Adhoruwa - Gaurav Raj ( Official Visualizer )

Поделиться
HTML-код
  • Опубликовано: 14 ноя 2022
  • Song Credits :
    Singer / Composer / Music : Gaurav Raj
    My Instagram : / gaurav_raj_hazarika
    Lyrics : Danish
    Guitar : Ishanu
    Mixing : Gaurav & Jahnu
    Mastering : Typhoon
    Illustration & Visuals : Rituporn Gogoi
    #gauravraj #adhoruwa
    copyright(s) Reserved. 2022 GAURAV RAJ HAZARIKA
    আঁৰে আঁৰে ৰৈ‌ আছিলা
    চকুতে চকু বোৱালা
    প্ৰণয়ৰ কিনো ঈশ্বাৰা
    আধৰুৱা মোৰ অজানা
    সিপাৰলে তুমি চোৱানা
    তোমালে বাটে চোৱা
    বহু পৰ হ'ল জানা
    আলিদোমোজাতে জীয়া
    উমানৰে ছাঁ লগা
    অনুভূতি কি বিচাৰা ?
    फिजा मेरी दरिया हैं तू ही आशिकी
    फिजा मेरी दरिया हैं तू ही आशिकी
    फिजा मेरी दरिया हैं तू ही शायरी
    (Antara)
    হেঙুলী আকাশে আজি
    লাজে লাজে চাৱনি তুলি
    ছটিয়ালে তোমাৰ ঠিকনা
    উজাৰি পৰাণে আহি
    গুঁজি দিয়া এপাহি হাঁহি
    এমুঠি এজাৰৰে চিয়াঁহী
    তুমি বুলি সজোৱা
    বুকুজুৰি বলুকা
    কিয় নেদেখা
    কিয় নোচোৱা

Комментарии • 188