Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
লাহন দাৰ গ্ৰiমানুভূতি আমাৰ অসমীয়া জাতিৰ সপোন ,আমি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ ,মানুহজনৰ দৰেই সমগ্ৰ পৰিবেশ অনবদ্য ।
ধন্যবাদ 🙏
বহুত বহুত ভাল লাগিছে চাই আপোনাৰ লোকক ধন্যবাদ জনাইছো ইমান এটা মহান কাম হাতত লোৱা বাবে ।লক্ষীমপুৰলৈ গলে চাইকেলৰ গেট বিচাৰি যাম ।ভগবানে আৰু আপোনাৰ লোকক শক্তি দিয়ক ।🙏
অসমৰ গৌৰৱ । বহুত ভাল লাগিছে । আগবাঢ়ি যাওক এনেদৰে ❤❤❤
বহুত ভাল লাগিল। ইমান সুন্দৰ ভিডিঅ বিলাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ।
আমাৰ ফালে সেইখন বাগধেনু বুলি কও(গোলাঘাট সৰুপথাৰ) ।জোনখন তেওঁ গাড়িৰ শব্দৰ দৰে বজাই শুনোৱালে❤আমাক সৰুতে ককা আইতা হতে এই খন বজালে বৰষুন দিয়ে বুলি কৈছিল ❤ ❤
❤বৰ সুন্দৰ হৈছে।। আমি গৈছিলো।
আকৰ্ষণীয় মন আৰু অভিজ্ঞতাৰে পুষ্ট ব্যক্তিত্ব ❤
ওচৰৰ পৰা গৈ এবাৰ চাবৰ মন গৈছে পাই ।আমি গাঁৱৰ মানুহ গাঁৱৰ বোকা মাটিৰ গোন্ধ ভাল পাওঁ ।পৰিবেশটো ইমান সুন্দৰ লাগিছে ।❤❤🙏🙏🙏
বহুত ভাল লাগিলচাই । আপোনালোকক ধন্যবাদ ।
Ousom, outstanding, mind-blowing.
Thanks for sharing the idea . You will see like this in sivasagar in about 3 years 😄
অতি সুন্দৰ ❤❤
Bor xundor ek poribex,,,,Vaal lagil,,,,
Khub dhuniya lagise..ei gramyanubhuti
Thank you Lahan for your best consept.
বৰ সুন্দৰ হৈছে,ভাল লাগিল। সময় সুবিধা কৰি যাম। লাহন ডাঙৰীয়ালৈ ধন্যবাদ থাকিল।
বহুত বহুত ভাল লাগিল । সঁচাকৈয়ে সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে।
Khub Hundor Topicor uporot Video bur bonai Dada❤❤
অতি চমৎকাৰ কাৰুকাৰ্য,মনোমোহা পৰিৱেশ দেখি আপ্লুত হলোঁ
অতি সুন্দৰ । অসমীয়া জাতিৰ বাবে গৌৰবৰ কথা।ভাবিব নোৱাৰা এক নান্দনিক পৰিবেশ। তেখেতৰ এই সুন্দৰ মনৰ সুন্দৰ নিদৰ্শনক শতবাৰ প্ৰসংশা কৰিছো। এদিন নিশ্চয় যোৱাৰ চেষ্টা কৰিম।
Ahibo
ভাল লাগিল ধন্যবাদ।
অতি ভাল লগা পৰিবেশ দেখিলো ধন্যবাদ
Hosai bohut vall lagil ❤❤❤❤ last presentation tu borhiya hoise 😊
Thank you 🤩
অতিশয় সুন্দৰ, মনোমুগ্ধকৰ প্ৰকল্প, ব্যতিক্ৰমী চিন্তাৰে পৰিপুষ্ট! লাহন ডাঙৰীয়াক এদিন লগ পাম নিশ্চিয়❤
Number video te ase call kori lobo
খুবেই ভাল লাগিল। নিশ্চয় এদিন যাম । গৌৰৱ অনুভৱ কৰিছো। শুভ কামনা জনালোঁ।
Thanks
Sundar prasastha.God bless you.
Amar Lakhimpur❤ ...wah Dada borhiya goi asu ati jinkale ❤❤
Great idea
অশেষ ধন্যবাদ।অতি সুন্দৰ লাগিছে।
Val lagil..gaon or dore hoboi nuware
বহুত ধুনিয়া পৰিবেশ সুন্দৰ পৰিবেশ 👍
Yes 👍
I feel proud that I'm a Lakhimpurian😊❤
Feel proud and swell like a balloon
Bohut bohut bhal lagil dei montu uri goise❤❤❤❤
সুন্দৰ হৈছে।অসমীয়াৰ বাবে গৌৰৱ। শুভেচ্ছা থাকিল আৰু আগবাঢ়ক।
বহুত ভাল লাগিল
বৰ সুন্দৰ গ্ৰাম্য পৰ্যটনৰ আকৰ্ষণ ক্ষেত্ৰত পৰিনত হৈছে । অনাগত দিনৰ বাবে শুভেচ্ছা থাকিল ।
Thanks 🙏
বৰ ভাল কাম হৈছে।
Nice Video ❤❤❤❤❤❤❤
Sir..apunar video sai bhal lage.
Thank you 🤗
ভাল লাগিছে ।সময় পালে যাবলৈ মন আছে ।
Quite innovative!!!👏👏
আমাৰ অসমীয়াই বিছাৰিলে সব পাৰে ❤লাহন দা'ক চেলুট 😊প্ৰাঞ্জল দাকো ধন্যবাদ 😊
Thank you
Bhal lagile .
Val lagil..imn xundor poribex..jantrikota bihin nijor lgt byosto hoi ata akanto xmoi par koriboloi dhunia sthan
👍
সুন্দৰ নিদৰ্শন ❤ অসমীয়া জাতিৰ গৌৰৱ শুভেচ্ছা যাচিলো 🎉🎉🎉🎉❤❤❤
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা বৰ ভাল লাগিছে আন্তৰিক অভিনন্দন জনালোঁ শুভ আবেলি জয় শ্ৰীকৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন হৰি 😊🎉❤🌷🌹🌷🪷🌺🥀🌷👌👍
GOD BLESS YOU BROTHER.... WISH YOU SUCCESS IN YOUR LIFE.
Val lagil 💞
অতি সুন্দৰ প্ৰদৰ্শন ।
সুন্দৰ পদক্ষেপ। 👏👏👏
This guy literally Excellent
Unique video as usual ❤❤❤
Thank you 🙏
Very good initiative... Hats off
Bujabo nuwarakoi bhal lagise ❤
Hundor podokhep 🎉❤
Outstanding..go ahead.. thanks...
Mojjjaaaaaaa❤
Our Lakhimapur❤❤❤
Very very nice, best step,it is a type of best subsistence for quality full young unemployed.
Thanks ☺️
বহুত ভাল লাগিল।
বহুত ধুনীয়া লাগিছে দাদা
Most wonderful
সুন্দৰ
বহুত ভাল লাগিছে মই মোৰ মাৰ মাত্ৰ সজুঁলি তাতৰমোৰ ৰুমৰ ভিতৰত থৈদিছো
Nice. Very. Nice 👌👌. Jodi. Bhogowane. Niye. Epak. Jaam. Saboloi. Aagbahi. Jua. Amar. Axomor. Gourav ........ 🌹🌹
I love You Dada ❤❤❤❤. Ankoi aru dekhai jauok..And gaimonuvuto Dada ❤❤❤ oti hunkle Goo asu
Thank you ❤️
Val lagil video to sai❤
বহুত ধুনীয়া
সুন্দৰ অতি সুন্দৰ,
Ghrr usrte agtke bohut upgrade hol❤
🫡
Mojja
Dhunia lagise video tu Sai aru akenua akhon project hatot lua babe
Very nice collection, Thanks🙏
Jam dada adin Love from Biswanath 🙏
Bhal lagile dekhi
Val lagil
অতি সুন্দৰ ধাৰনা । মন কৰিলেই চন বাকৰি মাটিতে ধন ।
Exactly
Many Many Thanks kokai
Bahut bhal sinta
Joy Ai Axom
LOVE FROM BORSOLA 💜✅
Thank you ☺️
বৰ ভাল লাগিল ।
Thank you for Dhemaji
Unique concept 👌
Indeed
Hundor environment
Sundar environment
Good job
Anekua hobo lage...akou bhal houk aponar
The guy is really genuine. Doing fantastic work.
ভাল লাগিল দাদা
Natun chintta' k xonmaan jonalu , 🎉🎉🎉🎉
Lahon sir aru aguwai jauk
Vl lgxe❤
Bongaigaon district t tree house eta ..bahut bosor agotei korise..tat o tourist jai
Most welcome
Bohut vallagile.....
Hundor
Apunar video bur besi val logar karon tu hol Editing Kom Besi cuting nokore ❤❤❤❤❤
So Awesome
wahh mjja
লাহন দাৰ গ্ৰiমানুভূতি আমাৰ অসমীয়া জাতিৰ সপোন ,আমি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ ,মানুহজনৰ দৰেই সমগ্ৰ পৰিবেশ অনবদ্য ।
ধন্যবাদ 🙏
বহুত বহুত ভাল লাগিছে চাই আপোনাৰ লোকক ধন্যবাদ জনাইছো ইমান এটা মহান কাম হাতত লোৱা বাবে ।লক্ষীমপুৰলৈ গলে চাইকেলৰ গেট বিচাৰি যাম ।ভগবানে আৰু আপোনাৰ লোকক শক্তি দিয়ক ।🙏
অসমৰ গৌৰৱ । বহুত ভাল লাগিছে । আগবাঢ়ি যাওক এনেদৰে ❤❤❤
বহুত ভাল লাগিল। ইমান সুন্দৰ ভিডিঅ বিলাক উপহাৰ দিয়াৰ বাবে ধন্যবাদ।
আমাৰ ফালে সেইখন বাগধেনু বুলি কও(গোলাঘাট সৰুপথাৰ) ।জোনখন তেওঁ গাড়িৰ শব্দৰ দৰে বজাই শুনোৱালে❤আমাক সৰুতে ককা আইতা হতে এই খন বজালে বৰষুন দিয়ে বুলি কৈছিল ❤ ❤
❤বৰ সুন্দৰ হৈছে।। আমি গৈছিলো।
আকৰ্ষণীয় মন আৰু অভিজ্ঞতাৰে পুষ্ট ব্যক্তিত্ব ❤
ওচৰৰ পৰা গৈ এবাৰ চাবৰ মন গৈছে পাই ।আমি গাঁৱৰ মানুহ গাঁৱৰ বোকা মাটিৰ গোন্ধ ভাল পাওঁ ।পৰিবেশটো ইমান সুন্দৰ লাগিছে ।❤❤🙏🙏🙏
বহুত ভাল লাগিলচাই । আপোনালোকক ধন্যবাদ ।
Ousom, outstanding, mind-blowing.
Thanks for sharing the idea . You will see like this in sivasagar in about 3 years 😄
অতি সুন্দৰ ❤❤
Bor xundor ek poribex,,,,Vaal lagil,,,,
Khub dhuniya lagise..ei gramyanubhuti
Thank you Lahan for your best consept.
বৰ সুন্দৰ হৈছে,ভাল লাগিল। সময় সুবিধা কৰি যাম। লাহন ডাঙৰীয়ালৈ ধন্যবাদ থাকিল।
বহুত বহুত ভাল লাগিল । সঁচাকৈয়ে সুন্দৰ নিদৰ্শন ডাঙি ধৰিছে।
Khub Hundor Topicor uporot Video bur bonai Dada❤❤
অতি চমৎকাৰ কাৰুকাৰ্য,মনোমোহা পৰিৱেশ দেখি আপ্লুত হলোঁ
অতি সুন্দৰ । অসমীয়া জাতিৰ বাবে গৌৰবৰ কথা।ভাবিব নোৱাৰা এক নান্দনিক পৰিবেশ। তেখেতৰ এই সুন্দৰ মনৰ সুন্দৰ নিদৰ্শনক শতবাৰ প্ৰসংশা কৰিছো। এদিন নিশ্চয় যোৱাৰ চেষ্টা কৰিম।
Ahibo
ভাল লাগিল ধন্যবাদ।
অতি ভাল লগা পৰিবেশ দেখিলো ধন্যবাদ
Hosai bohut vall lagil ❤❤❤❤ last presentation tu borhiya hoise 😊
Thank you 🤩
অতিশয় সুন্দৰ, মনোমুগ্ধকৰ প্ৰকল্প, ব্যতিক্ৰমী চিন্তাৰে পৰিপুষ্ট! লাহন ডাঙৰীয়াক এদিন লগ পাম নিশ্চিয়❤
Number video te ase call kori lobo
খুবেই ভাল লাগিল। নিশ্চয় এদিন যাম । গৌৰৱ অনুভৱ কৰিছো। শুভ কামনা জনালোঁ।
Thanks
Sundar prasastha.God bless you.
Amar Lakhimpur❤ ...wah Dada borhiya goi asu ati jinkale ❤❤
Great idea
অশেষ ধন্যবাদ।অতি সুন্দৰ লাগিছে।
Val lagil..gaon or dore hoboi nuware
বহুত ধুনিয়া পৰিবেশ সুন্দৰ পৰিবেশ 👍
Yes 👍
I feel proud that I'm a Lakhimpurian😊❤
Feel proud and swell like a balloon
Bohut bohut bhal lagil dei montu uri goise❤❤❤❤
সুন্দৰ হৈছে।অসমীয়াৰ বাবে গৌৰৱ। শুভেচ্ছা থাকিল আৰু আগবাঢ়ক।
বহুত ভাল লাগিল
বৰ সুন্দৰ গ্ৰাম্য পৰ্যটনৰ আকৰ্ষণ
ক্ষেত্ৰত পৰিনত হৈছে ।
অনাগত দিনৰ বাবে শুভেচ্ছা থাকিল ।
Thanks 🙏
বৰ ভাল কাম হৈছে।
Nice Video ❤❤❤❤❤❤❤
Thanks
Sir..apunar video sai bhal lage.
Thank you 🤗
ভাল লাগিছে ।সময় পালে যাবলৈ মন আছে ।
Quite innovative!!!👏👏
আমাৰ অসমীয়াই বিছাৰিলে সব পাৰে ❤
লাহন দা'ক চেলুট 😊
প্ৰাঞ্জল দাকো ধন্যবাদ 😊
Thank you
Bhal lagile .
Val lagil..imn xundor poribex..jantrikota bihin nijor lgt byosto hoi ata akanto xmoi par koriboloi dhunia sthan
👍
সুন্দৰ নিদৰ্শন ❤ অসমীয়া জাতিৰ গৌৰৱ শুভেচ্ছা যাচিলো 🎉🎉🎉🎉❤❤❤
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা বৰ ভাল লাগিছে আন্তৰিক অভিনন্দন জনালোঁ শুভ আবেলি জয় শ্ৰীকৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন হৰি 😊🎉❤🌷🌹🌷🪷🌺🥀🌷👌👍
GOD BLESS YOU BROTHER....
WISH YOU SUCCESS IN YOUR LIFE.
Val lagil 💞
অতি সুন্দৰ প্ৰদৰ্শন ।
সুন্দৰ পদক্ষেপ। 👏👏👏
This guy literally Excellent
Unique video as usual ❤❤❤
Thank you 🙏
Very good initiative... Hats off
Thanks 🙏
Bujabo nuwarakoi bhal lagise ❤
Hundor podokhep 🎉❤
Outstanding..go ahead.. thanks...
Mojjjaaaaaaa❤
Our Lakhimapur❤❤❤
Very very nice, best step,it is a type of best subsistence for quality full young unemployed.
Thanks ☺️
বহুত ভাল লাগিল।
বহুত ধুনীয়া লাগিছে দাদা
Most wonderful
সুন্দৰ
Thanks 🙏
বহুত ভাল লাগিছে মই মোৰ মাৰ মাত্ৰ সজুঁলি তাতৰমোৰ ৰুমৰ ভিতৰত থৈদিছো
Nice. Very. Nice 👌👌. Jodi. Bhogowane. Niye. Epak. Jaam. Saboloi. Aagbahi. Jua. Amar. Axomor. Gourav ........ 🌹🌹
I love You Dada ❤❤❤❤. Ankoi aru dekhai jauok..
And gaimonuvuto Dada ❤❤❤ oti hunkle Goo asu