এটাৰ পিছত আনটো সুৰীয়া গীত লৈ ষ্টুডিঅ’ত আশ্বাস আয়ুষ্মান।ৰঙালী বিহুক লৈ কেনেদৰে সাজু কণমানিজন?
HTML-код
- Опубликовано: 8 сен 2024
- এটাৰ পিছত আনটো সুৰীয়া গীত লৈ ষ্টুডিঅ’ত থাকিব আশ্বাস আয়ুষ্মান
ৰঙালী বিহুক লৈ কেনেদৰে সাজু কণমানিজন?
#pratidintime #assam #bihu
অসমৰ সোনৰ টুকুৰা। তোমাৰ all song মনত থকাৰ বাবে ধন্যবাদ। আজিৰ লৈকে এনেকুৱা singer দেখা নাই।
সুন্দৰ বাবা। অসমৰ ৰাইজৰ ধ্ৰুৱ তৰা হবা।
❤😢❤
A Moza ❤ বুঢ়া খুপাক মাতি পইচা লাখ লাখ দিয়াতকৈ এই মৰম লগা বাবু জনক মতাই ভাল... দৰ্শকে ভাল পাব প্ৰগ্ৰাম চাই
ইমান ধূনীয়া. ভাষা নাই কবলে.
নেওগ পোৱালি ।
আমাৰ ঘৰৰ লৰা।
সুন্দৰৰ জয়ৰ যাত্ৰা হওক ।মৰম মৰম।
উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো।
বৰ মৰম লগা কণমানি ছোৱালীজনীক চাই থাকিলে চাই থাকিবৰ মন যায় , ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে , মৰম লগা কণ্ঠ , আশীৰ্বাদ থাকিল ; ভগৱানে মঙ্গল ৰাখক । 🙏🙏🙏
No girl .. He is a very intelligent boy
Nice song
ধন্যবাদ
From Bangaluro
ভাল লাগিছে দে আগুয়া জোৱা তুমি 🙏🙏🙏🙏
খুব সুন্দৰ হৈছে আশ্বাস, তুমি আৰু আগুৱাই যোৱা। 👍👍💓💓
Thanks Ashkha
😢🎉😂😂 JB❤❤😊😊😊😊😅@@sabitabaishya8958
ধুনীয়া গীত গাইছা। আৰু আগবাঢ়ি যোৱা।
Bor hundor lagil
Bohut vl lagil , tumi axomor gowrob God bless you
সোনৰ টুকুৰা হয় ❤️❤️তুমি অসমবাসীৰ বাবে আৰু আগুৱাই যোৱা তুমি ৷
Excellent.
শুনি হেঁপাহ নপলায়
তোমাৰ কথাৰ মাদকতা বিলাক আজীৱন তোমাৰ লগৰীয়া হৈ থাকক...সদায় আগুৱাই যোৱা..নিৰহংকাৰ জীৱন যাপন কৰিবা সোণজনী❤️
জুবিন গাৰ্গ ৰ পাছত এই কণমানি আশ্বাসেই ধৰি ৰাখিব আমাৰ অসমীয়া সংস্কৃতি আৰু সংঙ্গীত জগতকে। হীৰাৰ টুকুৰ তুমি। হৃদয়েৰে আশীর্বাদ যাচিলোঁ। আগুৱাই যোৱা। পিতৃ মাতৃ লৈও আমাৰ পৰিয়ালৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। আপোনালোকে এনে সুসন্তান অসম বাসীক উপহাৰ দিয়া বাবে। ভগৱান পৰিয়ালটো সদায় কুশলে ৰাখক। 🙏🙏 17:15
Very good.go forward.
ATI Sundar maina
Bohut hundor❤❤❤❤❤
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো আশ্বাস আৰু আগুৱাই যোৱা আশীৰ্বাদ কৰিলো good bless you ❤❤❤
সুন্দৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ 🙏🙏🙏
সুন্দৰ আগবাঢ়ি যোৱা
গান গোৱা ই নহয়, বাদ্য পৰিবেশন ওপৰতো অনুকৰণ অভিগতা ৰ কিন্তু মানিব লাগিব !💖💖👍 মজা।
বিহুৰ শুভেচ্ছা জনালো তোমালৈ, ভৱিষ্যতে ও এনে গীত শুনিলে ভাল পালোহেঁতেন চিন্তা কৰিচাবাচোন, সুন্দৰ হওক তোমাৰ আচনি বোৰ,
তুমি অসমৰ ভোটা তৰা হৈ জিলিকি উঠা আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায়ে থাকিব।
So cute ❤❤❤
বিহুৰ শুভেচ্ছা জনালো আগতিয়াকৈ, পুৰনি আৰু নতুন গীতো শুনিবলৈ পালে মনতে সুখ পালো হেতেন সেয়ে তুমি গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,,,
তোমালৈ বহুত মৰম থাকিল । তুমি আগুৱাই যোৱা ।❤❤❤❤
কৱলৈ ভাষা নাই । ইমান মৰম লগা। অতি সুন্দৰ 👍❤❤❤❤❤💕💕💕💕
মোৰ ইমানেই মৰম লাগে তোমাক ❤❤
God bless you ❤❤........
সুন্দৰ আশ্বাস, আগুন্তোক ৰঙালীৰ লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো
Bahhhh !!! ki sundor ! eman dhunia lora ❤️❤️❤️👍
Bahut Hundar Miramar nati tolai ATI suma dilu
Excellent
Hayeee....❤ আগুৱাই যোৱা❤️
মৰম লগা বহুত ভাল লাগিছে
Bahut bhal lagi se
So so wonderful wow this amazing girl 😍😍🔥🔥ke dhuniyaaa bihu gaise tai huni bohut bohut besi val lagise 👍😚
উজ্বল ভৱিষ্যত কামনা কৰিলো
বহু ত ধুনীয়া
So cute tikli
Moja❤👌👌👌
Hundor ❤🔥
Beautiful 😊😊😊😊😊😊😊
ধুলীয়া জন ভাল লাগিছে দেই।
Bohut val pao tumak deha 🙏🙏🙏
Very excellent performance . God bless you for your future.
অতি সুন্দৰ। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল .................. 🙏🙏
God bless you Happy Bohag bihu
Very nice 👌👌👌
বহাগৰ বিহু টি পাই মনতে ভালো লাগে, জানা,, ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে তুমি গাই যোৱা ইমান ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,
তোমাৰ গান কেইটা ভাল লাগিল ধন্যবাদ
অতি সুন্দৰ। তুমি আমাৰ হিয়াৰ আমঠু। তুমি আমাৰ দেশৰ ভৱিষ্যত। মই বহুত ভাল পাওঁ তোমাৰ গান আৰু তোমাক।
Very smart boy and best future.......
God bless you
I love you so much babu 😊😊😍
Xundor voice,God bless her
❤❤baba,aaru,val,huya
আশ্বাস ৰ কন্ঠ খুব সুন্দৰ। আগুৱাই যোৱা..!!
Nice song
❤bohut xundor hoise dhunu ❤❤❤❤
ভাল ভাল।লাগিছে❤❤❤😂😂😂😊
Dhunia aru aguai jua
Oti hundar .
Excellent. Babu. From Kashmir.
ইমান সুন্দৰ কন্ঠ ৷ তুমি আমাৰ হিয়াৰ আমঠু ৷
Val lagil❤
খুব মৰম লগা লৰা❤।
Ajoi nasoni bihu bihu lgise 💗
আশ্বাসক মই ছোৱালী বুলি ভাবিছিলো
❤❤mojja
Good 👍
অতি সুন্দৰ ❤❤❤❤
God bless you
Very nice ❤
❤ Beautiful ❤
Ashakh r ujjal bhabishat kamana korilu emn hundar teor kantho aru kathabatara bor khub vl palu anuthanti sai.❤❤❤
Wow nice voice.
আশ্বাস তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো |
Bahut sundar.
Very good ❤❤
So cute ❤️❤️❤️❤️❤️boy❤️❤️
Nice very very nice Om God Bless you ❤❤❤❤❤
God. Bless. You
সোণ আগবাঢ়ি যোৱা আশীবাদ কৰিছো
❤🍫🍫💐😊
Very nicr❤
Kotha bur a iman sweet o....❤
❤❤❤❤❤
Very nice
Oti hundar. Tumar ujjal bhabishyat kamona korilu
তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।
বহুত বহুত ভাল লাগিসে ❤❤❤ ধন্যবাদ ....
bohut..val..lagil..dei
❤❤❤❤beta
Nice song❤❤❤❤❤❤
Kolijato aru aguwai jowa tare kamonare 😘😘
Dhuniya lagil👍
Aioo mur kalijatu❤
Val lagil sai ❤. Very nice 🥰
Bahut dhuniya haise
Good blase you.
❤ Welcome ❤❤❤