বিদেশী হুঁচিয়াৰ! ভুৱা নথিৰে NRCত নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব চৰকাৰে, হুংকাৰ মুখ্যমন্ত্ৰীৰ
HTML-код
- Опубликовано: 8 фев 2025
- ⭕ বিদেশী হুঁচিয়াৰ! অবৈধ অনুপ্ৰেৱশকাৰীক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
⭕ জালিয়াতিৰে NRCত নামভৰ্তি কৰাসকলক সাৱধান হ'বলৈ সকিয়ালে মুখ্যমন্ত্ৰীয়ে
⭕ অতি শীঘ্ৰে পৰ্যায়ক্ৰমে ভুৱা নথিৰে NRCত নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব চৰকাৰে
⭕ ৰাজহ আৰু বন বিভাগত চাকৰি কৰা একাংশ অসমীয়া বিষয়াই অসম আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰি আছে
⭕ এই সকীয়নিৰে একাংশ চৰকাৰী কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সাৱধানবাণী
⭕ মাজুলী-বৰপেটা-বটদ্ৰৱাত কেৱল স্থানীয় লোকেহে ক্ৰয় কৰিব পাৰিব ভূমি, অতি শীঘ্ৰে চৰকাৰে আনিব আইন
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/