এখন ধুনীয়া বোলছবি অসমবাসীয়ে লাভ কৰিবলৈ গৈ আছে। এতিয়া মাথোঁ চোৱাৰ হে কথা। অহা ২০ ছেপ্টেম্বৰত অসমৰ সকলো ছবি গৃহত শুভ মুক্তি লাভ কৰিব এই চিনেমাখনে। অপেক্ষা মাথোঁ কিছু দিনৰ। মোৰ ফালৰ পৰা সকলোলৈকে অনুৰোধ ছবিগৃহলৈ আহক আৰু এখন সুন্দৰ চিনেমা উপভোগ কৰক 🙏🙏
Zubeen Da Aru Parishmita R Voice Tu Mili Goise Enekuwa Voice Aru Kot Xinibo Pam Lyrics Tu Dhuniya Goise "sikaar" Sabo Roi Asu... Lovely More.... ❤️ Vote For Parishmita Phukon R Babe Like Ata....
Love this song. Chinema khone sabo wait kori asu. Zubeen da kotha nokow, taw amer hard ❤ asy, Parismita 1st time dada logt val lagil. Best off luck. Joi zubeen da ❤❤
Eiburk koi lyrics...eiburok koi xur.. hemkux khn meli tan tan word use krile aji kali gan nhi....jitu aji kli notun singer bure kre...Proud of u zubeen da❤
Just listen the song 3,4 times using earphone ,,,you will definitely fell in love with the voice 😊❤😭😭😭😭😭😭Zubeen daa is always best but parishmita voice is also so sweet simple lovely ❤
This song is totally fascinating💓 Its lyrics, composition, music and vocals are all beyond words!!💗💗 Love You Zubeen Daa💓 The female vocal is also appreciable.
অসমীয়া চিনেমাৰ এই ভাল দিনৰ বাবে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ জুবিন দা ❤💖 সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ শিল্পী প্ৰণাম তোমাক।
❤
Dr Zubeen Garg ❤😂
জুবিন নহ'লে ৰ'দে নাহাহে ফুল নোফোলে... জুবিনৰ গানত নামে বসন্ত ধূমুহা হৈ পৰে প্ৰশান্ত❤ love you Zubeen Daa😊
Hosakoi bukut Jen ajaak batah dhumuha he gol
Sosake❤❤
😂😂😂😂
Joi zubeen da
📌কবলৈ ভাষা নাই ইমান ধুনীয়া। জুবিন দাৰ বাবে এটা হিট লাইক...♥️
Pukortu gaise kela
Ki bea gale ... stupid nki apuni??@@ankurjgohain9148
@@ankurjgohain9148Tur nisina manuh bure axom khon dhonkho Kori diso
চিনেমা খন চালো ...ইমান ধুনীয়া অভিনয় ,কমেডী লগতে shoot ৰ background অসমীয়া চিনেমা আগুৱাই লৈ যোৱাত যে জুবিন দাৰ হাত খন বহুত দীঘল তাৰেই এয়া প্ৰমাণ ...ধন্যবাদ ❤
জুবিন দাৰ গান যিসকলে ভাল পায় এটা লাইক 👍
বহুত দিনৰ মুৰত এটা ভাল চিৰসেউজ গান শুনিলোঁ। হৃদয় শাঁত পৰি গ'ল। কি সুন্দৰ সুৰ আৰু সংগীত। বাঁহী সুন্দৰ
সাগৰৰ পাৰত আহি খুন্দা মৰা ঢৌ খিনিয়ে সাগৰখনৰ সম্পূৰ্ণ বৈশিষ্ট্য ক’ব নোৱাৰে৷ ঠিক তেনেকৈ জুবিন গাৰ্গৰ দুই এটা মঞ্চৰ বিতৰ্কই জুবিনৰ বিষয়ে সম্পূৰ্ণ ক’ব নোৱাৰে৷
সুখটো জুবিন দা .. দুখটো জুবিন দা 🩷..🩷 and love you zg 🥰😘❤
এইজনে সেইজন শিল্পী যাৰ থাকিবলৈ নিজা ঘৰ নাই ,,,,,বহুত টকাৰ মানুহ কিন্তু সাধাৰণ ভাৱে থাকে ❤️ভালে থাকা জুবিন দা আৰু ভাল ভাল গান, চিনেমা,সুৰ আমাক উপহাৰ দিয়া❤❤
জুবিন দা আৰু পৰিস্মিতা ফুকনৰ কন্ঠত এটি সুন্দৰ গীত আমি লাভ কৰিছোঁ।
চিনেমা খনৰ লগতে আটাইকেইটা গানে চুপাৰহিট হ'ব।
Fantastic song amazing ❤❤❤
এখন ধুনীয়া বোলছবি অসমবাসীয়ে লাভ কৰিবলৈ গৈ আছে। এতিয়া মাথোঁ চোৱাৰ হে কথা।
অহা ২০ ছেপ্টেম্বৰত অসমৰ সকলো ছবি গৃহত শুভ মুক্তি লাভ কৰিব এই চিনেমাখনে। অপেক্ষা মাথোঁ কিছু দিনৰ।
মোৰ ফালৰ পৰা সকলোলৈকে অনুৰোধ ছবিগৃহলৈ আহক আৰু এখন সুন্দৰ চিনেমা উপভোগ কৰক 🙏🙏
Dr. Zubeen Garg ....He is not only a Musician but also a Magician .. সঙ্গীতৰ যাদুকৰ জুবিন দা ।।
কি যে সুমধুৰ কণ্ঠ❤ ককাই তই আমাৰ মাজত সদায় এনেদৰে থাকিবি🥺তোৰ অবিহনে গান আধৰুৱা😢। হেপাঁহেৰে ৰৈ আছোঁ চিকাৰ চাবলৈ❤🎉
😢
উফ কি সুন্দৰ গান জুবিন দা।❤🫀🥺 আপোনাৰ কন্ঠ ইমানেই ধুনীয়া যে কবলৈ ভাষা নাই।🥺 সচাঁই আপোনাৰ চিকাৰ ছবি খন বহুত ভাল লাগিব চাই আৰু চামেই। মাথোঁ অপেক্ষা। চিকাৰ ছবি খনৰ গোটেই গীতবোৰ দিয়ক। আৰু এই গীতটো আজিয়ে 1 million views আহিব লাগে, আহিব। ভবাই নাছিলোঁ যে আপোনাৰ ইমান ধুনীয়া গীত এটি শুনিব পাম বুলি। সচাঁই বহুত বহুত ধুনীয়া লাগিছে শুনি আৰু ভিদিঅ ভাল লাগিছে। আজি 26.8.2024. কমেন্ট ৰাখি দিলোঁ।
আমাৰ সংগীতৰ সম্ৰাট ❤...বিনা বাদ্যযন্ত্ৰত গালেও একেই মাত, বাদ্যযন্ত্ৰত গালেও একেই মাত.. সেয়ে তেওঁ বিশেষ❤❤.....
First day first show salu aji. Ati Sundar hoise Cinema khon. Sokolue cinema khon Sai jate.
1st day 3rd show
বহুত আশাৰে আছো জুবিন দা ।আপোনাৰ গান অবিহনে মোৰ জীৱন আধোৰুৱা জয় জুবিন দা।
Dr Zubeen Garg .❤❤
New fliem niki
জুবিন গাৰ্গৰ ভিডিঅ’ গীতবোৰ এক সমন্বয় য’ত মনৰ গভীৰ অনুভূতি, হৃদয়স্পৰ্শী সুৰৰ সংমিশ্ৰণ ঘটে। তেওঁৰ স্বতন্ত্র কণ্ঠই প্ৰতিটো গীতক এটি বিশেষ মাহাত্ম্য দিয়ে, যি সৰলভাৱে প্ৰতিজন শ্রোতাৰ হৃদয়ৰ গভীৰতালৈ প্ৰৱেশ কৰে। Jai Zubeen Da
গায়িকা গৰাকীৰ কণ্ঠও বৰ সুন্দৰ।❤
Shikar or babe kun kun wait Kori asa ❤
moi
@@berrynona19 atsa de
@@biswanath3464moi asu
Ami benglure pe sam I love you dr zubeen garg.❤❤
Melody Queen🌟 আমাৰ ঢকুৱাখনাৰ গৌৰৱ পৰিস্মিতা👌👌👏👏❣️
Over acting tair...😅
😂
Female singer jonir kth koise@@niranjandas9574
Nijei fst kiba ata kri dkhbo tr pst blg k kiba kb ahib..km ny nki ha...anor kiba ata vl dkhib nuware....@@niranjandas9574
Bohut Over Acting tai kore 😊
জুবিন দা সঁচাকৈ আপুনি ভগৱান, ইমান সুন্দৰ গান এটা পাই বহুত সুখী আৰু গৌৰৱ কৰিছোঁ। জুবিন দা আপোনাৰ নতুন চিনেমাৰ কাৰণে বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগবাঢ়ি যোৱা। এইটো গানত ১০ মিলিয়ন ৰ ওপৰত views লাগে। দৌৰি দৌৰি যাম চিকাৰ চাম। জয় জুবিন দা ❤❤
Bal deh
Gan vlhse and iam also big fan of zg...but vagban bnowato bht bya ktha...vgaban only sri krishna
@@sankarrajbongshi3978 apuni hoitu najane gaan r vogoban buli Zubeen dak kowa hoi
জুবিন দাক ভালপোৱা সকলে মোৰ কমেন্তত এটাকৈ টীপ চহী মাৰি যাব ❤😊
Zubeen da ❤ sikaar Block Buster Hit 🎯❤
গানটোৱে পুৰণি জুবিন গাৰ্গক আকৌ এবাৰ ঘূৰাই আনিলে ❤❤ Soulful ❤❤
জয় জুবিন দা।বুজিব পৰা হোৱা পৰাই আপোনাৰ গান শুনি ভাল পাও।।।আৰু খদাই শুনি থাকিম
আজি Teaser ৰ লগতে "চিকাৰ" ৰ গীতো মুক্তি পালে ।।
গীতটিৰ কথা ক'বলৈ ভাষা নাই মোৰ, ওহ ক'বলৈ কিবা সুবিধাও পাব লাগিব... কাৰণ চিনেমাখনৰ Music কৰিছে স্বয়ং জুবিন গাৰ্গে। বহুত বহুত বেছি ধুনীয়া লাগিছে , আৰু এটা বস্তু খুব ধুনীয়া লাগিছে প্ৰথমতে গোৱা Humming খিনি উফ।। ❤️ Video টিৰ কথানো কি কম হীৰা এটুকুৰা যেন কেমেৰাৰ সন্মুখত !! ধুনীয়া ধুনীয়া জেগাত Shoot কৰিছে দেই, Video টিত জুবিন দাক খুব Handsome আৰু মৰম লাগিছে।।
এতিয়া ২০ ছেপ্টেম্বৰলৈ অপেক্ষা !!!
ruclips.net/video/17iWqtIKqGA/видео.htmlsi=P81hwFbf-J2J5Vgh
সেউজীয়া কামনাৰে তুমি মোৰে পৃথিৱী,
যুগমীয়া সাধনাৰে তুমি মোৰে পৰিধি,,This line uff legendary voice Zubeen da..❤❤
Zubeen Da Aru Parishmita R Voice Tu Mili Goise Enekuwa Voice Aru Kot Xinibo Pam Lyrics Tu Dhuniya Goise "sikaar" Sabo Roi Asu... Lovely More.... ❤️
Vote For Parishmita Phukon R Babe Like Ata....
"Nilimare kareng" Ei dokhor❤❤Uff ki line and hur❤
জুবিন দাৰ সুৰ,সংগীত আৰু কণ্ঠ বুলি কলেই বেলেগ এটা আৱেগ আহি যায়।ভগৱানে সদায় সুস্থ কৰি ৰাখক তাকেই কামনা কৰিলোঁ 🙏
আকাশ সম এখন হৃদয়ৰ নাম জুবিন গাৰ্গ,,,,,,,❤
❤❤
তুমি নহলে কোনে পকেটত ৰুমাল লৈ মুখত মুখা পিন্ধি হাতত বাঁহী লৈ যন্ত্ৰৰ দৰে ঘূৰি ঘূৰি গাব হেৰ বাঁহী তোক বৰ ভাল পাওঁ দেহি ❤❤কাৰণ মন যায় আপোনাৰ সুৰ যদি সংগীত হয় তেন্তে সংগীত মানে তুমি দাদা ❤❤
Comment 2 pohi screen shot Mari thoisu ...ki likihisa 😢
All albums in a sentence
হৃদয় চুই গ'ল দেই কথা খিনিয়ে ❤❤❤❤
Nice
Comment2 emn vl lagise 2mr❤️
Aji sikaar sai ahilu. Fali dse ekdom zubben dai.❤
Ki falise vai?? Moi to eko a vl napalu gaan keitak bde
কমেন্ট ৰাখি দিলো যুগ যুগ ধৰি থাকি যাব....যেতিয়া মানুহে গানটো শুনিবলৈ আহি কমেন্ট টোত লাইক কৰি যাব__তেতিয়া আকৌ notification পাই দাদাৰ গানটো আকৌ শুনিবলৈ সুযোগ পাম।....জয় জুবিন দা 💗💗Love you💫❤️❤️
কিবা এটা ভাল লাগিছে দেই গানতো ❤❤বেলেগ ৰস পাইছো শুনি..আৰু গানতোৰ যে word কেইটা 'ইচচ্' বহুত সুন্দৰ হৈছে ❤❤
পৰিশ্মিতা ফুকনলৈ ধন্যবাদ জনালো।বহুত মিঠা কন্ঠ। ধকুৱাখনাৰ গৌৰৱ।
Roi asu sikaar saboloi ❤❤
World famous singer... love you da
📌জুবিনদাই আমাক বহুত দিলে , এতিয়া আমাৰ দায়িত্ব যে তেখেতক আমাৰ দিয়াৰ সময়। তেখেতৰ চিনেমা আমি supar hit কৰিব লাগিব ।❤
I agree 👍
Right❤
Dr Zubeen Garg..Nuxunakei like comment d disu...janu e bhal hbo...joy Zubeen Garg kokai❤
Zubeen Da Axomiyar Vogoban Hoi joy Zubeen Da❤❤❤
অতি সুন্দৰ আলোকচিত্ৰ গ্ৰহণ আশা কৰোঁ অসমীয়া চলচ্চিত্ৰ জগতত এই বোলছবিখনে শ্ৰেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।
5 bar uprt xunilu tothapi2 xuni asu..lv u zubbin da ❤❤❤❤
Zubeen Da AGT koi apunar voice tu aru dhuniya hoise🥺♥️🥰
মৰাৰ আগলৈ কৈ যাম জয় জুবিন দা ❤❤❤🎉
Love this song. Chinema khone sabo wait kori asu. Zubeen da kotha nokow, taw amer hard ❤ asy, Parismita 1st time dada logt val lagil. Best off luck. Joi zubeen da ❤❤
জুবিন দাৰ কণ্ঠক আৰু কি কম ❤ ,, প্ৰথম humming টো বহুত ভাল লাগিছে বিশেষকৈ ❤❤ ,, এতিয়া মাথোঁ ২০ ছেপ্টেম্বৰলৈ অপেক্ষা ❤❤ #চিকাৰ
অপেক্ষা মাথোঁ "চিকাৰ" লৈ❤❤❤❤
Dr Zubeen Garg ✅✊
সাতৰঙী ভালপোৱা তোমাকে যাচিছো😍
হেঙুলীয়া আলপনাত তোমাকে আঁকিছে🫂
উফ্ জুবিন দা কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে🥺🫂😘
উফ কি কণ্ঠ কি সুৰ মনটো জুৰ পৰি যায়
দাদাৰ গান মোৰ হৃদয়ত বাজি থাকে❤
Zubeen da, apunak kom hobdot likhiboloi bor kothin. Apuni hustho hoi thakok aru jug jug jiyok amar majot ❤❤❤ bhogobane apunak mongol korok dada.
Zubeen Garg + Natural Places = 🙂❤️
Eiburk koi lyrics...eiburok koi xur..
hemkux khn meli tan tan word use krile aji kali gan nhi....jitu aji kli notun singer bure kre...Proud of u zubeen da❤
ummm kela shankuraj sannidhya besi aesthetic kribo jai 😂
Autowala is masterpiece...
Right koisa
জিভাত কামোৰ খোৱা শব্দ ব্যৱহাৰ কৰে।😂😂
ZUBEEN GARG GAAN COMMON MANUHR GAAN
Parishmita_phukan voice waoo❤️
বহুত দিনৰ মূৰত জুবিন দা .. বহুত ভাল লাগিল..... আৰু মহিলা কণ্ঠশিল্পী ৰ কণ্ঠ 🔥🔥
Dimahasao jaga bor dhuniya logot zubeen da geet aru obhinoi ❤❤❤❤
Just listen the song 3,4 times using earphone ,,,you will definitely fell in love with the voice 😊❤😭😭😭😭😭😭Zubeen daa is always best but parishmita voice is also so sweet simple lovely ❤
শব্দ বাক্য সুৰ লয়ত মুগ্ধ হৈ পৰিছোঁ ❤❤❤💞💞💞💞
হ্ৰদয় চুই যোৱা এটি গান❤
Ajie Ticket Book koribo Mon Goise 🥹❤️ Can't wait ♥️Eman Dhunia
Dr Zubeen da is past present n future❤❤❤
তুমি বিহীন সংগীত জীৱন আধৰুৱা ও জুবিন দা আপুনি সদায় এনেদৰে থাকক তাকেই ভগবানৰ ওচৰত মিনতি কৰিছোঁ
EAST or WEST, Zubeen da is the best.
Femal voice so awesome!! Ultimate composition..heard back to back many times from Release
আমাৰ মৰমৰ জুবিন দা ❤️❤️❤️❤️❤️❤️❤️
Zubeen da is pure diamond ❤❤....Dr Zubeen Garg....
কি সুন্দৰ❤❤❤
This song is totally fascinating💓
Its lyrics, composition, music and vocals are all beyond words!!💗💗
Love You Zubeen Daa💓
The female vocal is also appreciable.
Voice dr zubeen garg uffff
বহুত ধুনীয়া হৈছে গীতটো লাভ ইউ জুবিন দা ❤❤❤❤🥰😘😘🤗👌
অতি সুন্দৰ গান ❤
Dhunia. Zubeen da flavour. ❤️
সাতোৰঙী ভালপোৱা তোমাকে যাচিছোঁ
হেঙুলীয়া আল্পনা তোমাতে আঁকিছো...❤
❤❤ লাভ you জুবিন দা আপুনি আমাৰ ভগৱান জয় আই অসম
২০ বাৰ মান শুনিলো ৰাতিপুৱাৰ পৰা 🙏
Thnks for uploading this song. Bisari asilu. Etia garit bojai direct upper Assam jam. ❤. 2bar salu sikar etialoike.
Ei gantut parismita phukon and Zubeen garg dangoria best gan gai😊😊❤❤
Dr. Zubeen Garg ❤️❤️
এই সৃষ্টি বোৰেই আমাৰ শিলালিপি ❤
I am Speechless 😑 What a Mesmerizing Voice Of Dr. Zubeen Garg 🤍
জুবিনদা আপুনি আমাৰ আবেগ হয় ❤❤
Parishmita Phukan❤
Awesome voice ba❤
Wow, Zubeen Da killer, hoise dei👌🏼👏🥰🥳
Bohut dhuniya lagise 😍
Love you Zubeen da
Female singer gorakir voice tu olop Jonkey Baa'r nisina...khub dhuniya lagise
Zubeen অসমৰ গৌৰৱ হয়।।।
Zubeen ভাৰতৰ গৌৰৱ হয় ।।।
Zubeen অবিহনে অসমীয়া গীত আধৰোৱা।।।
Love you Zubeen দা, God always bless you & God always with you...
I love zubeen da ❤❤❤❤ zubeen da amar emotion hoi
Dr Zubeen Garg love from Golaghat❤
মৰমৰ আবেগ ৰ এটা নাম জুবিন দা❤❤❤❤
Dr zubeen daa apekkhay krii asu Sikaar sbo roii asu first day first show sam..❤️🩹🫶
The best song I found in the world
Sikaar flim Kune Kune wait kri asa
Zubeen da ufff 🔥🔥🫶🥰❤️ ছোৱালীৰ মাত 🔥👌👌😘🥰
অতি সুন্দৰ সঙ্গীত আৰু আলোকচিত্ৰ বৰ ভাল লাগিছে।❤🎉
আকৌ গ'ল ছবি গৃহ ঢৌ তুলিবলৈ। জয় জুবিন দা ❤❤❤❤🎉🎉🎉🎉🎉
ইমান সুন্দৰ সুন্দৰ শব্দৰ প্ৰয়োগ, সঁচাই আচৰিত , শুনিও আমনি নলগা গীত এটি বিচাৰি পালোঁ
Awesome ❤❤❤❤