GUSI GOLA - Zubeen Garg | Jayanta Kakati | Rahul Gautam Sharma | A tribute to Kishore Das

Поделиться
HTML-код
  • Опубликовано: 1 июл 2024
  • AUDIO CREDITS
    Song : Gusi Gola
    Singer : Zubeen Garg
    Composition : Jayanta Kakati
    Lyrics : Rahul Gautam Sharma
    Music Arrangement and Mix-Mastered by : Shekhar Jyoti Goswami
    Guitar : Debojit
    Editing : Dhruba Jyoti Bora
    Poster Design : Debu
    Produced by : Kishore Das Family
    Special Thanks : Mridul Bhuyan, Prastuti Parasar, Bastab S Ramen Barman
  • ВидеоклипыВидеоклипы

Комментарии • 1,4 тыс.

  • @pinkuchetiacreationassam3542
    @pinkuchetiacreationassam3542 3 дня назад +153

    কিশোৰ দা স্মৃতি য়ে আকৌ এবাৰ কন্দুৱাই গল্😢, তাতে জুবিন দা কণ্ঠ❤ , গা নোম হিহৰী যোৱা সকলে like এটা দিয়া.....

    • @rajashreeboro3081
      @rajashreeboro3081 2 дня назад

      Buku bikhai gol soku pani rokhabo nuwarilu..
      Jote asa vale thaka tumi kishor da❤😢

    • @biplabdeka1734
      @biplabdeka1734 День назад

      Kishore Daa Missed You 😢🥺😭

  • @pranamidas5750
    @pranamidas5750 3 дня назад +61

    কিশোৰ দাক আৰু জুবিন দাক জুনে জুনে ভাল পোৱা ❤লাইক কৰা 🎉🎉🎉❤❤jay zubeen da and jay kisor da

  • @goldassam2.0
    @goldassam2.0 4 дня назад +123

    ভাল পোৱা মানুহবোৰ চিৰজীৱন অন্তৰত ৰৈ যায়____গুচি নাযায়❣

  • @DDLCreation15
    @DDLCreation15 4 дня назад +42

    এটি গোলাপৰ কলি ফুলিব নৌপাওতেই কলিতে মৰহি গ'ল।😢😢😢

  • @Junvlogs295
    @Junvlogs295 4 дня назад +75

    আকৌ এবাৰ উশাহ লবলৈ কষ্ট অনুভব কৰিলোঁ🥺।।

  • @zgdebajitborah4317
    @zgdebajitborah4317 5 дней назад +43

    কিশোৰ দা আমাৰ মাজত সদায় জীয়াই থাকিব।❤😢
    আপুনি যতেই আছে কুশলে থাকক।🙏

  • @rinkudutta348
    @rinkudutta348 6 дней назад +45

    উঠি এটি প্ৰতিভা নোহোৱা হৈ গ'ল। ভগৱান ৰ কি লীলা, দৰকাৰী মানুহ বোৰ লৈ যায়😢😢😢

  • @PollabiBora-fr5uj
    @PollabiBora-fr5uj День назад +6

    প্ৰিয় আছিল❤ মনত পৰি গ'ল আকৌ আজি

  • @arunavadasgupta5460
    @arunavadasgupta5460 5 дней назад +76

    ये सिर्फ एक म्यूजिक वीडियो नहीं है ये हम लोगों की तड़प का गवाही दे रहा है जो हम लोग किशोर से बिछड़ के अनुभव किए । गाना बहुत ही संजीदा हैं। Love and Miss You KISHOR Bhaiti.. 💔😢💓🙏Congratulations and Thanks to all of you who support and associates with this project .🙏

  • @DEBAJIT_PATHAK.
    @DEBAJIT_PATHAK. 6 дней назад +124

    জুবিন দাৰ কণ্ঠ, ৰাহুল দাৰ কথা , জয়ন্ত দাৰ সুৰ , শেখৰ দাৰ সংগীত .....❤😢
    কিশোৰ দা .... য'তেই আছা কুশলে থাকা 😢🙏

  • @riturajkalita2767
    @riturajkalita2767 3 дня назад +21

    বুকু বিষাই যোৱা স্মৃতি ভৰা গীত। গীতটিৰ মাজেৰে হেৰাই যোৱা বহু স্মৃতি কঢ়িয়াই আনিছে। যেন চালে চায় থাকিবৰ মন। কিশোৰ য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক।

  • @parismitagohain2068
    @parismitagohain2068 6 дней назад +33

    Miss you
    কিশোৰ দা তুমি যতেই আছা ভালে থাকা 🙏🙏
    Zubeen daa voice 🔥🔥

  • @nabadas8144
    @nabadas8144 7 дней назад +106

    ঘৰৰ ওচৰৰ লৰা , মনটো আকৌ সেমেকি উঠিল

  • @nikumonigogoi8257
    @nikumonigogoi8257 6 дней назад +46

    অসমীয়া ছবিজগতত কিশোৰ দাসৰ দৰে এজনশিল্পীৰ বহুত প্ৰায়োজন৷য’তে আছে পুনৰ যেন ঘুৰি আহে আমাৰ মাজলে৷

  • @sumikalita8011
    @sumikalita8011 5 дней назад +10

    Miss you baba❤️ আটাইতকৈ প্ৰিয় আছিলা তুমি অভিনেতা বুলি জানি নাজানো কিয় হৃদয়ত এক বিশেষ মৰম আছিল তোমাৰ বাবে,
    বহুত ইচ্ছা আছিল ঘূৰি অহাৰ পাছত এবাৰ ওচৰৰ পৰা চাব যাম বুলি কিন্তু নাহিলা😔🥺 আহিবা দে... এতিয়া যত আছা ভালে থাকা ঘূৰি আহিবা কিন্তু❤❤

  • @Ankur.mahanta
    @Ankur.mahanta 5 дней назад +89

    Zubeen dak val powa xokole ata like kora ❤

  • @Kaushik632
    @Kaushik632 7 дней назад +34

    অন্তৰত কিশোৰ দা সদায় জীয়াই আছে।❤

  • @user-uk2oh1sv3m
    @user-uk2oh1sv3m 6 дней назад +52

    আকৌ এবাৰ উশাহ ল'বলৈ কষ্ট অনুভৱ কৰিলোঁ!
    সকলো তোমাৰেই লিলা প্ৰভু!

  • @barnalidas5279
    @barnalidas5279 3 дня назад +15

    কিশোৰ দা যতে আছে কুশলে থাকক 🙏😢 বহুত বেছি মিছ কৰিছো অ' আপোনাক 😔 এনেকুৱা লাগিছে যেন এইটো video ৰ shotting আপুনি বৰ্তমান কৰিছে ... বহুত মিছ কৰিছো , 😢

  • @nayanjyotidas5174
    @nayanjyotidas5174 6 дней назад +9

    তুমি আমাৰ বাবে সদায় অমৰ দাদা। আমাৰ মাজত সদায় আছা আৰু সদায় থাকিবা ❤

  • @riciborah5347
    @riciborah5347 7 дней назад +84

    মনটোৱে এতিয়াও মানি নলয়।। কি কম ভাষাহীন ।। মাথো এটাই কওঁ নেদেখা জনৰ লগত ভালকৈ থাকা। । তোমাৰ সেই মিঠা হাঁহিটো সদায় মাৰি থাকিবা। । 💔🙏 লগ পাম এইটো জনমতে অকৌ এবাৰ 🙏🙏

  • @dhiramonikalita555
    @dhiramonikalita555 6 дней назад +25

    জুবিন দা, তোমাক মই বহুত বেছি ভাল পাও, বহুত বেছি শ্ৰদ্ধা কৰো।❤️❤️ তুমি সদায় এনেকুৱা এটা কিবা কৰি দিয়া, যাৰ বাবে ভালপোৱা বোৰ আৰু বেছি হয় যায় । এই গানটোও তোমাৰ তেনেকুৱাই এটা কাম, যাৰ বাবে তোমাক মই আৰু অলপ বেছিকৈ ভাল পোৱা হ'লো🙏🙏🙏
    আৰু কিশোৰ..... তোমাৰ কথানো আকৌ নতুনকৈ কি কম !!
    তুমি যে আমাৰ বুকুৰ আপোন। তুমি তোমাৰ ঘৰখনৰ লগতেই, আমাৰ সকলোৰে জীৱনৰ এক পাহৰিব নোৱাৰা অধ্যায় ।😢😢😢

  • @indranibora8155
    @indranibora8155 2 дня назад +4

    ভিদিওটোৰ এডিটিং ইমান পেৰফেক্ট হৈছে যে কিশোৰ দায়ে এই গীতটিত সোশৰীৰে অভিনয় কৰা দৰে লাগিছে।বাকী গীতটোৰ কথা তো কবই নালাগে... পুনৰবাৰ কিশোৰ দাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏

  • @Lekhika188
    @Lekhika188 2 дня назад +2

    কিশোৰ দা তুমি আমাৰ মাজত নাই বুলি আজি ও বিশ্বাস কৰিবলৈ টান🥺তোমাৰ স্মৃতি বোৰ সদায় আমাৰ লগত থাকিব ❤তুমি মোৰ প্ৰিয় অভিনেতা আছিলা তোমাৰ স্থান কোনোও ল'ব নোৱাৰে 🙂..... য'তেই আছা শান্তিত থাকা ✨

  • @debazeetdeka2602
    @debazeetdeka2602 7 дней назад +48

    আমাৰ হাতত আমাৰ নিজৰ জীৱনটোৱে নাথাকে..

  • @happy_feeling100
    @happy_feeling100 6 дней назад +20

    মৃত্যুনো কি ? এক অৱস্থাহে । হৃদয়ত সদায় থাকি যায় মানুহ।

  • @Porag_Pritom
    @Porag_Pritom 4 дня назад +9

    যতে আছা তুমি কুশলে থাকা কিশোৰ দা ❤❤😢😭

  • @user-vy3yc6dy9s
    @user-vy3yc6dy9s 4 дня назад +4

    কবলে একো ভাষা নাই আকৌ এবাৰ বুকুখন বিষাই আহিল দুচকুৰ হেমেকি উঠিল😢মাথোঁ এটাই কওঁ তুমি যতে আছা ভালে থাকা।😢

  • @chitrachutialifestyle1616
    @chitrachutialifestyle1616 6 дней назад +28

    চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ । প্ৰিয় অভিনেতা জন । আপুনি নোহোৱা হোৱাৰ পৰা কাৰো অভিনয়কেই প্ৰাণ ভৰি ভাল পাব নোৱাৰোঁ । কিবা ভয়েই লাগেচোন। য'তেই আছে শান্তিত থাকক

  • @user-hr1qq1nu9m
    @user-hr1qq1nu9m 6 дней назад +16

    বহুত মনত পৰে কিশোৰ দা 😢 তোমাৰ হাঁহি টো আজিও আমনি কৰে ও তুমি অভিনয় কৰা ধুনীয়া ধুনীয়া ভিডিও গান বোৰ দিনটোত এবাৰ হলেও চাও ।সদায় ভালকৈ থাকিবা যতে আছা থকা তুমি কুশলে

  • @biplabdeka1734
    @biplabdeka1734 День назад +1

    Missed You Kishore Daa 😢🥺😭🥺
    যতেই আছা তুমি কুশলে থাকা অ কিশোৰ দা ইমান আমাক এৰি থৈ সোনকালে কিয় গুচি গলা অ কিশোৰ দাI Love You So Much 😢😭🥺🌹তাতে আকৌ গীতিকাৰ জুবিন দা চকুলো বোৱাই দিলে গান তোৱে😢। জুবিন দা তুমি আমাক এৰি থৈ নাজাবা দেই আমাৰ আয়ুস আধা তুমিয়েই লোৱা অ দা🥺

  • @rashmidas1070
    @rashmidas1070 6 дней назад +16

    Zubeen da thoka loike karo jibn a atmay Santi nopowakoi najaay 😢😢 Miss u bhai 😢 and love you so much zubeen da ❤️

  • @himasrikalita6632
    @himasrikalita6632 6 дней назад +9

    এতিয়াও মানি লব পৰা নাই কিশোৰ দা ইমান কম সময়ৰ বাবে আহিছিলানে😭😭😭 কিয় ভগৱান ইমান নিষ্ঠুৰ 😢😢 হাহি ভাল পোৱা লৰা জন জতে আছা ভালে থাকা সদায় হাহি থাকিবা😢🥺🥺🥺 miss you 😢😢

  • @Moupriyakalita385
    @Moupriyakalita385 День назад

    উফ্, যত আছে কুশলে থাকক আপুনি কিশোৰ দা🥹 কিশোৰ দাসৰ স্মৃতি লগত জুবিন গাৰ্গৰ কণ্ঠ উফ কব নোৱাৰা এক অনুভৱ

  • @aditi44
    @aditi44 День назад

    ❤❤❤❤❤❤
    Tumi kuxole thaka jotei Asa....sokur pani rokhabo nuarilu 🙏🙏🙏

  • @user-ei9ly9pf3x
    @user-ei9ly9pf3x 7 дней назад +9

    আমাৰ অন্তৰত সদায় থাকিব কিশোৰ দাস দা ❤

  • @hirakjyotibhuyan2056
    @hirakjyotibhuyan2056 6 дней назад +9

    মনটো আকৌ বেয়া লাগি গল😢 যতে আছে ভালে থাকক🙏🙏

  • @binitakakati1561
    @binitakakati1561 2 дня назад

    বহুত মনত পৰে তোমালৈয় 😢😢😢তুমি যতে আছে শান্তিত থাকা ❤❤❤

  • @gyanasridas5665
    @gyanasridas5665 День назад

    ভাল মানুহ বোৰক ভগৱানে বৰ সোনকালে লৈ যায় 😢

  • @Rocky_TV777
    @Rocky_TV777 6 дней назад +6

    আকৌ এবাৰ কান্দিলো 😊

  • @banditabaishya
    @banditabaishya 6 дней назад +6

    মানিব নোৱৰা এটি দুখৰ বোজা 😭 miss you 😢 শেষৰ খিনি চাব নোৱাৰোঁ একেবাৰে অসহ্য 😭😭

  • @Nilakhi_0.13
    @Nilakhi_0.13 5 дней назад +8

    Kishor da tumi xodai mur fvrt actor asila....aru xodai fvrt hoi thakiba....tumi jotei asa kukhole thaka.....❤❤but I really miss you 😢😢😢

  • @barnalikalita9514
    @barnalikalita9514 7 дней назад +80

    𝑴𝒊𝒔𝒔 𝒚𝒐𝒖😢😢

  • @user-uj1pm5cr4p
    @user-uj1pm5cr4p 6 дней назад +5

    Miss you very much 😢😭😭 তুমি যʼতেই আছা কুশলে থাকা দাদা🥺 আৰু কʼবলৈ একো ভাষা নাই তুমি বহুত সোনকালেই আমাৰ মাজৰ পৰা গুচি গʼলা😢😭

  • @MainaChutia-fp5qi
    @MainaChutia-fp5qi День назад +2

    Hosa ga num hiari uthi jai 😢😢😢😢

  • @JituGogoi-me1fm
    @JituGogoi-me1fm 2 дня назад

    যতেই আছা তুমি তাতে ভালে থাকা কিশোৰ দা🥺❤️

  • @jyotiprasad241
    @jyotiprasad241 6 дней назад +6

    Kishore da kotha vabile bohut dux lage mur 😭😭😭. Bohut val actor asil ❤❤❤.

  • @priyankasaikia5302
    @priyankasaikia5302 7 дней назад +13

    😢😢উফ,,,,😢😢,,,,, বহুত বেছি মনত পৰিছে 😢😢,,কিয় যে গুচি গলা 😢😢,,,যত আছা কুশলে থাকা দাদা 😢😢

  • @AlltimeFun-777
    @AlltimeFun-777 2 дня назад

    মানি লব আজিও টান পাওঁ যে কিশোৰ দা আমাৰ মাজত নাই ।। আপোনাৰ আত্মাই সদায় শান্তিত থাকক , কুশলে থাকক😢 বহুত miss কৰো , আৰু সদায় miss কৰিম 😓😓😓😓

  • @BarnilAssam
    @BarnilAssam 5 дней назад +3

    গীতটো শুনি ভাল লাগিল যিমান, দুখো লাগিল সিমান 😢😢

  • @chandanabarman7683
    @chandanabarman7683 6 дней назад +4

    তুমি যতে আছা কুশলে থাকা দাদা 😢 তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন 😭🥲
    ৰৈ থাকিম তোমাক তুমি আকৌ ঘূৰি আহিবা বুলি আৰু ঘূৰি আহি নতুন গান আমাৰ মাজত বিলাই দিবা বুলি ❤😭😭😭😭😭🥲🥲😢
    Miss you dada 😢😢

  • @dharmajitmorang-pm2ze
    @dharmajitmorang-pm2ze 6 дней назад +6

    Kishore da apuni jotei asa hukhot thakiba buli parthona jonalu bhogobanor agot

  • @nishiranidowarahnishiranid5906
    @nishiranidowarahnishiranid5906 2 дня назад +1

    সুন্দৰ গীত

  • @jurideka4415
    @jurideka4415 2 дня назад +1

    Heart Touching ❤

  • @mridultalukdar7913
    @mridultalukdar7913 7 дней назад +30

    কোনে কেতিয়া এই পৃথিৱীৰ পৰা মেলানি মগে ঠিক নাই ওচৰত থাকিলে মৰম কৰিব এৰি নিদিব 👍

  • @bhargabkalita5835
    @bhargabkalita5835 6 дней назад +9

    Miss you kishore da😢😢

  • @lovelymithi8780
    @lovelymithi8780 3 дня назад +5

    Hosakoi bukukhon bikhai gol oo 😭😭

  • @dhrubajyotimusical4520
    @dhrubajyotimusical4520 6 дней назад +6

    আমিও তাকেই বিছাৰো তুমি ঘুৰি আহা ❤❤

  • @PapuDutta-mo6ht
    @PapuDutta-mo6ht 6 дней назад +7

    I Love You Zubeen Da ❤❤❤

  • @Dipankor858
    @Dipankor858 3 дня назад

    কিশোৰ দা তুমি যতে আছা শান্তিৰে থাকা ❤❤

  • @Janmonideka923
    @Janmonideka923 3 дня назад

    সঁচাকৈ বিশ্বাস নহয় যে কিশোৰ দা আমাৰ মাজত নাই💔🥺তেওঁ যতে আছে ভালে থাকক🫶🏻তেওঁ আমাৰ হৃদয়ত আজীৱন থাকিব😭

  • @loparai1957
    @loparai1957 6 дней назад +5

    Miss you Kishore ❤

  • @rituthakuria9921
    @rituthakuria9921 6 дней назад +4

    মনটো আকৌ উচপি উথিল😢😢

  • @dhireswarnath9944
    @dhireswarnath9944 2 дня назад

    অন্তৰৰ এচুকত সদায় থাকিবা ।।

  • @JayashriDeka-uk6fg
    @JayashriDeka-uk6fg 2 дня назад

    Miss you...যতে আছা তুমি কুশলে থাকা তুমি কিশোৰ দা❤❤❤😭😭

  • @lachitsaikia1863
    @lachitsaikia1863 7 дней назад +5

    Love you zubeen da ❤

  • @kakalidutta661
    @kakalidutta661 6 дней назад +2

    I can't control my eyes 😭😢... really miss you kishor daa 💔

  • @pareshmonisarkar5698
    @pareshmonisarkar5698 5 дней назад

    সচাঁকৈ বহুত মনত পৰে 😭😭
    জুবিন দা আকৌ এবাৰ হৃদয় চুই গ'ল আপোনাৰ কন্ঠই🌍❤️

  • @Bhaswati_D
    @Bhaswati_D 3 дня назад

    কিশোৰ দা তুমি সদায় বিশেষ আছিলা আৰু সদায় বিশেষ হৈয়ে থাকিবা ❤

  • @user-cd1iq5zs8s
    @user-cd1iq5zs8s 7 дней назад +9

    I love you zubee da

  • @sidharthakolija
    @sidharthakolija 6 дней назад +4

    যতে আছা কুশলে থাকা ❤😢

  • @kuhibarman3264
    @kuhibarman3264 3 дня назад

    মানুহ হৈ জীয়াই থাকিব বৰ কষ্টকৰ😌❤️

  • @Ruprin_YT
    @Ruprin_YT 23 часа назад +1

    You are my best actor in the world 🌎😢😢😢

  • @MusfikurRahman-zz7sq
    @MusfikurRahman-zz7sq 3 дня назад +4

    Kishore Da kotha monot pelai dile.😢😢

  • @daywithmaina9866
    @daywithmaina9866 6 дней назад +4

    Miss you so😢😢😢😢😢 Kishore da

  • @bitopanmazumdar746
    @bitopanmazumdar746 2 дня назад

    অসমবাসি ৰাইজে তোমাক বহুত miss কৰে তোমাক Kishor দা ❤😔

  • @pallabiborah7790
    @pallabiborah7790 5 дней назад

    সঁচাই!!! বহুত সোনকালে গুচি গ',লা😢

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 6 дней назад +4

    বহুত বহুত ভাল লাগিল গান তো শুনি কিন্তু কিছু দুখ লাগি গল 😢😢😔

  • @DipankarSaikia-el9ej
    @DipankarSaikia-el9ej 6 дней назад +3

    Miss you dada 😢😢❤❤

  • @pranabdas5001
    @pranabdas5001 2 дня назад

    বহুত দুখ লাগিল
    ভগৱান

  • @sangitaborah5007
    @sangitaborah5007 4 дня назад +1

    অন্তৰত কিশোৰ দা সদায় জীয়াই আছে

  • @asomiyasowali
    @asomiyasowali 6 дней назад +2

    Ki kom kandi pelalu 😢😢😢😢😢😢I really miss you dada 😢😢😢😢😢😢😢😢😢❤❤❤❤❤❤❤❤❤

  • @anearu7448
    @anearu7448 7 дней назад +5

    Miss you ❤😢😢😢

  • @KrishnaSatula
    @KrishnaSatula 22 часа назад

    সঁচাকৈ চকু পানী ওলায় দিলে! 😢 আজিও মই বিশ্বাস কৰিব পৰা নাই যে kishor দা আমাৰ মাজত নাই! কি কম কবলৈ ভাষাই নাই, gar নোম শিহৰি গল , এইটোহো জুবিন দাৰ গান এতিয়া লৈ মই দহ বাৰ মান শুনিলো ।

  • @anudevi6963
    @anudevi6963 7 часов назад

    সচাঁই বৰ দুখ লাগিল

  • @pragyanch555
    @pragyanch555 6 дней назад +3

    Really miss you 😭

  • @bhumitadas6604
    @bhumitadas6604 6 дней назад +3

    Miss you dada 😢😢😥😥

  • @priyankaborah2738
    @priyankaborah2738 6 дней назад

    সদাই আপুনি আমাৰ মনৰ মাজত জীয়াই থাকিব কিশোৰ দা ❤❤❤

  • @SikhamoniGogoi-xi4xl
    @SikhamoniGogoi-xi4xl День назад +1

    Miss u Kishore da 😢

  • @najiishaan_vlog
    @najiishaan_vlog 7 дней назад +3

    Miss you Kishore da

  • @Jubin_ray_zg_creation
    @Jubin_ray_zg_creation 6 дней назад +3

    Miss you dada😢

  • @bhumikadas8413
    @bhumikadas8413 2 дня назад

    Tmi jate asa vle thka kishore da❤

  • @Jasitakalitajasita-ge9gd
    @Jasitakalitajasita-ge9gd 3 дня назад

    Dhuniya hoise 😢❤

  • @gdff4084
    @gdff4084 6 дней назад +3

    Miss you❤😢

  • @ManojDas-rx6iw
    @ManojDas-rx6iw 7 дней назад +3

    Ki kom ki likhim 😢😢❤❤😢❤

  • @jaydevsvlogs9447
    @jaydevsvlogs9447 2 дня назад +1

    Val lagile gaan xuni and video to sai ❤️❤️❤️❤️ miss u kishore da ❤️❤️❤️ from mirza palasbari ❤️❤️❤️ video sai sai bohut kandilu ❤❤

  • @uttamcreation1593
    @uttamcreation1593 5 дней назад

    😢❤❤❤ bahut bhal lagil

  • @anearu7448
    @anearu7448 7 дней назад +3

    যতে আছা কুশলে থাকা তুমি

  • @MonJai-b3w
    @MonJai-b3w 6 дней назад +1

    Miss you Kishor da 💔😭 love you zubeen da❤

  • @monojbordoloi2033
    @monojbordoloi2033 2 дня назад

    সচৰাচৰ যিমান বিষাদ ভৰা গান শুনিলেও চকু পানী নোলাই কিন্তু এই গানটোৱে চকু পানী বোৱাই দিলে 😓
    তুমি আমাৰ মাজত সদায় জীয়াই আছা কিশোৰ ।।।❤