Thank you Dimpu for showing what real humanity and secularism is. I don't know about rest of India, but we Assamese people will never let the "Hindu -Muslim hatred thing" come in between us ❤🙏
Secularism kebol amar hindur tezot a ase nki Muslim bilake kiyo secularism nedekhuwai, proud to be a hindu proud to be a Indian proud to be a assamese.
One of the best videos,I am seeing it again and again, because this video shows us teaching of Islam,I thanks so much to Dimpu & Afreen and her family.
When the Moon of Eid arises it brings happiness and excitement with itself. May your life always stay filled with such amusing excitement and happiness. Happy Eid!
Happy Eid Mubarak to all our fellow muslim people. God is great ( Allah hu akbar).. Proud of you all Assamese muslim you all are part of our culture without you we can't imagine greater Assamese society. ☪️ 🙏♥️
মোৰ ফালৰ পৰা ইছলামধৰ্মী সকলো বন্ধু -বান্ধৱী ভাইটি -ভণ্টিলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালো ❤
____"""মোর ফালর পরা ইসলাম ধর্ম সকলো বন্ধু বান্ধবী ভাইটি ভনুটিলৈ পবিত্র ঈদের আন্তরিক শুভেচ্ছা জানালো
Thank you
Tq eid mubarak
শুভ অক্ষয় তৃতীয়ার অনেক অনেক শুভেচ্ছা ❤️🕉️
Thank you ❤️❤️
পবিত্র ঈদে যেন
সকলােৰে মাজলৈ কঢ়িয়াই আনক
শান্তি-সমৃদ্ধি একতাৰ বার্তা।
সকলােকে ঈদ শুভেচ্ছা জনালোঁ। 🤲🤲🤲🤲
TOI
ETTᗩ.ᗰᗩYᗩ.ᗷOIᑎᗩK.ᗷᗩGᖇᗩ.ᗷᗩGᖇᗩ.SᑌᗪE.ᗩSᗩ.ᗷᑌSOᖇ
ᑭᑌTᗩK
Thank you ❤️
Happy eid mubarak
❤️ thanks you
শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা 💐
কি ধুনীয়া মৰমলগা এটি নাম হজৰত মহম্মদ সাঃ।
সকলো মুছলমান ধৰ্মাৱলম্বী লোকলৈ পবিত্র ঈদ উল ফিতৰৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো । ঈদৰ সময়ত অকল শুভেচ্ছা দিয়াতকৈ বাকী দিনবোৰতো মিলাপ্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিব লাগে ।
TOI.ETTᗩ.ᗰᗩYᗩ.ᗷOIᑎᗩᖇ.ᕼᗩGᗩ.Gᑌ.KᕼᗩI.ᗩSᗩ.ᗷᒪ.KᕼOᖇ.ᑭᑌ.ᑎOTIᖇ.ᑕOᒪE
Right ✅
Right bro
Your comment is real an Islamic education.
Tur mar vsda
পৱিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ আটাইলৈ। প্ৰেম,সহানুভুতি আৰু ভাতৃত্ববোধেৰে আগবাঢ়ি যাওঁক সকলোৱে❤💐
আপোনাক ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছো
Kor pora copy korila hoi
Aponar doraa mano lage
ruclips.net/video/eYPyTccigFQ/видео.html
@@Motka_gorom .
Thank you Dimpu for showing what real humanity and secularism is. I don't know about rest of India, but we Assamese people will never let the "Hindu -Muslim hatred thing" come in between us ❤🙏
Thank u
🙏❤️😊
The real Secular
Secularism kebol amar hindur tezot a ase nki Muslim bilake kiyo secularism nedekhuwai, proud to be a hindu proud to be a Indian proud to be a assamese.
@@MRJ-ru9bl Tumi eta proof hoi uneducated hua , aru common sense nathaka
মোৰ ফালৰ পৰা দিম্পু দালৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷
Tᖇ.ᗰᗩYᗩ.ᗷOIᑎᗩᖇ
ᗷᑌS.Kᕼᑎ.KIᗰᗩᑎ.ᗪᗩᑎGᗩᖇ
KᑌTTᗩᖇ.ᗷᗩᗪSᕼᗩ.SᗩTOᖇ.ᑭᑌTᗩK
Moi oo eid khabo jao ghuwahatit
উৎসববোৰ আমাৰ সকলো ধৰ্মাৱলম্বী মাজত ভাতৃত্বৰ ভাব আনি দিয়ে
ঈদ মোবাৰক
ruclips.net/video/duV6muWN-xg/видео.html
বহুত ভাল লাগিল। সকলোকে পৱিত্ৰ ইদৰ আন্তৰিক সুভেচা থাকিল।❤️❤️
ruclips.net/video/duV6muWN-xg/видео.html
ঈদৰ শুভেচ্ছা জনালোঁ আফৰিণ আৰু তোমাৰ পৰিয়ালৰ সকলো লৈকে।
ঈদৰ এই পবিত্ৰ ক্ষণত সকলোৱে প্ৰেম সহানুভূতি আৰু ভাতৃত্ত্বৰ এনাজৰীৰে যেন বাদ্ধ খাওক এই আশাৰে সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু-বৰ্গলৈ মোৰ ফালৰ পৰা পৱিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ।
*ঈদৰ মোবাৰক❤️🙏সকলো ইছলাম ধৰ্মী বাই-ভনী-ককাই-ভাই-খুড়া-খুৰী-পেহা-পেহী-ককা-আইতা-মা-দেউতা- শুভেচ্ছা জ্ঞাপন কৰিলোঁ*
ruclips.net/video/duV6muWN-xg/видео.html
সমূহ অসমবাসীলৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।
সাধাৰণ জনতাৰ লগত অতি সাধাৰণ ভাৱে মিলিব পৰা জনৰ নামেই হৈছে dimpu boruah। বহুতো RUclips channels ase অসমত। কিন্তু দিম্পুৰ দৰে এজন ব্যক্তিত্বৰ অনুৰূপ দেখা নাপালো। তুমি আৰু আগুৱাই যোৱা সফলতাৰ দিশে। কেতিয়াবা সময় সুবিধা যদি হয় তেন্তে নিশ্চয় silapathar (ধেমাজি) ফালে আহিবা বুলি আশা ৰাখিলোঁ।
From silapathar (dhemaji)
Eid Mubarak ✌️🕊️
Dimpu da belegor kori beleg aru dimpu day jane assam ram rohimor dekh
Aru kisiman youTuber ase jatik loi kotha koy jene monoj vahi
তোমাক ইমান মানুহে মৰম কৰে, তোমাৰ জীৱন সাৰ্থক দিম্পু
❤️যি গৰাকী দেৱীৰ আগত মই মোৰ সুখ আৰু দুখৰ সকলো কথা খুলি ক'ব পাৰোঁ, সেই গৰাকী দেৱীয়েই হৈছে মোৰ মা।❤️
@সমুজ্জ্বল ডেকা, ৰঙিয়া
Love from Rangia
পৱিত্র ঈদে সকলোৰে মাজলৈ কঢ়িয়াই আনক সুখ-শান্তি ,একতাৰ বাৰ্তা...সকলোলৈ ঈদৰ শুভেচ্ছা জনালোঁ🌙🌟⭐💫🌸🌸
আপোনাক ঈদৰ আন্তৰিক শুভেচ্ছা জনাইছো
ruclips.net/video/duV6muWN-xg/видео.html
Thanks ☺️👍
One of the best videos,I am seeing it again and again, because this video shows us teaching of Islam,I thanks so much to Dimpu & Afreen and her family.
ruclips.net/video/duV6muWN-xg/видео.html
মোৰ ফালৰপৰা গোটেই অসমবাসীলৈ পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা তথা (ঈদ মোবাৰক) আন্তৰিক অভিনন্দন, মৰম, ভালপোৱা যাচিলোঁ আৰু জ্ঞাপন কৰিলোঁ....। মই গোৱালপাৰাৰ পৰা সকলোলৈ ভক্তি আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ ।
ঈদ মোবাৰক
عيد مبارك
Eid Mubarak
ঈদৰ বতৰাই যাতে সকলোৰে মাজত সুখ শান্তিৰ বতৰা কঢ়িয়াই আনে আৰু আমাৰ মাজৰ ভাতৃত্ববোধৰ এনাজৰীডাল যাতে মজবুত হয় তাৰে কামনা কৰিলোঁ।।
সকলোলৈ ঈদ-ঊল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।
🤲🤲🤲
TOI
ᗩᒍE.ᗰᗩYᗩ.ᗷOIᑎᗩK.KᗩIᕼᗩᒍᗩᖇ.ᗷᖇ.ᗰᑎ.SᕼᑌᗪIᑕᗩ.ᒪᑎGTᗩ.ᕼOI.Gᑌ.KᕼO.ᗷᗩTISᑌᗪᗩᖇ.ᑭᑌ.KᑌTTᗩᖇ.ᑭOᗯᗩᒪE.SᗩTOᖇ.ᑭᑌTᗩK
তোমাৰ এই সফলতা আৰু সৰলতা দেখি মই অভিভূত হৈ যাওঁ.. সৰুতে শচীনক দেখিলে শচীন হ'বৰ মন গৈছিল, চালমানক দেখিলে চালমান হ'বৰ মন গৈছিল, জুবীন বা পাপনক দেখিলে তেওঁলোকৰ দৰে হ'বৰ মন গৈছিল.. আজিকালি তোমাৰ দৰে সকলোৱে ভালপোৱা দিম্পু হ'বৰ মন.. এনেদৰে সৰল হৈ থকা আৰু শিখৰত উপনীত হোৱা
ইমান ধুনীয়া খানা...লোভেই লাগিল দেই 😊 ঈদ মোবাৰক সকলোকে🙏🏻
Thinks
Gᑌᖇ.ᗰᗩᒍOᖇ.ᑭI.ᒍᑎᗰO.ᑭIᑕᒪE.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᗰOSTO.ᒍOᕼᖇᗩ.ᑎESTᑌᖇ.ᗩᗪᕼᗰ.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ.ᒪᑎGTᗩ.ᕼOI.KOTEᗰᗩᖇᗩ
Thanks 😊🕌
সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীলৈ পৱিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ ।। এই ঈদৰ দিনৰ পৰাই আমাৰ সমাজত ভাতৃত্ববোধৰ সৃষ্টি হওক তাকেই কামনা কৰিলো ।।
ᗩSSOᗰOᖇ.ᐯITᖇOT.ᑎES.ᒍᗩᗷᖇ.Gᗩᗪᕼᗩ.ᗷᗩIᗰᑎ.ᗩᑭᗩᗪᗩᖇTᕼᗩ.ᗩGOᗰᑌᖇᗩ.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌ.Gᑌ.KᕼO.ᗰᗩᑎᑌᕼOᖇ.Sᗩᑌᖇ.ᑌTTᕼᗩ
Proud to be a Assamese muslim 🥰Hindu- Muslim vai vai😍
Hindu muslim buli eku nai bro... Ami hokolu eke manuh 🥰🥰
Hindu muslim nilikhiba ami axomiya hoi
Yes bro u r right we are an indian ❤️❤️❤️
@@kuldeepgogoi9270 ধন্যবাদ আপোনাক।আপোনাৰ দৰে মানসিকতাৰ মানুহৰ প্ৰয়োজন এই খন অসমত।সকলোতে কেৱল ভেদাভেদ,ৰাজনীতি।আপোনাক আকৌ এবাৰ ধন্যবাদ।।
@@Speedy2923 নিঃসন্দেহে ভাই আমি অসমীয়া।অমৰ সম্প্ৰীতিৰ এনাজৰী ডাল এনেদৰে বান্ধি ৰাখিব লাগিব।
When the Moon of Eid arises it brings happiness and excitement with itself. May your life always stay filled with such amusing excitement and happiness. Happy Eid!
Thinks
I'm proud to be an Assamese Muslim.Joi Asom Jai Hind 🇮🇳
BTW congratulations Dimpu's vlog for crossing 22lakhs.
ruclips.net/channel/UC3TCAbH1VfkdmiihUuIw_2A
ruclips.net/video/duV6muWN-xg/видео.html
Moja lagil
Lll
Ll
মোত ফালৰ পৰাও সকলো ইছলাম ধৰ্মাৱলম্বীলৈ ঈদৰ শুভেচ্ছা থাকিল কিন্ত এটা কথা আমাৰ মিচিং জনজাতি সকলৰ যি কৃষিভিত্তিক উৎসৱ আলি:আয়ে:লিগাংত তেনেকুৱা ডাঙৰ ডাঙৰ celebraty কেতিয়াও শুভেচ্ছা নিদিয়ে॥
ধিক্কাৰ জনাইছো॥
Eid is a time to amend, forgive and reflect. May Allah grant you wisdom and kindness. ♥️
may allah tells to all muslim that #stonepelting on hindu isnot good for health
That's the beauty of Assam ❤️.
All are celebrating Puja/Eid Together.
I love this bonding 😁❤️
ruclips.net/video/duV6muWN-xg/видео.html
Thank u
Unique in Assam
🫂
অসমৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ মোৰ ফালৰ পৰা ঈদ ৰ বহুত বহুত শুভেচ্ছা জনাঁলো।
Wow! we should also have such type of greenery in our surroundings such as they have.....😌 btw, EID MUBARAK TO ALL✨️ 💖
Happy eid mubarok
@@jushnaborahsumpi7927 Thnq❣️
Thinks
ruclips.net/video/46BUiTSEw-g/видео.html
Raidong Betni Gaon Gostolar Bihu Sai Val lagila Please Share aru Subscribe kore diba dai 🔥🔥🙏🙏🥰🥰
@@anchalgupta7312 hlw
মোৰ ফালৰ পৰা ও সাবেক ঈদৰ শুভেচ্ছা জনালো, সঁচাকৈয়ে গছেবনে এখন পৰিপূৰ্ণ ঘৰ দেখিলো🙏🙏🙏
Eid ho ya Puja , sab ekei arj amar axomor utsav sabe akouwali lobo lage…Jai Allah, Masha Ram
Happy Eid mubarak সকলো অসম বাসী মুচলমান ৰাইজ সকলক
Thank you my all dearest Hindu brothers and sisters for so much love 🥺❤️🤗
Gᑌᖇ.ᗰᗩᒍOT.Gᕼᖇ..Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌᖇ.Eᗰᑎ.SEᗰᗩ.ᑎOᕼO.ᐯᑌᒪ.KOᖇE.KEYᗩ.TᕼᗩKᗩ.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ᗰᗩTᕼᗩᖇ.ᗪOKᕼ.ᕼOIᑕE.Tᑌᕼᖇ
Thank u vai
Respect all religions ❤️
Hindu muslim khuni khuni matha 2 nosto hoi goisil dimpu dar eidr video tu sai ata positive vibe ata ahise monole 🙏eid mubarak everyone 🌙
🕋আজি পবিত্ৰ ঈদ-উল-ফিতৰ🕋
মোৰ ফালৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালৈ পবিত্ৰ ঈদৰ বহুত বহুত শুভেচ্ছা আৰু মৰম জনালোঁ
ruclips.net/video/duV6muWN-xg/видео.html
সকলোলৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা যাচিলো
সেইকাৰনে দিম্পুক ভাল লাগে ❤️
মোৰ এনে অনুভৱ হৈছে যে পবিত্ৰ ইদে যেন আমাৰ সকলোৰে মাজত আনন্দৰ বন্না বোৱাই নিছে|| 🔥🔥🔥🔥🔥🔥
মোৰ ফালৰ পৰা সমূহ ইছলামধৰ্মী বন্ধু বান্ধৱী সকললৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনালো.
Dimpu Da Apuni Jui 🔥🔥🔥
TOI.ETTᗩ.ᗷᗩYᗩ.ᗷOIᑎᗩᖇ.ᗷᑌS.Kᕼᑎ.SᗩᒪKE.ᗩSᗩ
SᑌOᗩᖇOᖇ.ᗷᗩᗪSᕼᗩ.ᖇᗩᑎᗪEᖇ.ᗷᗩᗪSᕼᗩ
Love to see Assamese muslim culture..
Thanks for showing us...
Love from Barak valley
ৰাইজৰ মৰম আৰু আশীৰ্বাদ সদায় আছে দিম্পু ৰ লগত।।
মোৰ ফালৰপৰা বহুত বহুত ঈদৰ শুভেচ্ছা থাকিল
Wow, Dimpu da, apunak mur falor pora specially vabe "EID MUBARAK" jonaisu.. very very Thanks to Dimpuda..❤🍎🕋🌟🌛❤🔥❤🌹🍎🌟🌛🕋❤❤
সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।এই পবিত্ৰ ঈদে কঢ়িয়াই আনক সকলোৰে মাজলৈ সুখ,শান্তি,সম্প্ৰীতি, একতা,ভাতৃত্ববোধ সকলোৰে ভবিষ্যত সুন্দৰ হওঁক, সপোনবোৰ দিঠক হওঁক তাৰেই কামনা কৰিলোঁ।
মোৰ ফালৰ পৰা পবিত্র ঈদ-উল-ফিতৰৰ আন্তৰিক আভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। এই পবিত্র ঈদে কঢ়িয়াই আনক সুখ,শান্তি,সম্প্ৰতি ,ভাতৃত্ভোধ আৰু সুন্দৰ ভবিষ্যত। পূৰণ হওঁক সুন্দৰ সপোনবোৰ তাৰেই কামনা কৰিলো।
==== ধন্যবাদ
দাদা আপোনাক ধন্যবাদ আপোনাৰ দৰে ছৱ অসমীয়া হ'ল হেঁতেন বহুত ভাল লাগিল হেঁতেন I love you ডিমম্পু দাদা❤️❤️❤️
Real home real bagisa and real musalman dimpu da 💖 from Kargil 🇮🇳
আমাৰ 'জনগণ প্ৰগতিশীল সংঘ' ৰ ফালৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পৱিত্ৰ ঈদৰ অলেখ শুভকামনা জনালোঁ
Val lagil, Eid Mubarak জনালোঁ khokluke, rohar pora
পবিত্ৰ ঈদে যেন সকলোৰে জীৱনলৈ শুভ দিন কঢ়িয়াই আনে ❤️🌺🕌🥰
Soo fabulous aehhh👍💖btw EID Mubarak to all of uu
Line "Unboxing kori sam murgi thakibo pare vitorot" Was just ❤🔥
Happy Eid Mubarak to all our fellow muslim people. God is great ( Allah hu akbar).. Proud of you all Assamese muslim you all are part of our culture without you we can't imagine greater Assamese society. ☪️ 🙏♥️
Eid Mubarak
🤣🤣🤣
Hahi kio asa.... Kiba joke marise nki tai.
🤣🤣
Thank you.im proud to be an Assamese Muslim. Joi ahom Jai Hind 🇮🇳.
BTW congratulations dimpu's vlog for crossing 22lakhs.
বরিয়া লাগিছে দিমপু দা Eid mubarak 🌺🌺 🌺
Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.TᑌI.ETTᗩ.KᑌKᑌᖇOᖇ.KOTE.SᗩᒪKE.ᗩSᗩ.ᒪᑎGTᗩ.ᕼOI.
Khub val ata video. Dhonyobad Dimpu da jitu News Chanel bur koribo nuarile haitu apuni khub dhuniya k podorkhon Kori dexuale..❤️
This is the beauty of Islam 💚💕
Hii
মোৰ ফালৰ পৰা ইছলাম ধৰ্মী সকলো বন্ধু বান্ধৱী লৈ ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ
Bohut val lagil......
Mur falor pora hokoluke Eid or huvesya thakil......
Eid Mubarak..........
This is a perfect house . The plants are just waooo
May Allah flood your life with love and happiness on this occasion, your heart with care and your mind with wisdom, wishing you Eid Mubarak
ruclips.net/video/duV6muWN-xg/видео.html
Eid Mubarak dimpu da ❤️.......vl lagil video khon sai 😌😊......love you dimpu da ❤️
Love you dimpu da
Happy Eid mubarok
সকলোলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছো ☺️
সচাকৈ ঘৰখন বহুত ভাল লাগিল । Eid Mubarak
डिंपू भाई तुम असम का हीरो हो तुम और आगे जाओ.. में तुम्हारा वीडियो रोज देखती हूं..
May you continue to grow wiser and more charming every day! May this Eid bring happiness to your heart and to your family. Eid ul Fitr Mubarak to all.
Congratulations for 3 million
ঈদ মোবারাক।
ডিম্পু দা
ঈদ মোবারক
ঈদুল ফিতর উপলক্ষে সকলকে আন্তরিক ও প্রীতি ও শুভেচ্ছা জানাই।
Congratulations 🎉🎉🎉🎉🎉👏👏👏👏👏 for 2.2 million 3 million soon
Buhut buht vl lagil video tu sai dimpu da mor falor pora xokoloke eid mubarak r hiya vora xuvessa gypon korilu 🥰
Manuhok thakibola enakuwa ghor laga
Everyone should try to create this type of environment
Moreover Eid mubarak to all
বেলেগতকৈ অলপ বেলেগ মানেই দিম্পু দা 👍 ✌️🥰
Dada moi apunar video skip kori nasaw karon apunar video val lage 😍😍😍😍😍😍😍 I am proud of you
Dimpu, এই Eid ৰ ক্ষণত তোমাৰ শুভ কামনা কৰিলো তুমি আৰু প্ৰগতি কৰা।।।।।।।।
Aww dimpu Dada apuni amar iyat ahisil tothapioo lg npalu 😭 love from bijoynagar Haligaon
They are so rich in everything and live happily 💫
You are very lucky Dimphu. U r having so mch love,respect ,fame n income as well. The most important thing indepence to do your most lovable job
Eid Mubarak
I wish you and your family a very joyful Eid. May Allah accept all your prayers and forgive all your faults. Eid Mubarak!
""বিগত 2 বছৰৰ পিছত এইবাৰ ঈদগাহত নমাজ পঢ়ি ভাল লাগিল কাৰণ এইবাৰ Lockdawon নাই ।।।। মজাই বেলেগ দে , আশা কৰিছো সকলোৱে আগনটো দিনত সকলো ইছলাম ভৰ্মী সকলৰ লগত মিলিজুলি ঈদগাহত নমাজ পঢ়িব পাম বুলি আশা ৰাখিলো "" "" জয় আই অসম ""
বহুত ভাল লাগিল বিডিওঁটো চাই। মোৰ ঘৰত আহিব দে ডিম্পু দা । বহুত বহুত শুভেচ্ছা থাকিল ডিম্পু দা। Happy eid mubarak ❤🌃🥰
ruclips.net/video/duV6muWN-xg/видео.html
Eid mobarak love from nalbari Dhamdhama ❤️❤️❤️
দিপুদা তুমিতো অনেক ফুর্তি করলা তোমার জন্য ঈদ মোবারক রইল
Somuh Islam dhormi raijoloi mor sewa aru Eid or subhessa jasilu ❤💚😊😍
Eid mubarak all of you❤🧡
May the light of the moon fall directly on you and Allah bless you with everything you desire today. Happy Eid!
❣️❣️ dimpu dar video ot ji tu mojjaa pua jai belekot pua najai
Dimpu daa bike solale alp hatere vdo nokorileu hb. Nhole ulta palta hoi jbo.God bless u🙏🙏
ᗰᗩᑎᑌᕼOᖇ.Tᗩᒍ.ᑎI.Tᑌᕼᖇ.ᑭᗩᖇEᗩᒪ.Tᑌᖇ.GᗩT.ᗷᗩGᕼ.ᐯᗩᒪᑌKOT.KOᖇEO.ᑎES.Tᑌᕼᑌᑎ.KOTEᗰᗩᖇᗩ
Hosakoi Dimpu bro ghorghon sai bohut bhal lagil.Happy Eid to all of u.
Ghr khon baht bhal lagil.frm Bangalore
Happy eid mubarak 🥰🥰
I love u dimpu bhai 🥰🥰
বহুত ভাল লাগিল চাই 🤜❤️🌼 ঈদ মুবাৰক ❤️🤲
Bahut val lagil video to.... Eid Mubarak frandssss.... Dimpu u r my favorite RUclipsr
মোৰ ফালৰ সকলো বন্ধু বান্ধৱীলৈ পৱিত্ৰ ঈদৰ বহুত বহুত শুভেচ্ছা জনালোঁ।
Soo humble Family 💕 Masallah 💚👍🏻
Happy Happy Eid Mubarak Dimpu Bhai ❤️❤️
সমস্ত আসামবাসীকে ঈদ মোবারক.....boss ekdin mok o loi jaba boom Khana xun..deyyy rrrr.love u boss
মোৰ তৰফৰ পৰা সকলো ইছলামী ধৰ্মী বন্ধু বান্ধৱী সকলক পৱিত্ৰ ঈদলৈ সুভকামনা জনালোঁ 🤗🤗🤗🤗 O my god মোৰ tmmmmmm খাব মন গল but কুনিও নামাতিল ঈদ খাব 😭😭😭😭😭😭😭😭😭😭😭😭😭 আগতে গৈছিলো আমাৰ ওচৰতে,, আগতে আমাৰ ইয়াৰ ফাঞ্চন হৈছিল bom লাগিছিল কবিতা আবৃত্তি 1st পুৰস্কাৰ পাইচিলো , এতিয়া নাই mis u 😭love from Nalbari 🤗🤗🤗
Aku nai bunty tumak mathim next eid t ahiba
@@r.hediting1421oky matiba mor bhut jbo mon jai sosai
@@chayanikaslifenvlog529 ok done ✅
Such a love 🙏🙏🙏 eid Mubarak
Happy Id-ul-fitre mubarak!!!!!