KHAMSENG || AKASH PRITOM || DIPANKAR DEOGHARIA || NEW ASSAMESE BIHU SONG 2023 ||
HTML-код
- Опубликовано: 14 окт 2024
- For Live Show : 7002415514
খামছেং ২০২৩
কণ্ঠ : আকাশ প্ৰীতম,
দিপাংকৰ দেওঘৰীয়া
কথা/সুৰ : দিপাংকৰ দেওঘৰীয়া, আকাশ প্ৰীতম, সৌৰভ শইকীয়া
সংগীত: আকাশ প্ৰীতম
অতিৰিক্ত কথা : অজিত ৰিয়াজ
টাই কথা : চাই অং লী ম হুং
ঢোল : পংকজ বৰা
তাল, পেঁপা, হুতুলি,গগনা : পিটি বৰা
বাঁহী : বিতুপন কোঁৱৰ
বীণ : গৌতম শইকীয়া
গীটাৰ : দিশাঙ্কন ডেকা
মেল'ডী ডিজাইন : দ্বীপকেশ বৰগোহাঁই
শব্দ সংমিশ্ৰণ : বিক্ৰম চাউৰক
ভিডিঅ'গ্ৰাফী: নেছিম আখটাৰ ৰহমান,মিথুন এলকন,গীতাৰ্থ আইছেং
ভিডিঅ' সম্পাদনা: গীতাৰ্থ আইছেং
বিশেষ কৃতজ্ঞতা : দেৱজিত বড়া, অবিনাশ প্ৰিয়ম, জ্যোতিৰ্ময় কাকতি, আকাশ কুসুম, আইলিতা কাশ্যপ, মণি মাধৱ, সমীৰ চিন্ময়, সুনন্দ ৰাজকোঁৱৰ, ৰূপম দেওঘৰীয়া, অভিনৱ মাউত ।
বিহু মঞ্চৰ বাবে যোগাযোগ কৰক :- 7002415514
আইজৈ বিহু বিহু লাগিছে গাত ❤
আকাশ pritom ❤ আপোনাৰ কণ্ঠ ❤
আকাশ দাক ভাল পোৱা সকলে চাহ তুপি খাই জাব লাল চাহ দিছোঁ লগতে গুৰ edokho 🦋
👇
অতি__সুন্দৰ 🎉🎉🎉🎉
Hosa morom lagise de akash da aru Dipankar da akha thakil aru aneka gan hunibo pam buli😊💝
বঢ়িয়া❤❤
Sorav bhut opekhyat asilu bhut bhut vl lagil huni. Thanks akas pritom ganti agbhai diyar babe
Akash DA apunar gan hunile huni thakibo mon jai🥰
আকাশ প্ৰীতম দাক কোনে কোনে ভাল পাই চাও জোনে ভালপোৱা এটা লাইক কৰা 😘
Moi val pau
My fvrt akash pritom da ❤️
অপেক্ষা মুৰত uffffff হিয়া সাত পৰিগল আকাশ দা ৰঙালী বিহুৰ হিয়াভৰা উলগ জনালো ❤❤
Supar hits কবলৈ আৰু ভাষাৰে নাই
সুন্দৰ হৈছে গানটোৰ ❤️❤️❤️❤️❤️❤️
অপেক্ষা কৰিছিল গনতো এতিয়া হুনিবলৈ পালোগে বহুত ভাল লাগিছে
সুন্দৰ কন্ঠ আকাশ ককাইদেউ আৰু দীপাংকৰ দেওঘৰীয়া ❤❤
কি সুন্দৰ বৰ ভাল লাগিল 🥰 মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ🎉🎉 ভগৱানে সদায় এনেকৈ আমাৰ মাজত জিলিকাই ৰাখক🙏
aaaaa mja ❤akash daa tumi all time 🔥🔥🔥
How relaxing is the music, I can't understand the lyrics. Music has no boundaries ❤❤❤ from Kerala
দুইটা শিৱসাগৰৰ লৰা একেইলগতে MOJJA ❤️ (লাকুৱা।।ধিতাইপুখুৰি)
I am form banglore but I like you songs❤ I love bihu
Dipankar aru akash aguai juwa.
বহুত অপেক্ষাৰ অন্ত পৰিল
সুন্দৰ
Love from tamulpur ❤️❤️❤️
বৰ ভাল লাগিছে গানটো শুনি ।শুভ কামনা থাকিল আপোনালোকলৈ💐💐
Akash pritom da mojja lagil apunar song bur mur bohut val lage mur all song kaku manir pora all song my favorite song apunar voice tu bohut kumol bohut val lage proud fu akash pritom my favorite singer akash pritom
Mur fovourite singer your voice is amazing.....abar stage program saboloi bohutei mn ase apunar....❤
গান টো শুনি বহুত ভাল লাগিল ❤❤❤❤❤❤
বহুত অপেক্ষা পাছত গীতটি শুনিবলৈ পালো❤ সঁচাকৈ বহুত ধুনীয়া লাগিছে শুনি গীতটি সকলোৱে মৰম আৰু আশীর্বাদ কৰিব আগবাঢ়ি যাবলৈ দাদা হতক ❤ মোৰ ফালৰ আগতীয়াকৈ সকলোলে বহাগ বিহুৰ বহুত শুভেচ্ছা যাচিলো💓💓
Nice❤️❤️❤️🥰🥰🥰
বহুত ভাল লাগিল ককায়দেউ আপোনাৰ দুয়ো জন বন্ধু গান বোৰ শুনি বহুত বহুত ভাল লাগে 🥰 লক্ষীমপুৰ জিলাৰ শিমলুগুৰি পৰা এগাল মান মৰম জাচিলো ❣️ আৰু লগতে আগতীয়াকৈ ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জনালোঁ
সুব ধুনীয়া হৈছে পিছে গামোচা এখন ডিঙিত লোৱা হলে আৰু ভাল লাগিল হেতেন ❤️👍
Aakash daa bor vla lagile gan2 huni
hundor akash da akha koru agoloi aru hundor hundor geet amr babe ag borhai die😍😘😘
Super 🎉 val lagile.
uffff🔥❤গছৰ ডালত কুলিৰ মাত বিহু বিহু লাগিছেনে তুৰে গাত ❤❤❤❤
Birat hundor hoise geet to huni amoni nalage... Dujone hundor gaise
Fevorite singer hoi Mur, প্ৰতিটো গান শুনো ❤❤❤❤
Unexpected 🥰 Wonderful 😍
উফ্ কি সুন্দৰ কণ্ঠ আকাশ প্ৰিতম দা.❤️💚❤️
একদম বিহু বিহু লাগে গৈছে..💚💚
আপোনাৰ এই গানটো All Time Favourite হৈ ৰব.....💚❤️🥰❤️🥰
Bor hundor lagil ❤❤
Mojaa mur favourite song ❤❤❤❤❤❤❤
বিহু এইবাৰ হিট any time বাজিব মোৰ box t
গছে বনে ফুলে তগৰে আকাশ দাই আনিল বিহুৰে বাতৰি ❤🥰
Moja, moi assamr bahiyr pora bihu ganr video to saisu bohut val lagil, many many thanx.
মজা
মোৰ প্ৰিয় গীত love you pritom da
শুনিয়েই থাকোঁ গাড়ীত গ'লে। repeat and repeat
Waow ..... Bihu bihu lgi goise dai...... Akash da❤❤❤❤❤❤❤❤❤❤❤❤
বহাগ বিহু ফালিব এই গানটোৱে ধন্যবাদ আকাশ দা আমাক ধুনীয়া গীত এটি উপহাৰ দিয়া বাবে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ।।
Dd I'll hug to you majuli joni a ju vggguuu7😅😅😅😅😅😅
Hunile huni thakib mn jai ,very nice
❤❤❤❤ mojja lagil dei gaan tu huni
Hit song
Majaaà lagise.
Bihu bihu lagise dei...
Nice song bohut bhal lagise huni❤️❤️❤️❤️❤️❤️❤️ like kori dib
আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দাদা
বহু দিনৰ পিছত এটা ইমান ধুনীয়া বিহু গীত পালো , সচাই গানতো ধুনীয়া লাগিছে। ধন্যবাদ আকাশ দা ইমান ধুনীয়া গান এটা দিয়াৰ বাবে।
অতি সুন্দৰ মৰাণৰ পৰা মৰম যাঁচিলো দাদা ❤
বৰ সুন্দৰ হৈছে গীতটি ❤🔥🥰👌👍
বহুত ধুনীয়া লাগিল...
Dipankar Bhai mozaa hoise dei 🔥🔥🔥🔥🔥n Akashru Mozaaa❤❤❤❤❤❤
Gaan tu mur bhut val lagise 💓🤞
এই মজ্জা 👌👌 বহুত সুন্দৰ কন্ঠ, সুৰ দুয়োজনৰ ❤❤
Khatra ❤
আগন্তুক বিহুৰ বতৰত এনেকুৱা এটা বিহুগীত শুনিবলৈ পায় ভাল লাগিল। তাৰ বাবেই এটা লাইক আৰু এটা কমেন্ট কৰিলোঁ আৰু আগন্তুক ৰঙালী বিহুৰ হিৰাভৰা মৰম যাচিলো ধন্যবাদ 🤗
hundor hoise akash da
Mojaa ❤😊 akash da love u ❤🎉
Oti hundor ❤
vl lagil bro khamseng huni👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
Love from golaghat ❤️ akash da ❤️❤️and Dipankar da ❤️❤️
Thanks
ভাল লাগিল👌
Moja bro fali disa ❤❤
Bahut bahut val lagil 🔥💕💕
Akash dar song r babe like ata... Best singer❤
আকাশ প্ৰিতম দাক কাৰ কাৰ ভাল লাগে এটা like কৰিব
😮😮
Very nice and beautiful song 👍
Akash priyatamor babe hokoluwe ata like 🌺👍🥰🌹
Bohot Val lagise 🙂🙂
বিহুৰ আগমূহুৰ্তত এনেকুৱা বিহু গীত শুনিলে মনটো থৌকি বাথৌকি লাগে বহুত ভাল হৈছে আকাশ দা🥰🥰🥰
Bhut bhut dhunia hoise
আকাশ বিহুগীত টো শুনি ভাল লাগিল ...❤কথা সুৰ শব্দ সচায় লাগিল প্ৰকৃতিৰ কথা...💚
Tuuar giti moioi bhut bhalgil. Lhamseng
Tumer giti mir bhuy bhal lgil khmsenng
Dhuniya lagise🥰🥰🥰
বিহুৰ বতৰত বহুত ধুনীয়া গান উপহাৰ দিলেই দেই আকাশ দা ❤️❤️🥰🥰
অপেক্ষা কৰি আছিলো দাদা।গীতটিৰ প্ৰতিটো শাৰীয়েই বহুত ধুনীয়া।।বহুত ভাল লাগিল গীতটি।।❤️❤️
Hoi dei ❤️
Jiman bar xunileu mon novore xuniye thakibor mon jai 🌹
Dhuniya
Uffff❤️❤️❤️❤️
Very nice, congratulations dr brother ❤,👍👍👍
Wow 👌 👏 😍
Ufff I'm fidda ❤❤❤
Kisu dhuniya lagise...Akash aru Dipankar...
Mur Aakalor Bondhu pritom Dipankar, tumak olakh ojut huvaissa jasisu aaru aaguai jua tumi.......
Moja dujon r voice manisu aruu 💓🤞😁
Wow so nice.moja lagisa,🥰👌👌👌
Bohut val hoise
আকাশ দা বিহু বিহু লাগি গৈছে।♥️♥️♥️♥️
Bohut val lagil de gantu huni
❤️😊 from tinsukia
গানটো দিনটোত সদায় এবাৰ হলেও শুনোৱে। বহুত ভাল লাগে।❤❤❤
Moza bro
Music aru liricks khub dhuniya hoise akash bro👌👌......bihuloi buli iman dhuniya eti upohar agbrohuar babe tumaloi bht bht dhyanabad jonalu
uffff 🔥🔥
💖 Xosai.. Oti xundor hoise Dada... 😍 👍
A mojaa
সুন্দৰ 💕 বিহু
Val lage sa akash da emn val lage sa kobo nura hoi goi su bohut val lage sa nice
ধুনীয়া প্ৰীতম দা। বৰ সুন্দৰ হৈছে গানটি ,বহু দিনৰ অপেক্ষাৰ অন্ত পৰিল ।