I love Zubeen Garg and his singing n songs. bt let me remind u some basic things: Every man and woman have the full right to express their likes and dislikes. it depends on their emotions and what they feel about the song so, who the fucking hell you are to say anyone pagol? In name of a fan stop dictating the masses
@@pragyannath903Point no. -1:- I understand what you are going to tell me... and sorry for my mistake but when the song released, I am so excited that if anybody dislike this song then I became very angry.... again sorry for this mistake... Point 2:-But ebar bhabi saok emn dhuniya lyrics, Music thoka gaan etak jodi kunubai beya buli koi tente apunaru khub khong uthibo heitu sure... aru eitu gaan hokolu stager manuhe hunibo pora.. so dislike koriboloi kothai nahe mur mote... Point 3:-Kunubai jodi apunak koi je Tajmahaltu dekhiboloi beya tente apuni biswas koribo janu ba bhal pabo janu jihetu Tajmahal world's 7 ta ajobar bhitorot eta... gotike Assam heartthrob Zubeen Dada r bhal gaan etak kunubai beya buli kole apunaru surely khong uthibo... so mur mote moi ji korisu bohut bhabi kori disu... 😊😊😊
😍❤️Upload it ASAP on Jio Music, wanna change my caller tune from "Din Jwole Raati Jwole" to "mur monore kolponat"😭. This gonna be the best song of 2019 for sure ❤️
শীতল পৰি গল দেহাটো..
কি মধুৰ..😍😍
"মোৰ মনৰে কল্পনাত জেতুকা হোৱানা" সচাকৈ ইমান সূন্দৰ কথা-সূৰ..
Hii
জুবিনদাৰ এলবাম মানে জীয়াই থকাৰ এক সমল!! এইজন হৈছে তাহানিৰ সেই আচল জুবিন!!
Saca katha dost
Hou
Tumi ki likhi sa moi gum puwa nai
Yes 👍🏻
এইবোৰ গীত ৰৈ যায় যুগৰ পৰা যুগলৈ ❤️
Jugor pora jugantoloi nohoi ne
জুবিন দা অনুগ্ৰহ কৰি এনেকুৱা গানেই গাবচোন । এইধৰণৰ হৃদয় স্পৰ্শী গীতবোৰ আপোনাৰ কণ্ঠত সঁচাকৈয়ে বহুত বেছি ভাল লাগে।
অস্থিৰ আৱেগৰ পৰশ লোৱানা, অভিমানী দুচকুত শান্তি দিয়ানা.... অময়া মৰমৰ সুবাস হোৱানা.......
জুবিনদা, এখনেই হিয়া আছে ৷ কিমান জুৰাবা আৰু! ! নাভাবো আৰু বিশ্বৰ অন্য কোনত ইমান সুন্দৰ কথা সুৰৰ গীতৰে হৃদয় জোৰাব পাৰিম বুলি ৷ ধন্য মোৰ জীৱন তোমাৰ গীতত জুবিনদা
ys
অনেক দুখ কষ্টৰ মাজত থাকিলেও আপোনাৰ গান শুনিলে মনত সাহস আৰু শান্তি পাওঁ জুবিন দা । আপুনি সদায় আমালৈ নতুন নতুন গীতৰ উপহাৰ দি থাকে যেন ।।
Plz dada Mur RUclips channel tu subscribe koribo dada
@@beautikalita6832 ok....link diok
Beauti kalita maribo pabo
@@beautikalita6832 tujhe
@@mjgameing5988 .
বহুত অপেক্ষাৰ অন্তত ❤️😍😍😍😍
জয় জুবিন দা
জয় আই অসম ❤️।
❤️❤️ আজি 02/10/2021 ইং তাৰিখ,,, ৰাতিপুৱা 07,,30,,30,, চেকেণ্ড কমেন্ট ৰাখি দিলো ।,,,, গানটো শুনি অজানিতে ভাল লাগি গ'ল । ধন্যবাদ জুবিন দা। অনেক অনেক সুন্দৰ গান। শুনি খুউব ভাল লাগিল। আপোনাৰ গানৰ মাজত লুকাই থাকে হৃদয়ৰ নোকোৱা কথাবোৰ । জয় জুবিন দা।♥️♥️
Akou xunok dada...monot pelai dilu. Joy Zubeen Da ❤️❤️💚😍😍😍❤️
@@Indiatech2003 বহুত বহুত ধন্যবাদ বন্ধু।❤️💚
Zubeen দাৰ গান অভিহনে আমাৰ জীৱন আধৰুৱা
জুবিন দা আমাৰ হৃদয়ৰ স্পন্দন ।। যাৰ কন্ঠই চুই যাই আমাৰ দৰে অনুৰাগী ৰ মন-প্ৰাণ ❤😘❤😍❤
100%Right.
বিচাৰি থকা গানটো অপেক্ষাৰ অন্ত পৰিল... জুবিন দা সদায় ৰৈ আছিলো
Xosa 1 year dhori, Stage t guwa toe xuni asilo
Xosa 1 year dhori, Stage t guwa toe xuni asilo
Same
Just amazed by the voice of the legend Zubeen garg...awesome songs
Moza gaan
সাধাৰণ সৈনিক এজনে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
মা প্ৰনামো তোমাক শতকোটি প্ৰনামো মা মিচ ইউ মা 😢 লাভ ইউ মিচ ইউ 😟 মা তোৰ বাবে কাহানিও লিখিব নোৱাৰিলো কবিতা ✍️ আজিও পৰা নাই ✍️ তোৰ মৰমৰ বিশালতাত নি সন্দেহে নি স্ব মোৰ শব্দৰ পৃথিৱী 😘 তোমাতেই মোৰ জীৱন-যৌৱনৰ সকলো 👨👨👦 স্বদেশৰ বাবে এই জীৱন উৎসৰ্গিত মা বেয়া নাপাবি মা।।।
Nice
konduabo ni😭
❤🩹❤🩹😞😞😔😔
Dada val dore thakibo 😢❤
Zubeen dar gane mind tu refresh kori die ……Kiman j Val paw apunak Zubeen da bujabo nuaro ……Vale thakok sodai apuni 🙏🙏
জুবিনদাৰ দৰে আৰু এজন নোলাব৷ইমান সুন্দৰ কন্ঠ৷তেওঁ গানৰ প্ৰেমত সকলো পৰিব৷খুউৱ ধুনীয়া সৃষ্টি৷
nicenice
সেই তাহানিৰ জুবিন গাৰ্গ আৰু তেওঁৰ গান অাৰু গানৰ সুৰ। আকৌ ঘুৰি আহিলে ❤️😍😍❤️😍❤️
Xosake😍
Yes
Ekdom right
একদম ঠিক কৈছে।
Akdm xosa
তোমাতেই হৈ শেষ কামনাৰ পৰিধি
এটি এটি পল মোৰেই পৃথিৱী।
Mojjjjjja
অন্তৰ চুই যোৱা গান ৷৷
♥♥love u zubeen da
💯❤❤❤❤❤
জুবিন দা এটা লেকাম নোহোৱা ঘোঁৰা যাক নিজৰ পক্ষত ৰাখিবলৈ কাৰোৰে শক্তি নাই সদায় জুবিন দা অসমীয়া খাতিৰত, সমাজৰ খাতিৰত,সদায় দৌৰিয়ে থাকিব।জুবিন ৰ দৰে পৃথিৱীত আৰু ২য় পুৰুষ,সৎ সাহসী মানুহ হয়তো জন্ম নহয়।ভগৱান নহলেও দেৱতা হোৱটো কোনো সনদেহেই নাই জয় জুবিন দা
পাৰিক এই কন্ঠক আন কোনোবাই । লিখি দিছো জুবিন ককাইদেউৰ দৰে এনেকুৱা কন্ঠৰ জন্মও নহয় । জুবিন সদায় জুবিন এ । জুবিন সদায় অদ্বিতীয় , একক , ব্যতিক্ৰম । জয় গুৰু জুবিন ককাইদেউ 🥀😘❤️ জয় আই অসম ✊💙
যিকোনো সময়তে ভাল লগা এটা গান | গানৰ কথা , সুৰ , কণ্ঠৰ শলাগ লৈ শেষ কৰিব নোৱাৰি 💓💓💓💓💓
Bohut vl lagil gan tu suni 💕💕💕💗💖💖💗💔
Zubeen daaaaa....... Thank you..
It felt like Assamese song was touch the sky again because of you..
This is a new sensation of Assamese present music...After a long time this song touches my heart...Everyone waited for this song...
এইবোৰ গীত বাজি ৰয় হৃদয়ৰ পৰা হৃদয়লৈ❤️❤️❤️
Hosakoi
Bhut vl lgise hia vori goise
"অভিনৱ মৰমৰে বিয়াকুল কৰনা"
"অময়া মৰমৰ সুৱাস হোৱানা "👍😍😍😍
"কবিতা হৈ বুকুত তুমি সাৰ পোৱানা"
জুবিনদাৰ গান শুনিলেই এতিয়া তেওঁ লৈ মনত পৰে❤️....ইমান যে ভাল পাই, ফুৰিবলৈ গ'লে বাটে বাটে গুণগুণাই যায় গানবোৰ, ইমান যে ভাল লাগে মোৰ....সঁচাকে জুবিনদাৰ গান শুনি থাকিলে শুনি থাকিবৰ মন যায়......
Nice bro
অৱশেষত 2019ৰ মোৰ আটাইতকৈ প্ৰিয় গীত আহি পালেহি । Love You soo Much Zubeen.....জয় জুবিন দা । জয় আই অসম ।
you jdhdhfjdhdbd add
সুন্দৰ-সাৱলীল ভাল লাগিছে |♡
এনেকোৱা গান সুনিলে গা শিৱৰি উঠে জুবিন দা বৰ শান্তি অনুভব হৈ আপোনাৰ গান শুনি ধৈনবাদ জুবিন দা ❤😢❤🎉🎉
জুবিন দা তুমি অতীত, বৰ্তমান আৰু ভবিষ্য ।
who pagol dislike this song....???It is one of the most beautiful song of zubeen da... thanks for such a song zubeen da and his team...
Ya
hn bujjuo
I love Zubeen Garg and his singing n songs.
bt let me remind u some basic things:
Every man and woman have the full right to express their likes and dislikes.
it depends on their emotions and what they feel about the song so, who the fucking hell you are to say anyone pagol?
In name of a fan stop dictating the masses
@@pragyannath903Point no. -1:- I understand what you are going to tell me... and sorry for my mistake but when the song released, I am so excited that if anybody dislike this song then I became very angry.... again sorry for this mistake...
Point 2:-But ebar bhabi saok emn dhuniya lyrics, Music thoka gaan etak jodi kunubai beya buli koi tente apunaru khub khong uthibo heitu sure... aru eitu gaan hokolu stager manuhe hunibo pora.. so dislike koriboloi kothai nahe mur mote...
Point 3:-Kunubai jodi apunak koi je Tajmahaltu dekhiboloi beya tente apuni biswas koribo janu ba bhal pabo janu jihetu Tajmahal world's 7 ta ajobar bhitorot eta... gotike Assam heartthrob Zubeen Dada r bhal gaan etak kunubai beya buli kole apunaru surely khong uthibo... so mur mote moi ji korisu bohut bhabi kori disu... 😊😊😊
Feeling like OLD zG is come back ... Always great zubeen da...
❤❤❤❤
Oi makes
মোৰ মনৰে কল্পনা জেতুকা হোৱা জুবিন দা পাগল মই আপোনাৰ গান শুনি। 😘😘
তোমাৰ এনেবোৰ সৃষ্টিয়ে আমাক জীয়াই ৰাখিছে জুবিন দা... তুমি নহলে আমি বহুত অকলশৰীয়া হৈ যাম.. তোমাক ভগবানে ভালে ৰাখক সদায়।
Jodi bhut dukht asa tenehole aiii ganntu abar xnileu bhut beshii mon tu vall lagi jaii xsai zubeen dar xurot bhut xanti ase 😊😊😊😊😊😊😊💕💕💕💕
জুবিন দা সংগীত জগতৰ ভগৱান হয় 🙏😘🙏
Hmm xosai dei 😢
Waiting is finally over Zubeen daa.. Used to listen the stage performing recorded song of "mur monore kolpona" for 1 year.. lots of love 😌❤️❤️❤️
বহু অপেক্ষা অন্তত Zubeen daa😍
ভাল লাগিল গানটো ❤️
প্ৰেমানুভুতি,আৱেগ মিশ্ৰিত...বহুবাৰ শুনিলো,হেপাহ দুগুনে বাঢ়ি গৈছে,
বহুত ভালপোৱা....
Apunar gan2 xunile mn2 vl lgi jai. Mind fres Hoi jai. Gan2 xunile xuni thakibo man jai. Bahut dinr murt vl gan 1ta xunuar babe Dhanyabad zubeen da
“তোমাতেই হয় শেষ কামনাৰ পৰিধি
এটি এটি পল মোৰ এই পৃথিৱী💕 👈”
Love you Maa 😍🙏
❤
The most awaited Song... finally Lots of love to Zubeen Da 😊
জুবিন দা আপোনাৰ এই গানটোৰ বাবেই ৰৈ আচিলো ষ্টেজত শুনাৰে পৰা মন বিয়াকুল হৈ পৰিছিল | আপোনাৰ কালজয়ী সূষ্টি বোৰ এনেদৰেই আগুবাই যাওক | গু কাশ্যপ হত গোটেই অসমীয়া সংগীতৰ স্বকীয়তাই শেষ কৰি পেলালে| | আমি কোনো ৰেপ সোবেগ গান ভাল নাপাও | আমাৰ নিজস্ব স্বকীকতা আছে |সেই ধাৰা আমি জুবিন দাৰ গানত বিচাৰি পাও
Nice song
মন চুই যায় এই গানটো শুনিলে জুবিন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ
অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:৪৩ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you জুবিন দা
বহু দিনৰ অপেক্ষাৰ অন্তত আজি গানটো পাই ভাল লাগিল।।।।। অসমীয়া গানৰ অস্তিত্ব ৰক্ষা কৰি অহাৰ বাবে ধন্যবাদ জুবিন দা।।।।।।👍👍👍👍👍🤘🤘🤘
Listening on loop ❤ Zubeen da proved it again why we consider him as Legend
Legend is back and how..... Songs of Maa album are just awesome...
Words that touches the Strings of the heart. Always soulful. Thanks @ubeen da.
Zubeen da.. R gaan xunile montu prabitra hoi jai.xosai bor vaal lage.thangs zubeen da.. Aamak anekoi natun natun gaan di juwa.
বহুত ভাল লাগিল.....ইমান ধুনীয়া শুনি থাকিলে শুনি থাকিব মন যায়.....
Zubeen da u r the diamond of assam of hindu jai aai axom
আচলতে আমাক এনেকুৱা গানহে লাগে.... lv y zubeen daa😘😘
We are very lucky that we got a singer like zudeen in Assam...
জুবিন দা আপোনাৰ কণ্ঠৰ তুলনা নাই৷৷ love u so much jubeen da..
One million ketiabate paar hobo lagesil.Bohut Dhuniya Gaan DADAR ATA DHUNIYA UPOHAR AMAK❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏
গীততো শুনি সচায়ে বৰ ভাল লাগে ❤️
এটি অন্তৰ ষ্পৰ্শী গীত ❤️
ধন্যবাদ "জুবিন দা"❤️
তোমাৰ সৃষ্টী সচায়ে অনুপম ❤️❤️❤️
Right
Feeling like old ZG is back😍😍😍hats off Zubeen da❤❤❤we need u😘😘There is nothing without u❤
Hey. Can you explain these lyrics in Hindi or English. Please humble request..
Stage t xunar pora a mur monor kolponat ai2 gaan a baji asil.. Hridoy sui juwa gaan.. Zubeen da rocks.. ✌
Kiman din je rolu ai maa album 2r gaan huni bole..ateya palu huni asu ...bohut bar ..Thank u Zubeen da..I Love this song...I Love U zubeen da...
ধন্যবাদ জুবিন দা আমাক ইমান ধুনীয়া ধুনীয়া গান উপহাৰ দিয়া কাৰণে, love u zubeen daa
মই এটা কথাই বুজি পোৱা নাই 🤔 ইমান ধুনীয়া ইমান সুন্দৰ এটা গানত Dislike কৰা কেইজনৰ মানসিকতা কি???
বঙাল😂😂
+Shohel Akram 👍
Haibur bangladesi..aibar gan buji npii..
Sure bangladesiiii baa pakistaniiii
Yes....🌷🌷🌷🌷🌷🌷🌷🌷🌷
Kya music hai... Love from Jharkhand.
Didn't understand a single word though music this touched my 💓 💓 💓
Zubeen Garg & Anurag Saikia have done the music of this song.
It's a song about one's mother of how his/her world revolves around their mother. Of how much we adore and love our mother. (Maa)
Happiness is when waiting is over and the song is released.Zubeen da💗❤️
Bahut dinor murt gan 2 pai r xuni bahut vl lgise. Thank u Zubeen da. Apunar xokolu br gaan a Mr priyo
খুব ধুনীয়া হৈছে! গীতটি শুনিলে এক নিজকে অজান দেশত কল্পনা কৰো।
zubeen da❤❤❤ specially created by the god
Moza lagil zubeen da...you are the best♥♥♥
জুবিন দা অসমীয়াৰ প্রাণ। জয় জুবিন দা
Dhuniaaa..vl lgil..gaan keita...santi ata anubhb kra jai zubeen dar gaan xunile
Zubeen is king 👑👑👑
Ur voice is the verse of our life... Lots of encouragement
Magical...it seems that everything in the heaven is brought down to Earth
I thought that music would be something extra amazing,,,, one of my heart touching song,,,,,waited for this day
সুৰৰ ভগৱান হয় আমাৰ মৰমৰ জুবিন দা😍
ধন্যবাদ থাকিল । এটা সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে ।
Awesome . Love you Zubeen Da . Love from Tripura ❤❤❤❤❤❤❤
😍❤️Upload it ASAP on Jio Music, wanna change my caller tune from "Din Jwole Raati Jwole" to "mur monore kolponat"😭. This gonna be the best song of 2019 for sure ❤️
Try 'তোমাৰ মৰমে মোৰ' as caller tune
Same here bro
Same bro
Yes
Lyrics, tune, music, voice everything is simply out of the world. Devine vibes... 🌠
Wow Zubeen da ki j kom ....huni tkakile amni nalage oo
জুবিন দা গানৰ সোৱাদেই বেলেগ । ইমান সুন্দৰ শব্দ কণ্ঠ সুৰ।
Apunr gaan bure amak pagol kori dise love you ZG dada 💕💕💕
Zubin is my life realy
The vintage Zubeen Garg is back🔥🔥
"মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা"
-- জয় জুবিন দা 🙏
What a masterpiece ! 💎
Millions of 🙏 to Zubeen Garg & his
🫀 , 🧠 & 🖋️ .
2018ত মাজুলীৰ গড়মূৰত প্ৰথমবাৰৰ বাবে live শুনিছিলো । তেতিয়াৰ পৰা এই গানটোৰ অপেক্ষাত আছিলো । আজি সেই দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল ।
Thanks জুবিন দা ❤❤❤
Zuben Dada tmr krne pagol moi...bst love this album all songs😍😍😍
জয় জুবিন দা ,
জুবিন দা আমাৰ অসমৰ বাবে গৌৰৱ হৈ আছিল আৰু ভৱিষ্যতলৈকে গৌৰৱ হৈ থাকিব
Kimn J wait korisilu ei gan 2r krne... Finally ahi gol 😊😊...
Zubeen da u r great 😍😍😍...love u and ur song from the bottom of my heart ❤❤
Wonderful song of the year
Luv you zubeen da...
Zubeen dada r karone like aru comment ahi thakibo lagibo..❤️you Zubeen da hokolure harothi hahokh guru ❤️
Bahut dinor murot bisari paisu agor zubeen da k😘😘😘
1st time listening- tune tu huna huna Jen lagise but gaan tu moza...
2nd time- it's a awesome song..
3rd time- I am addicted
...
বহুত ভাল লাগিল গান টো শুনি, 👍👍👍👍👍👍👍👍👍👍👍👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿Very nice 👍
জুবিন দা ৰক ♥🔥
জুবিন দা love you
বহুত ভাল লাগিল শুনি ।। হৃদয় চুই যোৱা এক অনুভৱ।।😍
Moi god dekha nii kintu zubeen dak dekhisu 💞💞💞 . zubeen da is my god 💞💞💞
সচাঁ গানবোৰ এনেকুৱাই |
😍
Rr
@@rajapegu1219 Rr means
আপোনাৰ কণ্ঠ তুলসীৰ দৰে পবিত্ৰ zubeen da❣️
Zuben da love
Another masterpiece by The Legend!! Loved it
কোনে কোনে এই গানটো ২০২৪ ত শুনি আছে ❤👍
Bht dinr murt ata hundr gaaannn huni plu..lv uh zubeen daaa