ৰণত নামিল মন্ত্ৰী পীযুষ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা৷

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • জুবিন গাৰ্গ Vs লুৰিণজ্যোতি গগৈ৷ জুবিনক উভতি ধৰিলে লুৰিণজ্যোতিয়ে৷ ৰণত নামিল মন্ত্ৰী পীযুষ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা৷
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / axomlive24
    / @asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #axomlive24digital
    #assamlive24digital
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamesenews
    #latestnewsofassam
    #latestnews

Комментарии • 726

  • @balendas4259
    @balendas4259 Год назад +51

    জুবিনে নাজানিলে ৰাজনৈতিক মন্তব্য কৰা উচিত নহয় । কিয়নো ভূপেন হাজৰিকাও বিজেপিৰ হৈ এম পি ইলেকচনত গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ হাতত পৰাজিত হৈছিল । শিল্পী - শিল্পীয়েই হৈ থকা উচিত ।

    • @rebaborah1502
      @rebaborah1502 4 месяца назад +3

      জাতীয় পৰিষদ তো নহয় এই এতিয়া কংগ্ৰেছ দল হয় । ঠিকেই কৈছে ।

    • @RituparnaChutia-z1e
      @RituparnaChutia-z1e 4 дня назад

      জু।গু।ণ

  • @jadubdasbikash7701
    @jadubdasbikash7701 Год назад +48

    ,,, পবিত্ৰ মাৰ্ঘেৰিটাৰ কেতিয়া উলঙ হ'ব তাৰ অপেক্ষা আছোঁ

    • @RudroBorua-xp2mx
      @RudroBorua-xp2mx Год назад +2

      Moiu

    • @theMangoGal
      @theMangoGal Год назад

      Jatin Bora u

    • @bobygooddas4080
      @bobygooddas4080 Год назад

      Hoi

    • @NoOne-tg9tk
      @NoOne-tg9tk Год назад

      পবিত্ৰ‌ই তাৰ মাইকীজনীক মোদীক চুদিবলে দি এম পি হৈছে...ধেমনা

  • @minudey7657
    @minudey7657 Год назад +65

    মাঘেৰিতা আৰু হাজৰিকা আপোনালোকে বস্তুৰ দাম কমাবলৈ মাত নামাতে কিয়

    • @jhoondeka8568
      @jhoondeka8568 Год назад +2

      Gadi এৰিব লাগিব বুলি ভৈ কুৰি

  • @pranjit890
    @pranjit890 Год назад +17

    পাঁচ জন ফুলকুমলীয়া অসমীয়া লৰাক কোন চৰকাৰ দিনত গুলীয়াই মাৰা হৈছিল।

  • @minotisonowal604
    @minotisonowal604 Год назад +95

    বিজেপিয়ে জুবিনক কেনে ধৰনে ব্যৱহাৰ কৰিছে জুবিনে বুজিয়েই নাপালে

    • @lalitabora912
      @lalitabora912 11 месяцев назад +2

      Dr Best Singer Zubeen.garg Kormo xongskriri maximum Sir lurinjyuti kormo xonskriti minimum

  • @tankswargohain6701
    @tankswargohain6701 Год назад +26

    জুবিনকো সাংসদ বনাব? শিল্পী সমাজ আজি ব্যক্তি স্বাথত।

    • @Mompipathori.123
      @Mompipathori.123 Год назад +2

      অসমীয়া মানুহ নিজৰ মাজতে কাজিয়া কৰি মৰিব আৰু বহিৰাগত মানুহে আৰামত অসমৰ চলাই খাই থাকিব।

    • @NoOne-tg9tk
      @NoOne-tg9tk Год назад

      Zubink MP dia Aru Bandorok AK47 dia eke

  • @anukalita705
    @anukalita705 Год назад +44

    জুবিন শিল্পী হৈ থাকিলে ভাল পাম, ৰাজনীতি ত সোমালে অসমবাসীয়ে আদৰি নলব।

  • @balendas4259
    @balendas4259 Год назад +26

    জুবিনে গেৰুৱা বহন পিন্ধি জয় শ্ৰীৰাম গালেই লেঠা শেষ ।

  • @ridiprobinsaikia2304
    @ridiprobinsaikia2304 Год назад +24

    সুৰ আৰু সুৰা। দুয়োতাৰ সৈতে ওঁতপোট ভাৱে জড়িত মানুহে common sense নোহোৱা কথা কয় কেতিয়াবা। কথা সিমানেই।

  • @tarungogoi3008
    @tarungogoi3008 Год назад +30

    লুৰিণজ্যোতি গগৈ আগুৱাই যোৱা জিন্দাবাদ ।

  • @monjulahon7712
    @monjulahon7712 5 месяцев назад +33

    লুৰিনজ্যোতি গগৈ জিন্দাবাদ ।

  • @daizee4510
    @daizee4510 Год назад +47

    BJP ৰ নেতাবোৰে এতিয়া এই মহিলা আৰু চাকৰি কেলেংকাৰী ৰ অলপ আহৰি উলিয়াই দিলে জুবিন গাৰ্গে ৷ তাৰ মানে কি ?

  • @prarinitasaikia4380
    @prarinitasaikia4380 Год назад +83

    এই বোৰ কথা ক'বলৈ জুবিনক কিমান টকা দিয়া হৈছে খুলা কৈ কলেই হল ফিৰোজ হাজৰিকাই আৰু পবিত্ৰ ডাঙৰিয়াই।

  • @user-nn3ex8lp6p
    @user-nn3ex8lp6p Месяц назад +1

    সত্য আৰু শুদ্ধ কথা কোৱা বাবে আহমেদ ডাঙৰীয়াক ধন্যবাদ ।

  • @loknathdas5152
    @loknathdas5152 Год назад +23

    অপবিত্ৰ আৰু ডাঙৰ মাল ডলাৰ বগৰী।

  • @AnuragVagoruwa
    @AnuragVagoruwa Год назад +3

    জুবিনদাই বৰ্তমানৰ সমস্যা ৰ বিষয়ে মাত দিলে ভাল লাগিল হয় ।

  • @miksiabung6978
    @miksiabung6978 Год назад +12

    Lurin da right

  • @ramenborah3207
    @ramenborah3207 Год назад +13

    জুবিনে আৰু কিমান গান গাব ,আজি লৈকে ৪৫,000/ বেছি হ'ব চাগে! সেই কাৰণে হয়তো বিজেপি লৈ যোৱাৰ বাট সুগম কৰিছে বেচেৰায়ে !

  • @nababaishya9194
    @nababaishya9194 Год назад +8

    মাৰ্ঘেৰিতা ডাঙৰীয়া আপুনি জোনবাইতে ঠিকেই আছিল নেকি?

  • @loknathdas5152
    @loknathdas5152 Год назад +19

    Jubin বিক্ৰী হল

  • @NoOne-tg9tk
    @NoOne-tg9tk Год назад +23

    জুবিন গাৰ্গ এটা ধেমনা

  • @sukuraliahmed1107
    @sukuraliahmed1107 Год назад +19

    অভদ্র মানুহৰ নিকৃষ্ট কথা ।

  • @tahimabegum5896
    @tahimabegum5896 Год назад +25

    লুরিন জ্যোতি গগৈ জিন্দাবাদ। জুবিন কণ্ঠশিল্পী হয় কিন্তু অসমর অভিভাবক নহয়। পবিত্ৰ মার্ঘেরিটা জুবিন গাৰ্গ সুবিধাবাদী বুলি রাইজে বুজিবলৈ এতিয়া আরু বাকী নাই।

  • @pranabjyotibaruah550
    @pranabjyotibaruah550 Год назад +15

    অসম গণ পৰিষদো আন্দোলন কৰিয়েই গঠন হৈছিল.. যাক এতিয়া বিজেপিয়ে পোহপাল দি আছে😂.. জুবিনকো এইবাৰ সাংসদ পদ এটি উপহাৰ দিয়ক.. জুবিনৰ লগত কোনোৱে 'কা আন্দোলন' কৰা নাই.. ৰাইজে কা আন্দোলন কৰিছে, জুবিনক কণ্ঠ আৰু সুৰ ভগৱানে দান কৰিছে, কিন্তু তেও পাৰে যদি আচাৰ-ব্যৱহাৰ, চাল-চলন নিজে আয়ত্ত কৰি ভদ্রতাৰ পৰিচয় দিয়ক🙏

  • @rajbaba2432
    @rajbaba2432 Год назад +15

    জুবিনৰ এইবোৰ কাম ভাল নালাগে, কিয়নো পাৰ্টিৰ কথাত involved হৈছে।

  • @user-ze7wi6fq3g
    @user-ze7wi6fq3g Год назад +14

    নিজৰ লক্ষ্যত উপনীত হবলৈ আনৰ তুলুঙা কথাত প্ৰচৰয় নিদি কৰিবলগীয়া কৰ্তব্যখিনি কৰি আদৰ্শবান পথেৰে আগবঢ়া ভাল ।❤😊

  • @monujpalak560
    @monujpalak560 Год назад +13

    জুবিনক নিচামুক্তি কেন্দ্ৰত থব লাগে

  • @GuruGiyan-sg1wb
    @GuruGiyan-sg1wb 4 месяца назад +2

    Zubeen Garg jindabad Modi jindabad Modi jindabad

  • @dipkumardas2126
    @dipkumardas2126 Год назад +32

    কি সুন্দৰ কথা কৈছে লুৰিন দাই ।

  • @MadhurjyaSaud
    @MadhurjyaSaud 7 дней назад +1

    Ahmed dangaria apuni jubinor bisoya thik Koise. Thank you.

  • @pabindas6525
    @pabindas6525 Год назад +15

    জুবিন গাৰ্গে নিজৰ বয়স কিমান ভাবি চাব লাগে আৰু মন্তবা কৰি নিজৰ ওজন কমাব নালাগে,পিয়াজ আৰু অপবিত্ৰই সুবিধা পালে যি তি প্ৰলাপ বকে

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q День назад

    Ahmed brother your thinking is right.live long.

  • @pabitrahazarika6576
    @pabitrahazarika6576 Год назад +6

    বিজেপিৰ এজেন্ট জুবিন গাৰ্গ

  • @pullokthengal2826
    @pullokthengal2826 Год назад +9

    এয়াই আমাৰ অসম?

  • @bhaskarkalita2451
    @bhaskarkalita2451 Год назад +23

    Zubin.jabor

  • @pratapkalita8894
    @pratapkalita8894 Год назад +8

    জুবিন গাৰ্গে কি কয় নিজেই নাজানে। দুলু আহমেদ ডাঙৰীয়াই ঠিক কথাই কৈছে। জুবিন গাৰ্গ ডাঙৰ শিল্পী হয় মানিছো , কিন্তু লুৰিণ গগৈৰ talent ৰ লগত compare নহয়।

  • @Gaurabshorts02
    @Gaurabshorts02 Год назад +6

    Zubeenok kiman bhal pai manuhe aru neta burak kiman bhal pai raije heitu lage zubeen is the best in india 🌹🌹🌹

    • @rishavg1616
      @rishavg1616 4 месяца назад

      জুবিন কি। ফালটো কয়

  • @user-tg5do4uj4y
    @user-tg5do4uj4y Год назад +14

    লুৰিণজোতি জিনদাবাদ ১০০ ০/০

  • @basudevborah3313
    @basudevborah3313 Год назад +37

    জুবিন গাৰ্গ পিছলৈ এনে টুলুঙা মন্তব্য নকৰিব

  • @Nirmaogemarff
    @Nirmaogemarff 2 месяца назад

    জুবিন দা জিন্দাবাদ

  • @user-cb2oh1pi9f
    @user-cb2oh1pi9f 4 месяца назад

    Zubeen da jindabad
    তেওঁ বিষয়ে বেয়াকে নকব

  • @sanjeevpegu17
    @sanjeevpegu17 Год назад +4

    তুমি সুবিধাবাদী নহয় কি? আন্দোলনৰ নামত এম এ লে হোৱাৰ সপোন ! কংগ্ৰেছক দালাল বুলি কৈ সেই দালালক সাৱতি কিয ধৰিছা?
    সেই বাবেই পতুৱা।

  • @pulaksarma4889
    @pulaksarma4889 Год назад +6

    তুমিনু ৰাইজৰ কাৰনে কি ‌কৰিছা বাপু পিজুছ

  • @bulusaikia6951
    @bulusaikia6951 Год назад +20

    জুবিনৰ গাত দুখ নাই কাৰণ জুবিনৰ মগজত চুলাইমদে থিতাপি ললে। বি জে পি য়ে জুবিনক মদ চাপলাই দিয়াত বিৱহাৰ কৰে। পিজুয এটা বলিয়া কুকুৰ

  • @BituGogoi-dr4kt
    @BituGogoi-dr4kt 5 месяцев назад +1

    Lurinjuty gogoi jinda bad

  • @GopalDas-ks7fc
    @GopalDas-ks7fc Год назад +13

    জুবিনক কোনেও ভাল নপাই

  • @morisika4730
    @morisika4730 Год назад +6

    এই বোৰ কথা বাদ দি চাকৰি ৰ কাৰণে টকা কিমান উঠাইছে সেই টো জনাই দিয়কচোন সোনকালে। টকা খিনি গোটাবলৈ সময় লাগে নহয়।

  • @Shyamalinasaikia-miw2xd
    @Shyamalinasaikia-miw2xd Год назад +5

    101% sure Jubin pagol hoi

  • @jaanmoinavlogs
    @jaanmoinavlogs Год назад +12

    লোৰিন দা জিন্দা বাদ

  • @ratneswarhandique7104
    @ratneswarhandique7104 Год назад +3

    Subidhabadi junin kathatu missa nahoi অসমীয়াত এষাৰ কথা আছে ভালে পাই ভালক জাবরে পাই খালক

  • @jayantadas7287
    @jayantadas7287 Год назад +8

    পবিত্ৰ আৰু পীয়ুুয গ বেগ

  • @ArunChatia-mr4cu
    @ArunChatia-mr4cu 4 месяца назад

    লুৰিনজোতি গগৈ জিন্দাবন 🥰

  • @pabankalita4473
    @pabankalita4473 Год назад +10

    ডাঙৰীয়া কিচু দিন অপেজা

  • @user-hp9qy9mh8v
    @user-hp9qy9mh8v 2 месяца назад

    লুৰীণে নিৰ্বাচনত জয় হৈ ৰাইজৰ কাম কৰক

  • @prakashborah5396
    @prakashborah5396 Год назад +6

    Lurin jyoti Gogoi Jindabad

  • @NilakshiChoudhary-qe1qu
    @NilakshiChoudhary-qe1qu 3 месяца назад

    লুৰিন দা জিন্দাবাদ

  • @user-is4qp8bf7b
    @user-is4qp8bf7b 4 месяца назад

    Zubin Garg জিন্দাবাদ

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 5 месяцев назад +1

    সকলো বিজেপিৰ বহতীয়া হৈ গ'ল নেকি কি শিল্পী সাহিত্যিক
    কি ৰাজনীতিবিদ
    ইলেকট্ৰৰিয়েল বণডৰ 7000কোটি টকা বিজেপি ৰ ওচৰত আছে বাবে
    এই কেলেঙকাৰী পৃথিৱীৰ আটাইতকৈ বৃহৎ এই কথা জুবিনে আৰু ৰাজ্য সভাৰ সদস্য জনে জনা উচিত

  • @injamul715
    @injamul715 Год назад +5

    zubeen a mal khai pagol hoisi

  • @MdMIslam-zv6en
    @MdMIslam-zv6en Год назад +19

    Fotuwa jubin

  • @jituborah5788
    @jituborah5788 Год назад +27

    ফটোৱ জুবিন গাৰ্গ হে

    • @mrinalpachani8984
      @mrinalpachani8984 Год назад +1

      If a fotua bring laurel to Assam what is wrong. As a citizen, zubin have also freedom of expression. Fotua bhai

    • @NikitaSaikia-og5cr
      @NikitaSaikia-og5cr 5 месяцев назад

      Zubeen ammar jebon he.. Jabor nokobo. Plz bea paam..

    • @DulalBora-oi7py
      @DulalBora-oi7py 5 месяцев назад

      Yyy😅😅😅 3:24 ​@@NikitaSaikia-og5cr

    • @DulalBora-oi7py
      @DulalBora-oi7py 5 месяцев назад

      ​@@mrinalpachani8984y😅 ko😊❤

    • @DulalBora-oi7py
      @DulalBora-oi7py 5 месяцев назад

      😊😊😊😅😅😅

  • @user-lk8br8hn2l
    @user-lk8br8hn2l 12 дней назад

    Zubeen da zindabad

  • @puspadhardowarah1932
    @puspadhardowarah1932 Год назад +9

    ইমান দল থাকোতে কিয় জুবিনে অকল এজেপিক টাৰ্গেট কৰি ললে।ইয়াত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ আছে।বিজেপিৰ কলংকবোৰ ঢাকিবলৈ জুবিনক কিবা বানচ দি এই কথা কোৱালে।স্পষ্ট কথা।জুবিনে যদিও এজেপিক অপমান কৰিলে;অট্টহাস্য কৰি জুবিনে ভাবিছিল এজেপিক অপমান কৰি ভাল লাজ দিলো।মোৰমতেএজেপিতকৈ জুবিনৰ ক্ষতি বেছি হল।আজিলৈকে জুবিনক ইমান সমালোচনা হয়তো কোনেও কৰা নাছিল।কোনোবাই এনে অভব্য আচৰণৰ বাবে বেয়া পাইছিল যদিও মনে মনে আছিল;কোনেও মাত মতা নাছিল।যেতিয়াই বিনা দোষেএটাদলক টাৰ্গেট কৰি তাচ্ছিল্যসূচক মন্তব্য কৰিলে তেতিয়াই কন্দু বাহত হাত দিয়াৰ দৰে হল।আগতেও বহুতক তুচ্ছ তাচিল্য কৰিথৈছে।এইটো মনত ৰখা দৰকাৰ গান গাব জানিলে বুলিয়েই যে সকলো কথাত সহ্য কৰি যাব।এনে অভব্য আচৰণৰ বাবে বেয়া মানুহো তাকৰ নহয়। যি সকলে জুবিনক মূৰত তলি ললে সেই সকলেও এদিন অনুতাপ কৰিব লাগিব যেতিয়া তাক/সিহতক এনে"অপমান কৰিব।সেইদিনা ৰং চাবৰ বাবে আমিও ৰেদি হৈ আছো।

  • @ajaiborbora5341
    @ajaiborbora5341 Год назад +5

    জুবিনৰ পোকৰ ধুৱাই ধুৱাই সাংসদ কেনেকৈ হ'ল সেইটোকে চিন্তা কৰিছো।

  • @utpalrajbongshi4523
    @utpalrajbongshi4523 5 месяцев назад

    লুৰিন গগৈ জিন্দাবাদ

  • @babubora7711
    @babubora7711 Год назад +4

    পিজুষ প্ৰবিত্ৰ চুৰ

  • @dipkumardas2126
    @dipkumardas2126 Год назад +24

    লুৰিনৰ ভৰিৰ পানী নাপায় এই কুকুৰ জুবিন গাৰ্গ ।

  • @PrasenjitRoy-xu6mw
    @PrasenjitRoy-xu6mw 11 месяцев назад +2

    Jubeen pagol nohoy neta bilak pagol

  • @hirennarah22
    @hirennarah22 Год назад +7

    Zubeen k bihut matibo nlge .km ny

  • @manoranjanbarman6406
    @manoranjanbarman6406 Год назад +26

    Zubeen bjp r suwa seleka

  • @vlog-ex3mr
    @vlog-ex3mr Год назад +8

    Pabitra Mageritai tu Bhal paboi kionu teu tu khubidha badi neta.

  • @unujpatir2353
    @unujpatir2353 Год назад +12

    জুবিন দাৰ মুখৰ বেলো নাই

  • @babudas8133
    @babudas8133 Год назад +1

    Zubeen da 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @bipulgogoibgogoi9573
    @bipulgogoibgogoi9573 Год назад +8

    জুবিন এতা পাগল

  • @rajdipkalita9839
    @rajdipkalita9839 Год назад +30

    Zubin is the best madahi singer of world, arubesikoi khabi

    • @gokul1174
      @gokul1174 Год назад +6

      Rajnite aje asy kailoi ny .aru mul nathagy .jubinor gan sirokal thakibo .jubin amar tejor tupal teok mukhot kothakhar ulal buliai iman ukalote kare lav ny jubinor mukhot ki nulay tahot hubidhabadi.

    • @mrinalpachani8984
      @mrinalpachani8984 Год назад

      Fotua party etak aaru fotua supporter OK kune chini pai

    • @pranjalchetia5688
      @pranjalchetia5688 Год назад +2

      Kotha sombhali kobe

    • @umeshchetiya1340
      @umeshchetiya1340 Год назад

      Right

    • @umeshchetiya1340
      @umeshchetiya1340 Год назад

      ​@@gokul1174andhobhato niki

  • @nanghunpha
    @nanghunpha 4 месяца назад

    শিল্পী শিল্পীয়েই হৈ থাকিলে ভাল ।তাৰ বিপৰীতে যিজনে কৈছে ভাল কথা কৈছে ।

  • @SimaPegu-nr1kk
    @SimaPegu-nr1kk 3 месяца назад +1

    জুবিন শিল্পী পাগল হব

  • @pranabjyotibaruah550
    @pranabjyotibaruah550 Год назад +4

    শিল্পী সদায় শিল্পী হৈয়ে থকা উচিত.. ফটুৱা কথা কৈ ফুৰিলে শোভা নাপায়..

  • @bipulkalita9851
    @bipulkalita9851 Год назад +2

    Dhuniya prejent dise jubinok

  • @bhaskarkalita2451
    @bhaskarkalita2451 Год назад +11

    Zubin.dalal

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 5 месяцев назад

    😮good good

  • @SandeeppDeori
    @SandeeppDeori 4 месяца назад

    Apuni agor dorei thakok jubin da apunak bohut val paun

  • @dilipgogoi9441
    @dilipgogoi9441 5 месяцев назад +1

    জুবিন গাৰ্গে চৰকাৰৰ পৰা কিমান পালে সেইটো সকলো ৱে গমপাই ।

  • @amosti8122
    @amosti8122 Год назад +1

    শিল্পী বোৰ কিয় জিলপি হব ধৰিচে বাৰু😂😂

  • @ranjitporgohain8774
    @ranjitporgohain8774 Год назад +3

    কা এৰি ৰাজা হৈ কি কাম কৰিব,

  • @sanjibsaikia792
    @sanjibsaikia792 Год назад +5

    AJP ... zindabaad

  • @NitaiMajumder-hz1gg
    @NitaiMajumder-hz1gg 5 месяцев назад +1

    Jubin da right

  • @HSPass
    @HSPass Год назад +1

    Zubeen da main♥️♥️♥️

  • @kartik7818
    @kartik7818 5 месяцев назад

    G, zindabad, Krishna, Krishna, ❤❤❤,

  • @mainaassamvlogs472
    @mainaassamvlogs472 4 месяца назад

    Joi zubeen daa❤❤

  • @BhupenNath-rr5up
    @BhupenNath-rr5up 4 месяца назад

    Zubeen da mor kolija

  • @Mr_ninja324
    @Mr_ninja324 7 дней назад

    You are right

  • @Bolinpegu-kd7gv
    @Bolinpegu-kd7gv 4 месяца назад

    কিন্তু লুৰীণ দা আপুনি নিজকে আদৰ্শবান বুলি কৈ কিয় কংগ্ৰেছৰ পাছে পাছে দৌৰি আছে।আদৰ্শ বান দল এটাই দুৰ্নিতী ভ্ৰষ্টাচাৰী দলৰ লগত সংগ লোৱাটো ৰাইজে কেতিয়াও গ্ৰহণ নকৰে।

  • @GoutamdasGoutamdas-sm5rd
    @GoutamdasGoutamdas-sm5rd 5 месяцев назад

    Lurin gogoi jindabad

  • @anjanbora6504
    @anjanbora6504 5 месяцев назад

    Lurin ❤Da Zindabad ❤❤

  • @user-fy9px7ft6z
    @user-fy9px7ft6z 5 месяцев назад

    Lurinjyoti Zindabad

  • @mrinmoysaikia9263
    @mrinmoysaikia9263 Год назад +18

    চাওঁক,,,, কোনোবাই দুটা গান গালেই, কোনোবাই দুখন নাটকট অভিনয় কৰিলেই তেওঁ শিল্পী হৈ নাযায়,,,, গতিকে কেইটামান গান গোৱা মানুহৰ কথাত কৰ্ণপাত নকৰি নিজৰ কৰ্তব্য কৰি যাওক । ,,,,, কুকুৰে ভুকিবই ,,,,,,,,,!!!

    • @mrinalpachani8984
      @mrinalpachani8984 Год назад +4

      What is your quality ask yourself first. Anyone know you in your colony or village? Zubin is famous in Assam for his quality. Do you have one percent quality of zubin. AJP is miya supporter, miya encroachers supporter

    • @dharenrabha9557
      @dharenrabha9557 Год назад +2

      2ta gaan 4 ta gaan nohoi 40000+ gaan .... It's Greeniu world record

    • @Assamesemix191
      @Assamesemix191 Год назад

      katha to valkoi kob daonoriya kukur vukiboi mane ki bujab bisarisa ketiaba ata katha vul kole agote jibor val kaam krisil sob ane jai mane

    • @Assamesemix191
      @Assamesemix191 Год назад

      @chintusharmah3831 take kon hoi ba aijon kela aibor celeka manhu hoi buja jai

  • @caborah5874
    @caborah5874 5 месяцев назад +2

    জুবিনি জি কথা কৈছে সচাঁ ১০০%

  • @user-ol2bn1tz5g
    @user-ol2bn1tz5g 5 месяцев назад

    Lurin no 1 good people and honourable of Assam thank you🙏🌹

  • @SanjibGogoi-kb5uc
    @SanjibGogoi-kb5uc 4 месяца назад

    জুবিন দা ৰ ভুল নাই কাৰণ শিল্পী ক ৰাজনীতি ৰ কথা কিয় সুধি থাকিব লাগে