Very nice and fluent speech. He asked questions very logically, practically. He is the best MP from Assam at present. We wish his grand success in life.
He deserves appreciation. Never seen such speech from an Assamese MP. Long way to go though.. This is what we expect when we elect a truly educated candidate.
Very impressive role played by Gaurav Gogoi in the Parliament,,,all members are listening to him attentively,,he reflects as a fearless parliamentarian to raise proper issues,,,proud to represent Assam in the parliament and expects more positive issues to be raised in the Parliament,,,
কথাৰ ওজন থকা এজন ব্যক্তি। নামত গৌৰৱ, কৰ্মত গৌৰৱ, ব্যৱহাৰত গৌৰৱ। সকলোতে কেৱল গৌৰৱ আৰু গৌৰৱ। আপোনাৰ নামেই আদৰ্শ। আগুৱাই যাওক বহুদুৰ সাহসেৰে 🙏🏻
Congratulation Gorav Gogoi .
Gaurav gogoi aponaloi bahut Abhinandan God Bless you
গৌৰৱ ভাই আমাৰ গৌৰৱ হৈ থাকক, এয়েই আমাৰ কামনা। 🙏🙏🙏👍💪✌🌷
সংসদত উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ হৈ মাত মতা গৌৰৱ গগৈক শুভেচ্ছা জনাইছোঁ। তেখেতৰ ভৱিষ্যত উজ্বল হওঁক।
আমি গোলাঘাট আঠখেলীয়া বেবেজীয়াৰ ৰাইজে গৌৰৱ গগৈক সমূহ ৰাইজে আঠখেলীয়াৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো লগতে গৌৰৱ গগৈক আঠখেলীয়াৰ ৰাইজে আশীৰ্বাদ জনাইছো। ধন্যবাদ।
বৰ ভাল লাগিল ।গৌৰৱ গগৈ সচাকৈ অসমৰ গৌৰৱ ।
অসমৰ ৰাইজে গৌৰৱ গগৈ ক বিচাৰে আৰু সকলো সময়তে বিছাৰি থাকিব ❤❤
😂😂😂😂
❤️❤️❤️
@@bhargabpratimkashyap6260 tq
গৌৰব গগৈক বিশেষ ধন্যবাদ জনাইছো । এই জন অসমীয়াৰ তথা ভাতৰ
প্ৰকৃত অভিভাৱক ।
Gaurav gogoi Asamar Gaurav Tatha xampad
গৌৰৱ গগৈ চাৰ অসমৰ এগৰাকী সাহসী সাংসদ।My favorite leader....
English and Hindi language ভালদৰে জনাটোৱেই হৈছে তেওঁৰ সাহস। আন হাতে শ্ৰেষ্ঠ মূখ্য মন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। তেওঁ সাহসী। সমৰ্থন কৰিছোঁ।
গৌৰৱ গগৈই লৈ আমি গৌৰৱ কৰিছো l গৌৰৱ গগৈ zindabad
গৌৰৱ গগৈ অদ্বিতীয়। তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।
W3
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
0 big. O
Wr@@RahulMondal-te1gj
গৌৰৱ গগৈৰ ভূমিকা সঁচাকৈ প্ৰশংসনীয়।অৱশ্যে হেম বৰুৱা আৰু গৌৰৱ গগৈৰ তুলনা এতিয়াই অলপ আগতীয়া হ'ব।গৌৰৱ গগৈৰ লগত যুক্তিৰে যুঁজ কৰিবলৈ প্ৰধান মন্ত্ৰী জনো বৌদ্ধিক ভাৱে পণ্ডিত নেহৰুৰ দৰে হ'ব লাগিব।গগৈ ডাঙৰীয়া আৰু আগবাঢ়ক,অভিনন্দন জনাইছোঁ।
গৌৰব ,, অসমৰ সিংহ গৌৰব লাগিছে 👍👍👍
2024 ত অসমৰ CM গৌৰব গগৈ
Welcome 🙏🕺🏾🕺🏾🕺🏾
😮😮
😅😅 15:13
মই এগৰাকী বিজেপিৰ কাৰ্য্যকৰ্তা কিন্তু, গৌৰৱ গগৈ ডাঙৰীয়াৰ ভূমিকাকলৈ অনুপ্ৰাণিত। ধন্যবাদ #গৌৰৱ_গগৈ ডাঙৰীয়া। আপোনাক লৈ অসম বাসী আশাবাদী।
অধক্ষৰ মুখ বন্ধ কৰি দিলে। সঁচাকৈ সংসদ কপালে।
গৌৰৱ গগৈ আমাৰ গৌৰৱ 🙏🙏🙏🙏
আমি যিয়েই পাৰ্টিত নাথাকো লাগে অসমীয়া হিচাপে আমি সকলোৱে গৌৰম্ববিত হ'ব লাগে ।
Yes, I agree with you.
Right🙏👍
Right
গৌৰব গগৈ ৰ আদৰ্শ নতুন প্ৰজন্মৰ🎉 ৰাজনীতিত জড়িত ৰাজনীতি বিদ সকলে গ্ৰহণ কৰিব লাগে,
নতুন প্ৰজন্মৰ এজন শ্ৰেষ্ঠ সাংসদ। আমি অতি গৌৰাম্বিত।।
Definitely Gaurabh Gogoi is the best MP of Assam.We love him.
বহুত বহুত ধন্যবাদ
Aku Kam nai, maiki massh
কথা চহকী সাংসদ কাম নাই ,মুখেৰে নহয় বোপা কামেৰে। কংগ্ৰেছৰ কলা অধ্যায় বোৰ সমালোচনা নকৰা কিয় ? কাম নাই ।
গৌৰৱ গগৈ এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হব
কোনো কাৰণতে নহয় , আনকি অসমৰ মুখ্যমন্ত্ৰীও হ'ব নোৱাৰে
@@dibyajyotibaruahdibyajyoti6312 dekha jabo time ttt
এবাৰ অসমৰ নেতৃত্বত লোৱাৰ সুবিধা দিয়ক অসমৰ ৰাইজে ।
গৌৰৱ গগৈ অসমীয়াৰ গৌৰৱ আৰু অসমৰ গৌৰৱ । আজি সংসদত নিমাত , তেখেতৰ ভাষণ শুনি । 👍👍👍🙏🙏🏻🙏
সুন্দৰ উপস্থাপন । মণিপুৰৰেই নহয় দেশৰ প্ৰধান জলন্ত সমস্যাসমৃহ সাবলীল ৰূপত সংসদত দাঙি ধৰিছে আৰু চৰকাৰক জবাবদিহি কৰিছে । এইদৰে এজন সাংসদৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি ৰাজনৈতিক বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিছে । সচাকৈয়ে প্ৰশংসনীয় ।
দল যিয়ে নহওঁক ,সংসদৰ মজিয়াৰ মজ্যদা আছে আৰু তাৰ মাজেৰে গৌৰৱ গগৈয়ে যুক্তি উপস্থাপন কৰিছে বুলি মই ভাবো !🙏
অসমৰ হকে মাত মতা এজন সাহসী
সাংসদ।
সন্মানীয় গৌৰৱ গগৈক ধন্যবাদ জনালো
সাংসদ গৌৰব গগৈ আপুনি অদ্বিতীয় । ধন্য ধন্য।
গৌৰৱ গগৈ ৰাজনৈতিকভাৱে শক্তিশালী আৰু পৰিপক্ক...
সুন্দৰ এক সাৱলীলভাৱে সংসদত বক্তব্য ৰাখিছে গৌৰৱ গগৈ দেৱে।
গৌৰৱ গগৈৰ বক্তব্য যেনে কৈ ৰাখিছে ঠিক তেনেদৰে কৰ্তব্য কৰি তেওঁ সদনৰ মজিয়াত শ্ৰেষ্ঠ তা জিলিকি থাকক।
প্ৰয়াত তৰুন গগৈৰ পুত্র গৌৰৱ গগৈ আমাৰ অসমৰ এজন সত্য আৰু স্পষ্টবাদী নেতা।
অসমীয়া হিচাপে আমি গৌৰৱাম্বিত ভগৱানে গৌৰৱক কুশলে ৰাখক ।
আমাৰ দৰে সাধাৰণ মানুহেও গৌৰৱ গগৈক সাম্প্ৰতিক ভাৰতৰ শ্ৰেষ্ঠ অসমীয়া সাংসদ বুলি ভাৱো আৰু অসমীয়া হিচাবে তেওঁক লৈ গৌৰৱ অনুভৱ কৰো । ধন্য,ধন্য আই অসমী ।
Good Lecture . May God bless you Gourob Gogoi.
অসমৰ শ্ৰেষ্ঠ সাংসদ।ধন্যবাদ।
গৰৌৱ গগৈ এজন বলিষ্ঠ নেতা অসমৰ এক মাত্ৰ আশা
গৌৰৱ গগৈ সচাকৈ চেষ্ঠ সাংসদ
Gaurav Gogoi's Hindi speech was very attractive, We are proud of Gaurav Gogoi,,,
@@hemantakardong1169pp
ৰাজনৈতিক নেতাৰ অসমত অভাৱ নাই, কিন্তু বলিষ্ঠ সফল ৰাজনৈতিক নেতাৰ অভাৱ, এই সকলো অভাৱ পূৰণৰ দিশে আগবাঢ়ি অহাৰ পৰিলক্ষিত হোৱা আমাৰ সকলোৰে প্ৰিয়ৰো প্ৰিয় হৈ পৰা বলিষ্ঠ সাংসদ গৌৰৱ গগৈ।
Thank you have thanks
অসমৰ বাকী সকল সাংসদে কিবা এটা ক'বলৈ শিকিব বুলি আশা কৰিলো । ধন্যবাদ
সুন্দৰ.শলাগ ল'ব লগা ভাষণ। শ্ৰীগৌৰৱ গগৈ শ্ৰদ্ধাৰ হেম বৰুৱা সমকক্ষ সাংসদ। তেখেতক আমি যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদন্দীতা কৰাটো আশা কৰিছো।😮
We need Gourab gogoi as M.P of Jorhat
Apunar axha puron hobo Jen lage...
We have proud of Gaurav gogoi. In present time he is a unique MP. Wish him great success in future political life.
Being a northeastern I m also proud of Gaurab Gogoi
গৌৰব গগৈ এগৰাকী শ্ৰেষ্ঠ সাংসদ। অসমৰ সৰ্বশ্ৰেষ্ঠ নেতা।
গৌৰৱ গগৈ দেৱৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
Being a MP WE ALL ARE PROUD FOR YOUR JUSTIFICATION OF ACTUAL SPEACH IN LOKSHABHA SESSION . THANKS TO GAUROB GOGOI .
অসমৰ সাংসদ এজনেই, সেইজন হল গৌৰব গগৈ। গৌৰব গগৈ আমাৰ অসমৰ গৌৰব।
In Assam, the next CM should be an educated candidate i.e., Only on only Gaurav Gogoi..
😂😂😂😂😂😂
Rit naw ❤❤❤
19:05
God bless you my dear son.y😊 19:05
Really Gourab Gogoi jii mostly valu speech and Really Gourab Gogoi good, honest educated politician of India
গৌৰৱ গগৈ শ্ৰেষ্ঠ সাংসদ, সুন্দৰ speech
গৌৰৱ গগৈ অসমৰ গৌৰৱ। ভাৰতৰ
গৌৰৱ। দীর্ঘায়ু কামনা কৰিলু । ❤
As assamese we are feeling very proud for Mr. Gourav Gogoi.
৺তৰুন গগৈৰ সুৰ্যোগ্য সন্তান গৌৰৱ গগৈক ধন্যবাদ জনাইছোঁ ৷ সুন্দৰ বিশ্লেষণ সদনত আগবঢ়ালে ৷ বিজেপি/মোডী হাতাও দেশ বচাওঁ ৷
Very nice and fluent speech. He asked questions very logically, practically. He is the best MP from Assam at present. We wish his grand success in life.
গৌৰৱ গগৈ নৱ প্ৰজন্মৰ অসম তথা ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ সাংসদ,,, অসমত বৰ্তমান এনেকুৱা এজন সাংসদ পায় নথৈ গৌৰাম্বিত হৈছো
He actually deserves to be praised & we are proud of him till now & hope as such in future also 👍🌹
গৌৰৱ গগৈ এজন শ্ৰেষ্ঠ সাংসদ , তেওঁ অসম গৌৰৱ
Gaurab Gogoi is one of the efficient MP of the parliament from Assam. So he is next to Hem Baruah.
Gaurav Gogoi is one of the efficient MP of the parliament from Assam. So he is next Hem Baruah Sir
Karbi anglong babeu tenekua byokti hobo lagisil.
অমাৰ অসমৰ গৌৰব গগৈ অসমৰ গৌৰব সাংসদ❤❤🎉👍🙏
He deserves appreciation. Never seen such speech from an Assamese MP. Long way to go though.. This is what we expect when we elect a truly educated candidate.
Yes, very true . The candidate should be educated and Gaurav Gogoi proved it .
সুযোগ্য পিতৃৰ সুযোগ্য সন্তান ধন্যবাদ গৌৰৱ গগৈ আগন্তুক দিন বোৰত সাংসদ ত বক্তব্য ডাঙি ধৰিব বুলি মোৰ আশা
অসমৰ অবৈধ বিদেশী নাগৰিকৰ জ্বলন্ত সমস্যাটো সমাধানৰ বাবে একো নকৰাকৈ সেইটো ঢাকি ৰখাৰ চেষ্টাত ব্ৰতী হৈ থকা তেওঁৰ পিতৃক কেনেকৈ নিভাঁজ অসমপ্ৰেমী বুলি কম !
@@sashibhatta5198অসমৰ জলন্ত সমস্যা আপোনালৈ থলোঁ যেতিয়া আপোনি সাংসদ হব তেতিয়া
গৌৰৱ গগৈৰ নিচিনা সাংসদ আমাৰ অসমৰ বাবে অতি প্ৰয়োজন। ২০২৪ চনৰ নিৰ্বাচনত যাতে পুনৰ জয়ী হৈ সংসদৰ মজিয়াত অসমৰ বিভিন্ন সমস্যা সমূহ উদাত্ত কণ্ঠৰে দাঙি ধৰিব তাৰ আশা কৰিলোঁ।
অসম সন্তুান গগৈ ডাঙৰীয়া দীৰ্ঘ আয়ু কামনা কৰিলো
মই ৰাজনৈতিক নেতাক ভাল নাপাওঁ।তাৰ মাজতো দুই এজনে সদায় দ্ ষ্টি আকশন কৰে। আজিলৈকে অসমৰ এজনো ৰাজনীতি কে মোক আকশিত কৰিব পৰা নাছিল। গৌৰৱ গগৈ অনন্য, তেখেত উজলি উঠিছে। তেনেকুৱা আৰু কেইজনমান ৰাজনৈতিক নেতা আমাক লাগে।
Right
No doubt , Gaurob Gogoi is the best MP in Indian parliament .
Very impressive role played by Gaurav Gogoi in the Parliament,,,all members are listening to him attentively,,he reflects as a fearless parliamentarian to raise proper issues,,,proud to represent Assam in the parliament and expects more positive issues to be raised in the Parliament,,,
গৌৰৱ গগৈ শ্ৰেষ্ট সাংসদ
ক্ষমতা অবিহনে হিমন্ত বিশ্ব শৰ্মাইও সংসদত এনেকুৱা শক্তিশালী ভূমিকা লব নোৱাৰিব।
গৌৰৱ গগৈ আমাৰ দেশৰ গৌৰৱ ।গৌৰৱ গগৈ অসম বাসীৰ বাবে গৌৰৱ ❤❤❤
এখেতেই শেষ ভৰষা আমাৰ।এজনৰ পৰা বহুত আশা কৰি যি টো পালে অসমৰ ৰাইজে হল আৰু😢
মানে ? সেইজন ৰঞ্জন গগৈ নহয়জানো ?
বহুত ভাল হৈছে।
অত্যন্ত সচেতন সাংসদ।
গৌৰৱ গগৈয়ে অসমৰ স্বাভিমান ঘূৰাই আনিব
Gourav gogoi is very good politician & excellent speech
Gaurav Gogoi is one of the efficient MP of the parliament from Assam. So he is next Hem Baruah Sir.
Dynamic leader,pride of Assam!
দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত আৰু ৰাজনৈতিক চিন্তাচেতনাৰ উৰ্ধতগৈ , সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক নেতাৰ জ্ঞান গৰিমা আৰু কাৰ্যকলাপ সমুহ বিশ্লেষণ কৰিলে গৌৰৱ গগৈক বৰ্তমানৰ সাংসদ সকলৰ ভিতৰত শ্ৰেষ্ঠৰ শাৰীত নাৰাখিলে নিজকে মুৰ্খ, অজ্ঞানী আৰু ধুৰন্ধৰ যেন অনুভৱ হব ৷
নিসন্দেহে মাননীয় সাংসদ গৌৰৱ গগৈ অসম নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এজন অদ্বিতীয় সাংসদ,আমি এওঁক লৈ গৌৰৱান্বিত।
হয় ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ।কিন্তু চকু চৰহা অন্ধভক্ত বোৰে প্ৰশংসা নকৰি বদনাম হে গাব।
Thik koisa kintu adin sobe ahibo lahe lahe sobe buji paiase BJP ganda rajniti
As Assamese we proud of you Mr. Gourav gogoi
I like him very much God bless him for his bright politics like his father ❤️🙏🙏🙏
Excellent speech delivered. Many many thanks.
Gourav"s every words were convincing n he deserve best m p right now may God bless him
Very important voice we are proud of Gourab Gogoi
Excellent speech delivered by Gaurav Gogoi ,a Brave Assamese personality.
মাননীয় গৈৰৱ গগৈ ডাঙৰিয়া জিন্দাবাদ জয় আই অসম ☝️
ধন্যবাদ গৌরব গগৈ। Wishing to Continue.......
Educated leader gourav gogoi from Assam ❤❤
গণতন্ত্ৰৰ প্ৰকৃত সৌষ্ঠৱ ৰক্ষা কৰি অত্যন্ত নম্ৰতাৰে সাৱলীল কথন শৈলীৰে যুক্তিপূৰ্ণ কথাৰে মণিপুৰ কাণ্ডৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীক যি তীব্ৰ প্ৰশ্নবাণ মাৰিলে সেয়া ভাৰতীয় গণতন্ত্ৰৰ বাবে আজিৰ তাৰিখত এক আদৰ্শ। মূল্যবোধৰ ৰাজনীতি কৰা এইগৰাকী সাংসদে ভৱিষ্যতে আৰু বহু কীৰ্তিৰ গৰাকী হওক, এয়াই আমাৰ কাম্য। আজিৰ তাৰিখৰ অসমৰ কিছু ৰাজনীতিকৰ লেতেৰা আৰু কথাই কথাই ইতিকিং কৰা কথন শৈলীৰ তুলনাত গোৰৱ গগৈৰ নম্ৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সঁচাই মূল্যবোধৰ ৰাজনীতি কৰক নেতা সকলে। মই কোনো ৰাজনৈতিক দলৰ কৰ্মী নহয়। কিন্তু ভালক ভাল বোলাৰ অধিকাৰ আছে নিশ্চয়।
Very strong participant from our Assam in Indian parliament.We need like the person Gourab Gogoi for the 2024 M P election.
Excellent.. Hem Baruah , Dinesh Goswami and Gourav.
We are proud of gaurov
বৰ্তমান গৌৰৱ গগৈ এজন শ্ৰেষ্ঠ সাংসদ ।
গৌৰৱ, আমাৰ অসমৰ গৌৰৱ❤
Congratulations 👏
His background and education helps to grow in this political field 🎉
Being he is an Assamese I proud of him
we are proud for him .
And hope the best MP in future .
সাম্প্ৰতিক সময়ত, সমগ্ৰ্ ভাৰতবৰ্ষৰ ভিতৰতে গৌৰৱ গগৈ এজন সৱল যুক্তিবাদী সাংসদ হিচাপে প্ৰতিপন্ন হোৱা পৰিলক্ষিত হৈছে । বৰ্তমান সময়ত , গৌৰৱ গগৈৰ সৈতে ফেৰ মাৰিব পৰা সা্ংসদ নাই বুলিয়েই কব পাৰি । তেওঁ এজন সফল সাংসদ । তেওঁৰ আৰু উজ্বল ভৱিষ্যত কামনা কৰিলো । ❤❤❤
গৌৰৱ গগৈ ডাঙৰীয়াক লৈ আমি গৌৰাম্বীত🙏🙏🙏
হেম বৰুৱাৰ দৰে হ'বলৈ গৌৰৱ গগৈয়ে আৰু কাম কৰিব লাগিব তথাপি আমি ক'ম গৌৰৱ গগৈ সাহসী স্পষ্টবাদী যোগ্য সাংসদ। তেখেতৰ স্পষ্ট বক্তব্যই অসমৰ জনসাধাৰণক প্ৰভাৱান্বিত কৰিছে।
He is perfect for C M 🎉
গৌৰৱ গগৈলৈ অশেষ ধন্যবাদ তথা শুভেচ্ছা জনাইছোঁ!হিমুমামাই বাচ্চা বুলি কোৱা জনে যেনে কুকুৰ তেনে টাঙোন মাৰি দেখুৱালে!