Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ইয়াৰ বাবে প্ৰথম দায়ী নিউজ চেনেল বোৰ
Akdom xocha kotha..
আপোনালোকৰ চেনেলবোৰে এই সংস্কৃতিৰ জন্ম দিছে ৷এতিয়া তাৰ কুফলৰ ওপৰত আপোনালোকেই আলোচনা পাতিছে৷
দায়ী আপোনালোকেইসাপ হৈ খুটি বেজ হৈ জাৰিব নালাগে।
Requests all the Organising Committees not to Celebrate Magh Bihu (bhugali bihu) as Bohag Bihu (rongali bihu). Tradition should be kept as Tradition. (from Khanapara,Guwahati-22).
বিহুৰ ৰচনা খন সলনি হল। অপসংস্কৃতি।
এইবোৰ বান্দৰামি প্ৰথমে তহঁতৰ চেনেলবোৰেই আৰম্ভ কৰিছিল।
মাঘৰ বিহুৰ উৰুকাক ব'হাগ বিহুময় কৰি তোলাৰ মানসিকতা এৰিবই লাগিব ।
প্ৰথম আৰু প্ৰধানকৈ নিউজ চেনেলটোৱেই দায়বদ্ধ। বিহুৰ বাণিজ্যিকীকৰণৰ মূল কাৰণ হৈছে অসমীয়া টিভি চেনেলৰ পৰা। আজি প্ৰজন্ম বিভ্ৰান্ত হৈ পৰিছে কোনটো মাঘ বিহু আৰু কোনটো ৰঙালী বিহু আৰু আমাৰ অসমীয়া সমাজত ইয়াৰ গুৰুত্ব। আনকি মাঘ বিহুতো গামোছাৰ দৰেই পিঠা অসমৰ বাহিৰৰ পৰা আহে
যি নামৰ বিহু সেয়ে হ'ব লাগে বিহুক লৈ একো পৰিবৰ্তন আনিব নালাগে
Good news
সংবাদ মাধ্যমৰ বাবে এয়া সংঘটিত হৈছে। জাতিটোৰ হৃদপিণ্ডত আঘাত হনা হৈছে।
Media হৈছে main curlpit
অসমীয়াই অসমীয়া সংস্কৃতিক বিকৃত কৰিছে ।
Vhugali bihu rongali bihu dore manatu moi vhal buli sinakto korisu. Karon vhugali bihu, vhugali dorei patibo lage aru rongali bihu rongali dorei patibo lage. Nohole Amar honskitibur herai jabo.
বিহু যেতিয়াই নহওঁক ৰঙালীয়েই হব।
Tumi kuwa kothatu moi hosa buli nokao ,vhugali bihutu rongali bihu dore patibo nalage. Udahoron sorupe titakerela logot tenga khuwatu moi nibisaru.
পৰম্পৰা ৰক্ষা কৰক বাকি বাদ দিয়ক ভুল কোনে কৰিছে অসমীয়াই ।
Hosa kotha koise dei aamr sir keijone..... Hosake sabosun ru kei bosor man pisot kuntu ki bi hu koi thak uthiaha projonmoi pahoribo....
ইয়াৰ বাবে তিভি চেনেল বোৰ ও দোষী
Ghor cirika rajohongkho hoise
Cv cenelot batori nakoribo.
Aibur kio koribo lagee..aru junee korisee xei xakolee janee aibur korilee news t ulabo paribo ..Magh bihut Bohag bihu patee neki..kati Bihut magh Bihu patok june patisee..aibu paglami bahiree aku nahoi pisee..
ghantar news
ইয়াৰ বাবে প্ৰথম দায়ী নিউজ চেনেল বোৰ
Akdom xocha kotha..
আপোনালোকৰ চেনেলবোৰে এই সংস্কৃতিৰ জন্ম দিছে ৷এতিয়া তাৰ কুফলৰ ওপৰত আপোনালোকেই আলোচনা পাতিছে৷
দায়ী আপোনালোকেই
সাপ হৈ খুটি বেজ হৈ জাৰিব নালাগে।