বাপৰে বা! ইমান কেইটা song কিন্তু যোৱা কালি গোৰেশ্বৰ ত চালোঁ মইনা কুশলে আছনে Drama খন ত ১ তা song পালোঁ only, আৰু আপুনি love light দিয়া nyy,😢 বাৰু ভাবিছোঁ প্ৰতিকুল বতৰৰ বাবে তেনে কৰা বাবে,but আপুনি যে মই হেনো প্ৰেম তে পৰিছো song টো ত ও white bag loa nyy😅 বেয়া নাপাব দেই এনেই কলোঁ, আজি কালি social media ৰ যোগ so দেখিছোঁ আগতে সেইবাবে কলো , বাৰু বতৰৰ বাবে লোৱা নাই ভাবিছোঁ 😢❤
Baidew natokor khokolu Jon biyaktik bhl pau kintu ata line jonmo bibah mrityu aitu sudho hbo lgisil but majja proitekkhon natok Sai asu bhal lagil thank you
আজিৰ প্ৰজন্মই সাধাৰণতে এনেধৰণৰ নাটবোৰ চাব নিবিচাৰে।। তথাপি আবাহন থিয়েটাৰৰ এই সাহস শলাবলগীয়া আৰু তেওঁলোক ইয়াত সফলো হৈছে ❤
মই চাই আছো দাদা । একাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ।
0 1:59:05
Miuuu sai asu.nsi kio koisa
Moi Saisu class 11 students
❤❤❤
অতীতৰ চম্পকনগৰ বৰ্তমানৰ ছয়গাঁও। আটা-আবুৰ মুখেৰে শুনি অহা সতী বেউলা-লক্ষীন্দাৰ, চান্দ সদাগৰৰ আখ্যানৰ সৈতে জড়িত চম্পকনগৰৰ মেৰঘৰৰ ভগ্নাৱশেষৰ লগতে মাঁ চণ্ডিকা দেৱালয় আৰু সৰুৰে পৰা দেখি বা শুনি অহা মাৰৈ পূজাৰ ওজাপালি আৰু দেওধনী নৃত্যই ইয়াৰ স্বাক্ষৰ এতিয়াও বহন কৰি আহিছে।
মহাসপ্তমী দিনটোত আৱাহনৰ "সতী বেউলা" নাটখন চাই ভাল লাগিল।
জয় মাঁ মনসা (বৰমানি মাঁ,বিষহৰি মাঁ)🙏🙏
হে! বুঢ়াগোহাঁই বাবা (শিৱ বাবা)🙏🙏
Ami nije kora natok khon sabo pai bohut xukh anubhav korisu aru ai khujug kon diya babe bohut bohut thank you ba❤aibar bohut miss korisu 🥺
সঁচাকৈ অনবদ্য।। পৌৰাণিক আখ্যানবোৰৰ সৈতে নতুনকৈ চিনাকি হোৱাৰ সময় আহি পৰিছে নৱপ্ৰজন্মৰ।। আধুনিকতাৰ বাটত ফুল ফুলিব বুলি ভাবি ফুলৰ গছজোপাৰ শিপা সদৃশ আমাৰ পৌৰাণিক আখ্যান তথা অতীতৰ সৈতে নিজকে পৰিচয় কৰাই নিদিয়াটো অনুচিত।। আৱাহনৰ এক বিৰল তথা মহাপ্ৰয়াস।। প্ৰত্যেকবৰ্ষতে একোখনকৈ ঐতিহ্যমণ্ডিত পৌৰাণিক আখ্যান সমৃদ্ধ নাট দৰ্শক ৰাইজক উপহাৰ দি আহিছে।। এইয়া কেৱল এখন নাট প্ৰদৰ্শনেই নহয় আমাৰ অতীতৰ সৈতে চিনাকি কৰোৱাৰ আৱাহনৰ এক বলিষ্ঠ প্ৰচেষ্টা।। বিভিন্ন তথ্য অনুসৰি জানিব পৰা মতে প্ৰত্যেক প্ৰজন্মৰ লোকে এই ঈশ্বৰ আৰু মনুষ্যৰ মাজৰ সংঘাতৰ নাট্যৰূপ সতী বেউলা নাটখনিক বুকু উজাৰি মৰম তথা সঁহাৰি জনাইছে।। নাটখন প্ৰদৰ্শন কৰোঁতে যথেষ্ট সাহস, মনোবল তথা এক মোটা আৰ্থিক ধনৰ প্ৰয়োজন হৈছিল।। এইয়া আৱাহনৰ বলিষ্ঠ প্ৰযোজনা।। মহাৰাণী প্ৰস্তুতি পৰাশৰ এগৰাকী প্ৰযোজিকা আৰু তেওঁৰ বলিষ্ঠ অভিনয়েৰ এগৰাকী সফল অভিনেত্ৰী হিচাপে সাফল্যমণ্ডিত হৈছে।। আৱাহন সদায় জীপাল হৈ থাকক।। জয়তু আৱাহন, জয়তু প্ৰস্তুতি পৰাশৰ, জয়তু ভ্ৰাম্যমাণ নাট্যসমাজ।।
Nice ❤❤🙏🙏🙏
সুন্দৰ পদক্ষেপ ৷ আৱাহন থিয়েটাৰৰ পৌৰাণিক কাহিনীৰ সতী বেউলাৰ নাটকখন সামাজিক মাধ্যম ইউটিউবত দি উপভোগ কৰি দিয়াৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ ৷❤❤❤
বেউলাৰ চৰিত্ৰত প্ৰস্তুতি বাৰ অভিনয় অদ্বিতীয় । লগতে চান্দ সদাগৰৰ পত্নীৰ চৰিত্ৰত অঞ্জু বাৰ বলিষ্ঠ অভিনয় ❤যোৱাবছৰ ২৬ চেপ্তেম্বৰ ২০২৩ তাৰিখে মিৰ্জাত চাইছিলো । অভিভূত হৈছিলো নাটকখন চাই ❤ এতিয়া আকৌ পাই খুব ভাল লাগিছে ।
নাট খন কিছুমান সুন্দৰ মনৰ সংমিশ্ৰিত প্ৰতিৰূপ ❤ আৱাহনৰ এই আকাশলংঘী জয়যাত্ৰা অব্যাহত থাকক❤❤ সকলো কলা-কুশলী লৈ বহুত বহুত শুভেচ্ছা 🙏 আহিব লগা দিন বোৰত আৰু যাতে এনে নাট উপভোগ কৰিব পাও❤❤ প্ৰস্তুতি বা ❤ আপুনি সদায় মানুহৰ হৃদয়ত নাটকৰ মহাৰাণী হৈ থাকক ❤❤❤
ভাল হৈছে নাটক খন এনেধৰণৰ নাটকে সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই আনে। আৰু নাটকখন চাই বহুত নজনা কথা শিকিব পাৰিলো মা মনসা আগত পদ্মা আছিল মহাদেৱৰ কন্যা। পাছত মা মনসা ৰূপে পৰিচিত হল। খুব সুন্দৰ নাটক চাব লগিয়া এখন নাটক।
অতীতৰ সেই বিখ্যাত চম্পক নগৰে হল বৰ্তমানৰ ছয়গাঁও। যি ঠাইত আজিও অতীতৰ চম্পকনগৰৰ কিছু সমল পোৱা যায়।
প্ৰত্যেকখন নাটকত এইজন কমেডীয়ানে মোক হহুৱাই মাৰিছে। 😂😂😂
Prastuti baa madam menoka khon 3 baar salu.. Dhuniya hoise.. Apunar nisina acting kuneu Koribo nuare.. may god bless you always ❤️
গোটেই নাটক খনেই ভাল লাগিছে তথাপিও
"মালা আমাক নালাগে নহয় আমাৰ সখীকহে লাগে" সংলাপটো বেছি ভাল লাগিছে😅
এই নাটকখন চাবলৈ বহুত দিনৰে পৰা আগ্ৰহেৰে ৰৈ আছিলো । আজি চাবলৈ পাই অত্যন্ত সুখী 😊 ❤🙏🏻
নাটক খনত লাইটিং বিভাগত কাম কৰাৰ লগতে কাৰিকৰী কৌশলৰ কামবোৰ কৰিব পাই ভাল পাইছিলো ❤ এইবাৰ miss কৰিছো কেৱল 😢
Chayanika r logot
@@Papulgogoi-zc7dx😊
kio
সৰুৰ পৰাই দেউতাৰ মুখত শুনি অহা কাহিনী টো আজি চাৱলৈ সুযোগ পালো❤ভাল লাগিল চাই। ❤❤🥺🥺
আৱাহন সদায় অনন্য ,আৱাহন সদায় একক, আৱাহনৰ নাট্য যাত্ৰা প্ৰতিবছৰে শীৰ্ষত থাকক❤❤❤
কি সুন্দৰ পৰিকল্পনা , আচৰিত, ধন্যৱাদ প্ৰস্তূতি পৰাশৰ , ধন্যৱাদ অভিজিৎ ভট্টাচাৰ্য।❤
Agte aita koka r pora xunisilu Beulah lokhinda r kotha aji sabo loisu😊❤
Maa r mukhot xuna kahinitu aji sakura dekhilu eman xundor uposthapan. xosakoi dekhar pisotha jikunu kahiniya mon mogojut xumai Jai.xokolura abhinay khub xundar hoisa🙏
ইমান ধুনীয়া অভিনয় কৰিছে সকলোৱে ।বাকী নাট কেইখন কেতিয়া দিব ।চাওঁ চাওঁ লাগি আছে ❤❤❤❤❤❤❤❤❤❤❤
মজা লাগিছে। প্ৰস্তুতি পৰাশৰ অভিনয় অতি সুন্দৰ
নগাঁওত এই নাটকখন চাবলৈ যাওঁতে ধুমুহা বৰষুণ দিলে। মূৰত চকী লৈ ৰাইজে যি এটা পৰিবেশ গোটেই জীৱন মনত পৰিব 😂
মই এই নাটক খন দুবাৰ চাইছোঁ, আকৌ আপুনি যেতিয়া দিলে মই 1 চেকেণ্ডও skip নকৰি চাইছোঁ। বহুত ভাল লাগিল বা।
বহুত বেছি ভাল লাগিছে চাই আগুৱাই যোৱা সকলোৱে ধন্যবাদ প্রওুতি বা কমেন্টৰ ৰিপলাই দিবা 😂😂😂❤
হা হা ৰিয়েক্ট জৰুৰী হ্যা না 😅
Nag Devi r awaaz aru acting best hoise
মই আজিৰ পৰা প্ৰায় ৩০ বছৰ আগতে নটৰাজ চিনে থিয়েটাৰত সতী বেউলা নাটক খন চাইছিলো এইখনতকৈ মোৰ সেই খন বেছি ভাল লাগিছিল।
থিয়েটাৰ মানে প্ৰস্ততি বা,,, আৰু কাৰো চাই ভাল নালাগে,কি দুৰ্দান্ত অভিনয়😘❤️ সচাকৈ ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি বা ❤️
2023 ৰ 3 October ত চাইছিলো আজি আকৌ এবাৰ চালোঁ ভাল লাগিল ❤❤
যিমান বেলেগ থিয়েটাৰ নাহক কিয় প্ৰস্তুতি বাৰ নিচিনা থিয়েটাৰ কতো হিট হবও নোৱাৰে।।। মোৰ বহুত প্ৰিয় আৱাহন থিয়েটাৰ 🤗🤗🤗🤗🤗🤗🤗😱😱🤗🤗🤗🤗🤗🤗🤗🤗
কিমান নিষ্ঠুৰ সেই নিয়তি যিয়ে ফুলশয্যাৰ ৰাতি কাঢ়ি নিলে বেউলাৰ লক্ষীন্দৰক! ঈশ্বৰ আৰু মনুষ্যৰ সংঘাতৰ এখনি সুন্দৰ নাট্যৰূপ । আৱাহন থিয়েটাৰৰ ২০২৩-২৪ বৰ্ষৰ মঞ্চ সফল নিবেদন "সতী বেউলা" সম্পূৰ্ণ নাটখনি আপোনালোকলৈ আগবঢ়াই দিলো।
আমাক সদায় এনেধৰণৰ নাটক উপহাৰ দি থাকে যেন আৱাহন থিয়েটাৰ😊
লভিতা নাট খন দিব চোন 🙏🙏
অতি সুন্দৰ প্ৰদৰ্শন ❤😊 চাই বৰ ভাল লাগিল 😊
One of the best performances of Prastuti Porasor ❤
Apunar proti2 tiyetar full video anekoi di dibo❤😢😢😢
Bohut akhare roi asilu.....aru aji sobole palu dei..... upload kora 35 second pasot saisu dei......😊
Ba aapunar ovorainay logote hokuwe ovorainay bohut dhunia hoise. Natok khon sab logiaa aamar projonmoy.aabahon thiayta proti khon natok mur priay.
Boson bur koute baru khub khor hoise Jen lagise,,,,,karon Hodagor jijon teu,,,,olp Gohin /Gomvir vabe kothabur kob lage buli moi vabu,,,,,🙏🙏🙏🙏
Aibar dance koriba jab nepalu bemarr babe 😢miss you all
বহুত বহুত ভাল লাগিল 🥰❣️🥰
Atia o ase soti beular merghr r vognabasekh... chandika DeWalr osort
ae natok khn sabo goi moi gelare r pora pori mur hat vagile 😅😅😅
😂😂nice
কি কোৱা হয় কি মানে ই 😅😅😅😅😅😅😅 মিছা মতিছা
Hhhhh@@boos7238
Janibo lage free t sabo paribi 3/4 mah pisot 😂
@@Babu_bhaiya_786_is Xosake o😂
Hats offfff to the crew of আৱাহন ❤
Ai champak nogor sando xodagor r merghor atiau ase... chhaygaon t ...aru eyake agot rakhi bamunigaon name thait monokha Puja pate saridiniya karjokhusire ...😌
Bahut val paou ankekwa natbur...কাৰেঙৰ লিগিৰী নাট খন লবাচোন বা আকৌ এবাৰ..
অপেক্ষাৰ পিছত চাবলৈ পালু বা❤
অৰুণ দা আপোনাৰ অভিনয় বহুত ভাল লাগে।
O Baa Monday log pam buli akha thakil apunak Love from Tamulpur dongpar chock
bht val lagile Ba ❤ kiman dinor pora ako Sam Sam boli roi asilu aji ...... Palu aru
Ooti Xundor 🙏🙏
Anju ba avinoi fali dise logte nagin parfect ❤❤❤
বাপৰে বা! ইমান কেইটা song কিন্তু যোৱা কালি গোৰেশ্বৰ ত চালোঁ মইনা কুশলে আছনে Drama খন ত ১ তা song পালোঁ only, আৰু আপুনি love light দিয়া nyy,😢 বাৰু ভাবিছোঁ প্ৰতিকুল বতৰৰ বাবে তেনে কৰা বাবে,but আপুনি যে মই হেনো প্ৰেম তে পৰিছো song টো ত ও white bag loa nyy😅 বেয়া নাপাব দেই এনেই কলোঁ, আজি কালি social media ৰ যোগ so দেখিছোঁ আগতে সেইবাবে কলো , বাৰু বতৰৰ বাবে লোৱা নাই ভাবিছোঁ 😢❤
Ami nije kora natok xn sabole pai bhut val lagil ❤❤❤
Tumk miss Kriso baa aiber abahon t
Apuni kun Theatert thake
@@digantathakuria5869 jua bsr abahan t asilu aibar nai jua
@@upakulparashar8628 umm🥹
🎉🎉
Prostuti ba ki kom vaxa ni 😢❤ atiya April tu he rokhi asu 🥰🥰🥰
😮 কবলৈ ভাসা নায় মা মনসা নিজে নিজে মোৰ চকু পানি ওলায় আহিল
অপেক্ষাৰ অন্ত পৰিল.....বহুত বহুত ধন্যবাদ বা....
বুল মাহী ধুনীয়া হৈছে❤❤
বহুত ভাল লাগিল চাই,
Jai ma manosha 🙏🙏🙏
Natok hole ane kua hob lage ❤
Akou abar natok khon sai val lagil♥️ duikhon natok a sabo goisilu Mur tez mur morom aru Hoti baula bohut val lgil
Bohut dhuniya lagile❤
Hosai bohut val lagil natok khon❤️❤️❤️🙏
Love From Nalbari Barbhag ❤❤❤
Bohut bhal lagil sai
প্ৰস্তুতি বাৰ অভিনয় ❤💥
dhonyobad upload korar babe..
😊akhonu miss nokoru❤
Bht bht huvokamona de dada hodai hukhi houk ❤
Sampak nagar atea o ase... (dakshin kamrup Choygaon)
মেৰঘৰৰ অৱশিষ্ট এতিয়াও আছে ছয়গাঁওত।
Oo Kune nejame nu ase buli sobe jane
@@BhabenSarmah4545 jana manuh jenekoi ase thik tenekoi najana manuho ase. Aponak akou kone kole najane buli?
Love from Bangladesh...
Saisilu natok khn khub val lagisile. Aji ako mobile ot salu😊😊😊😊
ধুনীয়া লাগিছে👌👌🥰
Hundor hoise prastuti Porasor Ba
ভাল লাগিল❤️
বা, বেয়া নাপাব । কিন্তু মনসাৰ হাঁহিটো হোৱা নাই দেই ।
Soo. . beautiful. Baa
বা মেডাম মেনকা নাটকখনত আপোনাৰ কষ্ট দেখি আচৰিত হৈছো। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো বা।
Arun da comedy bohut bhal lage❤
Buhut buhut vall lagel ba❤❤❤🎉🎉🎉
ভাল লাগিছে বা❤❤❤❤
😊😊😊
মই ছায়গাওঁ ছম্পকনাগৰ হৈ
ভাল হৈছে
আপ্লুত হৈ পৰিলো ঁ
❤❤❤ thank you বা
বৰ ভাল হৈছে।
❤❤❤❤❤ সুন্দৰ নাটক
Baidew natokor khokolu Jon biyaktik bhl pau kintu ata line jonmo bibah mrityu aitu sudho hbo lgisil but majja proitekkhon natok Sai asu bhal lagil thank you
সঁচাকৈয়ে ভাল লাগিছে
মন টো আজিহে ভাল লাগিছে অ
সুন্দৰ নাটক
অধীৰ আগ্ৰহে ৰৈ আছিলোঁ
বৰ ভাৰ লাগিল।
Xossake vll lagil Sai ❤❤
Bohut Bahut Dhunieya lagise Ba ❤️
Baa Medam menoka khon sai bohut bhal lagil❤
Very beautiful ❤️
Prastuti ba amar hompot
বেউলাৰ চৰিত্ৰত অভিনয় কৰাজনী ভাল অভিনয় কৰিব পৰা নাই ...
তাইতকৈ মনসাৰ চৰিত্ৰ কৰাজনীয়ে ভাল কৰিছে