Belegok dukh japi nidi...khyotipuron r katha Nokoi...govt t akol blame nokori simple koi baki bur koi diar babe deutak jon bhut pragya and gyan thoka,bhal manuh jen lagise...bohute kebol khyotipuron dabi Kore...poriyalor sakori bisare...govt blame Kore...this family is extremely exceptional even than so called media person , many intellectuals that regularly appear in news channel..
May his departed soul rest in eternal peace... Hates off for his courage to save his wife and others... Political leader would have present if it would have been the time of election.... Seen a polite news....good...
সাংবাদিক জনক ধন্যবাদ । আগতে অনুমতি লৈ নিউজ কৰিছে । কিছুমানে চিধাই গৈ মতামত ল'ব বিচাৰি মানসিক অশান্তি দিয়ে । মৃতকৰ আত্মাই সদগতি পাওঁক।
বাকী সাংবাদিক সকলেও এওঁৰ দৰে সংবাদ পৰিৱেশন কৰা উচিত
Hoi tome thikai koisa baa
@@digambrakonwar3661 Logote reporter jone deutakok dia hahokh khini dekhi val lagise
@@Ghbb2 hoi xundor reporter jon salut disu moi
প্রথম বাৰৰ বাবে এজন সাংবাদিক ৰ বাতৰি পৰিবেশন ভাল লাগিল। তেওঁৰ কথা খিনিয়ে পিতৃ গৰাকীক সাহস গোটাই বাকী জীৱন টো কটাবলৈ সহায় কৰে যেন!!
আদৰ্শ সাংবাদিকতা.... সচাকৈ ভাল লাগিল । শিক্ষক ইন্দেশ্বৰ বৰাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো 🙏🙏🙏
তেখেতক মৰণোত্তৰভাৱে সাহসিকতাৰ বঁটা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতিৰ কামনা কৰিলো
প্ৰথমতে ইন্দ্ৰেশ্বৰ বৰা মৃত্যুত সমবেদনা জ্ঞাপন কৰিছো আৰু লগতে তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্য আদৰ্শ পিতৃ-মাতৃ। ইয়াৰ পিছত NKTV ৰ সাংবাদিক জনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এইহাল পিতৃ -মাতৃৰ কথা শুনিলেই গম পোৱা যায় কিমান ভাল মানুহ।
চিৰ নমস্য পিতৃ -মাতৃ, ধন্য উদাৰ মানসিকতা বিদেহী আত্মা , ---------শতকটি প্ৰণাম জনাই আত্মাৰ সদ্গতি কামনা কৰিলো|
এই প্ৰকিত সাংবাদিকৰ পৰিচয়... 👏👏👏
আৰু তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰিছো... 🙏
সাংবাদিকজনক মানিব লাগিব। প্ৰশ্নৰ লগতে সাহস ও দিছে।ভাল লাগিল
সাংবাদিক জনৰ কথা নকৈ নোৱাৰিলোঁ । আপুনি এজন প্ৰকৃত সাংবাদিক বুলি মই ভাবিছোঁ । আত্মাৰ শান্তি কামনা কৰিছোঁ । ভগৱানে পৰিয়ালটোক শক্তি দিয়ক । 🙏
A real Reporter
কথাখিনিৰ পৰা বুজিব পাৰি উপযুক্ত পিতৃ ৰ উপযুক্ত সন্তান আছিল। আত্মাৰ সদ্গতি কামনা কৰিলোঁ।
সাংবাদিকজনৰ শলাগ লৈছো । এনেদৰেই সাংবাদিকতা কৰি যাওঁক ।
আপোনালোক আদৰ্শ পিতৃ-মাতৃ । বুকুত সাহস বান্ধি দীৰ্ঘায়ু হওঁক তাৰে কামনা কৰিছোঁ। দেউতা আপোনাৰ কথা বোৰ সাহসৰ পৰিচয় । তেওঁ চিৰশান্তি লাভ কৰক..............।
দেউতা আপোনাক শত বাৰ প্ৰণাম।🙏🏻🙏🏻ইমান খিনি হোৱাৰ পিছত ও আপোনাৰ ভগবানৰ প্ৰতি আস্থা দেখি মোৰ ভাল লাগিল। এই ক্ষেত্ৰত কিছু লোকে ভগৱান ক দোষাৰোপ কৰা দেখিছোঁ,কিন্তু আপুনি পুত্ৰক হেৰুৱাই ও কৈছে পৰমেশ্বৰ ক ধন্যবাদ দিছে। ভক্তি সঁচাই আপুনি চিনি পাই।আপুনি ভক্তি ক্ষেত্ৰত,ধৰ্মীয় ক্ষেত্ৰত কিমান আগবঢ়া ব্যক্তি এইয়া ই শুনি বুজিব পাৰি।প্ৰথম ৰ পৰাই মই আপোনাৰ কথা খিনি শুনি শিক্ষক হব বুলি ধাৰণা কৰিছিলোঁ পিছত আপোনাৰ পৰা জানিব পৰিলোঁ। সহস্ৰ বাৰ প্ৰণাম আপোনাক। ধয্য কি বস্তু আপুনি শিকালে আমাক।🙏🏻🙏🏻😔🙏🏻🙏🏻
ভাল মানুহক ভগৱানে কেতিয়াও বেছি দিন জীয়াই নাৰাখে😓😓🙏🙏🙏
পিতৃ-মাতৃলৈ শ্ৰদ্ধা জনাইছো 🙏 মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰিছো। লগতে সাংবাদিক জনৰ সাংবাদিকতাক শলাগিছো 👍
সাহসৰ প্ৰতীক হৈ ৰব আপোনাৰ পুত্ৰ৷
নিজৰ জীৱন দহজনৰ কাৰণে দিয়াটো বহুত গৌৰৱৰ কথা ❤️❤️❤️
তেওঁ আদৰ্শ হওঁক সকলোৰে,
তেওঁৰ আত্মাৰ সতগতি কামনা কৰিলোঁ।
আপোনাৰ দৰেই সাংবাদিক খুব কম । ভাল লাগিল আপোনাৰ ব্যক্তিত্ব ।
Tq NKTV...SALUTE TO Mom and Dad...rip Indreswar Bora...May your name be written in Golden words...
অশেষ ধন্যবাদ!
সংবাদিক জনৰ কথা খিনি ভাল লাগিল । তেওঁ যেনেকৈ পৰিয়ালটোক সাহস দিছে, সচাঁকৈয়ে ভাল লাগিছে ।
Right
You are right.
খুব ধুনীয়াকৈ বাতৰি পৰিবেশন কৰিলে আৰু অনুমতি লৈ প্রৱেশ কৰিছে বুলি জানি ভাল লাগিল। মৃতকে চিৰ শান্তি লাভ কৰিবই।😭😭🙏
ভাল মানুহবোৰক ঈশ্বৰে সোণকালে লৈ যায় । তেখেতৰ আত্মাই চিৰ শান্তি পাওঁক কৃষ্ণ ।
Yes
পৰিয়াল টো যথেষ্ট জ্ঞানী
সাংবাদিক হিচাপে আপোনাক সলাগ নলৈ নোৱাৰি 👌👌👌👌....তেওঁৰ আত্মায় সদগতি পাওক ...🙏🙏🙏
Manuh jone joyar aagote aan keijon manok jibon di gol... Aanok jibon di teyo Mohan kaam kori thoi gol... Dukh lagise... Teyor aatmai xiroshanti lab korok... Porom pitai teyor xoronot teyok thakiboloi olopmaan thai diyok..
তেখেতৰ আত্মাই চিৰ-শান্তি লাভ কৰক। পিতৃ-মাতৃৰ মানসিকতাক প্ৰণাম🙏
সাংবাদিক গৰাকীৰ বাতৰি পৰিৱেশন ভাল লাগিছে তেখেতে পৰিয়ালটিক সাহস দিছে ।
Best reporter.. Nktv. Zindabad
বাতৰি পৰিবেশন খুব ভাল লাগিল,, আগবাঢ়ি যোৱা👍👍,,লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিলোঁ🙏🙏🙏
তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ ওম শান্তি 🙏🙏🙏
Dhonyabad dada apuni real hangbadik hoi anekoi batori poribekhon korile kobole aku nai
জীৱনত প্ৰথমবাৰ আজি এজন আদৰ্শ সাংবাদিক দেখিলো।
ভাল লাগিল সাংবাদিক জনৰ কথা খিনি
তেওঁ আত্মাই সদগতি পাওক
May his soul rest in peace in heaven, his best courage most praiseworthy.
Bohut news salu....jonmor pora.!!ajihe Val lgil... !!!!apunar aatmai hotgoti pauk..
Indresher is great man God bles your life
সাংবাদিক হ'লে এনেকুৱা হ'ৱ লাগে, সাংবাদিকজনে কোৱাৰ দৰেই পিতৃজন সচাঁকৈয়ে স্থিতপ্ৰজ্ঞ🙏
May this hero's soul rest in peace🙏🙏 God give strength to his family. Salute to the father..
And report was quite good.
🙏🙏enekua maa deota aru hantanok aantorik nomon....
Bhal manubu kele nu ghusi goiase bhogobaan🙏🙏🙏
বাতৰি পৰিৱেশন বৰ ভাল লাগিল, আচলতে এনে হ'ব লাগে, ধন্যবাদ।।
Reporter jon ok logota salute 🙏 anekua news poribakhon korar karona
বহুত দুখ লাগিছে ।
কথাখিনি বৰ ভাল লাগিল।সুযোগ্য সন্তানৰ পিতৃ এখেত।সাংবাদিক জনে বৰ সুন্দৰ কৈ কথাবোৰ কৈছে।
তেখেতৰ অত্মাই চিৰশান্তি লাভ কৰক।
শ্ৰেষ্ঠ বাতৰি
আপোনাৰ দৰে সাংবাদিক হলে বাতৰি বিলাক ধয্য ৰে চাব পাৰি।অলপ ও কেযে নকৰি খুব শালিন ভাৱে খুব সুন্দৰ ভাৱে কথাখিনি কৈছে,সাহস দিছে পৰিয়ালক। একে কেইটা কথাকে যে কৈ থকা নাই সেয়ে ভাল লাগিল।
Upajukta pitri matrir upajukta putra.upajukta swamir upajukta patni.mahan poriyal..
সাংবাদিক হলে এনেকুৱা হব লাগে ।
I love the repoter
May God bless them all
Belegok dukh japi nidi...khyotipuron r katha Nokoi...govt t akol blame nokori simple koi baki bur koi diar babe deutak jon bhut pragya and gyan thoka,bhal manuh jen lagise...bohute kebol khyotipuron dabi Kore...poriyalor sakori bisare...govt blame Kore...this family is extremely exceptional even than so called media person , many intellectuals that regularly appear in news channel..
সাংবাদিক হলে এনেকুৱাই হব লাগে
Anamika Roy.tekhetor atmai boikunthot sthan pauk aye mur bhogoban or osorot parthona.😭🙏🙏🙏🌼🌼🌼 krishna krishna krishna🙏🙏🙏
Best reporter...
Bht ভাল লাগিল reporter জনক
Sanbadik jn bht vl lgil.. Sai thku jn lgib
You are great 👍👍👍
Above all good reporting.. Great
RIP dada.. Tumi jote asa hantit thaka..🙏
Rlp 😭😭😭😭🙏🙏🙏🙏🙏
UPOJUKTO PITRIR UPJUKTO HONTAN..GRAND SALUTE
Real Reporter ❤
Khub hundor nidorkhon ...Rip
Reporter jon val, valkoi bujai dise, news hodai anekua krib lge. Jate emn dukhor majtu uthah pai
May .god .bless..him mai tewar matri pitrir charaney .pronam janaichu .anoka putrajanam diarvabey
Bohut bohut aghat paisu bukukhon bixai ase, apuni vadore thakibo, aru eolokor ghorkhonek jen sokti diye provu,
Good journalist ,
তেখেতৰ ল'ৰা ছোৱালী যদি আছে এবাৰ দেখাব লাগিছিল।
reporter jonk 100 ta salute...
Moi bar marmahata hoisu... Dada jonar atmai hanti lav korak... Bahut beya lagise,...
Sangbadik janaloi dhainabad
Vogoban o kio ene kora njnu val val manuh r lgt kio enekua hoi njnu ..ghoror manuh keijonok hokti diok
, aapunak ,🙏
May his departed soul rest in eternal peace... Hates off for his courage to save his wife and others... Political leader would have present if it would have been the time of election.... Seen a polite news....good...
💔rest in peace khura🙏Apunar atmai chirohanti lav korok
Hangbadik Janak dhanyabad
He mohan pitri, apunak xeya jonaisu.🙏🙏🙏
Tekhetor atmai sirahanti lav korok reporter garaki k salute
Thanks.
Mur falor pora ata Salut... Jai Hind sir.
Rest in peace🙏🙏🙏🙏😭😭😭😭
Best reporter
Ekho kouti pronam 🙏🙏🙏
Respect for late I. Borah
এনেকুৱা সাংবাদিকৰ আমাৰ অসমত আৰু প্ৰয়োজন আছে
Rip sir😭🙏
Lt.Indreswer bora tekhet ejon asomiya bhumi putro hoe sey karone teue nejor putro huwar rin adaei korile..joi aii asom ..defenetly teu sorgot stan lav korebo ru Indereswer bora amor rehe ..joi aii asom 😢😢🙏🙏
Riportar hle aneke hobo lage God Riportar
Reporter jnr kotha khinie deutakr mnt bohut santana dile... Teuloi dhanyavaad
😓😓😓🙏🏻🙏🏻
Rip sir 🙏🙏.
sundra sangbadik sundra pitre matre holag noloi nuari
Oo
🙏🙏
Rip.....Salute
Hakhyatkar tu bhal lagil.bohut sradhdha Idreswar boraloi.teur porialoloi homobedona thakil.kintu pisfale manuh khini atorai noloi kio.fotua lage aru
Eman val manuh asile...val manuh bur prithibit nathake...val kam korile manuhak kio eman punishment die
RIP 🙏🙏🙏🙏🙏🙏🙏
🙏🙏🙏🙏🙏
🪔🪔🪔 tekhetor atmai Jen sirosanti labh kore
খুব সুন্দৰ মনৰ সাংবাদিক।
Rip.🙏🙏🙏.
Rip 😭.