Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
অতুল আৰু কেশৱ মহন্তই বিজেপি দলত যোগ দি অগপ দলটো ক জীয়াই ৰখাৰ ব্যৱস্থা কৰক
অতুল বৰা ডাঙৰীয়া আপুনি b j p দলত যোগ দিয়া টোৱে ঠিক হব।
বেছি ভাগ অসুবিধা আছে। সৰুপথাৰ কোনো ধৰণৰ মিত্ৰতা নাই বুলিলেও বঢ়াই কোৱা নহব।
অকল ২০২৬ ত দুটা চিট পাব, বৰ্তমানৰ তেল মাৰি থকা দুজনে পাব।
অসমত AGP দ'লৰ কোনো অস্তিত্ব নোহোৱা হৈছে।
Atul Borah k bd diyok
তৈল মৰ্দন কৰি থাকক। অসমীয়া জাতি শেষ হ'বলৈ২ বাকী নাই !!!!!
তৃনমূল কৰ্মীয়ে আজি একো নাপালে।নিৰ্বাচন আহিলে কেৱল দলৰ পতকাখন পালে।
অতুল বৰা একো নকৰে , আৰু বিজেপি দলে দান হিচাপে 4 বা 5 খন সমষ্টিত নিৰ্বাচন খেলিবৰ সুবিধা দিব আৰু তাকে মানি লব গতিকে কৈ কোনো লাভ নাই কাৰণ ৰাইজে এতিয়া ভাল নাপায় আপোনালোকৰ নাটক
অতুল কেশৱ ক আঁতৰাই দিয়ক । ইহঁতে AGP শেষ কৰিলে ।
অগপ প্ৰাধান্য পাব লগীয়া দল নহয়েই। আত্মসন্মান বোধ শূণ্য নেতাৰে ভৰপূৰ দল এটা জীয়া নে মৰা সেইটো অৰ্থহীন।
মিত্রতাত এইবোৰ থাকেই.. কিন্ত অগপ 10 খন মানত জিকি থাকিলে ভাল..
Actually parties feelings t asonibur paise,
Ramendranarayan kalita bahiba laga aiber
কলিতা ৰ পেট ভৰি আছে যেতিয়া তেওঁৰ কি যায়

কলিতা ৰ পেট ভৰি আছে যেতিয়া
তেওঁৰ কি যায়