খণ্ড 2 শ্ৰী কৃষ্ণই যদু বংশৰ ধ্বংস কিয় কৰিলে || ব্যাখ্যাকাৰ অনিল তাঁতী Anil tanti bhagawat path ||

Поделиться
HTML-код
  • Опубликовано: 3 авг 2023
  • ব্যাখ্যাকাৰ অনিল তাঁতী
    নাৰায়নপুৰ বৰপথাৰ
    অনিল বৰুৱা বাপজনাৰ গৃহত
    Anil tanti bhagawat path
    ©️ Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

Комментарии • 82

  • @NiruDevi-td3hn
    @NiruDevi-td3hn 4 месяца назад +3

    Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤

  • @chitramalkakati4332
    @chitramalkakati4332 Год назад +3

    Krishna Bap Iswar, suni anandit holo, krishna krishna krishna,

  • @ankitagogoi9376
    @ankitagogoi9376 Год назад +3

    Krishna Krishna provu sewa jonalu Krishna 🙏🙏🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Год назад +3

    Krishna krishna baap shwa gonalu

  • @barnalidas7784
    @barnalidas7784 Год назад +3

    Krishna Krishna Krishna Krishna bap

  • @Sistryhazarika5761
    @Sistryhazarika5761 3 месяца назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ,কথা। সুনি আমোদ লাগে

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Год назад +5

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @achyutkumargogoi1837
    @achyutkumargogoi1837 Год назад +3

    Joy Krishna Joy Krishna Pranam

  • @arpanaborah375
    @arpanaborah375 Год назад +3

    Krishna krishan 🙏🙏🙏🙏🙏

  • @user-vq4eq8it3j
    @user-vq4eq8it3j 2 месяца назад +2

    Krishna Krishna....bahut val lagil

  • @minatimech4993
    @minatimech4993 Год назад +3

    Krishna Krishna Krishna baap

  • @user-jx9mj9ws8o
    @user-jx9mj9ws8o 5 месяцев назад +2

    Krishno krishno Bap

  • @rikugogoi3759
    @rikugogoi3759 Год назад +1

    Sumitra Gogoi
    Krishna Krishna Krishna He param Kripalu Bapjan Bhagawatar bar sundar updesh dile deai bahut val lagil kathabor suni Krishna pranam janalo aaponak Krishna

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 Год назад +2

    Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏

  • @bhumitabora2496
    @bhumitabora2496 Год назад +3

    Krishna Krishna

  • @rumineogborah-rr6bu
    @rumineogborah-rr6bu Год назад +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন সুনি বহুত ভাল লাগিল আমি মহা পাপি কৃষ্ণৰ চৰণত শত কুতি প্ৰমাণ জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏।

  • @mamoniphukan3807
    @mamoniphukan3807 10 месяцев назад +1

    কৃষ্ণ কৃষ্ণ, অমৃতময় ভাগবত কথা পান কৰি ধন্য হ'লো ,বাপ জনাক অশেষ ধন্যবাদ ।প

  • @bhaskardas972
    @bhaskardas972 8 месяцев назад +1

    Ram Krishna Prabhu baap jon 🙏🕉️

  • @user-bo4pn7cu9w
    @user-bo4pn7cu9w Год назад +3

    Krishna Krishna Pronam 👏👏🌷🌷🙏🙏🌷🌷🙏🙏🌷🌷🙏🙏🙏

  • @junumech7558
    @junumech7558 Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ

  • @jadavgogoi4008
    @jadavgogoi4008 Год назад +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ
    সমস্ত জনলৈ মহাঅধমে সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Ridipaxom
    @Ridipaxom 10 месяцев назад +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো ।জয় গুৰু শঙ্কৰ

  • @ankurentertainment2791
    @ankurentertainment2791 Год назад +3

    কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏🙏🙏

  • @debojitneog502
    @debojitneog502 Год назад +1

    Krishna Krishna Tati baap🙏🙏🙏

  • @IlumoniDuarah-id6pp
    @IlumoniDuarah-id6pp 8 месяцев назад +1

    Krishna krishna 💚

  • @pranitachoudhury-my4do
    @pranitachoudhury-my4do 10 месяцев назад +1

    Jai shri Krishna 🙏 ❤

  • @user-ro8fo3qt8j
    @user-ro8fo3qt8j 9 месяцев назад +1

    কৃষ্ণ বহুত ভাল লাগিল

  • @jinudeka7969
    @jinudeka7969 9 месяцев назад +1

    Krishna Krishna bap.❤❤

  • @tankeswardeka6070
    @tankeswardeka6070 Год назад +1

    Ram krishna pravo sipajhar 🌻🙏🌷🥀🙂🥀🙏

  • @TankeswarDeka-rn8li
    @TankeswarDeka-rn8li 11 месяцев назад +1

    Ramrampravo SIPAJHAR🌹🌹🌹🌹

  • @abmonty7274
    @abmonty7274 Год назад +2

    Krishna🙏🙏🙏

  • @bharatinformation.4483
    @bharatinformation.4483 7 месяцев назад +2

    কৃষ্ণ

  • @pratimagogoi
    @pratimagogoi 8 месяцев назад +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @rinakutumpegu1427
    @rinakutumpegu1427 Год назад +2

    🙏 Krishna Krishna Krishna Krishna.

    • @namitadas4731
      @namitadas4731 10 месяцев назад

      Krishna Krishna bap Hiya Sui jowa bakhya. Eman sumodhur.

  • @hemalatakoch9204
    @hemalatakoch9204 11 месяцев назад +1

    Krishna sundar hoise bapjana

  • @mainawbora39
    @mainawbora39 9 месяцев назад +1

    Krishna Krishna Krishna

  • @rekhagogoi322
    @rekhagogoi322 Год назад +2

    কৃষ্ণ কৃষ্ণ বাপ শতকোটি প্ৰণাম জনালো 🙏🙏 ।

  • @tapansaikia3114
    @tapansaikia3114 8 месяцев назад +1

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @keshabbora7742
    @keshabbora7742 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kamalpayeng4938
    @kamalpayeng4938 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰনাম🙏

  • @Mampy__official
    @Mampy__official 7 месяцев назад +2

    🙏🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 11 месяцев назад +1

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @DipangkarBishya
    @DipangkarBishya 11 месяцев назад +1

    কৃষ্ণ বাপ

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 10 месяцев назад +1

    কৃষ্ণ 🙏

  • @user-nu6wh6kw5b
    @user-nu6wh6kw5b 10 месяцев назад +1

    Krishna bap

  • @hirabora-wq2pw
    @hirabora-wq2pw 10 месяцев назад +1

    হে, বাপ অতি মহা অম্ত

  • @user-go3lx4hm3j
    @user-go3lx4hm3j 10 месяцев назад +1

    Karertal Barpeta Krishna krishna

  • @user-yc1xk5iy4m
    @user-yc1xk5iy4m 10 месяцев назад +1

    Krishna Krishna bapjana seya janiso

  • @nirjurajgogoi319
    @nirjurajgogoi319 10 месяцев назад +1

    কৃষ্ণ ৷

  • @smritiborah1420
    @smritiborah1420 9 месяцев назад +1

    সচাঁকৈ বহুত ভাল লাগে ভাগৱত শুনি ধন্যৱাদ আপুনি ভিডিয় যোগে আমালৈ আগবঢ়াই দিয়া বাবে❤🙏🙏🙏

  • @dipisaikia287
    @dipisaikia287 11 месяцев назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @prahladchetia4233
    @prahladchetia4233 Год назад +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kishordas2331
    @kishordas2331 Год назад +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ!!@
    বাপজনাৰ পদ্মমুখে ভাগৱতৰ অমৃতৰস পান কৰি ধন্য হলো।
    কৃষ্ণ কৃষ্ণ!!

  • @nibirsaikia686
    @nibirsaikia686 9 месяцев назад +1

    কৃষ্ণ কৃষ্ণ ❤🙏

  • @mainabordoloi2479
    @mainabordoloi2479 Год назад +5

    কৃষ্ণ, সকলো ভকত বৈষ্ণৱ প্ৰভু সকললৈ সন্ধিয়াৰ ভক্তিভৰা সেৱা জনালো🙏🙏🙏

    • @rupkantapathori9666
      @rupkantapathori9666 11 месяцев назад

      মহা মানৱ মহাত্মা গান্ধীয়ে কৈছিল মানুহৰ সেৱাৰ যোগেদিহে ভগৱানক পাব বিছাৰো কাৰন পৃথিৱীতো নাই আকাশতো নাই ভগৱান।মা দেউতাকক সেৱা কৰা মানেই ভগৱানক সেৱা কৰা।

  • @poragboruah4156
    @poragboruah4156 Год назад +3

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @kumudgayan1664
    @kumudgayan1664 Год назад +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত বাখ্যাই সকলোৰে অন্তৰত কৃষ্ণ ভক্তিৰ পৰিবেশ ৰচনা কৰে, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @Beridabon
    @Beridabon Год назад +2

    ᴋʀɪꜱʜɴᴀ

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 Год назад +6

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 Год назад +3

    পৰমেশ্বৰ একেশ্বৰ শ্ৰীহৰিৰ প্ৰকাশমান তিনিস্বৰূপ ব্ৰহ্মা বিষ্ণু মহেশক শ্ৰীহৰিৰ পৰা বেলেগ বেলেগ পৃথক বুলি ভবা লোকে যিমানেই গীতা ভাগৱতৰ শ্লোক পদ আওৰাই নাথাকক তেওঁ একো নাজানে ভাটৌৰ দৰে ।ও হৰি ও ৰাম ।
    পুৰাণ আৰু চৰিত পুথিৰ তথ্যমতে গুৰু শংকৰদেৱ শিৱ শংকৰ মহেশ মহাদেৱৰ অৱতাৰ ।পুৰাণ গ্ৰন্থ আৰু শংকৰ চৰিত পুথিত সূন্দৰকৈ উল্লেখ আছে ভালকৈ চাব ও হৰি ও ৰাম ।
    সংস্কৃত ভাগৱতৰ ১৮ হাজাৰ শ্লোকৰে ৪ হাজাৰ শ্লোক কৃষ্ণ নাম নহোৱাকৈ লিখিছে আপোনাৰ মতে ব্যাসও মুৰ্খ অজ্ঞ মন্দমতিয়েই আছিল কাৰণ চাৰি হাজাৰ শ্লোক বোজা আবৰ্জনা কৰি লিখিছিল যাৰ বাবে শংকৰদেৱে কৃষ্ণ নামহীন আবৰ্জনা শ্লোক অসমীয়া ভাগৱতত আতৰালে পিছে বাপ কথাটো সঁচানে শুদ্ধনে ?আতৰোৱা চাৰি হাজাৰ শ্লোকত সঁচাকৈ কৃষ্ণ বিষ্ণু হৰিৰ নাম নাছিল নেকি ? শংকৰদেৱে আতৰোৱা চাৰিহাজাৰ শ্লোক সংস্কৃত ভাগৱতৰ পৰা বিচাৰি উলিয়াই চাবচোন বাপ সেই চাৰি হাজাৰ শ্লোকত ঈশ্বৰ হৰি বিষ্ণু কৃষ্ণৰ নাম আছেনে নাই ? আপোনাৰ মন্তব্যটো ভুল যেন লাগিছে ।
    গীতা ভাগৱতত পাইছো ঈশ্বৰ হৰিৰ অৰ্থে কৰা সকলো কাৰ্যই ঈশ্বৰ হৰিৰ কায্য হয় শুদ্ধ কাৰ্য হয় তেনেহলে গীতা ভাগৱত ঈশ্বৰ হৰি কৃষ্ণই কৈছে সকলো দেৱ দেৱীৰ স্বৰূপত মই জগতৰ কাৰ্য কৰি আছো সকল দেৱ দেৱী মোৰেই বিভুতি স্বৰূপ সেয়ে ঈশ্বৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক ভজা বা ভজা ভক্তৰ লগত একেলোগ হোৱা বাবে আপোনাসবৰ শংকৰী ধৰ্ম আৰু মহন্ত সকল অশুচি অশুদ্ধ হৈছে আপোনালোকৰ শংকৰী একশৰণ ধৰ্ম ইমান আলোসুৱা ঠুনুকানে ??? আপোনাসব শংকৰী একশৰণীয়া ধৰ্ম আৰু একশৰণীয়া কৃষ্ণ ভক্ত বৈষ্ণৱ সবৰ বাবে ঈশ্বৰ হৰি বিষ্ণুৰ বিভুতি স্বৰূপ শ শ কৌটি লোকৰ আৰাধ্য দেৱ দেৱী অশুচি অশুদ্ধ হৈ সৃষ্টি হৈছিলনে ???তাতী বাপ আপোনাসবৰ দেৱ দেৱী তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান মুণ্ডন নিন্দা ঘৃণা বিৰোধিতা কৰা কৃষ্ণত একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম অসমত প্ৰচলন হোৱা পাঁচশ বছৰ হে হল তাৰ আগত কিন্তু আমি সকলো একে সমান আছিলো গতিকে বৰ বেছি অতিৰঞ্জিত কৰি অসহিষ্ণু হৈ ব্যাখ্যা কৰি হাহিয়াতৰ পাত্ৰ নোহোৱাই ভাল ।কম বেছি পৰামানে সকলোৱে গীতা ভাগৱত জানে পঢ়িছে, ধৰ্ম কি ,শুদ্ধ সত্য কি জানে বাপ ।আও হৰি আও ৰাম ।
    ঈশ্বৰ সৰ্বব্যাপী বিৰাজমান যিহেতু সকলোকে ঈশ্বৰ হৰি বিষ্ণু জ্ঞান কৰি যদি কোনোৱাই সৰ্বশাস্ত্ৰ সন্মত বেদবিহিত ভক্তি ধৰ্মৰে ঈশ্বৰ হৰি বিষ্ণুৰ বিভুতি স্বৰূপ গণেশ বিশ্বকৰ্মা লক্ষ্মী সৰস্বতী শিৱক ভজিলে অশুচি অশুদ্ধ অকৰ্ম পাপকৰ্ম নহয় তাতী বাপ আপুনি যে কলে অন্য দেৱ ভক্ত সকলোৰ বাবে আপানাসবৰ শংকৰী একশৰণ বৈষ্ণৱ ধৰ্ম কলুষিত নহয় আপোনালোকও মায়াময় জগতৰ মায়াত বন্দী জীৱহে ঈশ্বৰ বা অন্য পৃথক প্ৰাণী নহয় ।আপুনিও কব নোৱাৰে আপুনিয়েই শুদ্ধ সত্য নিস্পাপ ভকত আৰু মুক্তি পাব বৈকুণ্ঠত যাব বুলি ।গতিকে অতিৰঞ্জিত কৰি কৈ বিৰোধ বিদ্বেষ নিন্দা নকৰাই ভাল সমাজৰ মংগলৰ বাবে ।কেৱল ঈশ্বৰেহে জানে কোন ভক্ত কোন অভক্ত ।
    আপোনাৰ তীৰ্যক অসহিষ্ণু নিন্দাবাদ বিৰোধ মন্তব্য ব্যাখ্যা শুনি ভাব হৈছে আপুনি একান্ত শুদ্ধ সত্য বৈষ্ণৱ নহয় এজন গীতা ভাগৱতৰ শ্লোক পদ ভুলে শুদ্ধই আওৰাই থকা ভাগৱত ব্যাখ্যাকাৰী অভিনেতাহে ।আও হৰি খাও ৰাম ।

    • @AnilTantibhagawat
      @AnilTantibhagawat Год назад +1

      Apuni muk phone number dibo Krishna 🙏 logote apuni muk matak nohale apunak moi matim ahibone Prabhu jodi apuni hastra Jane adin duu aklage sastratha korim jagtu nirbasan kora tumar khmata ase jodi ,,oh hori Oram,,aney sale bare kubai coment di nathakiba dam ase jodi mukha mukhi huaa ,,,,,, o hori o Ram,,,

    • @AnilTantibhagawat
      @AnilTantibhagawat Год назад +1

      Krishna phone number dibo bap

    • @asomiaasom6008
      @asomiaasom6008 Год назад +1

      @@AnilTantibhagawat বাপ এদিন নিশ্চয় মুখামুখি হম । মুখামুখিকৈ সংস্কৃত গীতা ভাগৱত পুৰাণ মেলি তথ্য লৈ আলোচনা কৰিম ।পিছে বাপ মই লিখা তথ্যবোৰ কথাবোৰ সঁচা মিচা ভুল শুদ্ধ একো মন্তব্য নকৰিলে যে ? ও হৰি ও ৰাম ।🙏

    • @AnilTantibhagawat
      @AnilTantibhagawat Год назад +1

      @@asomiaasom6008 apuner nijoar daykhta dekhu lukar logat lagi homi norata nakrajen oti hunkale log puar ahare,amr jodi hidanta bhul tane hajar hajar Manu amak adari Noli prbhu apuner dare pondit bramony kormo kandi hori nam dharma dhakibo ajiu biasre hai karane Tanti aru pranjeet dore arbhi bhab hoisae ,,,o Hori o Ram

    • @AnilTantibhagawat
      @AnilTantibhagawat Год назад +1

      Aru phone number dibo Krishna logate jagtu nirbasan kora mohle ami nirmant jonam apuni nisat ahibone Prabhu jodi apuner khamota ase

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Год назад +1

    Krishna 🙏 provu sewa jonalu,guru kripa houk Krishna 🙏 সমস্ত বাপ আৰু আই লৈ সেৱা জনালোঁ কৃষ্ণ

  • @padmanathkutum7730
    @padmanathkutum7730 11 месяцев назад +1

    Krishna Krishna Bap 🙏🙏

  • @tapansaikia3114
    @tapansaikia3114 8 месяцев назад +1

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

  • @user-bm8oq1hn7l
    @user-bm8oq1hn7l 9 месяцев назад +1

    🙏🙏🙏