পৰিপক্কতা পাবলৈ সময়ৰ প্ৰয়োজন। অপেক্ষা কৰা। আনক বেছি বিশেষণ শব্দ সমালোচনাত ব্যৱহাৰ নকৰি নিজৰ শক্তি বৃদ্ধি কৰি চন্দ্ৰ বাবু নাইদুৰ দৰে শক্তি দেখুৱাবলৈ চেষ্টা কৰা।
মো মোৰ ব্যক্তিগত মত আপোনাৰ নিচিনা এজন বিচক্ষণ ব্যক্তি বিজেপিত সহযোগিতা কৰক বিজেপি নেতৃস্থানীয় ব্যক্তি সকলে আপোনাক গ্রহণ কৰিব বুলি মোৰ একান্ত বিশ্বাস | জয় আই অসম | বিজেপি জিন্দাবাদ |
তৃতীয় মচা’ গঠন কৰক জাতীয় মনোভাবাসম্পন্ন ব্যক্তিসকলক লৈ ২০২৬ ৰ বাবে ৷ অগপ আৰু বঢ়ো ,কাবি’,ৰাভা মিছিং আদি খিলঞ্জীয়া সকলক লৈ ৷ আজিৰ তাৰিখতো কমেও ৩০ টা সমষ্টিত আণ্ছলিকতাবাদী শক্তি বিজয়ী হ’ব পাৰে ৷ তেতিয়া চৰকাৰ গঠনত নিণ’ায়ক হ’ব পাৰিব ৷ৰাইজ ৰৈ আছে উপযুক্ত শক্তিশালী প্ৰাথী“ৰ বাবে ৷
If you want to stay alive in politics, pl join hands with ruling party , otherwise it will be very late and you gonna ashamed of joining the politics like our most senior student leader SB
অতি সুন্দৰ প্ৰদৰ্শন ঠিকেই কৈছে। Cong কেতিয়াও হিন্দু হ'ব নোৱাৰে।জয় আই অসম।
সময় আছে, নিজকে সংশোধনৰ জৰিয়তে শুদ্ধ পথত খোজ দিয়ক।
একে বাৰে সুবিধা বাদী নেতা।
@@Pkalita17 কিয়নো জাবৰক সংশোধনৰ আহ্বান জনাইছে ? জাবৰ সদায় খালতেই পৰিব ।
@@rb7471-c9rMinarel Water kuwat poriba.....
লুৰিণ তুমি শীঘ্ৰেই বিজেপিত যোগ দিয়া। অন্যথা তোমাৰ ৰাজনৈতিক জীৱনৰ ইতি পৰিব।
মুখ্যমন্ত্ৰীৰ ইংগিতলৈ বাট চাই আছে
Absulately right it will be better to join early in BJP.
100% Hosa
Ch hiP in hu by hu@@khargeswarnath2624
সত্যৰ সদায় জয় ।বি জে পি জিন্দাবাদ ।
100% Hosa
কংগ্ৰেছত কৈ বিজেপি সকলো ক্ষেত্ৰতেই ভাল।
সুন্দৰ বিশ্লেষণ।লুৰিন BJPতযোগ দিয়ক।
@@dibyakumartaid125 কাম নাই। "কথাৰ সাগৰ" নেতা।
Lurinok BJP nalage ok ?? lurin muslim hoi ok ??
@@nirmaldoley3697বাপেৰৰ মূৰটো হয় বুজিলি ।
লুইত ভাই তুমি বিজেপি ত যোগ কৰা । মই আগতেই কৈ থৈছোঁ । তেতিয়া হে তোমাৰ ৰাজনীতি ৰ জীৱন সাফল্য হ'ব । নহ'লে জীৱন জীৱন হৈ ৰব
😂
সুন্দৰ বিশ্লেষণ কৰিছে লুৰিন জ্যোতি ছাৰে আপোনাৰলৈ ধন্যবাদ থাকিল
লুৰিণ জ্যোতি গগৈ বহু কথা কোৱা এজন অতি সুবিধাবদী ব্যক্তি। BJP ত তেওঁক সোমাবলৈ নিদিব সৰ্বনাশ কৰিব।
পৰিপক্কতা পাবলৈ সময়ৰ প্ৰয়োজন। অপেক্ষা কৰা। আনক বেছি বিশেষণ শব্দ সমালোচনাত ব্যৱহাৰ নকৰি নিজৰ শক্তি বৃদ্ধি কৰি চন্দ্ৰ বাবু নাইদুৰ দৰে শক্তি দেখুৱাবলৈ চেষ্টা কৰা।
মিত্ৰতাৰ ধৰ্ম পালন কৰিয়েই বিজেপিৰ প্ৰায় ৮০ জন বিধায়ক থকাৰ পিচতো ৩৮ জনীয়া দলৰ নিতীশ কুমাৰ চি এম, মহাৰাষ্ট্ৰত বিজেপিৰ ১৫০ থকাৰ পিচতো প্ৰায় ৩৭ জনীয়া সিন্ধে চি এম. ত্যাগ বিজেপিৰ পৰা যদি কংগ্ৰেছে আজিও নিশিকিল বিজেপিক কেনেকৈ হৰুৱাব!!!
Nirmuh bislexan dada,salute
বিজেপিৰ নীতি আদৰ্শ ভাল।।যিয়ে বিজেপিৰ নীতি আদৰ্শ বুজি যোগদান কৰে তেও কেতিয়াও বিজেপি এৰিব নোৱাৰে আৰু বিজেপিৰ কৌশল সদায় উন্নত হয়।
Desh besa niti adasar.bal bjp
@@JunBuragohain-g3v তহতৰ ঘৰৰ ওচৰৰ মানুহখিনিয়ে কমচেকম বিজেপিৰ দিনত কিছু উন্নতি হৈছে বিজেপিৰ দিনত।।তহতৰ দৰে কেৱল ব্যক্তিকেন্দ্ৰীক নহয় আমি।।।কংগ্ৰেছত থাকে কেৱল নিজৰ জীৱনটোক উন্নতি কৰা কাৰণে।কংগ্ৰেছত থাকি যদি এটা চাকৰি লব পাৰো,ৰাইজ বাদ দিয়া---এনেকুৱা স্বভাৱ কংগ্ৰেছীৰ।।।
We should realise the activities of the Last Cong Govt
B.j.p.jindabad.jay hind.thanks.
কংগ্ৰেছ দলনো অসমৰ বাবে কিহতভাল?তাতকৈ বিজেপি হাজাৰ গুণে ভাল।
দেশ বিক্ৰী কৰি খোৱা বিজেপি দলৰ কিনো বালৰ নীতি-আদৰ্শ আছে ?
ঠিকেই কৈছে আপুনি, কংগ্ৰেছৰ ভবিষ্যত একেবাৰে অন্ধকাৰ
Lurin আৰু Akhilক কোনোপধ্যেই BJP ত যোগদান কৰিব দিব নালাগে ।
ইহত দুটাক বি জে পি ত যোগ দিব দিলে উই পোকে খোৱা দি লাহে লাহে খাই পেলাব....
@@prakashkalita9195 দেশ বিক্ৰী কৰি খোৱা বিজেপি দলৰ কিনো বালৰ নীতি-আদৰ্শ আছে ?
মো মোৰ ব্যক্তিগত মত আপোনাৰ নিচিনা এজন বিচক্ষণ ব্যক্তি বিজেপিত সহযোগিতা কৰক বিজেপি নেতৃস্থানীয় ব্যক্তি সকলে আপোনাক গ্রহণ কৰিব বুলি মোৰ একান্ত বিশ্বাস | জয় আই অসম | বিজেপি জিন্দাবাদ |
এতিয়াহে বুজি পাইছে। কৌৰবেও পাণ্ডৱক এচিকটা মাটিও এৰি দিয়া নাছিল
বাপু বি,জে,পি ত যোগ দি কঙৰেছক দেখুৱাই দিয়া।
@@KrishnakantaDas-j4s বেছেৰা ভুৱা জাতীয়তাবাদী, ৮৫৫ জন ছহীদৰ তেজ খোৱা দলটোৰ বোকোচাত উঠা জনক বিজেপিয়ে আদৰিব জানো ?
@@rb7471-c9rদেশ বিক্ৰী কৰি খোৱা বিজেপি দলৰ কিনো বালৰ নীতি-আদৰ্শ আছে ?
লুৰিণজজ্যোতি গগৈ ডাঙৰীয়া ,আপুনি বি জে পি ত যোগদান কৰক । সকলোৰে মংগল হব ।
ভুৱা জাতীয়তাবাদী জাবৰ জনাক বিজেপিয়ে আদৰি ননাটোৱেই দলটোৰ কাৰণে ভাল হ'ব । এও কোনো কালেই MLA টো বাদেই পঞ্চায়তৰ সদস্যও হ'ব পাৰিব নে নোৱাৰে সন্দেহ আছে ।
@@rb7471-c9r your vidio agenagen. diklar
লুলিন আহিলে বিজেপিক লেতেৰা কৰিব। সুবিধা বাদী নেতা।
একদম সঠিক বিশ্লেষণ
বি জে পি ত যোগ দান কৰক সকলো সুবিধা পাব ৷ নেতা হোৱাৰ হেপাহ ৷
বিজেপিত যোগদান কৰিব যেন লাগিছে ।
11O%right dada
আপুনি বি জে পি ত যোগ দান কৰক ,
শ্মাট , আৰু টেলেণ্ট ব্যত্তিৰ প্ৰয়োজন আমাক ।
আমি ভাবো আপুনি বিজেপিত যোগদান কৰক আপোনাৰ উজ্জল ভবিষ্যত একান্ত ভাবে কামনা কৰিছো |
যাৰ কপালত একোৱেই নাই সেই জন ব্যক্তি বহু চেষ্টা কৰি সর্ব শ্রান্ত হোৱাৰ পিছত নহব । কপালত নাই ঘী তকতকালে হব কি. ?
হতাশাগ্ৰস্ত হোৱাটো স্বাভাৱিক। কাৰণ মিত্ৰতা কৰি পিছলি আহিবলগীয়া হৈছে।সিও এটা দুখ লগা কথা। এটা সুন্দৰ আলোচনা অনুষ্ঠিত কৰি মিত্ৰতাৰ সন্মান ৰাখিব লাগিছিল কংগ্ৰেছে। মিত্ৰতা অবিহনে ২০২৬বৰ্ষত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো সম্ভৱ নহ'ব।
মোৰ মতে আপুনি বিজেপিত যোগদান কৰক এইয়া আমাৰ ব্যক্তিগত ধ্যান ধাৰণা |
Dhruba satya kotha
ৰাজনীতিত সকলো সম্ভৱ।পথ সলনি কৰা।আছুত সমুজ্জল ভট্টাচাৰ্যই ৰাজনৈতিক ভাৱে তোমাক হত্যা কৰিলে। এতিয়াও যদি ৰাজনীতি বুজি পোৱা নাই তেন্তে কব লগা নাই।সময়ৰ গতিত ক্ষমতা নেথাকিলে নাম নিচান নোহোৱা হব।মনত ৰাখিবা এজন শুভাকাংশী হিচাপে কলো। ৰাজনীতিত ক্ষমতাই শেষ লক্ষ্য হোৱা উচিত।ক্ষমতাত থকা সকলৰ লগতহে ৰাইজ থাকিব।বিজেপিলৈ আহা
লুৰিন জ্যোতি আপুনি শীঘ্ৰেই বিজেপি যোগ দিয়া। অন্যথা আপোনাৰ কাম নাইয়া হ'ব
আচলতে বেয়া বুলি ভাবি এটা সংগঠনক, এটা ৰাজনৈতিক দলক আঁতৰৰ পৰা বেয়া বেয়া বুলি ভাবি বা দুৰ্নীতিৰ পাহাৰ গঢ়িছে বুলি চিঞৰি থাকি ভাল কৰিব নোৱাৰে। সেই বেয়া দলটোত জৰীত হৈ, ভাল বোৰ আঙুলিয়াই দি নিজেও দ্বায়িত্ব লৈ আগ বাঢ়ক। আপোনাক আৰু অখিল গগৈক ৰাইজে সদায় সহায় কৰিবলৈ আগবাঢ়ি যাব।
Kya Congress nakri blg dalor lagot thakio Raijor kam koribo pari.. Congress gotey dekh dhankho korise.
মাননীয় শ্রী লুৰীণজ্যোতি গগৈয়ে ধৈর্য ধৰক আৰু সংযম ৰক্ষা কৰক, আৰু কিছু ৰাজনৈতিক সংগ্ৰামৰ অভিজ্ঞতা সঞ্চিত কৰক, তেওঁৰ ৰাজনৈতিক জীৱনত বহু প্ৰত্যাশা আছে। অসমত বিৰোধী মহাজোঁটৰ মূল নেতা হিচাপে তেওঁ ৰাজহুৱা বক্তব্য দিয়োতে অত্যন্ত সাৱধানতা অৱলম্বন কৰক। সাংধু কথাত পোৱা যায়, "বাহৰ আগ ডুবক, কাউৰৰ ৰং চাওঁ" বুলি হেনো শিয়ালে কৈছিল ! তেতিয়া নিজৰো বিপদ অনিবাৰ্য ।
Good 👍
সচাঁ কথা গ্রহণযোগ্য।
ই বিজেপিৰ এজেণ্ট বুলি মই আগতেই গম পাওঁ
100pc truth.
সুন্দৰ বিশ্লেষণ / লুৰিণজ়্যোতি গগৈ জিন্দাবাদ
Moja
Thanks lurin
Dada khub hundor coment ehotor laj nai
Good news.
Thankyou Reaction chanel
Real Reaction channel 👍
B J P jindabaad
বহুত পাচতহে বুজিলা।আমি তোমাক আগৰ পৰাই অকলেই বিচাৰিছিলোঁ।
Aim in life gogoi. Da
BJP jindabad Himanta Biswa Sharma jindabad Jai Aii Assam 🙏🙏🙏🙏🙏🙏
Khub val hoise... Belegor pithare Bihu patibo goisil..
Thik dile boss
Right , lurin Ajit akhil hotor rajnitir jnan Kom ase, ehotok soru lorar dore use korise bhupen gaurave,
ক্ষমতালোভী, স্বাৰ্থপৰ আৰু অযোগ্য নেতা।
লুৰিন বাপু তই এতিয়াহে বুজিচা কোন ভাল কোন বেয়া আমি আগতে জানো কংগ্ৰেচ এটা ফlল্টো পাৰ্টি বুলি
Lurin dekha suna,kotha barta .knowledge sosakoi Jodi desh,rajyo,jonotar interestot kam koriboloi bisora deka tenehole Tumi mla,mp nohoiu kam kora,success hoba❤❤
Jay Shree Ram.
তাৰ মানে একতা ভংগ কৰিলে নেকি ? ভৱিষ্যত মানে 26 আপোনাৰ কি সিদ্ধান্ত হয় কি কব । যদি মিত্ৰতা ৰাখিব লগা হয় । এটা হুৰুঙা ৰাখি বক্তব্য হলে ভাল হয় । বেছি তিতা দিলে মিত্ৰতা হেঙাৰ হব ।ৰাজনীতি সহজ নহয় , কাৰ্য্যত পৰিণত কৰিবলৈ হলে সহজ হওক । মই ভাবো ২৬ ৰ ৰণ নীতি ৰ বাবে সহজহে হৈছে । কেনেকৈ কি কৰিব পাৰি , সম্পূৰ্ণ নিজা চতুৰ গুপ্ত ৰাজনীতি ,কৰক যত কোনোৱে ঠগিব নোৱাৰে । প্ৰথমে যি কোনো প্ৰকাৰে প্ৰতিনিধি হওঁক, নিজৰ দলৰ সংখ্যা অধিক কৰক । তেতিয়া হে কিবা এটা কলে কাৰ্য্যত পৰিণত হব । দুৰ্বল হলে কথাৰ গুৰুত্ব কম হয় । যেতিয়া শক্তিশালী হব যি কব তাকে খাটিব । আপোনাৰ অন্তৰৰ খন ভাল , কিন্তু ৰাজনীতিত ভাল আৰু বেয়া দুয়োটা শব্দৰ ব্যৱহাৰ সদায় বন্ধু দৰে হয় । মনত ৰাখিব । আপোনাৰ শুভাকাংখি ,,,,
অসমৰ বাবে ৰাষ্ট্ৰীয় দল কোনো পধ্যে ভাল নহয় আজিৰ তাৰিখত। দিল্লীৰ কথা মতে কাম নকৰিলে জগৰীয়া লগতে ভৱিষ্যৎ ৰাজনীতিৰ ইতি পৰিব। সেইবাবে কৈছোঁ উঠি অহা প্ৰজন্ম ই ৰাষ্ট্ৰীয় দলক বিদায় দিব লাগে। দিল্লী বেংগল নাগালেণ্ড উদাহৰণ । কাকো ভয় নকৰে
সকলো স্বাৰ্থ পৰ সকলোৱে নিজৰ নিজৰ সিংহাসনখনৰ বাবে লোভ ।কি বিজেপি দলৰ নেতা কি আনদলনেতা সকলো একে ।
তৃতীয় মচা’ গঠন কৰক জাতীয় মনোভাবাসম্পন্ন ব্যক্তিসকলক লৈ ২০২৬ ৰ বাবে ৷ অগপ আৰু বঢ়ো ,কাবি’,ৰাভা মিছিং আদি খিলঞ্জীয়া সকলক লৈ ৷ আজিৰ তাৰিখতো কমেও ৩০ টা সমষ্টিত আণ্ছলিকতাবাদী শক্তি বিজয়ী হ’ব পাৰে ৷ তেতিয়া চৰকাৰ গঠনত নিণ’ায়ক হ’ব পাৰিব ৷ৰাইজ ৰৈ আছে উপযুক্ত শক্তিশালী প্ৰাথী“ৰ বাবে ৷
Bjp jindabad
Dada Rige nahoi.Apunaluk.
If our leader MLA Akhil Gogoi & president Lurinjyoti Gogoi trust congress party then it will be a great blunder in 2026. I think they will not do so.
Good speech
বৰ্তমান অসমৰ ৰাজনীতিত লুৰিণ আৰু অখিলৰ প্ৰাসংগিকতা আটাইতকৈ বেছি। যিসকলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাস কৰে তেওঁলোকৰ বাবে তেওঁলোকেই আশাৰ ভৰষা। আমাৰ সমৰ্থন সদায় আছে।
সঁচা কথা।
Nice
Lurinjyoti da apuni bjp lagat samil hok.
লুৰিণ বিজেপিলৈ আহক।
Jai shree ram 🙏
Moi ata kotha ku kothatu hoise Lurinor Jyoti Gogoi aru Akhil Gogoi du jon ama feature teuluke Bjpr logot ak hoi Assamr Sarthat ag bahok takei kolu
যি কলে বা কৰিছে ভালেই কৰিছে ,নোবোজা সকলৰ কাৰনে অসুবিধা হৈছে,আৰু এটা কথা কংগেছে কি কৰিছিল ।বি,জে,পিয়ে বহুত ভাল কাম কৰিছে আৰু কৰি গৈয়ে আছে কি ভূল কৰিছে,
আপুনি ককাইদেউ বৰ্তমান গেলা আলু, একো কাম নাই।সেয়েহে আপোনাৰ পৰা আঁতৰি আছে
আপোনাৰ ভবিষ্যত বানী সত্য
প্ৰমানিত হবই হব। লুৰিন মৰ্চাত থাকক বা নাথাকক। উচিত সময়ত উচিত সিদ্ধান্ত লোৱাটোৱেই ৰাজনীতি।
Better late then never.. After all he got point...
অসম আন্দোলন পাহৰি কংগ্ৰেছ দলত যোগ দান কৰাটো লোৰিঞ্জ্যতিৰ ভুল সিদ্ধান্ত আছিল বুলি ভাবো। তেওঁৰ ৰাজনৈতিক দৰ্শন ভাল আছিল, ভবিষ্যতে ভুল সিদ্ধান্ত ললে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ .......... হব।
মজা এতিয়া এইয়া কিয় 😂😂😂
সাইঠা চৰাই মাটিত পৰিল নেকি ।।।
বি জে পিৰ বিনে গতি নাই। সকলোৱে বি জে পি দলক সমৰ্থন কৰা উচিত।
তুমি কেই বাৰ মান বাগৰিলেহে ভাল ফল পাব
Basera lurin,Bhupen bora.
সময় থাকোঁতেই বি জে পিত যোগদান কৰক,নহলে আপুনি দীপলীনা বাক বিয়া কৰাবাও নোৱাৰিৱ
গৌৰবে এৰি দিছে বহুত ভাল হল।
BJP loi Ahok
লুৰিনজোতি গগৈয়ে কংগ্রেসলৈ আহি ৰাজনীতি কৰিলেই হল। নাইবা যিকোনো এটা সৰ্বভাৰতীয় দলৰ লগত জড়িত হলেই হল।
কংগ্ৰেছে কোনো দিনে চৰকাৰ গঠন কৰিব নোৱাৰে। কি ৰাজ্যত,কি কেন্দ্ৰত ক'তো নোৱাৰে।
কংগ্ৰেছ মুছিলমৰ পাৰ্টি,ৰাহুল প্ৰিয়ংকা ক্ৰছ ৷
এইয়া আৰম্ভণি চাই লওক 😅😅
Lurinuddin kene moja 😂😂😂
ঠিকেই কৰিছে গৌৰৱে। দুবাৰ মানে ই হাৰিছে দেখোন!
@@dr.sanjibdeka7402 হাৰিয়েই থাকিব।
লোৰীনজোটী গগৈ বিজেপিত আহিলে সন্মান বাহিব।আমি সহায় কৰিম।
সচা কথা
❤❤❤❤
যোগদান কৰক
কি হ'ল মুখ্য মন্ত্ৰী বোনোৱাৰ সপোন আৰু বাস্তৱিক নহ'ব কংগ্ৰেছৰ চৰকাৰ গঠন হোৱা
If you want to stay alive in politics, pl join hands with ruling party , otherwise it will be very late and you gonna ashamed of joining the politics like our most senior student leader SB
Congrass nohaleu jikibaloi jàtna karok
যোৱা নিৰ্বাচনত বিজেপিৰ লগত প্ৰত্যক্ষ ভাবে মিত্ৰতা নকৰিও এইজনে বিজেপিৰ বি টিম হিচাবে সকলো কৰিলে ৷ এতিয়াও আছল কথা বিজেপিলৈ যাব লাগে বা বিজেপিৰ পৰোক্ষ সহায় লৈ নিৰ্বাচনী বৈতৰনী পাৰ কৰিব লাগে ৷
লোভ এতিয়াও এৰা নাই হালধি খেতি কৰিম বুলি কোৱা শুনিছিলো।
জিকি থকা বিলাকে যেনেকৈ মূল্য বৃদ্ধি কৰি সাধাৰণ মানুহৰ জীয়াই থাকিব নোৱাৰা হৈছে হৰা বিলাকে অসমৰ ৰাইজৰ দুদর্শা বুজি পাইছে |বাপেকেও হিমন্তক CM হব নিদি ৰাইজৰ ক্ষতি কৰিছিল | যদি যোগ্যতা নাছিল এতিয়া কেনেকৈ CM হল? পুতেকেও নিজৰ মতে কাম কৰিলে ৰাইজৰ মাজত বহুত ক্ষতি হব |
সোনকালে তুমি বিজেপি ত join কৰা, ২৬ ৰ ইলেকচন ত ৰাইজে mla elect নিশ্চয় কৰিব
Right
শুদ্ধ কথা কিন্তু দৃৰ্ভাগ্য লুৰিনে কংগ্ৰেচক বুজোতে দাঙৰ ভূল কৰিলেনেকি? দাঙৰ প্ৰশ্ন।
লোৰিণ জ্যোতিৰ দক্ষতা আছে, অভিজ্ঞতা আৰু পূৰ্ণতা নাই। তেঁও কেইটামান সমষ্টি বাচি লৈ নিজৰ ভেটি মজবুত কৰিব লাগে। এনেই শূণ্যত গদা ঘূৰাই কোনেও ৰণ জিকিব নোৱাৰে। নহলে বিজেপি ৰ দুৱাৰ খোলা আছে। অতুল গণ পৰিষদৰ নিচিনাকৈ দিল্লীৰ হুকুম মানি লৈ চুপ চাপ নিজ স্বাৰ্থৰ বাবে কাম কৰি যাব লাগে।
লুৰিনে সোনকালে BJPত যোগ দি অসমৰ কাৰণে কিবা এটা কৰক। নহ'লে তেওঁ অসমৰ কাৰনে একো কৰিবলৈ সুযোগ নাপাব!