Bharbi Saikia
Bharbi Saikia
  • Видео 224
  • Просмотров 127 956
নমতা বিয়া খালো নিকি😉 তাকো gift 🎁 নিদিয়াকৈ! আমি ল'ৰা-ছোৱালীক কেইটাক স্কুলত থৈ এনে কাম কৰিলো 😔😳😱
জীৱনটো সদায় আনন্দ আৰু ফূৰ্তিৰে পাৰ কৰিব লাগে। আমাৰ ভিডিঅ'বোৰৰ দ্বাৰা আপোনালোকৰ আগত মনোৰঞ্জন দাঙি ধৰিম ভূল হ'লে শুধৰাই মৰমএৰএ আকোঁৱালি ল'ব।
ধন্যবাদ ❤️
Просмотров: 126

Видео

ঢেকীয়াখোৱা বৰ নামঘৰৰৰ সম্পূৰ্ণ দৰ্শন কৰক🙏🙏🙏// Dhekiakhua bor namghar🙏🙏🙏
Просмотров 29714 дней назад
ঢেকীয়াখোৱা বৰ নামঘৰ যোৰহাট জিলাত অৱস্থিত। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩কিমি দূৰত অৱস্থিত। যোৰহাট জিলাৰ তথা অসমৰ প্ৰতি গৰাকী বৈষ্ণৱ ধৰ্মৰ লোকৰ বিশ্বাস আৰু শক্তি ৰ অন্যতম ঠাই এই বৰ নামঘৰ । আহকছোন ভিডিঅ'টো চাও। ধন্যবাদ
মৌয়ে জীৱনত প্ৰথমবাৰ dance কৰিলে ৪ দিনতে কিমান ধুনীয়াকৈ শিকিলে চাওকচোন 😲 Teachers day celebration 🎊
Просмотров 81Месяц назад
আমাৰ মৌৱে যে এনেকুৱা dance কৰিব পাৰিব মই ভাবি নাছিলো। চাৰি দিনতে কিমান ধুনীয়াকৈ শিকিলে চাওকচোন। আপোনালোকৰ আশীৰ্বাদ সদায় মৌৰ লগত ৰাখিব। ধন্যবাদ জনালো 🙏
কি হৈছিল সেইদিনা কনমানি কেইটা ইমান সাজি কাচি আহিছে😱😱কাগজেৰে এইবোৰ কি বনাইছিল🤔 পুৰস্কাৰ পালেনে😣
Просмотров 183Месяц назад
এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ ল'ৰা ছোৱালীক কেনেধৰণৰ স্কুলত নাম ভৰ্তি কৰিব লাগে তাৰ ওপৰত তৈয়াৰ কৰা হৈছে। ল'ৰা ছোৱালীক পঢ়া শুনাৰ লগতে তেওঁলোকে কিদৰে নাছ গান খেল ধেমালিৰ মাজত শিক্ষা দিয়া হয় তাকে দেখুওৱা হৈছে। ধন্যবাদ
SS RESORT 😱ডিব্ৰুগড়ত নতুনকৈ Opening কৰা এখন খুব ধুনীয়া RESORT চাওচোন আহক
Просмотров 176Месяц назад
SS RESORT 😱ডিব্ৰুগড়ত নতুনকৈ Opening কৰা এখন খুব ধুনীয়া RESORT চাওচোন আহক
নাৰ্চাৰীৰ লৰা ছোৱালী বোৰৰ পৰীক্ষা বোৰ কেনেকুৱা ধৰনৰ হয় আপোনাৰ শিশুটোৰ বাবে খুবেই প্ৰয়োজনীয় ভিডিঅ'
Просмотров 482 месяца назад
নাৰ্চাৰীৰ লৰা ছোৱালী বোৰৰ পৰীক্ষা বোৰ কেনেকুৱা ধৰনৰ হয় আপোনাৰ শিশুটোৰ বাবে খুবেই প্ৰয়োজনীয় ভিডিঅ'
Golden Pagoda//Best Tourist places in Arunachal Pradesh//Buddhist temple
Просмотров 1312 месяца назад
Golden Pagoda//Best Tourist places in Arunachal Pradesh//Buddhist temple
পনৌনৱা শাকে আমাৰ এটা বেমাৰ সম্পূৰ্ণ নোহোৱা কৰি দিব পাৰে শাওন মাহৰ গাঁৱৰ পৰিবেশটো ইমান ধুনীয়া
Просмотров 472 месяца назад
পনৌনৱা শাকে আমাৰ এটা বেমাৰ সম্পূৰ্ণ নোহোৱা কৰি দিব পাৰে শাওন মাহৰ গাঁৱৰ পৰিবেশটো ইমান ধুনীয়া
ডিব্ৰুগড়ত বহুত কম দামত কাপোৰ কিনি আনিলো //ভান্টে বাবাৰ আশীৰ্বাদ সদায় মৌৰ লগত থাকিবলৈ কি কৰিলো।
Просмотров 843 месяца назад
ডিব্ৰুগড়ত বহুত কম দামত কাপোৰ কিনি আনিলো //ভান্টে বাবাৰ আশীৰ্বাদ সদায় মৌৰ লগত থাকিবলৈ কি কৰিলো।
1year kids dance and play// 1year baby masti and funny video
Просмотров 5373 месяца назад
1year kids dance and play// 1year baby masti and funny video
ৰহস্য ফাদিল হ'ল Youtuber nirmali ৰ ভবা নাছিলো নিৰ্মালিয়ে প্ৰথম লগ পায় এনেকুৱা কৰিব
Просмотров 2023 месяца назад
ৰহস্য ফাদিল হ'ল RUclipsr nirmali ৰ ভবা নাছিলো নিৰ্মালিয়ে প্ৰথম লগ পায় এনেকুৱা কৰিব
Ranghar Plaza,kids play zone in dibrugarh//সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা এখন সুন্দৰ ঠাই
Просмотров 923 месяца назад
Ranghar Plaza,kids play zone in dibrugarh//সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা এখন সুন্দৰ ঠাই
কি ভাবিছিলো কি হৈ গ'ল পৰীক্ষাৰ সময়ত সময়ত কিহে পাইছিল 🙄🙄😲
Просмотров 723 месяца назад
কি ভাবিছিলো কি হৈ গ'ল পৰীক্ষাৰ সময়ত সময়ত কিহে পাইছিল 🙄🙄😲
Ledo mulong monestry // ভান্টে বাবাৰ মন্দিৰৰ আঙঠিৰ ৰহস্য জানো আহক
Просмотров 4054 месяца назад
Ledo mulong monestry // ভান্টে বাবাৰ মন্দিৰৰ আঙঠিৰ ৰহস্য জানো আহক
ষ্টেজত উঠি প্ৰথমতে ভূল কৈ আৰম্ভ কৰিলে পাছত কেনেদৰে মিলাই দিলে চাওকচোন
Просмотров 1194 месяца назад
ষ্টেজত উঠি প্ৰথমতে ভূল কৈ আৰম্ভ কৰিলে পাছত কেনেদৰে মিলাই দিলে চাওকচোন
নাচি নাচি ষ্টেজতে পৰি গ'ল মৌজনী // তৃতীয় খন মঞ্চ ত কি হ'ল মৌৰ//
Просмотров 2815 месяцев назад
নাচি নাচি ষ্টেজতে পৰি গ'ল মৌজনী // তৃতীয় খন মঞ্চ ত কি হ'ল মৌৰ//
চাৰি বছৰীয়া ছোৱালী জনীৰ দ্বিতীয়খন মঞ্চ বিহু// small girl bihu dance performance
Просмотров 2395 месяцев назад
চাৰি বছৰীয়া ছোৱালী জনীৰ দ্বিতীয়খন মঞ্চ বিহু// small girl bihu dance performance
4 years girl bihu dance performance// সৰু ছোৱালী কেইজনীৰ বিহু নৃত্য চাও আহক
Просмотров 9775 месяцев назад
4 years girl bihu dance performance// সৰু ছোৱালী কেইজনীৰ বিহু নৃত্য চাও আহক
এটা অধ্যায়ৰ অন্ত পৰিল// এইখিনি সময় আৰু কোনো দিনেই ঘূৰি নাহে
Просмотров 625 месяцев назад
এটা অধ্যায়ৰ অন্ত পৰিল// এইখিনি সময় আৰু কোনো দিনেই ঘূৰি নাহে
এপাক নানাচিনো কেনেকৈ থাকো বহু বছৰৰ মূৰত আজি বিহু আহিল//চহৰৰ বিহু চাও আহক
Просмотров 1415 месяцев назад
এপাক নানাচিনো কেনেকৈ থাকো বহু বছৰৰ মূৰত আজি বিহু আহিল//চহৰৰ বিহু চাও আহক
ৰাতি বিহু // জীয়ৰী বোৱাৰীৰ জেংবিহু //Jeng bihu// bihu dance of Assam
Просмотров 325 месяцев назад
ৰাতি বিহু // জীয়ৰী বোৱাৰীৰ জেংবিহু //Jeng bihu// bihu dance of Assam
এওঁলোকেই কালিলৈ অসমীয়া সংস্কৃতিৰ ভবিষ্যত// কনমানিটোৰ সুন্দৰ ঢোল বাদনৰ লগতে গীত পৰিৱেশন//
Просмотров 4935 месяцев назад
এওঁলোকেই কালিলৈ অসমীয়া সংস্কৃতিৰ ভবিষ্যত// কনমানিটোৰ সুন্দৰ ঢোল বাদনৰ লগতে গীত পৰিৱেশন//
সৰু সৰু ছোৱালী কেইজনীৰ বিহু নৃত্য // bihu dance of Assam //
Просмотров 7186 месяцев назад
সৰু সৰু ছোৱালী কেইজনীৰ বিহু নৃত্য // bihu dance of Assam //
জগন্নাথ মন্দিৰৰ মহিমা চাওক// এগছি বন্তি জ্বলাই লাভ কৰিছিলো মোৰ জীৱনৰ ডাঙৰ সম্পদ
Просмотров 2776 месяцев назад
জগন্নাথ মন্দিৰৰ মহিমা চাওক// এগছি বন্তি জ্বলাই লাভ কৰিছিলো মোৰ জীৱনৰ ডাঙৰ সম্পদ
চাদৰৰ পতি লগোৱা সহজ পদ্ধতি নতুনকৈ চিলাই শিকা সকলৰ বাবে মৌ আৰু মই কেনেদৰে পতি লগালো‌ চাওকচোন
Просмотров 946 месяцев назад
চাদৰৰ পতি লগোৱা সহজ পদ্ধতি নতুনকৈ চিলাই শিকা সকলৰ বাবে মৌ আৰু মই কেনেদৰে পতি লগালো‌ চাওকচোন
মোক আপোনালোকে চিনি পাইনে//চিনাকি হও আহকচোন//মোক ভাল দৰে পঢ়িবলৈ বহুত আশীৰ্বাদ কৰিব দেই
Просмотров 656 месяцев назад
মোক আপোনালোকে চিনি পাইনে//চিনাকি হও আহকচোন//মোক ভাল দৰে পঢ়িবলৈ বহুত আশীৰ্বাদ কৰিব দেই
হঠাৎ ঘৰলৈ যাব লগা হল//খৰধৰকৈ আহি কোনো মতে ট্ৰেইনখন পালোহি
Просмотров 1436 месяцев назад
হঠাৎ ঘৰলৈ যাব লগা হল//খৰধৰকৈ আহি কোনো মতে ট্ৰেইনখন পালোহি
কি হৈছিল সন্ধিয়া // দোকানৰ পৰা অনা ফুচকা বোৰ ঘৰত কি কৰি খালো//
Просмотров 326 месяцев назад
কি হৈছিল সন্ধিয়া // দোকানৰ পৰা অনা ফুচকা বোৰ ঘৰত কি কৰি খালো//
জীৱনটো সকলো সময়তে উপভোগ কৰিব লাগে। যেতিয়াই মন যায় তেতিয়াই আমি এনেদৰে এসাঁজ খাও
Просмотров 527 месяцев назад
জীৱনটো সকলো সময়তে উপভোগ কৰিব লাগে। যেতিয়াই মন যায় তেতিয়াই আমি এনেদৰে এসাঁজ খাও
বছৰৰ শেষত কত কেনেদৰে কি কৰিলো হেতা কেৰাহী নোহোৱাকৈ কেনেকৈ পিকনিক খালো
Просмотров 1089 месяцев назад

Комментарии