The Prime Show | মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ খৰ্গেৰ বাক্যবাণ | প্ৰিয়ংক খাৰ্গেয়ে কি ক'লে?

Поделиться
HTML-код
  • Опубликовано: 8 фев 2025
  • The Prime Show | মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ খৰ্গেৰ বাক্যবাণ | প্ৰিয়ংক খাৰ্গেয়ে কি ক'লে?
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #himantabiswasarma #priyankkharge #semiconductor #semiconductormanufacturing
    #assamesenews #live #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other North-eastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

Комментарии • 48

  • @Sureshgogoi4119
    @Sureshgogoi4119 4 месяца назад +9

    গোলাঘাট জিলাৰ জনসাধাৰণে কুঁহিয়াৰ খেতি এৰি চাহ খেতি কৰিবলে ধৰিলে যাৰফলত কেঁচা মালৰ অভাৱত দেৰগাঁওৰ চেনী কল বন্ধ হ'ল। ইয়াক লৈ ৰাজনীতি কৰিলে ভাল নালাগে। আনহাতে গোলাঘাট জিলাৰ কুশল কোঁৱৰ সূতা কলটো কি কাৰণত বন্ধ হ'ল তদন্ত হ'ব লাগে।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 4 месяца назад

    ইস্মা মিটাৰ কেলেংকাৰী মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰ

  • @sacindradeka8192
    @sacindradeka8192 4 месяца назад +1

    অপূৰ্ব কেতিয়া মেকুৰীৰ পৰা হেপা হ'ল,?

  • @swapankumarsarma6840
    @swapankumarsarma6840 4 месяца назад

    বিজেপিৰ প্ৰতিনিধি জনে বহুত কলে কিন্ত মিছা মতা চৰিত্ৰ টো এৰাই চলিলে। তেওঁলোকৰ মিছাক সচা কৰিবলৈ যোৱা চৰিত্ৰ ৰ একো নকলে।

  • @joychandra6254
    @joychandra6254 4 месяца назад

    BJP পৈতৃক সম্পতি নহয় অসম

  • @sacindradeka8192
    @sacindradeka8192 4 месяца назад

    মোৰ মতে অসম বাংলাদেশীক এৰি দি অসমীয়া সকল বাঙলাদেশত যাব লাগে,নে কি কয় ৰাইজ?

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 4 месяца назад

    তেখেতে একেবাৰে শুদ্ধ কৈছে।

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 4 месяца назад

    That's Right.

  • @shahjahanali9788
    @shahjahanali9788 4 месяца назад +2

    অসমৰ সমস্যা নাই নেকি? আমি যে কৰ্ণাটকৰ কোনে কি কৈছে এইবিলাক লৈ ফুৰিছো। আমাৰ সাংবাদিকে এইবিলাক লৈ ইমান গুৰুত্ব কিয় দিয়ে ?

  • @swapankumarsarma6840
    @swapankumarsarma6840 4 месяца назад +1

    স্মাৰ্ট মিটাৰত কাৰোবাৰ বিল কমিছে কাৰোবাৰ বিল বেচি হৈছে তাৰ মানে কব পাৰি স্মাৰ্ট মিটাৰত দোষ আছে।

  • @Jaduram-o7p
    @Jaduram-o7p 4 месяца назад +1

    😮অপূর্ব ককাই আজি কোৱা কথা বোৰ কেই দিনৰ বাবে কৈছে। কাইলৈ তেও ইউ দি এফত যে নাযাব নুই কৰিব নোৱাৰি।

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 4 месяца назад

    সদ্যহতে উপ নিৰ্বাচন হব ।সেই কোৱা কথা বোৰ কিমান ভোটাৰ ৰাইজৰ প্ৰযোজ্য হয়।সেইটো লৈ অপেক্ষা কৰক।

  • @BhubaneswarBora
    @BhubaneswarBora 4 месяца назад

    CIF minis Tara seventy years at nuhua Kam Kari dakhuala gatika raija bujiba

  • @NorenKardong
    @NorenKardong 4 месяца назад +10

    উন্নয়ন হল এইটো নিজস্ব ধাৰাবাসিকতা থাকে। কংগ্ৰেছৰ দিনত যে উন্নয়ন হোৱা নাছিল বুলি কোৱাটো গোখাট মিছা কথা।ৰাজনীতি সীমা চেৰাই যায় আজিৰ নেতা সকলে।

  • @liladharkaman-sl9ul
    @liladharkaman-sl9ul 4 месяца назад

    It was closed in terms of Congress I ,sugar mill paper mill

  • @DhaneswarNath-r8f
    @DhaneswarNath-r8f 4 месяца назад

    Adha Mail Rastao Amar gaot Banabo 8 Basore Sarkare Bonabo Noarile Dada 1 Bar Saijabo Haa... Mamierek Gotai Murat Japile😮😮

  • @BhubaneswarBora
    @BhubaneswarBora 4 месяца назад

    Sandikat aru Anya bilak udugar khatat aniba nalaga karan

  • @TutomoniHazarika
    @TutomoniHazarika 4 месяца назад

    Mama johora zindab ....,..

  • @liladharkaman-sl9ul
    @liladharkaman-sl9ul 4 месяца назад

    There were many benificery at cong than bjp

  • @SUNITATAYENG
    @SUNITATAYENG 4 месяца назад

    Mata tik ase jubin😅

  • @subashdas9718
    @subashdas9718 4 месяца назад

    15 Lakh ke hol

  • @kailashbharali5604
    @kailashbharali5604 4 месяца назад

    Purbr prai . Gopinath . Bardaloi debr bahire conggresi skle agrashi prabrajan kari bideshi sklr hake kam kri ahise . Ai skle khilanjia asamiar dhangsr mul brikhya.

  • @pgoswami5378
    @pgoswami5378 4 месяца назад +1

    চেমিকণ্ডাক্টৰ উদ্যোগ অসমলৈ দিছেই যেতিয়া কোনোবাই আপত্তিজনক মন্তব্য কৰিলেও
    সেয়া নোহাৱাকৈ নাথাকে।
    গতিকে অসমত এই উদ্যোগটো কনেকৈ আগবঢ়াই নিব পাৰি
    সেইটো কথাতহে জোৰ দিব লাগে।
    এইবোৰ কথা লৈ আলোচনাৰে ক্ৰিয়া প্ৰতিক্ৰিয়া দি থাকিলে মন্তব্য
    দিয়াজনে বা তেওঁৰ দলৰ লোকে লাই পাব। ইয়াকলৈ বিতৰ্ক হবই নেলাগে। অসমৰ লোকৰ এই বিষয়টোত সদিচ্ছা আছে।

  • @ShyamalSingha-l7f
    @ShyamalSingha-l7f 4 месяца назад

    খৰ্গে নিজৰ দলৰ কথা চিন্তা কৰক অসমৰ কথা কি জানিব

  • @rinkushivam8759
    @rinkushivam8759 4 месяца назад +3

    বঢ়িয়া কথা কৈছে ।কল্পতৰু লোন দিওঁতে কংগ্ৰেছৰ দিনত বাছি বাছি কংগ্ৰেছ ৰ মানুহে কল্পতৰু লোন এজনেই তিনিবাৰকৈ লোৱা ৰেকৰ্ডছ আছে।মোক লগ ধৰিলে দেখুৱাই দিম

    • @rimeswarbrahma3489
      @rimeswarbrahma3489 4 месяца назад

      Congress party asomot kiman nokoli ACS bonale ghuse Kai, Co

  • @HarekrishnaBora
    @HarekrishnaBora 4 месяца назад +6

    Apurba বোলাজন‌ক ধৰাই তান। আজি এটা কালি এটা

  • @brojenkhargharia15
    @brojenkhargharia15 4 месяца назад

    Aiudfor bedhayok belakok studeyat namatebo ehota akol meyar poekhot kotha koi

  • @TutomoniHazarika
    @TutomoniHazarika 4 месяца назад

    Thanks....

  • @BhupenDas-nj6gh
    @BhupenDas-nj6gh 3 месяца назад

    Moi ajiloi buji nepalu ehotok kio channelat mate

  • @user-cj6dd9bz8z
    @user-cj6dd9bz8z 4 месяца назад +1

    Bjp.micha.micha

  • @HarmohanDas-pd1fp
    @HarmohanDas-pd1fp 4 месяца назад

    Kharge is good for nothing. who's he?

  • @tanuramdas1946
    @tanuramdas1946 4 месяца назад

    Apurba Tor Ako kam Nai

  • @habibullahhoque5305
    @habibullahhoque5305 4 месяца назад +4

    বাহিৰাগত মানুহ কোম্পানীৰ মালিক আৰু তাতে অসমৰ মানুহে মজুৰি কৰিব, বহুত উন্নত হ'ব

  • @robinbora5950
    @robinbora5950 4 месяца назад

    Why we have to talk about khorge?? Faltu discussion.

  • @HimashreeKalita-zt7bv
    @HimashreeKalita-zt7bv 4 месяца назад

    Bad diiyak he bhatasarja apunar katha kamai kaok.apuni meaning less person

  • @rinkushivam8759
    @rinkushivam8759 4 месяца назад

    বিজেপি জিন্দাবাদ
    ২০২৬ ত বিজেপি চৰকাৰ আহি আছে

  • @rinkushivam8759
    @rinkushivam8759 4 месяца назад

    কংগ্ৰেছৰ কাম নাই

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 4 месяца назад

    তেখেতে একেবাৰে শুদ্ধ কৈছে।

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 4 месяца назад

    সদ্যহতে উপ নিৰ্বাচন হব ।সেই কোৱা কথা বোৰ কিমান ভোটাৰ ৰাইজৰ প্ৰযোজ্য হয়।সেইটো লৈ অপেক্ষা কৰক।

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 4 месяца назад

    তেখেতে একেবাৰে শুদ্ধ কৈছে।

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 4 месяца назад

    তেখেতে একেবাৰে শুদ্ধ কৈছে।

  • @Deepakdoley-hp4tf
    @Deepakdoley-hp4tf 4 месяца назад

    তেখেতে একেবাৰে শুদ্ধ কৈছে।