Madhav Dev Mahanta // মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ, কোচবিহাৰ//

Поделиться
HTML-код
  • Опубликовано: 3 дек 2024

Комментарии •

  • @diptimahanta5900
    @diptimahanta5900 7 месяцев назад +1

    Prabhu jonaloibhupronam jonalu❤

  • @NilimapathakNilimapathaka
    @NilimapathakNilimapathaka 7 месяцев назад

    Krishna sewa জনালোঁ প্ৰভু 🙏🙏❤❤

  • @tridipdeka5648
    @tridipdeka5648 7 месяцев назад

    🙏🙏🙏

  • @debo___jitt9448
    @debo___jitt9448 Месяц назад

    🙏🙏🙏🙏

  • @malasaikia9389
    @malasaikia9389 6 месяцев назад

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @LaksheswarKalita-k9m
    @LaksheswarKalita-k9m 4 дня назад

    কৃষ্ণ প্ৰভু কৃষ্ণ

  • @horinamoramiyarokh3890
    @horinamoramiyarokh3890 19 дней назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম

  • @jogadharsaikia5041
    @jogadharsaikia5041 7 месяцев назад +1

    তেওঁ আমাৰ গাঁৱৰ ভাগৱতলৈ আহিছিল। তেখেতৰ কথাই বৰকৈ মুগ্ধ কৰিলে। 🙏🙏

  • @arupjyotimahanta2699
    @arupjyotimahanta2699 7 месяцев назад +4

    ডেকা সত্ৰাধিকাৰ প্ৰভুজনাক আৰু সাংবাদিক জনাক সেৱা জনালোঁ🙏🙏🙏 া

  • @nobinborah8327
    @nobinborah8327 20 дней назад

    খুব সুন্দৰ লাগিল। গুৰু দুজনাৰ সৃষ্টিৰাজিৰ বৃষ্টিত বৰ্ণনা মাধৱদেৱ মহন্ত প্ৰভু জনাই অতি সুন্দৰকৈ আগবঢ়ালে। এনে আলোচনাই সমস্ত জনকে উপকৃত কৰিব। খুব সুন্দৰ হৈছে। কৃষ্ণ 🙏🙏

  • @rabinchandrabhuyan4246
    @rabinchandrabhuyan4246 7 месяцев назад +5

    আমাৰ তৰফৰ পৰা তেখেতলৈ ভক্তিভৰা মৰম, স্নেহ, আৰু বন্ধুত্ব পূৰ্ণ সেৱা যাছিলোঁ।

  • @DebuDutta-z4n
    @DebuDutta-z4n 11 дней назад

    প্ৰভু জনাৰ ঢৰণত সেৱা জনালোঁ । কৃষ্ণ ।

  • @mahanpuja7915
    @mahanpuja7915 8 месяцев назад

    Krishna 🙏🙏🙏🙏

  • @mahanpuja7915
    @mahanpuja7915 8 месяцев назад +2

    Krishna 🙏prabhu apunar soronot kouti kouti pranam 🙏

  • @budheswarlaskar1335
    @budheswarlaskar1335 7 месяцев назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল আগলৈআৰু আশা কৰি লো ছয়গুৰুশঙ্কৰ

    • @hepah-pranjal
      @hepah-pranjal  7 месяцев назад

      জয় গুৰু শঙ্কৰ 🙏

  • @lilisaikia5909
    @lilisaikia5909 6 месяцев назад

    কৃষ্ণ কৃষ্ণ গুৰুবানী শুদ্ধ ৰূপত প্ৰকাশ কৰিছে প্ৰভু জনা লৈ কোটি কোটি সেৱা জনালো

  • @hemantadas2357
    @hemantadas2357 7 месяцев назад

    Val lagi

  • @kushalchetia2670
    @kushalchetia2670 13 дней назад

    গোবিন্দ গোবিন্দ প্ৰভূ ঈশ্বৰৰ সুন্দৰ ঘোষাৰে বৰ্ণনা কৰিছে হ্দয় ছুইগৈছে । কৃষ্ণ

  • @chayanikakashyopbora7715
    @chayanikakashyopbora7715 7 месяцев назад

    🙏 Krishna ❤

  • @akhilgogoi1869
    @akhilgogoi1869 Месяц назад

    Krishna Krishna bhal bhal

  • @MantuBhuyan-sv9vn
    @MantuBhuyan-sv9vn 7 месяцев назад

    Krishna Krishna pranamu guru

  • @narayandas7879
    @narayandas7879 7 месяцев назад

    Krishna ❤

  • @smriticreation8642
    @smriticreation8642 8 месяцев назад +1

    🙏👍

  • @achyutsaikiaofficial2370
    @achyutsaikiaofficial2370 8 месяцев назад +1

    কৃষ্ণ কৃষ্ণ🙏🙏

  • @AmborishOjah-km3sl
    @AmborishOjah-km3sl 7 месяцев назад

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা মন চুই গৈছে।

  • @putulgayan648
    @putulgayan648 7 месяцев назад +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏সেৱা জনাইছো প্ৰভু🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 7 месяцев назад +1

    কৃষ্ণ 🎉কৃষ্ণ🎉কৃষ্ণ🎉কৃষ🎉 🙏🙏🙏🙏

  • @assamesenaamkirtan4507
    @assamesenaamkirtan4507 7 месяцев назад

    কৃষ্ণ, সেৱা নিবেদিছো 🙏🙏🙏🙏

  • @mahanpuja7915
    @mahanpuja7915 8 месяцев назад +1

    Bap apunar spostabaditat otikoi anupranito hoisu.krishna🙏

    • @hepah-pranjal
      @hepah-pranjal  8 месяцев назад +1

      জয় গুৰু শঙ্কৰ 🙏

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 7 месяцев назад +2

    সত্ৰাধিকাৰ প্ৰভুজনাৰ এক শৰণ নাম ধৰ্ম বিষয়ত যি সাৰ গৰ্ভৰ আলোচনা আগবঢ়াইছে সঁচাকৈ অন্তৰ চুই গৈছে প্ৰভুজনাৰ চৰণত শতকোটি সেৱা জনাইছো

  • @bakulkalita4223
    @bakulkalita4223 7 месяцев назад

    কৃষ্ণ । প্ৰভু জনা আমাৰ গাঁৱত তিনিদিনীয়াকৈ অনুস্থিত ভাগৱত পাঠ অনুস্থানত উপস্থিত থাকি ভাগৱতৰ যি ব্যাখ্যা আগবঢ়ালে আৰু নবপ্ৰজন্মক ভাগৱত তথা আধ্যাত্মিক দিশৰ প্ৰতি আকৃষ্ট হ'বলৈ আগবঢ়োৱা পৰামৰ্শ ৰ কাৰণে প্ৰভুজনাৰ শ্ৰী চৰণত শতকৌটি প্ৰনাম জনালোঁ, কৃষ্ণ 🙏

    • @hepah-pranjal
      @hepah-pranjal  7 месяцев назад

      কৃষ্ণ। আপোনাৰ ইতিবাচক কথাৰে আমাক এনেদৰে সহাঁৰি আগবঢ়ায় নিয়ে জাতে।

  • @munindrasaikia5409
    @munindrasaikia5409 7 месяцев назад

    হেঁপাহৰ প্ৰচাৰ অতুলনীয়। আপোনাৰ জৰিয়তে মধুপূৰ সত্ৰৰ দেকা সত্ৰাধিকাৰ প্ৰভুৰ ফোন নম্বৰ টো পোৱাৰ আশা কৰিলোঁ ।🙏🙏🙏

    • @hepah-pranjal
      @hepah-pranjal  7 месяцев назад

      ধন্যবাদ । আপুনি facebook r জৰিয়তে যোগাযোগ কৰিব পাৰিব ।

  • @kumudgayan1664
    @kumudgayan1664 7 месяцев назад

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। শল্য চিকিৎসা কৰি শ্ৰী মন্ত শংকৰদেৱক পিছলৈ থৈ সকলো আগবাঢ়ি গৈ গুৰু দুজনাৰ ভক্তি ধৰ্মক সংকটত পেলাইছে, কিন্তু তাৰ দ্বাৰা সমাজৰ অৱনতি ঘটিছে বুলি ভাবিছোঁ, শুদ্ধ -অশুদ্ধ বিচাৰি সেৱা আগবঢ়ালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @lkvloger9380
    @lkvloger9380 8 месяцев назад

    Krishna

  • @rinagogoi1795
    @rinagogoi1795 7 месяцев назад

    Krishna bap iswar bhgaban pati thaka bhakat aru hakalu jibar pati hama bhabar alusana .suni bahut. Bhal lail

    • @hepah-pranjal
      @hepah-pranjal  7 месяцев назад

      জয় গুৰু শঙ্কৰ 🙏

  • @pradippurkayastha1861
    @pradippurkayastha1861 7 месяцев назад

    সত্ৰাধীকাৰ মহন্ত দেৱলৈ মোৰ প্ৰনাম। তেখেতক দেখিলেই মনত ভক্তি ভাব আহে

  • @litumonisaikia7902
    @litumonisaikia7902 8 месяцев назад

    Xundor

  • @brojenkhargharia15
    @brojenkhargharia15 7 месяцев назад

    Sanal took bhut dhoinobad val kam koresa guru dhorma prosar koresa

    • @hepah-pranjal
      @hepah-pranjal  7 месяцев назад

      ধন্যবাদ, এনেদৰে সহায় সহযোগিতা কৰি যাব |

  • @minatidevi1064
    @minatidevi1064 8 месяцев назад

    জয় জয় শ্ৰীশ্ৰী কৃষ্ণ সুদৰ্শন চক্ৰপানী ঔম নযো বাসু দেবায়ে নমো নমঃ🎉🎉

    • @hepah-pranjal
      @hepah-pranjal  8 месяцев назад

      জয় গুৰু শঙ্কৰ 🙏

  • @dhrubajyotikalita047
    @dhrubajyotikalita047 8 месяцев назад

    Moja

  • @Rk-bv5el
    @Rk-bv5el 8 месяцев назад

    Nice❤

  • @nirmalimalakar2364
    @nirmalimalakar2364 7 месяцев назад

    লক্ষ্মীকান্ত আতৈৰ সময়ত সত্ৰলৈ গ'লে যি আতিথ্য পোৱা গৈছিল এতিয়া একেবাৰে নাই।

    • @hepah-pranjal
      @hepah-pranjal  7 месяцев назад

      ডেকা সত্ৰধিকাৰ ক কথাষাৰ অৱগত কৰিম |

  • @brojenkhargharia15
    @brojenkhargharia15 7 месяцев назад

    Krishna bap Jon val kam koresa vogobana Kripa korebo

  • @gupensaikia
    @gupensaikia 7 месяцев назад

    Krishna ata

  • @dayarambharali7710
    @dayarambharali7710 8 месяцев назад +1

    মধুৰিপু ৰাম ৰঘুপতি তুমি ভক্তৰ নিজ গতি তোমাৰ চৰণে শৰণে কৰিলো সাৰ।নমো 6:16 দেৱ দিন দুখহাৰী দয়াশিল দামোদৰ প্ৰভু আমি দুঃখিতক
    চৰণে কৰা উদ্ধাৰ।।

    • @hepah-pranjal
      @hepah-pranjal  8 месяцев назад

      জয় গুৰু শঙ্কৰ 🙏