Khub vl natok....kntu ji thait natok khon record karisil sei thair darkhak khini he bht avadra jen lagil.....naiba sei mnuh khini e natok ki bastu buji e napay....
I don't know understand at this drama for society, because I understand this drama other theatre locality, good luck writter Mridul Chuita..best of luck...
কাহিনীটো পৃথক । কিন্তু খুব বেছি ভালো নালাগিল মোৰ । অৰ্থাৎ যিটো হাৰত নাটকখনৰ কথা ওলাইছিল তেনেকুৱাও হোৱা নাই । বাকী অভিনয় অতি সুন্দৰ । বিশেষকৈ বাবলি বাৰ অভিনয় খুব ধুনীয়া ❤
বহুত ভাল নাটক এখন চালোঁ। ইমান নিখুঁত অভিনয় 🙏👍👌
Bohut dhuniya lagisay
বাস্তৱ ধৰ্মী সামাজিক নাট,,,👌👌👌👌👌👌
মঞ্চতে চাইছিলো। বহুত ধুনীয়া নাটক
এখন অতি সুন্দৰ নাটক।ভালো লাগিল।
দাৱৰ দাৰ অভিনয় সুন্দৰ হৈছে❤❤️❤️💝💝💝
এসন ভাল নাটক চালোঁ ধন্যবাদ মৃদুল দা এসন ভাল নাটক উপহাৰ দিয়াৰ বাবেই ।
বহুত ধুনীয়া লাগিল👏
২০২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ নাটক ।। কোনো অত্যাধুনিক কাৰিকৰী কৰিব বিচৰা নাই। অভিনয় ,পৰিচালনা ,সংগীত,কাহিনী সকলো ফালৰ পৰা মনঃপূত হোৱা এখন নাটক ।। ভ্ৰাম্যমানৰ গৰিমাক কহিনুৰ থিয়েটাৰে যেন উজ্জ্বলাই ৰাখে ,আমি আশাবাদী
ভাল নাটক এখন উপহাৰ দিয়া বাবে মৃদুল দাক বহুত বহুত বেছি জনালো। আৰু অভিনয়ো সুন্দৰ
😊
বহুত বাহাল লাগিল চাই নাটক খন চকুপানী ওলাই গ'ল।
Osai vl lagil bohut dinor murot vl theatre ata salu
Natok khon Sai bhal lagila.ru krishno da acting best
কৃষ্ণ দাৰ অভিনয় কিবা এতিয়াও অৰ্ধনাৰীত অভিনয় কৰাৰ দৰে লাগে চোন।
হয় অলপমান মোৰো লাগিছে তেনেকুৱা
That's call the actual acting 🔥
অতি সুন্দৰ প্ৰদৰ্শন।
ভাল লাগিছে ❤❤
বৰ সুন্দৰ লাগিল... কহিনুৰৰ মঞ্চত অভিনয় কৰাৰ বৰ হেপাঁহ । এদিন ওলামগৈ
দীপাৱলী কৈ ১০০গুন ভাল হৈচে নাটকখন ।
এখন ধুনীয়া নাটক উপভোগ কৰিলোঁ ❤
বহুত ধুনীয়াকৈ চৰিত্ৰটো ৰূপায়ন কৰিছে... ডাৱৰ💝
কাহিনীটো বহুত ভাল লাগিল...
সুন্দৰ কাহিনী আৰু অভিনয় এ বি চি ডি ❤❤❤
Oti hundur hoise .bhut vl lgil sai.
কৃষ্ণমনি দাদা আপোনাৰ অভিনয় বহুত ভাল লাগিছে লগতে বাবলি বা মোৰ বহুত প্ৰিয় অভিনেত্ৰী। সকলোৰে অভিনয় খুব ধুনীয়া লাগিছে❤❤
ভাল লাগিল চাই ❤।
সুন্দৰ 👍
কাহিনীটো অলপ পৃথক ভাল লাগিল। অভিনয় ভাল হৈছে সকলোৰে। বিশেষকৈ বাবলী বাৰ অভিনয় বহুত বেছি ধুনীয়া হৈছে..❤❤
সাংঘাতিক অভিনয় কৰিছে। নাটক খন ছোৱাৰ পিছত অন্য ধৰণৰ এটা অনুভৱে কাম কৰে।
মিঠা মিঠা প্ৰেমৰ লগতে বিষ মিশ্ৰিত ট্ৰেজেডি।
চিনাকি মানুহৰ অচিনাকী আচৰণে অন্য ধৰণৰ আঘাত দিয়ে।
Babli ba mojhaa avinay korise de ❤️❤️❤️
বহুত ভাল লাগিল। ।
One of the best Natok ABCD . 2023=24 R no 1 Natok hoise mur mon ot.❤🎉🎉
অসীমত যাৰ হেৰাল সীমা নাটক খন দিব চোন
ব্যতিক্ৰমী কাহিনী মৃদুল দাৰ কলমত । কৃষ্ণ দা আৰু বাবলী বাৰ অভিনয় সুন্দৰ । বাকী কহিনুৰৰ শব্দ, পোহৰ, মঞ্চ সজ্জা আৰু কলা নিৰ্দেশনাৰ কথা ক'বই নালাগে ।
আৱহ সংগীত বৰ মজ্জা লাগিল
The performance was very good.
Aibr he natok aslte ❤
4-5 khn fight.....4-5 ta gan dxwa blg kisuman natok bhelkibazi r bade blg akun nhy
Xosai bht bhl lgl ❤
ইমান ভাল এটা কাহিনী কিযে কম ভাস নোহোৱা হৈ গল।।।
একক অন্যন্য ❤❤❤❤❤
So emotionally drama 🥺🥺❤️❤️
Khub vl natok....kntu ji thait natok khon record karisil sei thair darkhak khini he bht avadra jen lagil.....naiba sei mnuh khini e natok ki bastu buji e napay....
Bahut val lagise❤❤❤❤❤❤
লাচতৰ খিনি বহুত দুখ লাগিল😢
Thank you কহিনুৰ থিয়েটাৰ
হৃদয়স্পৰ্শি কাহিনী
ABCD mur mama r abhinoi 😅😅🔥🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🥰🥰🥰 কৃষ্ণমণি নাথ অভিনয় ❤❤🔥🔥🔥🔥
যতীন বৰাৰ "অনামিকা আজিও নুবুজিলো তোমাক" খন আপলোড কৰিব চোন ।
Very good. 😊
Bht bhal lagil sai
এখন বাস্তবধৰ্মী সামাজিক নাট। ❤
Akdom antoror pora Bohut Bohut Dhanyabad Kohinoor Theatre ❤❤❤❤❤
অবুজ দ'ৰা অচিন কইনা নাটক খন আছে যদি দিব।
Best drama. Actual drama ❤❤❤
Bhut val lagil❤❤❤
I don't know understand at this drama for society, because I understand this drama other theatre locality, good luck writter Mridul Chuita..best of luck...
Bohut val lagil sai
সুন্দৰ
Dhuniya lagise koboloi vakha nai
Vl lgil ❤️ bohut sai
ভাম্যমান থিয়েটাৰৰ বৰ্তমান সমাজৰ সেই একঘেমীয়া কেৱল চিঞৰি Dilouge কোৱা অভিনয়ৰ পৰা পৃথক অতি সুন্দৰ অভিনয় চাবলৈ সুযোগ দিয়াৰ বাবে।কহিনুৰৰ পৰিয়ালৈ বহুত বহুত ধন্যবাদ।সচাই আপোনালোক পৃথক।নাটকখনৰ কথাটো ক'বই নালাগে।কিন্তু দৰ্শক,কোন অঞ্চলৰ নাজানো।কিন্তু ইমান বেছি অভদ্ৰ দৰ্শক হয়টো আৰু ক'তো নোলাব।ধেই.....
❤❤❤ mridul da ... Nice drama .. u are awesome writer..
Vl lagise
Bohut Val lagil
Bortoman amar hmaj r jolonto kahini
Sai asu bht vl lagi ase
Khundor story ..krishna dar abhinoy bohut dhuniya but hero jon or bodymotion alop kom ase
Thank you upload diyar babe ❤
কাহিনীটো পৃথক । কিন্তু খুব বেছি ভালো নালাগিল মোৰ । অৰ্থাৎ যিটো হাৰত নাটকখনৰ কথা ওলাইছিল তেনেকুৱাও হোৱা নাই । বাকী অভিনয় অতি সুন্দৰ । বিশেষকৈ বাবলি বাৰ অভিনয় খুব ধুনীয়া ❤
Nice Story..
Vl bhut vl lagise natok khon
Bahut val lagile
Wait kri aslu py glu tq u so.much
wow bhut dhunuiya lagise ❤
এইবাৰ ও নাটক বহুত ভাল হৈছে কিন্তু নলবাৰী ৰাস ত নাহিল
Heart touching story ❤
কহিনুৰ থিয়েটাৰ বুলি কলে বৰষা বালৈ মনত পৰে😢..
সচাকৈ খুব সুন্দৰ নাটক। চাবলৈ সুবিধা পোৱা নাছিলো । you tube t চাবলৈ সুবিধা কৰি দিয়া বাবে বহুত বহুত ধন্যবাদ।
মন চুই গ’ল
"অনামিকা আজিও নুবুজিলো তোমাক" খন আপলোড কৰিবচোন ।
সুন্দৰ নাটক...
কিন্ত কোন ঠাইত নাটক খন ৰেকৰ্ডিঙ কৰিছে নাজানো দৰ্শকৰ ইমান হাল্লা
ভাল নালাগিল...
হয়টো কিছুমান দৰ্শক নাটক চাব যোৱা নাই চিয়ঁৰি হে গৈছে
Thank you for uploading this drama
Super❤❤❤❤
বৰ সুন্দৰ । তপন দাৰ পৰিকল্পনা সুন্দৰ । মই নিজেই live চাইচো । krishnamoni নাথ ওলোৱা দৃশ্য কেইটা হে মেইন ।
😢
Nice ❤❤❤❤❤❤
সচাই বহুত ভাল এখন নাটক। মিঠা মিঠা প্ৰেমৰ অন্ততঃ তিব্ৰ বিষ।
হচাই সাংঘাতিক এটা নাটক। মন লগাই ছালে বুকুত আঘাত কৰে।
DHUNIYA HOISE 😊❤
Congressional.
Bhal lagil
Khoob bhaal naatok ❤❤❤🙏🙏🙏
Babli ba bht vl hyse avinoy ❤
Live saisilu ❤ ভাল লগা এখন নাটক।
Love from Jamugurihat❤❤
I love you dulu da
Mojja lagil sai 💖
বহুত দিনৰ মূৰত এখন ভাল নাটক চালো।
Nice ❤
Nyc
Very nice
বাবলী বাৰ অভিনয় 🔥🔥🔥🔥🔥
Vall lagil
Bohut val lagli sai 🥺💗
best drama of 2023
Thanks, kohinoor theatre
Mur falor pora no-1 natok...❤