গগনা nastu centre t hobo lagisil, prothom tu bihunamot naas tu futi nuthil, hat dukhon kokal aru petot লগাইয়ে nasi thakil, kintu hekhor bihunamtit nas dhuniya hoise, agortutu tenekuwai somok loga hobo lagisil, এবছৰ সময়ত চমক লগাই nasibo porakoi practice kori thakibo lage,
❤❤❤❤
❤,ধুনীয়া
ইমান সুন্দৰ কণ্ঠ লৰা জনৰ নাম কি বা ইমান সুন্দৰ কৈ গায়
QS ka 😁💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗💗😁
2025t tmk bihu samragii hisape dekhim buli akha thkil Baa ❤❤
25লৈ আশা থাকিল হাঁহি টোৰে আৰম্ভ আৰু হাহিয়ে শেষ কৰিছে বৰ ধুনীয়া আগুৱাই যোৱা ❤🎉
Tumaloi suvasa thakil .aguai juwa
Hundor hoise... huvessya thakil
সুন্দৰ নিছিছে ভালে হৈইছে 👌
ৰাজশ্ৰীৰ বিহু নাচ বহুত ভাল লাগিছে। নামতিৰ কণ্ঠ ভাল। নামতিৰ নামবোৰ বৰ ভাল লাগিল। ৰাজশ্ৰী নাথক ২০২৪ বৰ্ষত বিহু সম্ৰাজ্ঞী নিৰ্বাচিত কৰে যেন!
Oti sundor.
hundor nitra
কন্ঠ 💕
বৰ ভাল লাগিল।
Ki hundor nasese tumi aru aag bahe jua
Lovely and khub hundor dai...💞🥰🔥👌👌
প্ৰিয় নাচনি সুন্দৰ নাচ,এদিন হলেও বিহু সম্ৰাগী হবাই তুমি।😊
ইমান সুন্দৰ নাচ আৰু কণ্ঠও সুৱলা তোৰ তথাপিও তই নাপালি। আশা কৰিছিল সকলোৱে,একো নাই জোৰ কৰি লোৱা বস্তু নহয় হাৰ নামানিবি। শিৱসাগৰৰ গৌৰৱ তহঁত। এদিন জিলিকিবি নিজ দক্ষতাত। ভাল হওঁক তোৰ শুভেচ্ছাবোৰ সদায় আছে থাকিব
বাকী আমাৰ নামতি অনুৰাগ,ঢুলীয়া বিশ্বজিৎ,পেপুৱা পাঙ্কুৰ লগতে সকলো জুই আও।
Pp😅ppp😅ppp0ppp😊p😅p😅pp😅p😅p😅pppppppp😅pppp😅ppppppp0oo😊😊
Favourite
Thanks for anupom aru bitupon ❤❤❤
সুন্দৰ 🥰🥰 শ্ৰেষ্ঠ নাচনী,,,, বিচাৰ কৰাটো বহুত কঠিন।
প্ৰিয় নাচনীৰ প্ৰিয় নাচটো বহুদিনৰ মূৰত উপভোগ কৰি বহুত ভাল লাগিল,তেওঁলৈ হিয়াভৰা শুভেচ্ছা। সম্ৰাজ্ঞী হোৱাৰ সপোনটো খুউব সোনকালেই দিঠক হওক তাৰে কামনা 🙏❤️
Bht aiyna karisa rajsher paba lagesela
নামতি জন ৰ voice টো সুন্দৰ
Taii ataitkoi besi Vaal krse❤️
এই যে আমুকাই থৰ বৰাই পাহৰি উত্তৰ দি সম্ৰাজ্ঞী পালে; কিন্তু সকলো ক্ষেত্ৰতে সম্পূৰ্ণ নিখুঁত হোৱাৰ পিছতো ৰাজশ্ৰীয়ে নাপালে....... সেইটোৱেই নাচনীগৰাকীৰ প্ৰতি মৰম আৰু সন্মান দুগুণ বঢ়াই তুলিলে 😊
তোমাৰ ভাল হব ৰাজশ্ৰী। একো নাই DY Bihurani ৰৈ গৈছিল, সেইটোও এইবাৰ নিজৰ কৰি লোৱা❤
Akdom monor kotha.. Hundor nas.. Holholiya k uttor diu nple
Dy aibar rajashree ba a winner hol...
পাই গ'ল ❤😢
অতি সুন্দৰ।
Eman dhunia lagil Rajashree tumar nas sai😍 bohut aha korisilu eibar tumi khitap paba buli...kintu kiyo napala buji napalu...question-answer ru val hoisil..🤔
Ebr bht asha krisilu rajashree baa hb buli 😢 eku ni ba kostror phol xodai mitha ❤❤ edin tmi xomragri hbae❤
bihu jaun Kun sir contact number dibniki
ৰাজশ্ৰী বাৰ নামষাৰ আগতকৈ বহুগুণে উন্নত হৈছে
Dhuniya ❤️❤️
Mur 7 goraki bihu somragree vitorot mur Rajoshree ba nas sai khub val lagil. Moi akha korisilu pabo buli
Hosai eman duniya nasile kya napale
তাই পাব বুলি বহুত আশা আছিল। আগুৱাই যাওঁক নিশ্চয় এদিন সফল হব❤❤
এইবাৰ আশা কৰিছিলো তাই যে জয়ী হব
Bohut aaxa korisilo baa a pbo buli question answer emn vl koi dse naso vl hoise
Singer name?
অতি সুন্দৰ । আগুৱাই যোৱা । God bless you....
কি নো কম আৰু
বালৈ শুভেচ্ছা আছিল, আছে আৰু থাকিব
আকৌ কম most deserving ❤
❤😊😂😊😊😊😊😊😊😊😊😅😅😅😅😅😅
সুন্দৰ
Ty he Jugyo asl
আমাৰ গৌৰৱ সদায় আগুৱাই যোৱা ❤️❤️
Finally aubr ❤
Emn vl noa pixt u qsn ans dyar pixt u ৰাজশ্ৰী roi gol aeibr u khubei priyo Naxoni jni mur
Bhal lagil👏
Charaideo aru serakapar bihu asa jodi upld kribo🙏
Amar nasoni 🥳💕
Bar dhunia hoise
Bihu poribexeonot kiba ata val loga ase
Putola joni 😩❤️
পাহাৰী বুঢ়াগোহাঁই বিহুখন দিব
Dim
গগনা nastu centre t hobo lagisil, prothom tu bihunamot naas tu futi nuthil, hat dukhon kokal aru petot লগাইয়ে nasi thakil, kintu hekhor bihunamtit nas dhuniya hoise, agortutu tenekuwai somok loga hobo lagisil, এবছৰ সময়ত চমক লগাই nasibo porakoi practice kori thakibo lage,
বিতোপন দা এইবাৰ ঢুলীয়াক প্ৰশ্ন নকৰিল নি। যোৱা বছৰ ঢুলীয়াক সুধিছিল
Panku daa jui
o mur hun kolija khaba tumi
বহুত আশা কৰিছিলো কিন্তুু কিয় নাপালে... এটা উত্তৰ বিহীন ??
L0😅0