২৯ ছেপ্টেম্বৰত হ'ব ADREৰ পৰীক্ষা। পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল বহুকেইটা নিৰ্দেশনা।

Поделиться
HTML-код
  • Опубликовано: 11 янв 2025

Комментарии • 12

  • @ParishmitaTamuliSonowal
    @ParishmitaTamuliSonowal 3 месяца назад +3

    বাতৰিটো জনোৱা বাবে ঠিকেই আছে। কিন্তু এই নিয়মসমূহ এনেকোৱা লাগিছে যে, পৰীক্ষাৰ্থী সকল পৰীক্ষাত উপস্থিত হ'ব নোৱাৰিলে 'মামাৰ বাবে ভাল খবৰ'।১ঘন্টা ৩০ মিনিট আগতে সকলো পৰীক্ষা ৰ্থী উপস্থিত হোৱাতো কেনেকৈ সম্ভৱ? নহলে নিজৰ গাঁও পঞ্চায়ত/উন্নয়ন খণ্ডৰ এলেকাৰ পৰীক্ষা কেন্দ্ৰৰ পৰা দূৰৈত পৰীক্ষাৰ্থীসকলক পঠিয়াব নালাগিছিল। এদিন পুৰ্বে পৰিক্ষা কেন্দ্ৰলৈ যাবলৈ আৰ্থিক অৱস্থা/ব্যক্তিগত সমস্যা সকলোৰে একে নহয়। কোনোবা যদিহে সন্তান সম্ভৱা,কোনোবা আকৌ নৱজাতকৰ মাতৃ,,,,! যি মহিলাই বছৰৰ পাছত বছৰ পাৰ কৰিছে,নিজৰ স্বামীয়ে বহিৰাজ্যত হাজিৰা নকৰিলে নিজৰ সন্তান আৰু বৃদ্ধা শহুৰ-শাহু প্ৰতিপালন কৰাৰ সমস্যা হয় , তেওঁলোকৰো চৰকাৰী চাকৰি কৰাৰ ইচ্ছা থাকে।
    নিজে ৰজা হলো বুলিয়ে প্ৰজাসকলক ইমান কষ্ট দিব নাপায়।

  • @NurkaChungkrang
    @NurkaChungkrang 3 месяца назад +1

    ধন্যবাদ জ্ঞাপন কৰিচু ভিডিঅ চাবলৈ দুনিয়া ❤❤👍👍

  • @prabitrachutiaalwaysbehit6467
    @prabitrachutiaalwaysbehit6467 3 месяца назад +2

    Sob political system aji ata Kali ata kobo Maine point cmaaa interview sob political party list r mote candidate qualified kora hoise kio Ami nibonua graduate but 10 pass ji k KH njne tnkua candidatek qualifi korise olp mama saok ki hoise

  • @Rodalibasumatary
    @Rodalibasumatary 3 месяца назад +1

    কাৰা কাৰ সাশন এই বাৰহে, এই বাৰ কোন পাছ' কোন ফেল ভালদৰেই গম পাই যাব, ॥

  • @Antar-Artma
    @Antar-Artma 3 месяца назад

    eman jorkoi nakole Val lagil hoi .aikhini niyom admit t likha ase

  • @Rodalibasumatary
    @Rodalibasumatary 3 месяца назад

    বাতৰিটো,জনোৱাৰ বাবে ধন্যবাদ থাকিল। 😂

  • @মায়াবিনী-অসম
    @মায়াবিনী-অসম 3 месяца назад

    Eman tetu falibo nalage madam 🙏

  • @Rodalibasumatary
    @Rodalibasumatary 3 месяца назад

    মামাৰ সাশন সফল হবয়ে, ।😂

  • @Upasvlog-i3f
    @Upasvlog-i3f 3 месяца назад

    Iman halla kio kre ...voi khuye diye cn xm bli olp o voi kra nclu ..news dekhi voi lagi geyci

  • @msa1116
    @msa1116 3 месяца назад

    Owa 😮😮

  • @pranayrabha2829
    @pranayrabha2829 3 месяца назад

    😂