প্ৰথমবাৰলৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ মুখত অখিল গগৈৰ পুত্ৰৰ কথা

Поделиться
HTML-код
  • Опубликовано: 1 янв 2025

Комментарии •

  • @asomiaasom6008
    @asomiaasom6008 Год назад +25

    জনতাৰ ধন সম্পদ লুটি পুটি গোটাই পৰ্বত সম সম্পদেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাবালক পুত্ৰ ই ১৬ ১৭টা কোম্পানীৰ মালিক হব পাৰে ,টকা নথকা স্বদেশ স্বাজাতিৰ জনতাৰ দুৰ্যোগত এজন অসমীয়া হিচাপে দুৰ্গত নিৰ্যাতিত লোকৰ লগত দুখৰ সমভাগী হৈ প্ৰতিবাথ কৰাটো বেয়া ,জাতিদ্ৰোহী গাদ্দাৰ হিমন্তই তাকে নকয় কি কব ?গাদ্দাৰ হিমন্তইহে প্ৰতিবাদ আন্দোলন কৰিব পাৰে বাকী বেলেগে নোৱাৰে নালাগে ।হিমন্তই কোনশ্ৰেণীৰ পৰা ছাত্ৰ সন্থা কৰি প্ৰতিবাদ কৰিছিল, ছাত্ৰ নেতা হৈছিল ,আছুৰ নামত টকা তুলি খাইছিল ,আলফাৰ নামত টকা উঠাই খাইছিল ,মানবেন্দ্ৰ শৰ্মাক মাৰি কোনে কংগ্ৰেছ নেতা বিধায়ক হৈছিল এইবোৰ হিমন্ত চাৰে মনত ৰখা ভাল ।

  • @dipalibhagawati9050
    @dipalibhagawati9050 Год назад +130

    বাতৰি কওঁতে ইমান মৰ চিয়ঁৰ কিয় মাৰে। ইমান বেয়া শুনি।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Год назад +47

    Like father like son. Thank you.

  • @pramodchmalakar-lq7ou
    @pramodchmalakar-lq7ou Год назад +96

    আজি কালি সাংবাদিক সকলৰ এটা চখ হৈছে, বাতৰি এটা ঘূৰাই পকাই,পকাই ঘূৰাই,পকাই-পকাই 'ঘূৰাই-ঘূৰাই,ক ওতে ক ওতে মূল বাতৰিটো শুনিবলৈ ধৈৰ্যচ্যুত হৈ কাতি দিবলগা হয়।

  • @tamannamuskan3552
    @tamannamuskan3552 Год назад +49

    মূখ্যমন্ত্ৰী পূএ কিয এতিয়াই দশ বাৰটা কোম্পানীৰ মালিক হ'ব পালে ।

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu Год назад +166

    ঘূৰাই পকাই এটা কথাই কৈ থাকে। পাগলা সাংবাদিক

    • @anukulrabha5766
      @anukulrabha5766 Год назад +12

      ই সাংবদিক নহয় কুকুৰ ।

    • @MohinulHoque-lw1gw
      @MohinulHoque-lw1gw Год назад +4

      ​😮❤

    • @pritidevi9678
      @pritidevi9678 Год назад +3

      Correct

    • @juhisharma8340
      @juhisharma8340 Год назад +1

      Correct

    • @Ayesha-e4q9j
      @Ayesha-e4q9j 10 месяцев назад

      🎉🎉🎉a​@@anukulrabha5766😢😢😢😢🎉🎉🎉😢😂😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😅😅😅😅😅😅😅😅😅😅😂😂🎉🎉🎉🎉🎉😢😢😢😮😮😢😢😢🎉😢🎉🎉😮😮😮😮😮😮😮😮😮😮😮😮😮😮😂😂

  • @ranjitduttaey3967
    @ranjitduttaey3967 Год назад +92

    বাঘৰ পোৱালি বাঘেই হ'ব , ধন্যবাদ জনালো

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 Год назад +16

    সিংহৰ পুৱালি গুজৰি গুজৰি ওলাই আহে আৰু শিয়ালৰ পুৱালি প্ৰানৰ ভয়ত গৈ গাতত সুমায়

  • @sonjay1122
    @sonjay1122 Год назад +19

    DA news plus ৰ সাংবাদিক জনে জনসাধাৰণক মুৰ্খ বুলি ভাবে নে নিজকে মুৰ্খ পৰিচয় দিছে ধৰিব পৰা নাই। এফাঁকি বাক্য বাবে বাৰে টেটুফলা কিয় চিঞৰিছে হে। অত্যাধিক ভাল নহয়।

    • @narayankumarbora3762
      @narayankumarbora3762 Год назад +1

      Sangbadik huwar agate bazarat khar khajuli, Andore nigani mara ouisad chyari chyari bikir karisil neki ne news pohi thakute hagibaloi lagi assey?

  • @tushargoswami6036
    @tushargoswami6036 Год назад +18

    দুই মিনিটৰ বাতৰি ঘূৰাই পকাই পকাই দীঘল কৰি একেডালকে বলকি থাকিলে ভাল নালাগে।

  • @rupamkumarsarma1200
    @rupamkumarsarma1200 Год назад +144

    বাতৰি টো সোনকালে কৈ শেষ কৰিব। মানুহৰ ধৰ্য্যৰ পৰীক্ষা নলব।এয়া ভাল সাংবাদিকতা নহয়।

  • @rajudutta7246
    @rajudutta7246 Год назад +31

    আগৰ মুখ্যমন্ত্ৰীসকলৰ সন্মান
    আছিল, বৰ্তমান মুখ্যমন্ত্ৰীৰ লাজ, সন্মান, ব্যক্তিত্ব বুলি কোনো বস্তু নাই, তিৰিমুৱা বেপৰুৱা চৰিত্ৰৰ।

  • @darpandeka5141
    @darpandeka5141 Год назад +60

    তৰুণ গগৈ ডাঙৰীয়াক আপুনি কিমান অপমান কৰিছিল ? গতিকে জেষ্ঠ কণিষ্ঠৰ কথা আপোনাৰ মুখত শোভা নাপায়

  • @sailentalukdar4539
    @sailentalukdar4539 Год назад +11

    বাতৰিটো দেখোন শেষেই হ’ল 😂😂 মই ভাবিছিলো তাৰ হাগা নালাগালৈকে আটাহ পাৰি থাকিব 😂

  • @nanigopalphukan198
    @nanigopalphukan198 Год назад +20

    আৰু অলপ টেটু ফালি চিঞৰি কব নোৱাৰেনে?

  • @bitulkonwar1099
    @bitulkonwar1099 Год назад +16

    ইমান কৈ নিচিঞৰিব সোনটো তোমাৰ দৰে মানুহ ধুম কলা নহয়

  • @Prasantapegu-c5z
    @Prasantapegu-c5z Год назад +13

    বাৰে বাৰে এটা শব্দকে হাজাৰবাৰ কৈ গুৰত্ম হীন বাতৰি প্লচাৰ নকৰিবা বলিয়া মানুহৰ দৰে ছিঞৰিব নালাগে

  • @saddikurohman2966
    @saddikurohman2966 Год назад +15

    বাপ ৰে Heart failed হৈ যাব। আপোনালোকৰ news ৰ ভয়ত।

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu Год назад +30

    সাংবাদিক জনৰ হাগা যাব।😂

  • @dilipkumarnath3901
    @dilipkumarnath3901 Год назад +9

    ইমানকৈএটা‌ কথাকে কৈ বেছি দীঘল কৰে কিয় ?

  • @ubaudullaahmed3846
    @ubaudullaahmed3846 Год назад +7

    কেতিয়া জানাব আপোনী ? কোনো দিন আপোনাৰ বাতৰি নেছাও বুলি অঙ্গীকাৰ কৰিলো |

  • @assameseboy2264
    @assameseboy2264 Год назад +11

    সাংঘাতিক ককাই বেছিকৈ নিচিঞৰিব নহলে হাগা ওলাই যাব😂😂

  • @KailashBarman-ej8md
    @KailashBarman-ej8md Год назад +3

    ইমান ডাঙৰ কথা নহয় ডাঙৰ কথা সোতৰ বয়সৰ লৰাই ওঠৰ টা কোম্পানী মালিক হোৱাটো ডাঙৰ কথা।

  • @anukulrabha5766
    @anukulrabha5766 Год назад +8

    হিমন্ত পুত্ৰৰ 20 টা কোম্পানীৰ বাতৰি ক , গৰু ।

  • @saddikurohman2966
    @saddikurohman2966 Год назад +6

    লাহে লাহে কলেও হয়। আমি বুজি পাওঁ

  • @rirupon9251
    @rirupon9251 Год назад +1

    সোণটো তোমাক কি বুলি কম । তোমাক ধন্যবাদ তুমি আৰু আগুৱাই যোৱাৰ। কিন্তু ভগৱানে ওপৰত বিশ্বাস ৰাখি বা ।

  • @ujjalkonwar2859
    @ujjalkonwar2859 5 месяцев назад +1

    😮পপপ😮পপপ
    একো কাম নাই যদি
    সাংবাদিককে কৰ ।
    পপপ বকিলেও হব
    তঁতঁতঁ বকিলেও হব
    মাইকটো লৈ
    যিহকে তিহকে ক ..

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Год назад +2

    Alhil gogoi zindabad,

  • @pinkudeka3102
    @pinkudeka3102 Год назад +1

    আপোনাৰ ছোৱালীওঁ নামি পৰিছে বিজেপিৰ গুন গাই থকা ৰিপাব্লিক ভাৰত নামৰ নিউজচেনেলটোত....

  • @mukundadas9892
    @mukundadas9892 3 месяца назад

    মাইক এটা লৈ ইটৌ মুৰৰ পৰা আনটৌ মুৰলৈ চিঞৰি থাকক কামনাই আপোনালোকৰ লাজ লাগে

  • @anukulrabha5766
    @anukulrabha5766 Год назад +3

    হিমন্ত পত্নী 60 বিঘা মাটিৰ বাতৰি ক , চুৱৰ ।

  • @ParamaSaikia-kw8qk
    @ParamaSaikia-kw8qk Год назад +20

    এই সাংবাদিক জনৰ সৈছে কি একেই বোৰকে বকি আছে কুকুৰে কামোৰা আছিল নেকি সৰুতে

    • @Ajkbvvvv
      @Ajkbvvvv Год назад

      Ekdom thik koise

  • @tksarmah2632
    @tksarmah2632 Год назад +1

    একেটা কথাকে গোটেই জীৱনটো পেঘেনিয়াই থকাটোকে বাতৰি বুলি কয় নেকি ?
    বজৰুৱা মানসিকতা।

  • @satyanathdeka-qf9yl
    @satyanathdeka-qf9yl Месяц назад

    ThAnk you

  • @gogoigamingnuub
    @gogoigamingnuub Год назад +1

    Hundor bhai

  • @xurordeolkalabithika1129
    @xurordeolkalabithika1129 Год назад +2

    সকলোকে মূৰ্খ বুলি জ্ঞান কৰি‌ আপোনালোকে এইদৰে আবুল তাবুল বলকি থাকে।

  • @joshnaray3117
    @joshnaray3117 Год назад +2

    পাগল নেকি কেলা একেটা কথাকে কৈথাকে অখল গগৈৰ পুত্রয়ে থাকিব নোৱাৰে নেকি | অকল বামুন শৰ্মা বিলাকেহে থাকিব পাৰে নিকি পাগল

  • @RojitaDas
    @RojitaDas Год назад +1

    Akhil daa 🙏🙏👍🙏👍👍

  • @budhakoch7400
    @budhakoch7400 Год назад +2

    Val nalage aneke apuni news kole

  • @AnjuDutta-bl9yn
    @AnjuDutta-bl9yn 5 месяцев назад +1

    Good

  • @lakhikalita8394
    @lakhikalita8394 9 месяцев назад +1

    চমূকৈ কলে ভাল লাগে

  • @prohenjitdoley685
    @prohenjitdoley685 10 месяцев назад +1

    এটা কথাক দহ বাৰ ৰিপিত কিয় সাংবাদিকবোৰে ? এবাৰ,দুবাৰ কলেও ৰাইজে বুজি পাই ।

  • @rumihazarika5255
    @rumihazarika5255 Год назад +1

    আগতে হালোৱা আছিল নেকি এই বাতৰি পৰিবেশন কৰা জন, মিছাতে ইমান হুলস্থুল কৰি আছে,

  • @runumidutta5490
    @runumidutta5490 Год назад +1

    লেম্প লৈ প্ৰতিবাদ কৰিলে কি হ'ব, কেৰাচিন তেলৰ দামটোৱোটো কম নহয়

  • @aditiboruah5632
    @aditiboruah5632 7 месяцев назад +1

    তাৰ গৰম বেছি নেকি 😮
    নহ'ব বা কিয়
    এইবাৰ হাৰিম বুলি জানিলে 😅

  • @khiteswarnath1859
    @khiteswarnath1859 4 месяца назад

    এটা কথাকে ১০০ বাৰ মানকে কৈ থাকে ।

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 Год назад +1

    অখিল গগৈ পুত্ৰ বুলি কেইবা কলি ভাবি চা।

  • @lachitroy924
    @lachitroy924 6 месяцев назад +1

    Ata ktha ke kiman ko a

  • @paramanandabora1047
    @paramanandabora1047 10 месяцев назад +1

    Like father like his son

  • @surajkonwar9360
    @surajkonwar9360 Год назад +4

    বাতৰি পৰিৱেশন কৰিছে নে দৰ্শকক দম দিছে ..শুনি কিন্তু দম দিয়া নিচিনা লাগিছে ....

  • @jdas7767
    @jdas7767 5 месяцев назад

    10 second news expanded to 9 minutes.. thank you news channel for wasting our valuable time

  • @ranjitporgohain8774
    @ranjitporgohain8774 Год назад +1

    একেটা কথাকে কিমান বাৰ কৈ থাক

  • @mihigunda9134
    @mihigunda9134 Год назад +2

    Video start from 5.40

  • @luchaking5863
    @luchaking5863 Год назад +3

    Mathai ghula hoi goise bare bare etai 😮😮😮😮 kothake koi aase short news dibo

  • @RashidulIslam-nl1wy
    @RashidulIslam-nl1wy 3 месяца назад

    Very.good

  • @joshnaray3117
    @joshnaray3117 Год назад +8

    গগৈৰ পত্রয়ে নামি পৰাৰ কাৰনে ভয় খাইছে বামুনে 😁😁😁😁😁😁

  • @gitanjalideka8767
    @gitanjalideka8767 4 месяца назад

    ল'ৰা বাপেকৰ কান্ধৰ সমনীয়া হ'লে হেনো বাপেকৰ বোজা কাঢ়ি লয়! অসমীয়াত কথা এষাৰ আছে নহয়!

  • @kshudiramdas6037
    @kshudiramdas6037 5 месяцев назад

    Father should gentle enough to teach his family to follow.

  • @Missingko2.0-p7z
    @Missingko2.0-p7z Год назад

    Mojja kota ❤

  • @chandraborah35
    @chandraborah35 Год назад +1

    অলপ বেচি হৈছে নেকি ।

  • @NabinRabha-nz2xy
    @NabinRabha-nz2xy Год назад +5

    বাতৰিৰ মানদণ্ড বজায় ৰাখিব লাগে।

  • @hiteshkalita9067
    @hiteshkalita9067 Год назад +12

    সি্ংহৰ পুত্ৰ সি্ংহ হয়

  • @dipukuhi2017
    @dipukuhi2017 Год назад +4

    অলপ কম কৈ ছিঞৰিলেও হব

  • @rafikulali4396
    @rafikulali4396 Год назад +3

    হাগা যাব কিয় ইমান চিঞৰি আছা
    লাহে কলে বুজি পাম টো

  • @tksarmah2632
    @tksarmah2632 Год назад +8

    তৰল কথাৰে বাতৰিৰ পাতনি।
    ধিক্কাৰজনক।

  • @ParthaDas-i6l
    @ParthaDas-i6l 6 месяцев назад +1

    একেটা কথাকে গাই গাই আমনি নালাগে নালাগেনে

  • @NurjamalHoque-by4zm
    @NurjamalHoque-by4zm 5 месяцев назад

    এটা কথা বাৰে বাৰে কৈ মানুহৰ বাতৰি শুনাৰ ধৈৰ্য নোহোৱা হয়।

  • @bantygogoi4656
    @bantygogoi4656 Год назад +2

    অখিল। গগৈৰ পুত্ৰ অখিল গগৈৰ পুত্ৰ অখিল গগৈৰ পুত্ৰ অখিল। গগৈ পুত্ৰ
    ,,,,,,,,,,,,,,,,,,

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 3 месяца назад

    এটা কথা বাৰে বাৰে নকলে কি কি অসুবিধা হয় অ ????????????????

  • @kalpanadas9648
    @kalpanadas9648 Год назад

    এই বাতৰি টো পৰিবেশন কৰোতে যিমান সময়ৰ প্ৰয়োজন হৈছে , সেই খিনি সময়ত বাতৰি কাকতৰ পাঁচটা বাতৰি পঢ়িব পাৰি

  • @bholaramboro2771
    @bholaramboro2771 7 месяцев назад

    সমূহ ৰাইজলৈ এটা অনুৰোধ, কৰবাত যদি ভাল মেণ্টেল হস্পিটেল আছে তেনেহলে এওঁক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে ।

  • @champaksarma9303
    @champaksarma9303 Год назад

    Anchor bohut dekhilu...but apuni sun besi siyore.... please maintain the basic decoram

  • @badandeogharia4644
    @badandeogharia4644 Год назад +1

    সময় অপচয় কৰি সংবাদ পৰিবেশন একেবাৰে আমনি দায়ক হৈ পৰিছে ।

  • @SusantaRabha-k8c
    @SusantaRabha-k8c Год назад

    Voice tu thik nhy aponar

  • @rajanikantadasdas5474
    @rajanikantadasdas5474 Год назад +2

    মেইন কথাটো নাহেই দেখোন।কি নিউজ চাবি এইবোৰ

  • @MonuwaraBegum-f5d
    @MonuwaraBegum-f5d Год назад +1

    Okgoodvery

  • @puwaramnarzary2894
    @puwaramnarzary2894 Год назад +44

    Like father like son
    Thank you akhil gogai.

  • @himsikhargaming6201
    @himsikhargaming6201 Год назад +2

    Alop sound besi hoise. Attac ahibo

  • @jharnadevi5217
    @jharnadevi5217 10 месяцев назад

    আপোনাৰ লুকে মৰাকে মোৰত মাৰ এটা মাৰে কিন্ত অখিল গৈগৈ সেই মোৰত মৰা মানুহটোক বচাব বিছাৰে

  • @SakiarRoman
    @SakiarRoman 5 месяцев назад

    ❤❤❤❤

  • @jintusonowal831
    @jintusonowal831 Год назад +1

    Men point t ahib lage ..aketa kthake siari siari koi ass kiaaa be ...nisiarileu huni pam be...😮😮😮😮😮😮

  • @dipikaphukan7387
    @dipikaphukan7387 Год назад +3

    ইমান চিঞৰ কিয় ?

  • @AsadulIslam-ql3zh
    @AsadulIslam-ql3zh 8 месяцев назад

    ❤❤❤❤❤❤❤❤

  • @keshabsaikia4609
    @keshabsaikia4609 7 месяцев назад

    Bhal kotha

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e Год назад

    বৰ‌দীঘলীয়া কৈ কৈ থাকিব নালাগে
    বিৰক্ত হব‌লাগে

  • @saidulislam8623
    @saidulislam8623 5 месяцев назад

    আপোনাৰ কোনটো খবৰ সৰু সব ডাঙৰ খবৰ লাহে লাহে কথা কলে কিবা অসুবিধা হয় নে ।

  • @BFREEZEx
    @BFREEZEx Год назад

    তই লেক লেকাই থাকোতে অশান্তি লাগিল। আৰু নুশূনো আৰু দেই

  • @tankabahadurchetry3150
    @tankabahadurchetry3150 Год назад

    এটা কথাকে ইমান বাৰে বাৰে ডিঙি ফুলাই কোৱাৰ প্ৰয়োজন নাই।

  • @abulkalamlaskar5027
    @abulkalamlaskar5027 3 месяца назад

    Akhil Gogoi zindabad zindabad zindabad Akhil Gogoi ka Ladka zindabad zindabad zindabad Allah bless you Allah help you Allah will be with you ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @jhoondeka8568
    @jhoondeka8568 Год назад

    অত্যাচাৰী, শুশন কাৰী শাসকৰ বিৰোধিতা কৰাটো প্ৰতিজন অসমীয়াৰ কৰ্তব্য, ইয়াত অখিল - পুত্ৰ বুলি কোনো কথা নাই

  • @pankajbhuyan3308
    @pankajbhuyan3308 7 месяцев назад +1

    Main point kobo lage..

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr 4 месяца назад

    Kunja. .... .. amak ajan bhal rajnoitik neta lage ❤❤❤❤❤❤❤❤

  • @7gc970
    @7gc970 Год назад +2

    বাপেক চাই পুতেক । শোতৰৰ বছৰ লৰাৰ এটাই এইবোৰত সুমাব নেলাগে । আন্দোলন কৰি কোনো কাম অখিল গগৈৰ ডাঙৰীয়াই সামাধান কৰিব নোৱাৰিলে ।

  • @AjitChutia-m2w
    @AjitChutia-m2w Год назад

    এটা কথাকে আপোনালোকে কিয় বাৰে বাৰে কৈ থাকে

  • @Gaoliya208
    @Gaoliya208 Год назад +2

    Mur deuta ane bisonat xui asile moi jetiya news tu kanor khaxot xunai dilu deutai jopiai uthise kot ki hol buli😂😂😂

    • @KR-by3es
      @KR-by3es Год назад

      😅😅😅😂😂

  • @ManashPratim-ju9po
    @ManashPratim-ju9po 10 месяцев назад +1

    কথা‌ কলে চিধাকে কবি

  • @SaralaChodhuri
    @SaralaChodhuri 2 месяца назад

    একে তা কথাকে বাৰে বাৰে কৈ থাকিলে শুনি ভাল নালেগে ।

  • @padumidas8103
    @padumidas8103 Год назад

    একেটা কথাকে কিমান বাৰ চুবাই থকা ।যি ক এবাৰতে কবি ।কাম নাই আৰু একে কথাকে এশ বাৰ বলকি থকা

  • @ashddbhhcccucujv1045
    @ashddbhhcccucujv1045 Год назад

    He pravu

  • @NurulIslam-le6sx
    @NurulIslam-le6sx 4 месяца назад

    মুল কথাখিনি কৈ দিলে ভাল হয়