future generations... never let this song die ❤❤❤

  • @prajayitakakati7066
    @prajayitakakati7066 2 года назад +5

    প্ৰতিটো শব্দই চুই গৈছে 🥺❤️বাৰে বাৰে শুনি থাকিলেও হেঁপাহ নপলায়😌

  • @writuparnadeka4638
    @writuparnadeka4638 2 года назад +6

    শব্দকেইটা, শুনি থাকিলেও আমনি নলগা এটা গান ❣️

  • @chetanborah8496
    @chetanborah8496 2 года назад +8

    Ki kom vaxa nai... Absolute masterpiece ♥️

  • @mrsbaruah8509
    @mrsbaruah8509 2 года назад +2

    ভাষাৰে বুজাব নোৱাৰো ইমান ধুনীয়া❤

  • @karishmasahariah6984
    @karishmasahariah6984 2 года назад +7

    উফ্ফ্❤️ কিমান যে ভাল লাগে গানটো😍 বৰ্ননা কৰিবলৈ শব্দৰ অভাৱ ❤️❤️❤️ অনুভৱী মন উতনুৱা কৰে🥀

  • @preetimapathak6913
    @preetimapathak6913 2 года назад +12

    যেতিয়াই শুনো গীতটো ক'ব নোৱাৰাকৈয়ে চকুলো বৈ আহে ❤️💔

  • @nkd2001raj
    @nkd2001raj 2 года назад +15

    Amazing composition and top of that Shanku's voice has made it superb.

  • @minakshidas5958
    @minakshidas5958 8 месяцев назад +1

    দিনটোত কিমান যে সুনো হিচাপ নাই ,তথাপি আমনি নালাগে, great song 🎉

  • @shrutichayagoswami
    @shrutichayagoswami 2 года назад +5

    Beautiful ❤️ Congratulations Pankaj da , Rintu da , Shanku da and Bubu da ❤️

  • @prastutirabha9116
    @prastutirabha9116 2 года назад +8

    আহিবা আকৌ
    সেই বাটেৰে,সজাবা সুৰৰ মেলা🥺🥀

  • @gayatreesaikia2729
    @gayatreesaikia2729 2 года назад +4

    সৰল শব্দৰ লগতে মিঠা সুৰে মন জয় কৰিলে। অভিনন্দন Lotus world creation 👌

  • @digsworld8876
    @digsworld8876 Год назад +1

    What a song ..Nijoke rokhabo pora nai xhuni e asu. Antor sui jowa gaan ❤❤

  • @arpidas4028
    @arpidas4028 2 года назад +7

    মন ভৰি যোৱা গীত❤❤
    লিৰিক্স, মিউজিক, শংকুৰাজ দাৰ কণ্ঠ লগতে ছবিবোৰ❤❤❤

  • @deuka9545
    @deuka9545 2 года назад +41

    মোৰ অনুৰোধ তোমালৈ বৰষা
    তুমি অনুপম অনুৰাগ আশা
    আনিবা মোলৈ সুৰৰ খোপা
    মৰমে উপচা বহু বেলা
    কবাগৈ মোৰ প্ৰেয়সীক
    সেই, জিল-মিল সন্ধিয়াৰ স্মৃতি ৰেখা !

  • @digitalassam..9679
    @digitalassam..9679 2 года назад +18

    This song is something else. Not like a normal song. It seems like one but It has its own attracting power. 😌💚

  • @biswajit5436
    @biswajit5436 2 года назад +1

    Shanku দা আপুনাৰ গান যদি দুজনেও শুনে সেই দুজনৰ বাবেও আপুনি গান গাব লাগিব । শূন্যৰো মাদকতা আৰু পৃথিৱী খন জীপাল দেখুওৱা আপুনাৰ গানেও শিকাইছে। ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ গান উপহাৰ দিয়া বাবে❤️❤️❤️❤️। from chabua .