ঘৰৰ পৰাই দৰ্শন কৰক সম্পূৰ্ণ জগন্নাথ মন্দিৰ// Jagannath temple in dibrugarh//

Поделиться
HTML-код
  • Опубликовано: 30 сен 2022
  • ডিব্ৰুগড় জিলাত অৱস্থিত এই ভাগ জগন্নাথ মন্দিৰ। খনিকৰ পাৰ্কৰ নিচেই কাষতে নিৰ্মাণ কৰা হৈছে মন্দিৰ ভাগ। বছৰৰ প্ৰতিটো মাহতে ভক্তৰ ভিৰ পৰিলক্ষিত হয় মন্দিৰভাগত। ২০১৪ চনৰ ডিচেম্বৰ ৬ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল মন্দিৰ ভাগ। ভক্তই যি কামনাৰে জগন্নাথ মন্দিৰ দৰ্শন কৰে তেওঁৰ সকলো মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে।
    ডিব্ৰুগড় জিলাৰ আকৰ্ষনৰ কেন্দ্ৰ বিন্দু এই মন্দিৰ ভাগ। ডিব্ৰুগড় বাইপাছৰ কাষতে অৱস্থিত হোৱাৰ বাবে ভক্ত সকল দিনৰ ভাগত আগমন ঘটে।
    • Dibrugarh Radha Krishn...
    • Tinlinga Mandir Bordubi

Комментарии • 24