Bondho buli vabisilo kinto toi misa kotha loli gan gan jano buli ahonkari dekhysili muk itiking karisil marilto tapuk sadiya jiyai aso teto fali gy gy bemar logy loli he I karone anok itiking karib nepy,tapuk sadiya hody amor muk Koneo sini nepab tapuk sadiya moi bohot bosor jiyai thakim tor fare teto fali misa jatiotabador gan nagao moy hosa jatiotabadi joy aai axomiya,
যি কম সঁচা কম----------------
বাঃ বাঃ বাঃ হে আমাৰ মহান শিল্পী, হে আমাৰ জাতীয় শিল্পী, হে আমাৰ গণশিল্পী, হে আমাৰ জাতীয় বীৰ , তুমি সাহসৰ উৎস, তুমি আমাৰ প্ৰেৰণাৰ প্ৰতীক, পৃথিৱীৰ বুকুখনৰ দৰে বহল তোমাৰ চিন্তা , হৃদয় খনো মাতৃ হৃদয়ৰ দৰে কোমল । জাতীৰ প্ৰতি থকা দায়বদ্ধতাক স্বাগতম ।
হে মোৰ প্ৰিয় শিল্পী তোমাক শতকোটি প্ৰণাম ।
ড০বিমল জ্যোতি বৰদলৈ
মৰিগাঁও
Log pai bhal lagil❤❤❤ rajiv daa
Apunar gaan hunile tej pir pirai jai
ককাই আপোনাৰ জীৱন চৰিত্ৰটো ইমান চুটিকৈ লিখিলে বহত দুখ লাগিছে ককাই। য'ত আছা চিৰ শান্তিত থাকা তাৰে কামনা কৰিছোঁ😢😢😢😢😢
বাস্তবিক কথাবোৰ গানৰ মাধ্যমেৰে উপস্থাপন কৰিছে ভাল লাগিছে
সময় উপযোগী গীতৰ কথাৰে সুন্দৰ সুৰেৰে ৰাজীব শদিয়া ।
বহুত সুন্দৰ বাৰ্তা ,,,,,,,,
বাস্তৱ জীয়া সত্য প্ৰকাশ,,,,,,,
অতি সুন্দৰ পৰিবেশন কৰা হৈছে সময়ৰ সতে মিলাই।এইকাৰণেই ৰসৰাজ বেজবৰুৱা দেৱে কৈছিল যে অসমীয়া আজি নীলা শিয়াল হ'ল। উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
সুন্দৰ লাগিছে গীতৰ মাধ্যমেৰে অসমীয়া জাতিৰ হৈ কথা কোৱা বাবে ভাল লাগিছে ধন্যবাদ
Rajib da lovely singer
এইবোৰ গীত গাই যোৱা।সুন্দৰ
সময় ৰ লগত মিলি আছে মানে। স্বদেশ প্ৰেম। আই ও আই নকান্দিবি তই
তোমাৰ সুসন্তান আজিও
আছো জীয়াই
তোমাৰ চকুপানী মচি দিবলৈ।
এই গীতটো গাব চন শদিয়া
bhut bhal lagil dada .moi apunarganbur bhutbhalpao
.
Jai aai axom Rajib da
Bohut val pale aponak amar homaje aponar kotake koi thake sobei
Favorite Singer Great Singer ❤ Rajib hodiya ❤
আমাৰ অসমৰ মানিক ৰাজীৱ শদিয়াৰ বিদেশী আত্মাৰ সৎ গতি কামনা কৰিলো অসম সদায় অসম জয় আই অসম🙏🥺🙏🥺 লগতে শদিয়াৰ সৰব পৰিয়াললৈ আন্তৰিক কৃতইগতা জনালোঁ😢❤😢
Heart touch song. Good
Hundor geet poribekhon korise.tekhetor ujjal bhabistot kamona korisu.aaguai jawk.
Dada oo ...kot gle apuni... anekuwa geet aru kar pora pam dada
Very nice so good wanderful bohut hundor
Miss u Rajib daa 😢😢😢
Most like all the best song .
Dhuniya ❤
বিদায় ককাইদেউ, আকৌ আহিবা অসমৰ জাতি মাটিৰ গীত গাবলৈ।
Bor dhuniya
আজি দাদা আমাৰ মাজত নাই,কিন্তু তেওঁ সৃষ্টি তেওঁৰ গান জাতিক ভাল পোৱা মানুহৰ মাজত চিৰকাল থাকি যাব।
বহুত ভাল লাগিল
ভাল গায়ক এজন হেৰাই গল।
ৰাইত ❤❤❤দা😢😢😢😢 আই মীছ
বহুত ধুনীয়া হৈছে।
অতি সুন্দৰ
সুন্দৰ ❤
বৰ ধুনীয়া হৈছে।
VERRY VERRY GOOD SONG
Sadia bor val kotha koesa avejito manuhor mogojot dhorok ager kesuman projonmoe assameya koboloe baya pai ear baba Dae ovevabok
Good song.hadiya vai
Best song
Bor Val lagil, ❤❤
বাস্তৱ সন্মত গীত
একমত
Sadiya legend
Nice song
সুন্দৰ লাগিছে অসমীয়া বুলি নিজৰ জাতিৰ কথা পাহৰি এছামে হিন্দুস্তান হ'বলৈ নিদিয়ে ৰাজনীতি দালাল সকলে
Nice song superb
Bahut2 sundar
Nice dada
Lovlyyyyx
Oti sundor
Miss u bro
God u ❤❤❤❤❤❤❤❤
Nice dada❤❤❤❤❤❤❤❤🎉😢😢❤❤❤🎉
Tumi gola goi vogogon joi aai assam
Voice ki kom dada...bhut kostr paisu ...
Agi bohut beya lagise
Duniya😮
ভুপেনদাইও গালে পঞ্চাবছৰৰ আগতে অসমীয়াৰ হকে তথাপিও কাণসাৰ নথকা আমি অসমীয়াই কেতিয়া আত্মসচেতন হ'ম ? অধিক ভাৰতীয় হ'বলৈ গৈ গায়কে সন্দেহ কৰাৰ দৰে জাতিটোৰ সৰ্বনাশ কৰিবলৈ গৈ আছোহক । ক্ষণস্থায়ী ৰাজনৈতিক অঙ্কৰ লাভালাভৰ জৰীয়তে বক্তিগত মুনাফা লুটিবৰ বাবে জাতিটোকে পঙ্গু কৰিবলৈ গৈ আছোহক। ভাবি বৰ হ'ল,বুজিবৰ হ'ল অ' হতশীত যোৱা অসমীয়াত !
ককাই গানটো শুনি চকুপানী ওলাই গৈছে।
কালি পগেম ভাল লগিল
Kokai aji gusi gusi goli😢😢😢😢😢
🎉❤❤❤❤❤❤❤❤
গুচি গ'ল আপুনি 🥹🥹
I like so so much.
ককাই নাই যদিও গান বোৰ অকল শুনি আছোঁ
আপোনাৰ গান বোৰে কিছু লোকক একেবাৰে ধুই পেলাই
Gan2 hunibo logiga bohut kotha asa...akomiyai
🙏
😢😢😢😢😢Rip
Rip rajib daa 😢😢🥹🥹
❤❤❤❤
Sadiya name Ujlai rakhk😊
Sosakotha
Kokai o tumi hodai hidyot thakiba
Somai upajugi geet
❤
😢🙏🙏🙏
sasaki satya
সচা কথা
দদাই আপুনি আপোনাৰ নামৰ গগৈ সলনিৰ শদিয়া উপাধি নি দিব কাৰণ ইতিহাসৰ মতে শদিয়া ৰ অৰ্থতো জানি লওকছোন
🙏🏻🙏🏻🙏🏻
Rajib tumak bohut akhirbad korisu. Tumak homajor proujan assa.
RIP. Tekhetor wife k aai bipodor homoiyat dhoijya dhoribole vogowane jate hokti diye. Wife k jate sorkare ata job diye.
😢😢
Dadavalhoiseanekoigaijakdhanyabad
Bor dhuk lagil
Ufff😂😂😂😂😂😂
Lyrics বহুত ধুনীয়া । keyboard বজোৱা জন Pad আৰু Ladder বজোৱা জন perfect হোৱা নাই ৷ বাকী আছে আৰু
Bondho buli vabisilo kinto toi misa kotha loli gan gan jano buli ahonkari dekhysili muk itiking karisil marilto tapuk sadiya jiyai aso teto fali gy gy bemar logy loli he I karone anok itiking karib nepy,tapuk sadiya hody amor muk Koneo sini nepab tapuk sadiya moi bohot bosor jiyai thakim tor fare teto fali misa jatiotabador gan nagao moy hosa jatiotabadi joy aai axomiya,
Rip
Rip😢
Nice song
❤
😢😢😢
Rip