Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সকলো অসমবাসীৰ ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ আহি থকা দিনবোৰ আপোনালোকৰ সকলোৰে সুখ আৰু শান্তিময় হওক তাৰে কামনা কৰিছোঁ ৷ লগতে কুঞ্জলতা গীতটি সকলোৱে আদৰি ল’ব বুলি আশা ৰাখিলোঁ ৷ ধন্যবাদ 😘❤️❤️🙏
আপোনাকো ভোগালীবিহুৰ মৰম আৰু শুভেচ্ছা জনালোঁ আকাশ দা।
Golaghatr pra mrm jaxilu akash da
Apunaru hubho hok aoha dinbur
আপোনালৈ ও থাকিল মাঘ বিহুৰ শুভেচ্ছা
ভোগালী বিহু শুভেচ্ছা থাকিল আকচ দা
বহুদিনৰ আগতেই শুনাইছিলে গীতটি ককাই তেতিয়াই ভাল লাগিছিল এতিয়া আৰু জুই হৈ গ’ল 🔥 শুভেচ্ছা দেই 🎉😍
Pran deep da apuniu jui
Eku val hua nai
Moiu protom bar ati kori saisilu abar huniba sun😊
@@arupnath6733 oo mistar Tumi Val ata Gaba sun
ruclips.net/video/T58ClxM5QNY/видео.html
O juke khale o majoni pikai dibi aribo , mohe khale o majoni thopiyabi moribo ai khinite gan to huniboloi aru besi val loga hoi jai, ako comment Korilu dei , love u akash da 💜💜❣️❣️❣️❣️
Bohut dhuniya song♥️♥️♥️♥️♥️
Comments porhi porhi kune kune geet tu huni asa Like Kori Jowa..👌👌
👌🏻👌🏻 woooooow beautiful song
মজা প্রিতম দা ,তোমাৰ প্ৰতিটো গানে মোৰ প্ৰিয়, তোমাৰ সুৰত এক অদ্ভুত শক্তি আছে। তোমাৰ গান শুনিলে মনটো বহু ভাল লাগি যায়। ❤❤❤❤❤❤❤❤❤
Mozaa mozaa❣️❣️❣️❣️❣️
Havyy
mojja pritom da
সমূহ অসম বাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ ।। সুন্দৰ গীত আকাশ দা🥰🥰🙏🙏
mojjjja ruclips.net/video/YveqOlGBMUk/видео.html
Mojja
Sem2 u 💖
Mojaaaaaaaa AKASH DA apunaloi vugali bihur huvesha thakil
আকাশ দা 😌এইবাৰ মাঘ বিহু হিলাব।🔥আকাশ😊 দাৰ অনুৰাগী ।❤️🔥ইমান ধুনীয়া কথা সুৰ ,তাতে আকৌ আকাশ দাৰ কণ্ঠত কবলৈ ভাষা নাই ।লগতে সমূহ অসমবাসী ৰাইজলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো 😍Love from Sivasagar ❤️
Tqqq❤️ debojit love from tinsukia
@@prodipsonowal1576 Wc Dost 🥳
Mozaa ❤️❤️❤️❤️❤️❤️❤️❤️🥰🥰🥰🥰🥰🥰
Voice Quality 100% ভাল পাওঁ আকাশ দাৰ ❣❣❣❣ ধলাৰ পৰা খুবেই মৰম চেনেহ আকাশ দাদালৈ ....
ভাল লাগিল গানটো। আকাশ ৰ কণ্ঠই সুকীয়া ❤ বিহু আৰু নিলাক্ষী নকলেও হ'ব❤ বহুত বহুত মৰম দিয়ক ৰাইজে🎉
Akash Da boriya song val lgise gaan to hadai enedare aamar majot hundor gaan aani bharat r name rakhibo dei akash da❤❤❤❤❤❤❤
বহুত সময়ৰ অপেক্ষাত পাছত আপোনাৰ গান শুনিবলৈ পাইছোঁ আকাশ দা❤️❤️❤️ আশা কৰোঁ গানটো যাতে milion vies পাই❤️🥰🥰
সুন্দৰ..
সমূহ আসম বাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জাচিলোঁ। 🥰💕 বহুত মৰম জাচিলোঁ নগাঁও পৰা। 🥰💕
Xuni thaki aamoni nologa geet2 bohut bohut morom jasilu bihu huvesa dada
আকাশ প্ৰিয়ম দা কুঞ্জলতা ভোগালী বিহুত তামাম হিত হয়🔥🔥 যেন গীতটো তাৰে কামনা আৰু সমূহ অসম বাসি ৰাইজলৈ ভোগালী বিহু আন্তৰিক শুভেচ্ছা জাচিলো ।। 🙏🙏🙏
Brohiya lagise de. Huni thakile huni thakibo mon Jai
Bhal lagil Akash pritom daa ❤
বাহ বহুত ধুনীয়া
বহুত সময়ৰ অপেক্ষাৰ পাছত আপোনাৰ গান শুনিবলৈ পাইছোঁ Akash দা ❤😇বহুত ভাললাগিল গীতটি
#Mafiagm18 Tysm 💕🌈
@@the_riku_06 ❤😊🌼
Mojja song jui
আকাশ প্ৰিতম দা প্ৰতিটো মাঘ বিহুত, আপোনাৰ গীতৰ বাবে ৰৈই থাকো এই বাৰো পাই গলো , বহুত ভাল লাগিছে আৰু আগলৈকে এনেকুৱা ভাল ভাল গীত পাম বুলি আশা ৰাখিলোঁ 🥀♥️♥️ আপোনাৰ প্ৰতিটো গীত ই মোৰ প্ৰীয় love you ♥️🥀♥️🥀♥️
Akash Da hundor ...Mu eta bohut bhal loga gan...
সমূহ অসম বাসীৰ ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনালোঁ 🙏🙏🙏🙏🙏 ... Mojaa lagil গান টো sai ... 👍👍👍👍👍
Hi
মজা মজা
ধুনীয়া হৈছে ,,,❤️❤️ আগলৈ এনেকুৱা ভাল গান শুনিবলৈ পাওঁ যে তাৰে অপেক্ষা ৰৈ থাকিম ,,,আকাশ দা
Juiii🔥🔥🔥🔥🔥🔥🔥🔥🔥
Bohut VL lagise gaan tu huni Akash da 🎶😌 love from Tinsukia ❤️
Wow mojaaa akash da...👍👍👍👍👍👍👍👍💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯mojaa lagile gantu huni....
সুন্দৰ😍
Mojjjaaaaaa song akash daaaaa😘😘😘😘😍😍
ধুনীয়াকৈ ধুনীয়া গীত
Nilakhi ba voice uff altimate...🔥🔥🔥
Bh mjh dada 💃🥳🥳😍😍
মৰমৰ ভোগালী বিহুৰ সময়ত.......বিহু সূৰীয়া গীতটো উপহাৰ দিয়াৰ বাবে🔥🔥🔥বহুত বহুত ধন্যবাদ ❣️❣️দাদা 🥰🥰🥰❤️❣️
Dhunia
সুন্দৰ ।
Aissh Bor bhal lgise..jui🔥🔥💗
Bohut dhunia hoise dada💛💛💛
এ মজ্জা❤️
বিহু জমি আছে,, আপোনাৰ গীতত 👍👍👍
nice🖤akash pritom da🥰aguwai juwa
তোমাৰ গানৰ অপেক্ষাত আছিছো আকাশ দা মজা লাগিছে বহুত ❤️❤️❤️❤️মাজুলীৰ পৰা বহুত মৰম দিলোঁ ❤️❤️❤️❤️👍👍👍😍😍😍
My favourite singer akash daa
Bohut hundor 👌👌
Moja song 👍 happy New year 💫💫🤗
Bhal lgil deiiii 💟☮
কুঞ্জলতা 😘😘😘😘😍😍😍😍😍😍😍😍❤❤❤❤❤
Nijor thy khonor nam huni val lagil akash da nice song
Akash da Borhurt dhuniya hoise 💞💞💞💞💞💞 mur apunar gan Bilak sorbortkoi
Tamammm Akash da 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Akash dar ganor babe apekhye kori asilu , huni val lagil , happy bhugali bihu akash da
Dhuniya hoise dada
Tumar voice tu bohut val lage💗gantu bohut dhuniya lagise ❤️❤️
Aji hahara t apunr programe sai bht ae val lgil.
আকাশ দা সুন্দৰ লাগিছে 🔥😊😊😍❤️❤️সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🙏😊
Akash da 🖤
Akash Dada 🔥🔥🔥🔥 Apunar Voice My Favorite 🥰🥰🥰
Dhuniya dei kokai
ইবাৰ বিহু টুত আকাশ দা আৰু নিলাক্ষী বা ৰ কুঞ্জলতাই একদম গুম গুমে থাইকবো , লগতে ভোগালী বিহুত একমাখান শুভেচ্ছা দিলোঁ 🔥 💕 Love From Nalbari
Dhuniya lgise dada❤️🥰
বহুত দিনৰ পিছত তোমাৰ গীত শুনিলো আকাশ দা বহুত ধুনীয়া হৈছে গীতটি... লগতে ভোগালী বিহু আন্তৰিক শুভেচ্ছা যাছিলো 🙏🏼🙏🏼
Mojja dosty ❤️
অতি সুন্দৰ গীত, খুবেই ভাল লাগিল, বহুত বহুত মৰম,আশীৰ্বাদ থাকিল 🙏🙏🙏
❤️❤️❤️Akash da apunar gan bur hidoy sui jai ❤️❤️❤️nagaon pora hiya vora bihu khobesa jasilu❤️❤️❤️
Nelakshi neog vocalist is ovesome and Akash pritom big fan I'm from karbi ANGLONG, Dengaon
A moja Dada fast khini val lagil bohut Video lage dada
ভাল লাগি যায় আপোনাৰ গীতবোৰ শুনি ,, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল
Moja 😍🤞🙏
ভোগালী বিহুৰ শুভেচ্ছা যাচিলো আকাশ দা😍
Kokaideu mejangkori juiiiiii
LOVE FROM TINSUKIA 😍♥️❤️💥⚡✨
Mja 🔥🔥❤️
Mojaa akash da 😘😘
Assam Next Akash pritom...বুজি লব কি কৈছো😌
মজা। ভেলাঘৰত উৰাই ঘূৰাই বজাম।
Dhuniya lagise 💖💖 💖
সুন্দৰ কণ্ঠ সুন্দৰ হৈছে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আকাশ দা 🙏
Mojja Dosti....
সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল । সকলোৰে জীৱনটো সুখীময় আৰু আনন্দময় হওঁক আৰু গীতটি অতি সুন্দৰ হৈছে আকাশ দা । ❤️❤️🥰
Majhh dada
Mojja song ♥️
Val lagil dada songtu
সুন্দৰ দাদা । মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, আপোনাক, লগতে সমূহ অসমবাসী ৰাইজক । সকলোৱেই সুখী থাকক 🥰💜💙
Val lagil dada
বহু দিনৰ বিৰতিৰ পাচত প্ৰিয় Singer জনৰ গিত শুনিবলৈ পালো ভাল লাগিল ।❤️🥰
Gantu imn dhunia🥰🥰
আকাশ দা ❤️ অপেক্ষা অন্ততঃ এটা ধুনীয়া গীত উপহাৰ দিলা । আশাকৰো আপোনাৰ গীত ২ এক মিলিয়ন হৈ যাওক । আৰু সকলোকে মোৰ ফালৰ পৰা আগতীয়া কৈ ভৌগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলো 🙂🤗 ❤️।
মৰমৰ লখিমী এজনী মৰমৰ জীৱনৰ লগৰি পালোঁ ।
Dhuniya dada supar hit❤🙏🥀
আজি মেজি ঘৰ ফালি থাকিব এই গানটোৱে।মজা
সুন্দৰ আকাশ দা আৰু লগতে মোৰ ফালৰ পৰা ভোগালী বিহুৰ অান্তৰিক শুভেচ্ছা যাঁচিলো 🥰🥰🥰
Apunar Gan bhur bht Val lage akash da apuni mur fvrt bht vl pw apunar voice
আকাশ দা আপোনাৰ গান খুবেই প্ৰিয় ❤️❤️
Aibar magho bihu hili jabo 💥💥💥
সকলো অসমবাসীৰ ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ আহি থকা দিনবোৰ আপোনালোকৰ সকলোৰে সুখ আৰু শান্তিময় হওক তাৰে কামনা কৰিছোঁ ৷ লগতে কুঞ্জলতা গীতটি সকলোৱে আদৰি ল’ব বুলি আশা ৰাখিলোঁ ৷ ধন্যবাদ 😘❤️❤️🙏
আপোনাকো ভোগালীবিহুৰ মৰম আৰু শুভেচ্ছা জনালোঁ আকাশ দা।
Golaghatr pra mrm jaxilu akash da
Apunaru hubho hok aoha dinbur
আপোনালৈ ও থাকিল মাঘ বিহুৰ শুভেচ্ছা
ভোগালী বিহু শুভেচ্ছা থাকিল আকচ দা
বহুদিনৰ আগতেই শুনাইছিলে গীতটি ককাই তেতিয়াই ভাল লাগিছিল এতিয়া আৰু জুই হৈ গ’ল 🔥 শুভেচ্ছা দেই 🎉😍
Pran deep da apuniu jui
Eku val hua nai
Moiu protom bar ati kori saisilu abar huniba sun😊
@@arupnath6733 oo mistar Tumi Val ata Gaba sun
ruclips.net/video/T58ClxM5QNY/видео.html
O juke khale o majoni pikai dibi aribo , mohe khale o majoni thopiyabi moribo ai khinite gan to huniboloi aru besi val loga hoi jai, ako comment Korilu dei , love u akash da 💜💜❣️❣️❣️❣️
Bohut dhuniya song♥️♥️♥️♥️♥️
Comments porhi porhi kune kune geet tu huni asa Like Kori Jowa..👌👌
👌🏻👌🏻 woooooow beautiful song
মজা প্রিতম দা ,তোমাৰ প্ৰতিটো গানে মোৰ প্ৰিয়, তোমাৰ সুৰত এক অদ্ভুত শক্তি আছে।
তোমাৰ গান শুনিলে মনটো বহু ভাল লাগি যায়।
❤❤❤❤❤❤❤❤❤
Mozaa mozaa❣️❣️❣️❣️❣️
Havyy
mojja pritom da
সমূহ অসম বাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ ।। সুন্দৰ গীত আকাশ দা🥰🥰🙏🙏
mojjjja ruclips.net/video/YveqOlGBMUk/видео.html
Mojja
Sem2 u 💖
ruclips.net/video/T58ClxM5QNY/видео.html
Mojaaaaaaaa AKASH DA apunaloi vugali bihur huvesha thakil
আকাশ দা 😌এইবাৰ মাঘ বিহু হিলাব।🔥আকাশ😊 দাৰ অনুৰাগী ।❤️🔥ইমান ধুনীয়া কথা সুৰ ,তাতে আকৌ আকাশ দাৰ কণ্ঠত কবলৈ ভাষা নাই ।লগতে সমূহ অসমবাসী ৰাইজলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো 😍
Love from Sivasagar ❤️
Tqqq❤️ debojit love from tinsukia
@@prodipsonowal1576 Wc Dost 🥳
ruclips.net/video/T58ClxM5QNY/видео.html
Mozaa ❤️❤️❤️❤️❤️❤️❤️❤️🥰🥰🥰🥰🥰🥰
Voice Quality 100% ভাল পাওঁ আকাশ দাৰ ❣❣❣❣ ধলাৰ পৰা খুবেই মৰম চেনেহ আকাশ দাদালৈ ....
ভাল লাগিল গানটো। আকাশ ৰ কণ্ঠই সুকীয়া ❤ বিহু আৰু নিলাক্ষী নকলেও হ'ব❤ বহুত বহুত মৰম দিয়ক ৰাইজে🎉
Akash Da boriya song val lgise gaan to hadai enedare aamar majot hundor gaan aani bharat r name rakhibo dei akash da❤❤❤❤❤❤❤
বহুত সময়ৰ অপেক্ষাত পাছত আপোনাৰ গান শুনিবলৈ পাইছোঁ আকাশ দা❤️❤️❤️ আশা কৰোঁ গানটো যাতে milion vies পাই❤️🥰🥰
সুন্দৰ..
সমূহ আসম বাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জাচিলোঁ। 🥰💕
বহুত মৰম জাচিলোঁ নগাঁও পৰা। 🥰💕
Xuni thaki aamoni nologa geet2 bohut bohut morom jasilu bihu huvesa dada
আকাশ প্ৰিয়ম দা কুঞ্জলতা ভোগালী বিহুত তামাম হিত হয়🔥🔥 যেন গীতটো তাৰে কামনা আৰু সমূহ অসম বাসি ৰাইজলৈ ভোগালী বিহু আন্তৰিক শুভেচ্ছা জাচিলো ।। 🙏🙏🙏
Brohiya lagise de. Huni thakile huni thakibo mon Jai
Bhal lagil Akash pritom daa ❤
বাহ বহুত ধুনীয়া
বহুত সময়ৰ অপেক্ষাৰ পাছত আপোনাৰ গান শুনিবলৈ পাইছোঁ Akash দা ❤😇
বহুত ভাললাগিল গীতটি
#Mafiagm18 Tysm 💕🌈
@@the_riku_06 ❤😊🌼
ruclips.net/video/T58ClxM5QNY/видео.html
Mojja song jui
আকাশ প্ৰিতম দা প্ৰতিটো মাঘ বিহুত, আপোনাৰ গীতৰ বাবে ৰৈই থাকো এই বাৰো পাই গলো , বহুত ভাল লাগিছে আৰু আগলৈকে এনেকুৱা ভাল ভাল গীত পাম বুলি আশা ৰাখিলোঁ 🥀♥️♥️ আপোনাৰ প্ৰতিটো গীত ই মোৰ প্ৰীয় love you ♥️🥀♥️🥀♥️
Akash Da hundor ...
Mu eta bohut bhal loga gan...
সমূহ অসম বাসীৰ ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনালোঁ 🙏🙏🙏🙏🙏 ... Mojaa lagil গান টো sai ... 👍👍👍👍👍
Hi
মজা মজা
ধুনীয়া হৈছে ,,,
❤️❤️ আগলৈ এনেকুৱা ভাল গান শুনিবলৈ পাওঁ যে তাৰে অপেক্ষা ৰৈ থাকিম ,,,আকাশ দা
Juiii🔥🔥🔥🔥🔥🔥🔥🔥🔥
Bohut VL lagise gaan tu huni Akash da 🎶😌 love from Tinsukia ❤️
Mojja
Wow mojaaa akash da...👍👍👍👍👍👍👍👍💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯💯mojaa lagile gantu huni....
সুন্দৰ😍
Mojjjaaaaaa song akash daaaaa😘😘😘😘😍😍
ধুনীয়াকৈ ধুনীয়া গীত
Nilakhi ba voice uff altimate...🔥🔥🔥
Bh mjh dada 💃🥳🥳😍😍
মৰমৰ ভোগালী বিহুৰ সময়ত.......
বিহু সূৰীয়া গীতটো উপহাৰ দিয়াৰ বাবে🔥🔥🔥
বহুত বহুত ধন্যবাদ ❣️❣️
দাদা 🥰🥰🥰❤️❣️
Dhunia
সুন্দৰ ।
Aissh Bor bhal lgise..jui🔥🔥💗
Bohut dhunia hoise dada💛💛💛
এ মজ্জা❤️
বিহু জমি আছে,, আপোনাৰ গীতত 👍👍👍
nice🖤akash pritom da🥰aguwai juwa
তোমাৰ গানৰ অপেক্ষাত আছিছো আকাশ দা মজা লাগিছে বহুত ❤️❤️❤️❤️মাজুলীৰ পৰা বহুত মৰম দিলোঁ ❤️❤️❤️❤️👍👍👍😍😍😍
My favourite singer akash daa
Bohut hundor 👌👌
Moja song 👍 happy New year 💫💫🤗
Bhal lgil deiiii 💟☮
কুঞ্জলতা 😘😘😘😘😍😍😍😍😍😍😍😍❤❤❤❤❤
Nijor thy khonor nam huni val lagil akash da nice song
Akash da Borhurt dhuniya hoise 💞💞💞💞💞💞 mur apunar gan Bilak sorbortkoi
Tamammm Akash da 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Akash dar ganor babe apekhye kori asilu , huni val lagil , happy bhugali bihu akash da
Dhuniya hoise dada
Tumar voice tu bohut val lage💗gantu bohut dhuniya lagise ❤️❤️
Aji hahara t apunr programe sai bht ae val lgil.
আকাশ দা সুন্দৰ লাগিছে 🔥😊😊😍❤️❤️
সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🙏😊
Akash da 🖤
Akash Dada 🔥🔥🔥🔥 Apunar Voice My Favorite 🥰🥰🥰
Dhuniya dei kokai
ইবাৰ বিহু টুত আকাশ দা আৰু নিলাক্ষী বা ৰ কুঞ্জলতাই একদম গুম গুমে থাইকবো , লগতে ভোগালী বিহুত একমাখান শুভেচ্ছা দিলোঁ 🔥 💕 Love From Nalbari
Dhuniya lgise dada❤️🥰
বহুত দিনৰ পিছত তোমাৰ গীত শুনিলো আকাশ দা বহুত ধুনীয়া হৈছে গীতটি... লগতে ভোগালী বিহু আন্তৰিক শুভেচ্ছা যাছিলো 🙏🏼🙏🏼
Mojja dosty ❤️
অতি সুন্দৰ গীত, খুবেই ভাল লাগিল, বহুত বহুত মৰম,আশীৰ্বাদ থাকিল 🙏🙏🙏
❤️❤️❤️Akash da apunar gan bur hidoy sui jai ❤️❤️❤️nagaon pora hiya vora bihu khobesa jasilu❤️❤️❤️
Nelakshi neog vocalist is ovesome and Akash pritom big fan I'm from karbi ANGLONG, Dengaon
A moja Dada fast khini val lagil bohut Video lage dada
ভাল লাগি যায় আপোনাৰ গীতবোৰ শুনি ,, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল
Moja 😍🤞🙏
ভোগালী বিহুৰ শুভেচ্ছা যাচিলো আকাশ দা😍
Kokaideu mejangkori juiiiiii
LOVE FROM TINSUKIA 😍♥️❤️💥⚡✨
Mja 🔥🔥❤️
Mojaa akash da 😘😘
Assam Next Akash pritom...বুজি লব কি কৈছো😌
মজা। ভেলাঘৰত উৰাই ঘূৰাই বজাম।
Dhuniya lagise 💖💖 💖
সুন্দৰ কণ্ঠ সুন্দৰ হৈছে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আকাশ দা 🙏
Mojja Dosti....
সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল । সকলোৰে জীৱনটো সুখীময় আৰু আনন্দময় হওঁক আৰু গীতটি অতি সুন্দৰ হৈছে আকাশ দা । ❤️❤️🥰
Majhh dada
Mojja song ♥️
Val lagil dada songtu
সুন্দৰ দাদা । মাঘ বিহুৰ শুভেচ্ছা জনালোঁ, আপোনাক, লগতে সমূহ অসমবাসী ৰাইজক । সকলোৱেই সুখী থাকক 🥰💜💙
Val lagil dada
বহু দিনৰ বিৰতিৰ পাচত প্ৰিয় Singer জনৰ গিত শুনিবলৈ পালো ভাল লাগিল ।❤️🥰
Gantu imn dhunia🥰🥰
আকাশ দা ❤️ অপেক্ষা অন্ততঃ এটা ধুনীয়া গীত উপহাৰ দিলা । আশাকৰো আপোনাৰ গীত ২ এক মিলিয়ন হৈ যাওক ।
আৰু সকলোকে মোৰ ফালৰ পৰা আগতীয়া কৈ ভৌগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলো 🙂🤗 ❤️।
মৰমৰ লখিমী এজনী
মৰমৰ জীৱনৰ লগৰি পালোঁ ।