শিক্ষামন্ত্ৰীৰ মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কি প্ৰত্যুত্তৰ শিক্ষক সমাজৰ?

Поделиться
HTML-код
  • Опубликовано: 8 ноя 2024

Комментарии • 152

  • @pabitradas3785
    @pabitradas3785 2 года назад +53

    শিক্ষক জনৰ বক্তৃবঞখিনি সচাকৈ যুক্তি সঙ্গত হৈছে । কথাখিনি একেবাৰে সত্য । শিক্ষক বিলাকক ক'ত মে নলগায় ।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 2 года назад

      আন ৰাজ্য যেনেকৈ কেৰেলা, তামিলনাডুৰ আদিতো চৰকাৰে শিক্ষকক অন্যান্য কামত ব‍্যৱহাৰ কৰে।

  • @किरण2021
    @किरण2021 2 года назад +35

    সঁচা কথা কৈছে শিক্ষক সমাজে...
    শিক্ষা মন্ত্ৰী ডাঙৰীয়া... গুণ উৎসৱ কেনেকৈ চলে আৰু চলিছিল তাৰ প্ৰমাণ আপোনাক লাগিব নেকি...
    প্ৰাথমিক বিদ্যালয়ত মনোযোগ দিয়ক... মুখেৰে লেকচাৰ দিয়া বন্ধ কৰক...
    আপুনি শিক্ষা মন্ত্ৰী হব পাৰে কিন্তু শিক্ষা ব্যৱস্থাৰ তোৰ ওপৰত আপুনাৰ যে জ্ঞানৰ অভাৱ সেইটো বুজা গৈছে... আগৰ জনৰো একেই অৱস্থা আছিল

  • @rajubora3485
    @rajubora3485 2 года назад +15

    অকল কৰ্মচাৰী বুলি নাভাবিব
    শিক্ষক বুলি ভাবি অকল শিক্ষা ব্যৱস্থা তোৰ কথা ভাবক । শিক্ষক মন্ত্ৰী আমোলাৰ গোলাম বুলি নাভাবিব। কেজৰিআলৰ পৰা টিওচন লওক

  • @pinkumonigogoi5
    @pinkumonigogoi5 2 года назад +8

    প্ৰথমে প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক ৷প্ৰাথমিক শিক্ষা ভালকৈ নোপোৱা শিক্ষাৰ্থী কেনেকৈ নৱম দশম শ্ৰেণীৰ পাঠ আয়ত্ত কৰিব৷

  • @girindrasharma3561
    @girindrasharma3561 2 года назад +28

    I always respect teacher.... They are the builder of our nation. Teaching profession is all about depend on mind.. when a teacher not feel free with class or with the students then nothing will goes right.. I suggest to cut all other duties from teachers nd guide them to focus on their teaching work💗💗💗💖💖💖
    Saying truly nd

  • @kabitabhuyan545
    @kabitabhuyan545 4 месяца назад +1

    শিক্ষকৰ জয় হক

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 2 года назад +12

    প্ৰাথমিক বিদ্যালয় বোৰত শ্ৰেণী প্ৰতি শিক্ষক নিযুক্ত কৰি শিক্ষা ৰ উন্নয়ন ৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক

  • @sanjibkumar6141
    @sanjibkumar6141 2 года назад +34

    অসম চৰকাৰে দিল্লী পৰা অলপ শিকা উচিত ॥লাজ নাপাব দে ॥

    • @mypubg9507
      @mypubg9507 2 года назад

      Dillit koi amar hikkha bibhag bohut bhal....hikkhok bhal hole hol

    • @bipulnath8531
      @bipulnath8531 2 года назад

      Moi ajon teacher 118 students

  • @Axomgiyan12
    @Axomgiyan12 2 года назад +43

    প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে হে চৰকাৰি বিদ্যালয়ৰ ৰিজাল্ট ভাল হব।

  • @pravawatipegu5451
    @pravawatipegu5451 2 года назад +17

    মন্ত্ৰী সকলৰ ডিউটি কত কৰে,? Ketiya কৰে? কেনেকৈ কৰে? আৰু কৰ্মচাৰীৰ দৰমহা কি তেওঁলোকৰ বেংকৰ পৰা দিয়ে নেকি? যি ওলাই তাকে কয় তিৰস্কৰ কিয় কৰে?

  • @prem97073
    @prem97073 2 года назад +10

    আমাৰ EM আৰু CM চৰকাৰী বিদ্যালয় কেনেকৈ চলাব লাগে দিল্লী লৈ গৈ কেজৰীৱালৰ পৰা শিকি আহিব লাগে

  • @ricksaikia6227
    @ricksaikia6227 2 года назад +1

    এইজন শিক্ষামন্ত্ৰী হোৱাৰ যোগ্য যেন নালাগে।

  • @kripalsaikia2965
    @kripalsaikia2965 2 года назад +13

    পঢ়োৱা ইমান সহজ নহয়।
    শেষ কৰি দিছে শিক্ষাক।
    নিম্ন শ্ৰেণীৰ পঢ়োৱা আৰু কঠিন
    বেলেগ এজন লাগে

  • @abhijitgogoi16
    @abhijitgogoi16 2 года назад +13

    বিদ্যালয় ত আন্তঃগাথঁনি নাই, শিক্ষকৰ অভাৱ, শিকন ঘাটি নিৰূপণ কৰি থাকিলেই নহব । ঘাটি পূৰণ কৰিব কেনেকৈ তাৰ সমাধান সূত্ৰ নিৰ্ণয় কৰিব লাগিব।

  • @darpandeka5141
    @darpandeka5141 2 года назад +13

    মই ভাবো শিক্ষা মন্ত্ৰী হিচাপে আপুনি কথা কবলৈ শিকক । মন্ত্ৰী হিচাপে আপুনিও দৰমহা লয় । শিক্ষক সকলতকৈ মন্ত্ৰীয়ে বহুত বেছি দৰমহা লয় এই কথাটো সকলো মন্ত্ৰী মহোদয়ে মনত ৰখা উচিত যে আপুনি মাথো পাছ বছৰৰ কাৰণেহে মন্ত্ৰী । সেইজন শিক্ষকেও নিশ্বয় আপোনাক ভোট দিছে ।

  • @DibesharBora
    @DibesharBora 4 месяца назад +1

    আপোনালোকৰ চৰকাৰক চিৰ বিদায় দিম অসমৰ পৰা এই খন চৰকাৰ থাকিলে ৰাইজ,জিয়াই থাকিব নোৱাৰে কোনেও নিজৰ নিজৰ টকা নাই দিয়া সকলো ৰাইজৰ টকা

  • @kaushikdeka1873
    @kaushikdeka1873 2 года назад +3

    শিক্ষকজনে ঠিক কথাই কৈছে । মন্ত্ৰী ডাঙৰীয়া , প্ৰথমতে শিক্ষা বিভাগটো ঠিক কৰক ।
    প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ১০০/১৫০ ছাত্ৰ ছাত্ৰীক দুজন বা তিনিজন শিক্ষকে পঢ়োৱা টো সম্ভৱ নেকি !! আকৌ কৰবাত ৫/৬ জন ছাত্ৰ ছাত্ৰী , শিক্ষক হল ৯/১০ জন । গোটেই পদ্ধতি আৰু পৰিচালনাবোৰেই খেলি মেলি ।

  • @speakmind6474
    @speakmind6474 2 года назад +2

    Very genuine reason, teachers should not be used for other works outside educational institutions. Teachers must be respected they are the topmost intellectual class of the society. Politicians should not dictate them about duty.

  • @mukundahazarika9455
    @mukundahazarika9455 4 месяца назад +1

    মুৰ্খৰ ৰাজত্ব ৷

  • @hiteswarboro6011
    @hiteswarboro6011 2 года назад +7

    Teachr jonor kothatu val lagil* khosa kotha koise dei***

  • @gitashreesaikia4632
    @gitashreesaikia4632 2 года назад +7

    অনাষ্ঠুনিক কাম - কাজত শিক্ষকক ব্যৱহাৰ কৰাটো বন্ধ কৰক । ইয়ে ছাত্ৰ - ছাত্ৰীৰ ওপৰত প্ৰভাৱ পেলাইছে । আন চৰকাৰী চাকৰিয়ালে যদি শ্ৰেণী কোঠাত গৈ ছাত্ৰক শিকাব নোৱাৰে ; তেনে শিক্ষকে কিদৰে আন কামবোৰ কৰিব পাৰে । চৰকাৰী ব্যৱস্থাৰ এইবোৰ হঠকাৰী সিদ্ধান্তইপয়ালগা চৰকাৰী শিক্ষা ব্যৱস্থাৰ মূল কাৰণ । কেৱল বিদ্যালয়তে ব্যস্ত নাথাকি মহাবিদ্যালয় - বিশ্ববিদ্যালয়ত ছাত্ৰ - ছাত্ৰীৰ কিবা বিকাশ হৈছেনে তাৰ ওপৰত চকু দিয়াটোও প্ৰয়োজন হৈ পৰিছে । কাৰণ এচাম পক্ষপাতিত্ব কৰা শিক্ষকৰ মানসিক অত্যাচাৰৰ বলি হৈ আহিছে বহু ছাত্ৰ । যিটোৱে মহাবিদ্যালয় - বিশ্ববিদ্যালয়ত মুক্ত চিন্তাৰ পথ ৰুদ্ধ কৰিছে । একাংশ বিশ্ববিদ্যালয়ৰ শিক্ষকে তেওঁলোকৰ সকলো কথা কমতে হয়ভৰ দিয়াটো বিচাৰে ছাত্ৰই । নহ'লে বিভিন্ন ধৰণৰ ক্ষতি কৰিব শৈক্ষিক ক্ষেত্ৰখনত । পৰীক্ষা , গৱেষণা আদিৰ ক্ষেত্ৰত ।

    • @pranamikapinky4882
      @pranamikapinky4882 2 года назад

      বিশ্ব বিদ্যালয় পৰ্যায়ত নজৰ দিব পৰা সাহস থাকিলে হে দিব

  • @kirangogoi4748
    @kirangogoi4748 2 года назад +4

    শিক্ষক সকলক অন্য কামৰ দায়িত্ব নিদিলে ভাল হয় । চৰকাৰৰ কিছুমান বিভাগ আছে (বগা হাতী) সেইসকলকহে কামত লগাব লাগে।

  • @dipankarrabha6194
    @dipankarrabha6194 2 года назад

    সেইকাৰণে চৰকাৰী বিদ্যালয় HERO, সকলো কামত লগোৱাৰ বাবে.....কিহৰ প্ৰয়োজন যে অম্বুবাচী মেলাত শিক্ষকক কামত লগোৱাৰ

  • @pallabbhatt4330
    @pallabbhatt4330 2 года назад +2

    Sar mojaà

  • @pallabbhatt4330
    @pallabbhatt4330 2 года назад +2

    U r rite

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 2 года назад

    বয়সস্থ শিক্ষক শিক্ষয়িত্ৰী সকলক চৰকাৰে অনাশিক্ষানুষ্ঠানিক কাৰ্যত উদ্গনি যোগাবলৈ সুবিধা দিয়কচোন। বাকী সকলক কেৱল শিক্ষা ৰ দিশত জৰিত হৈ কৰক ।

  • @dborah2370
    @dborah2370 2 года назад

    লেকচাৰ মাৰি থকাটো এল আই চি এজেণ্ট যেন পাইছো ৷

  • @manavk4088
    @manavk4088 2 года назад +6

    Education minister Flop

  • @gumragpegu4306
    @gumragpegu4306 2 года назад +6

    শিক্ষা মন্ত্রী কেন্দ্রিক শিক্ষক নহয়। শিক্ষা কেন্দ্রিক শিক্ষক।

  • @pranitadutta1665
    @pranitadutta1665 2 года назад +2

    শিক্ষা বিভাগৰ বাবে ফলা এইবোৰে সমস্যা।

  • @mintisaikia
    @mintisaikia 4 месяца назад +1

    কেই বছৰ মান আগত শিক্ষক সকলক NRC ৰ কামত নিয়োগ কৰাৰ ফলতো ছাত্র সমাজৰ বহু ক্ষতি হৈছিল।

  • @jibongogoi6940
    @jibongogoi6940 4 месяца назад +1

    বি জে পি য়ে শিক্ষা বিভাগ ধ্বংস কৰিছে l

  • @tileswarbora2643
    @tileswarbora2643 2 года назад +1

    গুণোৎসৱে লাভ যিমান দিছে ক্ষতি কৰিছে বেছি ।

  • @bishmitisharma2513
    @bishmitisharma2513 2 года назад +3

    Right

  • @onlineclass5882
    @onlineclass5882 2 года назад +1

    একমত

  • @gagandas6262
    @gagandas6262 2 года назад +12

    There is a logic why govt teachers are being used for other multiple works except teaching in the class ...

  • @mridudeep1534
    @mridudeep1534 2 года назад +1

    I always respect teacher

  • @inglishvlogs1015
    @inglishvlogs1015 2 года назад

    শিক্ষক সকলক যেনি তেনি ব্যবহাৰ কৰা উচিত নহয়,

  • @swapnilkashyap5015
    @swapnilkashyap5015 2 года назад +3

    Ajikali sorkari school bilakot maximum tol khapor students die,bhal bilakto privatot e pohrai..sorkaror bhul xikhya nitir babe অআকখ,abcd,+- njonakoi Class 10 ahi poa student etak kenekoi ekebare pondit korabo? results depend kore students, teacher ru home environment or uporot..jdi ghorot nphri mobile,tv t xmoi kotai,mak deutak xojag nhoi tetia o teacher or dokh neki? Tate akou punishment completely uthai dise..dinto online ot logai nologai kiba toithyo pothai thakibo dibo.kisumn rules bonaote xikhok xomajoro poramorkho louk.Kormo nistho xikhok xkolok manoxik shap nedi muktobhabe kebol xikhya dan koribo diok 🙏🙏Manob xompod gorhota xikhokor sthan xomajot bhut nimno kori merudondo bhangi peloa hoise. raijor majot xikhokor herua purbo xonman ghurai diok ..AC roomot bohi oproyojoniyo rules bonoa bikhoya xkolok fieldot nami xghonai school poridorxon koribo diok ru prokrito karonbor bisari uliaok.. 👍

  • @n.musiccompany9670
    @n.musiccompany9670 2 года назад +1

    হায় ৰে শিক্ষা মন্ত্ৰী শিক্ষক সকলোক যদি এই বিলাক কাম দিয়ে আমি বোৰ নিবনুৱা কি কৰিম। আমাৰ দেশত নিবনুৱা নাই নেকি

  • @dwipendas6063
    @dwipendas6063 2 года назад +6

    Hoy teacher jony thikey koisy

  • @jayantdeka9306
    @jayantdeka9306 2 года назад +4

    কোনো মন্ত্ৰীৰ জ্ঞান নাই।

  • @purabidas2186
    @purabidas2186 Год назад

    result bea hole matiloi gali diboloi o nere..school absent korai .teacher k mati nia gali priboloi...ajikali DC r helper kisuman ADC r dop doponi teacher bilakor uporot eman besi hoi teo pahori jai j academic side r pora teotkoi bohut telented manuh teacher job kori ase..data bisari bisari govt school bilakot teaching learning enveronment naikia kori pelaise

  • @emamulhaque1375
    @emamulhaque1375 5 месяцев назад

    Good step done by ranoj pegu

  • @tskofficial5972
    @tskofficial5972 2 года назад +4

    Kam nuhowa montri

  • @BishnuKharghoria-m5j
    @BishnuKharghoria-m5j 4 месяца назад

    এই কথা বিলাক মানে দাস মালিকৰ কথা আন সময়তো চাব প্ৰধান শিক্ষক সকলক কৰা অপমানৰ সময়ৰ কথাখিনি ও চাব

  • @m.t4181
    @m.t4181 2 года назад +4

    Ordered Kam nosole ...kin2 order nidila police ketiya fire kribo noware...kom paise ne nai.

  • @kabitabhuyan545
    @kabitabhuyan545 4 месяца назад

    Goswami sir zindabaad

  • @issanoormomi9054
    @issanoormomi9054 2 года назад +2

    Moja... teacher r khomesea bor koneo nubuje matro anguli towabohe jano

  • @ebhabasumatary908
    @ebhabasumatary908 2 года назад

    As the King so are subject.

  • @saurovadhikary1863
    @saurovadhikary1863 2 года назад +4

    Education Minister....... 😁😁😁🙏🏿

  • @parthasen5474
    @parthasen5474 2 года назад

    Well say

  • @nandasarma7641
    @nandasarma7641 2 года назад

    Sir apni jibar r Katha education minister k abakatha kariase apanak bahut thank you

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 2 года назад +1

    আন ৰাজ্য যেনেকৈ কেৰেলা, তামিলনাডুৰ আদিতো চৰকাৰে শিক্ষকক অন্যান্য কামত ব‍্যৱহাৰ কৰে।

  • @mintubharali3092
    @mintubharali3092 2 года назад +1

    Teachers r right

  • @hridaynarzary1691
    @hridaynarzary1691 2 года назад +2

    Teacher bilakok use nokoribo onnyo kamot. Power murot dhorise

  • @bokcho7044
    @bokcho7044 2 года назад

    Change the Education Minister 😠😠😠😠😠😠😠😠😠

  • @kalpajyotisaikia1754
    @kalpajyotisaikia1754 2 года назад

    Govt job t Salary bht besi hoise, private sector t Salary kom kintu Kam kenekua hoi sobei Jane...

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 2 года назад +2

    Teachers kam lora suali pohua, teacher jonor kam nohoi kunu karanot beleg kam karatu, Government employee hol buli government salary pai buli Kunu Tat pressure dibo nuare hoitu Niyom mote sage.. Matra monor kothatu jonalu

  • @bishnugowala5914
    @bishnugowala5914 2 года назад +1

    মেলাত শিক্ষকৰ কি কাম?

  • @rajib09328
    @rajib09328 2 года назад +2

    true

  • @kushalbaruah7185
    @kushalbaruah7185 2 года назад

    নিজৰ লৰা ছোৱালী বাহিৰত পঢ়োৱাই আনি ৰাইজৰ লৰা ছোৱালীৰ কি গুৰুত্ত লৱ এইবোৰে

  • @Bhumiputramoi
    @Bhumiputramoi 2 года назад +1

    Teachers should not be treated as and compared to any other employees of state/central government. Teachers are society and nation building. Teachers must be respected as they are above everyone even than politicians. If teachers are insulted in public as can be seen everyday these days students teacher relationship with be weaken and a day will come when no students will show respect towards study and teacher in future.

  • @prasantadas2828
    @prasantadas2828 2 года назад +1

    Why the govt don't engage educated unemployed youths with some enumeration in such duties relieving the teachers? In foreign countries teachers are left with full time enabling proper time for the students.

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 2 года назад +2

    চৰকাৰ হ'ল বুলি অসমৰ ৰাজহুৱা সম্পত্তি বোৰ বিক্ৰী কৰি দিব নে?

  • @nurjahankhanam4333
    @nurjahankhanam4333 2 года назад +1

    Education minister pagol hoise

  • @momigogoi8585
    @momigogoi8585 2 года назад

    Ekdom hosa kotha.. Aji bule eitu duty kaile bule heitu duty, covid, election, banpani, adhar, vaccination aru bohut kiba kibi.. Kewal teacher a kiyo, aan kunu bibhagot karmachari nai neki ! Etiao enekua bohut teacher ase jiye 1 bosore covid duty a kori ase, ekhon school r pora jodi 2/3 jon teacher enebur dutyt thake tente student k pohabo kune?

  • @kalitamanab3008
    @kalitamanab3008 2 года назад

    School /college কি দাল students শিক্ষা দিয়া জনা আছে ছাৰ... আমি পঢ়িছোঁ দেখিছো

  • @ranjankumarsaikia4763
    @ranjankumarsaikia4763 2 года назад

    ই গাদিৰ পৰা অতি শীঘ্ৰে নামিব 👍🏿

  • @Rupjyoti9319
    @Rupjyoti9319 2 года назад

    Amar montri dangoriak teaching koribo dibo lage for nearly about a month aru logot a aburot dutyu..tar pasot exam lobo lage kiman student pass hoi...

  • @allin1sun24
    @allin1sun24 2 года назад

    I respect teacher........but its also some teachers are not worth to be respected.

  • @munmeedeka8089
    @munmeedeka8089 2 года назад

    Teacher dayitto porhua. Education minister hoi aikhini najanile nubujile ki hobo? Bahut unemployed educated youth ase hehotok appoint koribo. Tar folot result bhal kenekoi hobo. Aru beton apuni nijor pocketor pora dia nai EM sir. Yat raijor poisa humai ase .

  • @geetachetri5727
    @geetachetri5727 2 года назад

    Teachers are meant for teaching

  • @swapnilkashyap5015
    @swapnilkashyap5015 2 года назад +1

    Xikhyakok rajohor dhon dile bulie ji ti kamot khotabo nki? Beleg rajya,dekhor pora xikok.. results bea hole je kebol xikhyakokor dokh,,bhal hole?etia TV r pordat imn beakoi koi thakile kon xojag abhibhabokke xntanok akou sorkari school ot dibo?baki xikhya bixoyar kormasari borok salary nidie nki.. kebol ghosh khaboloi choki khnot bohi thake je!niyam, doya, manobota eko nai..teacher IS office gole thanat joa jen lage, principal ejoneo keranik sir mati khatir dhoribo lage.imn bosor xikhya bixoya xkole school poridorxon kori gafiloti korar againstot byobosta nlole kiya??xkoloke dox diar adhikar kone dile?

  • @tuleswargharphalia3866
    @tuleswargharphalia3866 4 месяца назад

    We learn to honour the teachers not to the ministers. The revainging attitude towards the teachers is unfortunate

  • @birennath8618
    @birennath8618 2 года назад

    Bartamanor xikhya Byabasthator pora ki xikhya lobo pari taake chinta kori aaso.

  • @indirasarmah3405
    @indirasarmah3405 2 года назад +1

    Goswami saror mantabya bur bhal lagil

  • @jwngsarmachahary4239
    @jwngsarmachahary4239 2 года назад

    Khikhkok yee dormohaa palio dilio Gorom bandh is garam bandh Summer vacation heto system in Assam State r khongbidanod bandhi loaa thokaa system kio ulat palot koribo khujo.

  • @nayankakati4143
    @nayankakati4143 2 года назад +3

    1মাহ বন্ধ পালে এ,, এদিন বাহিৰা দিউতি কৰোতে এই অবস্থা ,পুলিছে নিজৰ দিউতি কৰিও বেলেগৰ দিউতি সদায় কৰে ,,

  • @jurikalita7562
    @jurikalita7562 2 года назад +2

    School khula thakile blg t duity dibo nalagei kin2 grm r bandha t 1month blg t duity dibo parei krn tatia2 school bandha thakei blg department bilak a2 duity kri thakei...

  • @bimandoley2353
    @bimandoley2353 2 года назад

    Aituk Cm pati diyok

  • @elakalita354
    @elakalita354 2 года назад

    Moi high school r teacher amar high school t matra 3 jon teacher amar result kenekoi val hobo 3 jon teacherere high school sole neki ?

  • @anjanrajbongshi6249
    @anjanrajbongshi6249 2 года назад

    Ronoj pegur pora xikkha bivag 2 loi himanta sire nije lbo lage...

  • @mumtazali2453
    @mumtazali2453 2 года назад

    Welcome : We know Teaching is not Profession but it is a Mission.Now, the Respected Teachers are treated as paid services. We feel it is dishonour to the builders of the Human Civilization.

  • @wonderfulcreativeworld6399
    @wonderfulcreativeworld6399 2 года назад

    Teaching and learning process needs concentration.Pl leave them to their noble nation building process.

  • @milanborah7503
    @milanborah7503 2 года назад

    বহু শিক্ষক চোৰ ,

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Год назад

    Faltu kotha koise education minister jone.

  • @mohibulislam148
    @mohibulislam148 2 года назад

    Aponaloke teacher bilakok beleg kamot logai kiyo.Aponi doctorate lowa manuh ki kom

  • @sanjibgogoi9109
    @sanjibgogoi9109 2 года назад

    Akoo kapika sir

  • @preeanshreesaikia6550
    @preeanshreesaikia6550 2 года назад

    Do not work own District,

  • @HereIsYourDay
    @HereIsYourDay 5 месяцев назад

    Ronuj pegu k koi lav nai he ejon robot jar remote himanta usorot ase.....so direct tak dhorok.

  • @AZ-ee2nz
    @AZ-ee2nz 2 года назад

    MDM bondo korok aru 15, 20 dinor mure mure school visit korok aru sharba shikshar order bur komai diok sab thik hoi jabo

  • @deshkimirror
    @deshkimirror 2 года назад +1

    Ei jon sikka mantrir dorkar nai 🙏 e pagal

  • @abulhashim8625
    @abulhashim8625 2 года назад

    Thik koyse shikkjak

  • @anjanrajbongshi6249
    @anjanrajbongshi6249 2 года назад

    Ronoj peguk 2dn man demo class diar karane schoolt pothabo lage.....

  • @sochinkoch1465
    @sochinkoch1465 2 года назад +1

    Not tell a lie not work 8th hours teaching.🤔

  • @saurovadhikary1863
    @saurovadhikary1863 2 года назад

    Delhi r .....CM.....aru ....EM ....r ... Qualification .....ki .... 😁😁😁🙏🏿

  • @axomlife7349
    @axomlife7349 2 года назад

    Aami tax nidel kor pora dibo

  • @anildeka9578
    @anildeka9578 2 года назад

    L.P school bilak bhal korok

  • @mayurigohain8385
    @mayurigohain8385 2 года назад

    Teachers are tortured by the government..why not the other government employees are engaged in other duties.hw can we expect a good output from the government school while most of the teachers are bound to perform other duties rather than teaching which is their prior duty.