Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l RUclips LINK ::::;;; ruclips.net/video/d4WbrObBF3I/видео.html
Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l RUclips LINK ::::;;; ruclips.net/video/d4WbrObBF3I/видео.html
Zubeen daa mur bht besi priyo❣️😍....dadar jen ata ata gaane mon sui jai, jetiya mur dux lage khong uthe ata mur medicine kheitu hoise zubeen daar gaan khuni dux bur patol koru ru khong komau.LVU SO MUCH dada😚 Khodai kokhole rakhok vogobane 🙏
heart melting yar......that line.....""uxaaahor gobhir piyaahor......"" that strikes me each time i hear it....goddess saraswati has herself blessed zubeen da and is always in his throat.
অাচলতে ৰাহুল গৌতমেহে lyrics লিখিছে। ইমান সৰু ল'ৰা এজনেযে ইমান গভীৰ গান এটা লিখিব পাৰিব সঁচাই শলাগ ল'ব লগীয়া ॥ and again the singing is superb & mind blowing...
Zubeen daar voice aru Rahul Gautam r xobdor deadly Combination ai gaan to.. Jetyai xunu hridoyor ataikoi apunjonole borkoi monot pore.. Thank you zubeen daa and Rahul..
Even my 1&1/2 year old niece loves this song. A broad smile flashes her face whenever she hears this song. I think she is more mature than those who disliked this beautiful song🤔
One of the best composition of the most versatile singer of our generation.Zubeen has already proved his gifted ability, uniqueness in different segment of singing.Moreover he is a man of beautiful mind.His fearless attitude and eagerness to create something exceptional r really apprecible.Hats of dear Zubeen and Rahul goutom.
প্ৰতিটো শব্দ যেন এক অনুভতি যত কেৱল স্মৃতি প্ৰাণ সকলো এই গিতটিত আবদ্ধ হৈই আছে জীয়াই থাকিবলৈ ও শিকোৱো এক অনুভতি ভাষাৰে বুজাব নোৱাৰা এক অনুশিলন আপোনাৰ সুৰীয়া কণ্ঠৰে আমাক জীপাল কৰি তুলিছে জয় জুবিন দা ❤
কি যে গান দেহত চুই যায় । জুবিন দা আপুনি
অসমৰ এজন ভগৱান । আপুনি আমাৰ মাজত সদায় এনেকৈ থাকে যেন......।
জুবিন দাৰ গান মানেই বিশেষ একো কোৱাৰ প্ৰয়োজন নাই কিয়নো জুবিন দাৰ গানতে নিজক বিচাৰি পাওঁ, জুবিন দা আমাৰ বিবেক, আৱেগ সৰ্বস্ব..., জুবিন দাৰ এই গানটোৱে আকৌ আমাক সেই জুবিন দাৰ ভুলটো নাচাবা তুমি, মনলৈ উভতি আহে লৰালি আদি গানবোৰলৈ মনত পেলাই দিলে... জুবিন দাৰ কন্ঠ, যি কন্ঠ নুশুনিলেও এদিনও থাকিব নোৱাৰো❤️❤️❤️... ৰাহুল গৌতম দাকো ধন্যবাদ এনেকুৱা এটি ইমান সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে, এনেকুৱা গীত বোৰ শুনিবলৈ হে অপেক্ষা কৰি থাকোঁ... আজিৰ যুৱপ্ৰজন্মৰ কিছুমান সস্তীয়া গায়কৰ সস্তীয়া গানৰ বিপৰীতে আমাৰ অসমৰ কণ্ঠ জুবিন গাৰ্গৰ এই কন্ঠ❤️❤️❤️ কেতিয়াবা এনে লাগে জুবিন দা আছে বাবেই অসমীয়া সংগীত জগত জীয়াই আছে
Jubeen dar gn gba try kriso abr khuni sba sn n vl lgile pls mor cnl to subscribe koriba ,
Love you zubeen da, moi gaan2 xuni xuni hepah poluwa nai.
আবেগ
😙
এই গানটো প্ৰেয়সীক লৈ গোৱা নে মাকক কোনোবাই কব নেকি
কি যে একক অনন্য মায়াবী কণ্ঠ।। সুৰীয়া আৱাহন ত বিলীন হৈ যাম যেন অনুভৱ ❤❤❤❤❤ মনৰ হেঁপাহ নভৰে বহুবাৰ শুনিলেও
জুবিন দাই আমাক যি উপহাৰ দি গৈছে।আমি তেওঁক কি দিছো বা দিব পাৰিছো।ইশ্বৰৰ ওচৰত এটাই প্ৰাথনা জুবিন দা কুশলে থাকক।সংগীত জগতখনৰ এটি পপিয়া তৰা হৈ জিলিকি।
ruclips.net/video/HovpItOFBUs/видео.html
#Popiya_Tora awesome cover !! Don't miss this
Apunalukor dore manuh aru lage Amar gan bur jilikai thoboloi
Koi goisa nohai koiasa is2pit
Thanks
@@rubuldas8972 Ki koisa is2pit
এয়া হ'ল প্ৰকৃত সংগীত,যিয়ে মনত এক শিহৰন জগাই তোলে,ৰাহুল গৌতম শৰ্মাৰ লিখনি আৰু জুবিন দাৰ সুৰ...উফফ্ ভাষা নাই ক'বলে...Love you both You
🙏❤️
যেনেকুৱা সময়ত যি গান শুনিব মন সকলো সোৱাদৰ গানেই জুবিন দাই দিছে ৷ সুখ, দুখ, আনন্দ, ফুৰ্টি, ভক্তি সকলো ৰসৰ গান শুনিব পাৰো অকল জুবিনদাৰ গানতেই ৷ জুবিনদা আমাৰ গানৰ প্ৰাণ ৷❤️
এটা এটা শব্দ যেন অনুভৱ হয় 🥺
গা- মন যেন সিৰসিৰাই যায় 🥺 ,
সঁচা আচৰিত তুমি , ❤️✨
জয় জুবিন দা 🙏❤️🥺
❤️❤️ধন্যবাদ থাকিল আপোনালৈ জুবিন দা । এনেকুৱা এটা ধুনীয়া গীত শুনিবলৈ সুবিধা দিয়াৰ বাবে। কানত ইয়াৰফোন লৈ গানটো শুনি কেতিয়া যে টপোনি আহে গমোকে নাপাওঁ। জয় জুবিন দা।❤️❤️
Vale I KO is a carry nice
অশেষ ধন্যবাদ থাকিল আপোনালৈ।❤️
"জুবিন দা" তোমাৰ সৃষ্টি সদায়ে অতুলনীয়। নাজানো কিয় তোমাৰ গানবোৰে সকলোকে স্তব্ধ কৰি তোলে। তোমাৰ কণ্ঠ সচায়ে যাদুকৰী। ভগৱানক প্ৰাৰ্থনা কৰিছো, তোমাৰ এই অনুপম সৃষ্টিৰাজিৰ ৰেখাদাল এনেকৈয়ে অসীমলৈ লৈ যায় যেন।
Always Love U "Zubeen Da" ❤️❤️❤️
Xei babe amar teo heart through
উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ....
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতি নৈ....😍😍
উশাহৰ গভীৰ পিয়াহত তোমাতেই লিখা জীৱনী ........Ufffff 😌💗
Love u Zubeen Daa ❤️
QQ
Right
nice❤😊
He Provu ai manuh jonk xodai vale rakhiba🥺🥺🥺😍
তুমি অসমৰ প্ৰান, আমাৰ আবেগ, আমাৰ প্ৰেৰণা, আমাৰ সাহস, তুমি মহান আমাৰ জুবিন দা
😊😊
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
পুৰণা জুবিন দাক আকৌ ঘূৰাই পোৱা যেন লাগিছে।
ইমান সুন্দৰ কথা গীত টোৰ তাতে জুবিন দাৰ কণ্ঠ😍😍😍😍
❤️❤️❤️💝💝
I love you zubin da💝💝❤️❤️
Benimadhav Basistha right
ruclips.net/video/HovpItOFBUs/видео.html
#Popiya_Tora awesome cover !! Don't miss this
Qezraucodjyl
তুমি যেন পপীয়া তৰা আকাশৰ বোঁৱতী নৈ.... জুবিন গাৰ্গ 👑 কিং হৈ আপুনি অসমৰ সদায় ভালে থাকক joi zubeen daa 🤗
Ed7zss in ZZ ZZ p.
জুবিন দা.. তুমি যেন অসমৰ তৰা
তুমি অমৰ হৈ ৰোৱানা
আকাশৰ বোৱতী নৈ।💕💕
Love you Jubeen daa
Gulshan Nabi Azad moja disa
Lovely songs... Xuni thakileu hepah nopolai
Yes he is a very good singer
Ru aei gantut g dislike krse heiketa Bangladeshi
ruclips.net/video/HovpItOFBUs/видео.html
#Popiya_Tora awesome cover !! Don't miss this
মাত্ৰ বিশ বছৰীয়া এজন লৰা ৰাহুল গৌতম। কি শব্দ তোমাৰ!!! তোমাৰ শব্দৰ প্ৰেমত পৰিছো।হৃদয় জোৰাব পৰা, ৰাহুল দা ৰ শব্দ আৰু জুবিন দা ৰ কণ্ঠ!!! 🔥🔥
Xhsake moio Manisu Rahul ok
@@enamulahmed1181 a
@@enamulahmed1181 Ppp
@@enamulahmed1181 ppppppppp0ppl
😍
জুবিন দা, আপুনি অসমৰ এক আপুৰুগীয়া সম্পদ।আজিৰ এই সময়ত ইমান সুন্দৰ সংগীত আমাৰ মাজলৈ আগবঢ়োৱা বাবে বহুত সুখী। আগন্তুক দিনবোৰত আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।
"তোমাতে আদি অনাদি
তোমাৰে নামৰ ৰাগিণী...
... তুমি যেন পপীয়া তৰা
আকাশৰ বোঁৱতী নৈ।"❤
জুবিন দা সদাই যেন আমাৰ মাজত ভোটা তৰা টোৰ দৰে জিলিকাই থাকে। আপোনাক আচলতে কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। জুবিন দা সদাই জুবিন হৈ । থকা টো এই বিচাৰোঁ। love you zubeen da ❤️❤️❤️❤️
Joi Zubeen da
জুবিন গাৰ্গ আমাৰ প্ৰাণ ।। হইটো আৰু এজন অসমত নোলাব 👍👍🙏🏼🙏🏼
Moi aji asu bro
অন্তৰ চুই গৈছে ...ইমান সুন্দৰ কথা তাতে আকৌ জুবিন দাৰ মাত❤❤❤
Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l
RUclips LINK ::::;;; ruclips.net/video/d4WbrObBF3I/видео.html
অসমৰ আবেগ আপুনি জুবিন দা❤কুশলে থাকক সদায় আৰু আমাক এনে কিছু গাম্ভীৰ্য্যপূৰ্ণ গীত উপহাৰ স্বৰূপে দি যাওঁক❤আপোনাৰ কণ্ঠই মৰহা ফুলকো জীয়াই তুলিব পাৰিব❤
জুবিন দা,সচাই তুমি ভগৱান ।।তোমাৰ প্ৰতিটো গান ,সুখৰ,দুখৰ লগৰী।।
Kh
তুমি যেন পপীয়া তৰা অাকাশৰ বোঁৱতী নৈ ।
তুমি যেন অাৱৰি ধৰা ভিতৰে বাহিৰে বৈ ,
উশাহৰ গভীৰ পিয়াহত ,
তুমি যেন জীয়া চৰাই হৈ ।
তুমি যেন পপীয়া তৰা অাকাশৰ বোঁৱতী নৈ ।
তোমাতে অাদি অনাদি
তোমাৰে নামৰ ৰাগিণী ,
ওঁঠৰে তৃষা সামৰি
দুহাতৰ কোমল অাঙুলি ।
পৰশি উজাই নামনি
অাৱেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহত
তোমাতেই লিখা জীৱনী ।
........
বাঢ়ি অাহিব দিয়ানা
দুচকুত হেৰাই যোৱানা
সাগৰৰ নাবিক হোৱানা
জাগি উঠিব দিয়ানা ।
বুকুতে শিপাই যোৱানা
পথাৰৰ পলস হোৱানা ।
উশাহৰ গভীৰ পিয়াহত
অাদৰৰ অাঁচোৰ দিয়ানা
.....
bht xundor....great zubeen da
Mojja zubin da love you
Nice
Rituparna Chetia mojaa deii apuni
bhut vl lga gan tu 😊😊😊
মোৰ বাবে পপীয়া তৰা এটি গান নহয় উশাহ হয়, যিটো নহলে জীয়াই থাকিব নোৱাৰে ❤️ ২০২৪ ৰ এনেকুৱা এটা দিন নাই যে পপীয়া তৰা শুনা নাই🥰 ধন্যবাদ ৰাহুল গৌতম এনেকুৱা এটা গীত উপহাৰ দিয়া বাবে🎉 জুবিনদা আজীৱন লুইত কণ্ঠৰে গীত গাই থাকক❤
এই গান টিয়ে হৃদয় স্পৰ্শ কৰি যায়।মনত শান্তি লাভ কৰিব পাৰি এইটো গান শুনি। I love you zubeen da.zubeen প্ৰেয়সী সকলে like কৰিব পাৰিলে।
জয় জুবিন দা । সদায়ে জিলিকি থাকা । শব্দৰ গাঁথনি Short পৰি যায় তোমাৰ কথা কবলৈ। মাথোঁ এটা কথা কওঁ, মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহৰ মাজত জুবিন দা তুমি এজন বিশেষ ।
P
Who listening continuesly more then 20 times 👍👍👍👍👍
জুবীন দা এজন আমাৰ বাবে পপীয়া তৰা যি সদায় জিলিকি থাকে আৰু সদায় জিলিকি থাকিব।🎶🎻🤘❤️❤️❤️
Moi hunisu akloge 50 bar ai gaan2
hisap nai
Aresh Chiring mar karone popiya tora hoi thakiba
Me
more than 50 time
Solid ...মানে কবলৈ কোনো ভাষা নাই ইমানেই গভীৰ শিৰা শিৰাই বিয়পি গৈছে ।❤❤❤❤❤
জুবিন দাৰ প্ৰতিটো গানৰ নিচিনাকৈ এই গানটিৰ ও প্ৰেমত পৰি গলো... জুবিন দা সচাকৈ আপুনি আমাৰ বাবে ভগবান😘😘😘
Zubeen da god
সচাই দে
একেবাৰে সচাঁ কথা কৈছে
Sosai zubeen da gaan xunile xuni thkb MN jai
Parishmita Sharma mijah
বেলেগ গায়কৰ গীত মাজে মাজে শুনিলেও , জুবিন গাৰ্গ নামটোৱে যথেষ্ট 🙏❤🌍🙏 মোৰ ভগৱান ❤😘❤
গান মানেই জুবিন দা ।। Awesome Zubeen Da. Love You.
জুবিন দা এনেকুৱা এজন মানুহ যাৰ গানৰ কথা , সুৰ সকলোতকৈ বেলেগ । ভগৱানৰূপী মানু্হ আমাৰ দাদা । ❤
জয় জুবিন দা ,এদিনত একেৰাহে 28 বাৰ লৈকে শুনিছো এই গীত টো তথাপিও মন ভৰা নাই । আপুনি অমৰ হৈ থাকক,।আমাৰ মাজত।
তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ
তুমি যেন আবৰি ধৰা ভিতৰে বাহিৰে বৈ
উশাহৰ গভীৰ পিয়াহত তুমি যেন জীযা চৰাই হৈ
তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ
.................... .
তোমাতে আদি অনাদি
তোমাৰে নামৰ ৰাগিণী
ওঁঠৰে তৃষ্ণা সামৰি
দুহাতৰ কোমল আঙুলি
পৰশি উজাই নামনি
আবেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহত
তোমাতেই লিখা জীৱনী
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ
..............
বাটি আহিব দিয়ানা
দুচকুত হেৰাই যোৱানা
সাগৰৰ নাবিক হোৱানা
জাগি উঠিব দিয়ানা
বুকুতে শিপাই যোৱানা
পঠাৰৰ পলস হোৱানা
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ
______
পপীয়া তৰা
Zubeen da love you
জুবিন দাৰ বাবে লাইক এটা পাওনে ।...
Very nice
@@zondeepvideosvlogs307 thanks
কিছুমান spelling ভুল হৈ আছে ঠিক কৰি ল'বা।
Jubeen dar gn gba try kriso abr khuni sba sn mor cnl t goy
Nice
এক বুজাব নোৱাৰা শিহৰণ অনুভৱ কৰিছো গানটো শুনি বেয়াকৈ হৃদয় স্পৰ্শ কৰি গৈছে।বহুত ভাল লাগিল জুবীন দা,,,
... উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ
তুমি যেন পপীয়া তৰা
আকাশৰ বোঁৱতী নৈ..."
কি কমনো আৰু ভাষা নাই জুবিন দাৰ গানৰ কথা কবলৈ.......
প্ৰকৃত গানৰ পৃথিৱীখন আচলতে জুবিন দাৰহে সৃষ্টি............❤❤❤
Hsa ktha bro...
সংগীত জগতৰ ভগৱান আমাৰ মৰমৰ জুবিন দা ❤❤
What the voice 😘😘😘...Love u Zubeen da ....
bike
@@sumisarmah6317 lge...?
L
Nice
@@ALLINONE-mc1xf aaaa11@P
জুবিন দাই বহুকেইখন মঞ্চত এইটো গানেৰে সংগীতানুষ্ঠান আৰম্ভ কৰে।
ক'ব ভাষা নাই.... Love you Zubeen da❤❤
গানটি ৰ বিষয়ে ক'বলৈ শব্দৰ প্ৰয়োজন বোধ নকৰো, অনুভৱ খিনিয়ে যথেষ্ট। ❤❤
Hsa...
বহুত সুন্দৰ হৈছে 'পপীয়া তৰা' গীতটো। জুবিন দা আৰু ৰাহুল গৌতম শৰ্মা লৈ অশেষ ধন্যবাদ।
I love z u been da
Gigjyu
@@guitarboy4 debojit wary
Zubeen da ❤️❤️
Mithun Rashi June 2022 Monthly Rashifal ৷ Assamese Rashifol Mithun Rashi June 2022 Rashifol l
RUclips LINK ::::;;; ruclips.net/video/d4WbrObBF3I/видео.html
জুবিন দাদা তুমি অসমৰ গৌৰৱ , তুমি অসমীয়াৰ অহংকাৰ |......😘😘😘🎤😊 Lv u guli da...😘
🌏🌏মৃত্যু আগ মুহূর্তত যদি কোনোবাই সোধে অন্তিম ইচ্ছা তেনে মোৰ উওৰ হব জুবিন দাৰ গান এবাৰ শুনাই দিয়া🥺🥺🥺🎸🎸
joi zuben daa
Right muru sem answer hobo
Yes
Yes
I love you zuben da🥰
অতীত আকৌ ঘুৰি আহিছে ।
মা এলবামৰ কোনটো গান মোৰ ভাল লাগিছে বুলি কম কবলৈ জটিল অ ।
আটায় কেইটা গানেই মোৰ প্ৰিয় হৈ পৰিছে ।
Lv u Zubeen Da
শুনি থাকিলে শুনি থাকিব মন যায়........ সদায় প্রিয় 🥺🥺🥺❤✨
জুবীন দা মোৰ কবপৰা শব্দ নায় মোৰ আটাইতকৈ প্রিয় জুবিন দা আপোনাৰ সকলো সংগীত মোৰেই নহয় সকলোৰে প্রিয়। love you Zubeen Da ❤️❤️❤️🙏🙏🙏
E'&'&
মন পুলকিত কৰা সিহৰণ.... কি মধূৰ...!!! ❤❤
Zubeen daa kaar kaar favourite singer plz like kori deya, saao kiman a vl paai zubeen da k....
I like zubeen daa
Ashim Medhi zubeen dak beya puwa manuh ai Assam t kunu nai aru ji kita ase haiya nisthur hoi jar babe vogowan rupi zubeen k beya pai
Hi zg is love
Kunu nai...sbe bhal paii
Zubeen daa mur bht besi priyo❣️😍....dadar jen ata ata gaane mon sui jai, jetiya mur dux lage khong uthe ata mur medicine kheitu hoise zubeen daar gaan khuni dux bur patol koru ru khong komau.LVU SO MUCH dada😚
Khodai kokhole rakhok vogobane 🙏
Oaojimrosmom1j1jdkoje.,oekpn okkkkpkkpkpkmWmoejmox ijkoxmsowmosmAaakmfofmosmsoe kfmlemelempqnrin krmldmfomal pdmoskModmqnfpd knkxmdlfbfkfaltmOqpAAAAAA kmslemogmsplKkllzko😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😃😃😃😃😃😃😃😃😃😙😙😙😙😙😙😙😙😙😙😙
heart melting yar......that line.....""uxaaahor gobhir piyaahor......"" that strikes me each time i hear it....goddess saraswati has herself blessed zubeen da and is always in his throat.
Ekdom khosa koisa bondhu saraswati maa zubin da r konthot birazmaan
অাচলতে ৰাহুল গৌতমেহে lyrics লিখিছে। ইমান সৰু ল'ৰা এজনেযে ইমান গভীৰ গান এটা লিখিব পাৰিব সঁচাই শলাগ ল'ব লগীয়া ॥ and again the singing is superb & mind blowing...
The best gift to Assam from Zubeen Garg on this Valentine's Day 😍❤
It's Zubeen not Zubren brother.... 😉
@@sanjibbanikya380 oh yeah ... Sorry for the typo. Edited now.
তেঁও বহু বছৰ পাছত দুখন এলবাম কৰিছিল। মা আৰু চিলা। চিলা' ৰ কেইটামান গীত বাৰু এতিয়াও মুক্তি পাবলৈ বাকী আছে ।।। আজি কালি এলবাম নকৰে কোনেও !😢
কিন্তু জুবিন দাই ইমান ব্যস্ততাৰ মাজতো বহু সময় লৈ বহু কষ্টৰ মাজেৰে শেহতীয়াকৈ এলবাম দুখন কৰিলে । যি এলবাম দুখনৰ গানে আমাক তাহানিৰ জুবিন দা ঘূৰাই পোৱাৰ অনুভৱ দিলে লগতে এই দুখন এলবামৰ গীতত ৰাইজে কৰোঁবাত তাহানিৰ জুবিন সুৰৰ সোৱাদ পাইছে যাৰ ফলত তাহানিৰ দৰে আজিও একেই মৰম ।।।
আপুনি ব্যস্ত বুলি জানো ! সময় লওঁক পাৰিলে নাহৰ ২০২৫ ৰ কথা সামান্য কৈ চিন্তা কৰিবচোন বৰ ভাল লাগিব ।। লাগিলে ২০২৬ ত মুক্তি দিব ।।।
এইয়া অনুৰোধ হে মাথোঁ জুবিন দা বেছিকৈ কাম কৰিব নালাগে , সময় লৈ কমকৈ কাম কৰোঁক। নিজক সময় দিয়ক । আপুনি কিবা এটা উপহাৰ আমাক দিয়াতকৈ এতিয়া সুস্থ থকাটো তাতোকৈ বেছি জৰুৰী বুলি ভাবোঁ।।
Love you Zubeen Daa ❤
জুবিন দা কবলৈ ভাষা নাই ।। গান তোৰ বিষয়ে কি কম ।।।মা এলবাম তো শুনিলে বেলেগ গান শুনিব ই নোৱাৰি ।। জয় জুবিন দা ।।।।
পুৰণি গানৰ সুৰটোৱে মোক পাগল কৰি তোলে। গানবোৰ এনেকুৱা হওঁক আপোনাৰ ।। 💓💓
Khoday enedore hahi thakibo zubeen mamai
এনেকুৱা গান শুনিলে খুব আবেগিক হৈ পৰো এৰি অহা ঘৰ খনলৈ খুব মনত পৰে ।
ruclips.net/video/RITmHwdG_ZM/видео.html
june june jubeen da k ontoror pora bhl pai tar bbe ata hit like ♥️♥️🔥
I'm also
❤️❤️❤️
Love my❤
Me also😍
zubeeNDa😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
OMG 😱 moi boliya hoi goisu aitu gaan huni,love u zubin da😘😍apuni amr babe popiya tora💕❤
Zubeen daaa🔥♥️♥️
Thikei koisa
👍
Ummm right
Same to you
এইটো গীত মই যিমান বাৰ শুনিলেও হেঁপাহ নপলাই
কি সুন্দৰ সুৰ আৰু কথা তাতে আকৌ জুবিন দাৰ কণ্ঠ ❤️❤️❤️
সঁচাকৈ হৃদয় চুই যায়
জয় জুবিন দা
777🙏
hosakoi hiday sui jawa gan love u zubeen da
মোৰো একেই অৱস্থা
❤️
Y
তুমি যেন পপিয়া তৰা আকাশৰ পুৱতি নিশা। এনেকৈ হ'লে ভাল লাগিল হেঁতেন নেকি।
গান মানেই জুবিন দা
জুবিন দা মানেই গান
😍😍
ruclips.net/video/RITmHwdG_ZM/видео.html
KLM 😁😁
যদি আপুনি ২০২৩ চনত শুনি আছে তেন্তে আপোনাৰ উপস্থিতি চিহ্নিত কৰক😊😊
Zubeen da
Ki kom
Kobo aku nai. Iam speechless..
Love u zubeen da
Long live zubeen da..❤❤❤
Zubeen daar voice aru Rahul Gautam r xobdor deadly Combination ai gaan to.. Jetyai xunu hridoyor ataikoi apunjonole borkoi monot pore.. Thank you zubeen daa and Rahul..
উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ__❤.
vaxa ny .. kobole..xangit jgtr vgaban hoi amr Zubin da 😘😘😘😘😘😘😘😘😘😘😘 lv u Zubin da 😘😘😘😘😘😘😘😘😘
ৰাহুল ইমান ধুনীয়া গানটো লিখা বাবে ধন্যবাদ জনালোঁ বহুত ধুনীয়া হৈছে
দাদা আপোনাৰ কণ্ঠৰ প্ৰেমত সদায় পৰো, বাৰে বাৰে পৰো❤️❤️❤️ আৰু ৰাহুল গৌতমৰ শব্দৰ প্ৰেমত 🔥🔥🔥🔥❤️❤️❤️❤️❤️❤️
Life is nothing without Zubeen Da
Zubeen dar gan bur hunile kiba huni thakibre mon Jai.I love you Zubeen da❤❤❤❤
Even my 1&1/2 year old niece loves this song. A broad smile flashes her face whenever she hears this song. I think she is more mature than those who disliked this beautiful song🤔
ruclips.net/video/RITmHwdG_ZM/видео.html
Zubeen da apuni অসমীয়াৰ স্বভিমান অসমীয়াৰ গৌৰৱ অসমীয়াৰ আবেগ অসমীয়াৰ।প্ৰথম ভালপোৱা আপুনি💓🌍💫
উশাহৰ গভীৰ পিয়াহৰ ²mate লিখা জীৱনী ❤️❤️uff শব্দ কেইটা sumi গল অন্তৰ।
uff😢😢😢
Blessed to listen a pure music after so long.
জুবিন দা সচাকৈ অতুলনীয়...আপোনাৰে গানে হৃদয় চুই যায়...❤❤
"তোমাতে আদি অনাদি
তোমাৰে নামৰ ৰাগিনী
ওঁঠৰে তৃষা সামৰি
দুহাতৰ কোমল আঙুলি......."
this lines😩💜
কথা সুৰ কণ্ঠ আৰু সংগীতৰ অপূৰ্ব সমাহাৰ। কালজয়ী সৃষ্টি ❤️
Ki dhunia gan ! Ata like hoi jai.🙏🏻🙏🏻🙏🏻👍🏻👍🏻😍😍😍😍😍
গান মানেই প্ৰাণ, প্ৰাণ মানেই জীৱন আৰু জীৱন মানেই জুবিন ❤️
BEST
Yaa i am agree
@@ankurjyotisaikia4732 ok
উশাহৰ গভীৰ পিয়াঁহৰ তোমাতেই লিখা জীৱনী....❤❤❤
অতি সুন্দৰ আকৰ্ষণীয় হৈছে দে জুবিন দা তুমি যেন পপীয়া তৰাৰ অতি সুন্দৰ ...জুবিন দাৰ গান শুনি ইমানেই ভাল পাৱ কবলৈ বাকি নাই.... অসমত বহুত গায়ক গায়িকা আছে.. ইহতৰ গান এবাৰ শুনাৰ পাছত শুনিবলৈ মন নোযোৱা হয় ...মৰমৰৰ জুবিন দাৰ গান যিমানেই পুৰণি নহক শুনি ভাল লাগে,,,,
ruclips.net/video/RITmHwdG_ZM/видео.html
@@mainaahmedmainaahmed1999 hmm pysu 2bar
@@mainaahmedmainaahmed1999 kt kt grhh
@@mainaahmedmainaahmed1999 grh kt xudisu
@@mainaahmedmainaahmed1999 sivgr
তুমি যেন পপীয়া তৰা ,,,গান তো শুনিলে হৃদয় ত লাগি যায় ,,zubeen da
Zubeen lover সকল এটা like দি যোৱা ❤️❤️❤️ জয় আই অসম🥰🥰
Soben dada tome joi
@@farijulmoinamoina-ww9sx ki koli
Hlw tumr question vul hoise vlkoi sua plz...
Jai jubeen da❤
নোকোৱাকে নোৱাৰো শব্দ সুৰৰ ব্যঞ্জনা ৷God bless you
জয় জুবিন দা 😘 মোৰ প্ৰানৰো প্ৰান তুমি মোৰ হৃদয়ত আছা তুমি 🙏❤️❤️❤️❤️
Boka...
❤
D
জুবিন দাৰ এই গানটো এতিয়াও কোনে কোনে শুনি আছা এটা এটা like দি যাব plz
A
Moi xoday xune thaku mor ghr pathsalat
Aso
Really my faverit song
16/05/2022. ...7:40am
dislike কৰা কেইটাই গান কি হয় বুজিয়ে নাপায় ছাগে। তুমি বহুত বহুত বছৰ জীয়াই থাকা জুবিন দা। তোমাৰ গানবোৰে বেলেগ এখন পৃথিৱীলৈ লৈ যায়।lv u zubbin da😍😘😘😍
dislike কৰা কেইটা সংসাৰৰ মায়া মোহৰ পৰা মুক্ত। সিঁহত নিশ্চয় ব্ৰক্ষ্মচাৰী ॥😂
ৰাহুল গৌতম শৰ্মা আৰু জুবিন গাৰ্গ দুয়োলৈ অলেখ ধন্যবাদ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ 🎉❤❤🎉
A most wonderful song ever zg da ...কি সুৰ মগজু হিলাই দিচে বেহেলাৰ সুৰৰ সতে।।
মন চুই যোৱা এটা গান❤...গানটো ভাল পোৱা সকলে like এটা কৰি দিবা😍
Santoshs
Zuben. Da love you bahut bahut val pow apunak
@@paragdas2763 Ys......zubeen daa amar gourob hoi...lv u zubeen daa😘😘😘😘
Tina saikia moja ht
I love you zuben da
তোমাতে আদি অনাদি
তোমাৰে নামৰ ৰাগিনী
ওঁঠৰে তৃষা সামৰি
দুহাতৰ কোমল আঙুলি
পৰশি উজাই নামনি
আৱেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহঁত
তোমাতেই লিখা জীৱনী ,,
কবলৈ ভাষা নাই কেৱল মৌন হৈ অনুভৱ কৰি গৈছো ❤❤
জুবিন দা তোমাৰ গানবোৰ আমাৰ হৃদয়ত বাজে । তোমাৰ গানৰ আজন্ম প্ৰেমিক 💓💞Love u Zubeen Da 😍💖
One of the best composition of the most versatile singer of our generation.Zubeen has already proved his gifted ability, uniqueness in different segment of singing.Moreover he is a man of beautiful mind.His fearless attitude and eagerness to create something exceptional r really apprecible.Hats of dear Zubeen and Rahul goutom.
Rahul Gautam Sarma ........ you just nailed it...... zubeen daa always divine...
একক, অনন্য, অদ্বিতীয়..তুমি অমৰ হোৱা❤️❤️
what will i say about a legend like you zubeen da...You are a legend!! You are incomparable......love u...Live long and create masterpieces
Dhunia song zubeen daa
কি যে কন্ঠ আৰু সুৰ হৃদয় চুই যায়
Love you so much zubeen da
জুবিন মানেই জীৱন
জীৱন মানেই জুবিন।
জুবিন আছে বাবেই জীৱনবোৰ জীপাল কৰি ৰাখিছে ❤
জুবিন দা তোমাতেই মোৰ আদি অনাদি....💞💞
জুবিন দা অমৰ হৈ ৰওঁক ❤