মাংস বিচাৰি গুৱাহাটীৰ ৰাজপথত আদিম মানুহ ! ক'ৰ পৰা কিয় আহিল আদিম মানুহ?
HTML-код
- Опубликовано: 14 окт 2024
- মাংস বিচাৰি গুৱাহাটীৰ ৰাজপথত আদিম মানুহ ! আদিম মানুহ চাবলৈ ভিৰ কৰিলে বহু লোকে । ক'ৰ পৰা কিয় আহিল আদিম মানুহ?
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
এনেকুৱা News ৰ কাৰনে সাংবাদিকৰ সন্মান নাই
Right
Aikhon Natok Hoi aru Natok Khonor Naam Mangkho...8 June Robindra Bhabanot
সাংবাদিক জনক সন্মান পাব লগা কাম কৰিছে কিন্তু ,কম ডাঙৰ খবৰ দিছে নে
😂
অভিনয় ভাল হোৱা নাই ৷ জনতাক বুৰ্বক সজাবলৈ এয়া এক বৃথা চেষ্টা ৷ আদিম মানৱৰ কোনো এবিধ লক্ষণ দেখুৱাব পৰা নাই উক্ত প্ৰদৰ্শনত ৷ চেনেলৰহে নিৰ্বুদ্ধিতা ধৰা পৰিছে ৷
কলিযুগত মৰ্ডান আদিম মানুহ। 😅😅
Yes😂😂😂
আদিম মানুহ যদি হয় পইচা দি পানীৰ বটল কিনি খাব কেনেকৈ জানিলে অসমৰ অসমীয়াক মূৰ্গী চুৰ বুলি ভাবে এই সাংৱাদিক বিলাকে ।
Fack
অভিনয় কৰিছে।
এইটো আদিম যুগৰ মানুহ নহয়। এই বিলাক মানুহকে ancaunter কৰিব লাগে। এইটো কাম কৰি গৌৰৱ অনুভৱ কৰিছে নেকি কুকুৰ। যদিহে এই কামটো কৰোঁতে কেনেবাকৈ দূৰ্ঘটনা হ'লে কাৰ দুখি হ'ব। আৰু এবাৰ এনে কাম কৰিলে ৰাইজে পুলিচ কৰ্মচাৰী সকল কয় দিব লাগে। আৰু কিয় এই কাম কৰিলে তাকো পুলিচ কৰ্মচাৰী তদন্ত কৰিব লাগে।
Dhunia acting
Dhainyabad
আদিম মানুহে ভাষা আৰু কেনেকৈ জানিব?তেওঁ কথা কৈছে । আদিম মানুহে কথা কব নেজানিছিল।। নিশ্চয় চিনেমাৰ shooting চলি আছিল।।
B BOY RUclips channelটো চাই ল'বলৈ কবি #B_BOY RUclips সি বহুভাল কৈ Video বনাই চা" ।
পগলা মানুহ নিচিনা লাগিছে!
Mur o
Mojjjaa
Dari suli eman dhunia.... Handsome Adim Manuh 😂😂
হিন্দী চবি এখনত জনি লিভৰে কমেদী কৰা এটা দৃশ্য দখিছিলো কিন্তু এইয়া বা কৰি দেখুৱালে বুজি নেপালো।
🤣🤣 বহুত মজা নিউজ দিছে । বহুত ভাল কাম কৰিছে 🤣🤣
বিজেপি চৰকাৰৰ দিনত খাবলৈ পিন্ধি বলৈ নাপাই এদিন সকলো ৱে গছৰ পাত পিন্ধি ব লাগিব, যে ই এটা জলন্ত উদাহৰণ, 😔😔
আদিম মানৱৰ hair style আপোনালোকৰ video ৰ যোগেদি দেখুওৱাৰ বাবে ধন্যবাদ 😂😂😂
এইটো ধৰি মাৰি পেলাওক ।।অসমৰ চোৱাং চোৱা হয়।।গুলীয়াই দিয়ক।।
আৰু যে কিমান কি নঘটে এইখন অসমত 🙃🙃🙃 🙏🙏🙏
আজিৰ যুগত এইটো হবই নোৱাৰে
কি চিনেমা ছুটিং কৰি আছে...
গুৱাহাটীত...
zoo ৰ পৰা জন্তু উলাই অহা দৰে পিছে পিছে camera লৈ গৈ আছে যে........আপোনালোকে অসমীয়া মানুহবোৰ অবুজা বুলি ভাৱে নেকি?.......এনেকুৱা সাংবাদিকৰ বাবে অসমীয়া news channel ৰ সন্মান নাইকিয়া হৈছে।
Copy from B boys
কালি মইও যাব লাগিব তেনেকৈ।
পিছে পিছে নিউজ আহিব😂😀😀
🤣
ভাল নিউজবোৰ পাইছ হঁত !
বালি এমুঠিলৈ কিমান আছে লিখি থাক !
আদিম মানুহ কেনেকৈ হব news ত যি তি কয়
মানসিক বিকাৰগ্ৰস্ত লোক ৷
Kiba cinemar shooting hobo
H m yes
Yes
Hoi...Natok Khonor Naam Mangkho...8 June Robindra Bhabanot .
@@rimuboro5104 😂y s
hoi e
Real আদিম মানুহ যেন লগা নাই
গুৰুত্বপুৰ্ণ বাতৰি দিব নাজানে।
So much funny😂😂😂😂
B boys copy
আদিম মানুহৰ এনেকুৱা কলেৱৰ নহয়, সেইটো কথাও অজ্ঞাত নে?
News live mane news which is live original but filmyhit movies kita website kita already cinema hall r pora copies kori diye aase sir RU baideo
আদিম মানুহ এনেকৈ নকৰে হেৰা
Sound mute kiyo
Mat2 hunila gm e pai golu Hoi.... Ki j ru kam ni
@@modhusmitabora4783 takei2
Misa Kota heitu prank korise.. tak balke hudi suha ?? Moi kintu bitsash kora nai karn teur noksa sai gom paisu 🤣🤣🤣
😂😂
Ha
😂🤣🤣
B boy's RUclips er a enekoi Guwahatit ghuri furi maar khaisile
পাগল হয় চাগে এইটো। 🤔🤔
Prank video bonaise
Addim manuh bilak bor handsome asil dei
TRPত শীৰ্ষ স্থানত থকা অসমৰ News Channelৰ RUclips channelৰ বাতৰিৰ নমুনা এইয়া।
মাটি চুৰনিৰ আৰু PP kit ৰ News ৰ টু বজাব লাগিব
আদিম মানুহ নহয় হেই এইটো,,কোনোবা পাগল হে হয়
Prank this video😂😂😂😂🤭🤭🤭🤭cenema shooting😂😂😂
😂😂😂😂End the last clip 😂😂😂🤓🤓😇😇😆😆😆😆
আদিম মানুহে বটল পানী বিচাৰি নুফুৰে বূৰবক সাংবাদিক
gosor pat pindhilei adim manuh boni njai...😁😁
RUclipsr b boys jen lagise
একো শব্দ নাই যে ফকটীয়া চাল্লা
"মাংস" ৱেব চিৰিজ নহলে চিনেমা হব চাগে। তাতে ইমান 😄
Video tu kor pora Sur kori anisile hou copyright claim marile sage mute 🔕 kori upload korise😂🤣🤣🤣
I think pagol hain ye , I'm right 👍
Prank video বনাই চে
Prank korise 😂
Camara. Kora jone gospatkhini atorai kapur Ajur pindhai diahole val asilsagoi
videor sound kot gol
হেলমেট টো মূৰত পিন্ধিব লাগে বুলি হি কেনেকে জানিলে
অসমীয়া বাতৰিৰ মানদণ্ড কিমান তললৈকে নমাব পাৰি তাৰেই চেষ্টা কৰিব পাৰে সাংবাদিক জনে ৷
BHAT. NOPOYA. MANUHAR ARUU BELEG UPAY. NAI
পাগল মানুহ যেন লাগিছে 🤷🏻♂️...... বৰ্তমান অৰ সময়ত আৰু আদিম মানুহ !!!🤷🏻♂️!
Prank video bonai asa vl
এলা সব ফালটো কাম নাই যদি ঘৰত যাই শুই থাকে
তলত পেনট পিন্ধি ছে নে নহলে তাৰ কেতিয়াবা লাউৰা ওলাই যাব
Sound nai j
What is this news live
Aitu hoise oxomor poribekh,🤣🤣🤣🤣
RUclipsr jone Promotion r kiman dise😆😆😆
Lwra dxo eku sound nii
🙏🙏🙏ami xakleo janu ja xokolot koi real histri of a new s live gatika tenekua hua batari di bujaisa je news live o to misa reporting dia
সেইটো তোৰ আদিম যোগৰ বাপেৰে হয়" তোক বিচাৰি আহিছে ।
Aikhon Natok Bonaise Aru Natok Khonor Naam Mangkho...8 June Robindra Bhabanot...News2 Sampurna Sauk 😀
News নাথাকিলে channel নচলাব
এইবোৰ চাবলৈ ৰিচার্জ কৰো তহঁতৰ বাপেৰৰ পৰা পইচা লয় । ককম নাই যদি গুৱাহাটীৰ নলাবোৰ চাফা কৰি থাক। নিউজৰ নামত জাৱৰ সোপা দিয়াতকৈ।
How can do that but this my fact reporting of my news live this video forgot him🎉🎉🎉
Aie News2 Time8r hatot aha nai j Time8a aibilak news basi dakhai
Scripted hoi dekhli e gom pai...😂😂😂 thumbnail God level 🤣🤣
Guwahati t Aru Aadim Manhu 🤣🤣🙄🙄🙄 Kiba Soli Ase Aai Axom t
Adim Manuh Nohoi Val Manuh Jen Lagise
এইটো kunu আদিম মানুহ নহয়
Amar assamt a enekuwa kribo pare beleg koto nre.
Comments diboloi time ase video tu end kri saboloi time nai nki .
B boy fast time korise
Konoba youtuber hoi sage😅😅😅
No voice Wat happen
🤣🤣আদিম মানৱ নে !!
Prank kori ase😄😄😄
অসমত টি ভি চেনেল বোৰৰ বাবে বাতৰি নাইকিয়া হ'ল চাগে ।
Etya shooting solileo news agote jaii
Voice nai neki
আদিম মানুহে চুলি নাকাতিছিল
নাযাওঁ
Inspire b boys😂😂😂
তলত হাফ্ পেন্ট পিন্ধিছে। পানী কিনিছে দোকানৰপৰা।News channel বোৰক ভাল কৈ পিটিব লাগে এনে news প্ৰদৰ্শনৰ
বাবে ।
Umm 👍
Axomiya keitai bhabi ase kun tu Axomor jonojatir enekua khas pusak .
Acting. He knows the civilized behaviour.
Prank korah Hoi😂😂🇮🇳
Rupjyoti kurmi lite version.
মাংস বিচাৰি ৰাজপথত আদিম মানুহ কি যে ফাল্টু
Aikhon Natok Bonabo aru Natok Khonor Naam Mangkho...8 June Robindra Bhabanot...
News2 Lastoloike Sauk 😀
You tuber hobo sage . famous hobo bisarise
RUclipsr o... Frank video korise
B boys
He youtuber prank kori aacha 😂😂😂😂 moi chinu tar aata you tube channel aacha 😂😂😂😂
ধে এইটোৱে কৰোঁ বুলি কৰিছে acting