শ্ৰেষ্ঠ দেৱতা কোন? জানি লওক, (ভক্তি তত্ব ) ২য় খণ্ড।

Поделиться
HTML-код
  • Опубликовано: 13 янв 2025

Комментарии • 48

  • @irachoudhurydas1850
    @irachoudhurydas1850 2 года назад

    শুনি বহুত বহুত ভাল লাগিল আৰু আমাৰ উপকাৰো সাধন কৰিলে ।

  • @AssamGamer-v2u
    @AssamGamer-v2u 2 года назад

    Krishna val lagil

  • @pradipborah4604
    @pradipborah4604 2 года назад

    গুৰুজশ বাখ্যা ভাগ শুনি বৰ ভাল লাগিল।

  • @aairumidutta3711
    @aairumidutta3711 3 года назад

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো সুন্দৰ ব্যাখ্যা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ঈশ্বৰে মঙ্গল কৰক

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      কৃষ্ণ, সেৱা জনালো আই, আপোনাৰ শ্ৰীচৰনত।।

  • @punakuch5612
    @punakuch5612 3 года назад

    Krishna guru

  • @joyadevi2447
    @joyadevi2447 3 года назад

    কৃষ্ণ প্ৰভূ সেৱাহে জনালো

  • @jayantakumardutta5980
    @jayantakumardutta5980 3 года назад

    bhal lagil

  • @dhrubagogoi3969
    @dhrubagogoi3969 2 года назад +1

    নাৰায়নৰে অবতাৰ কৃষ্ণ হয় ন নাৰায়নক উপাখনা কৰিলে সকলোৱে পাই kisno 🙏🙏🙏🙏

  • @bishnugogoi9908
    @bishnugogoi9908 3 года назад

    Joi sri srikrishna your speaking excellent.

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      ধন্যবাদ, বাপ ।।
      আজি আপোনালোকলৈ আগবঢ়াম মহাভাৰত শব্দৰ অৰ্থ কি? কূৰুক্ষেত্ৰ যুদ্ধ কিয় হৈছিল? ইয়াৰ বাবে দায়ী মূলতঃ কোন?

    • @bobyboroo6088
      @bobyboroo6088 3 года назад

      কৃষ্ণ কৃষ্ণ বাপ

  • @subornaroy9303
    @subornaroy9303 3 года назад

    Krishna mur param devota sankar .mur param guru krishna krishna

  • @pankajmali115
    @pankajmali115 3 года назад

    Hore kisna hore ram gurujona akhirbad korib

  • @bantipator8687
    @bantipator8687 3 года назад

    কৃষ্ণ প্ৰভু, ভগৱন্তই আপোনাক কৃপাকৰক।

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      কৃষ্ণ, আপোনাসৱলৈ সেৱা নিবেদিছো ।

  • @pankajmali115
    @pankajmali115 3 года назад +2

    ৩৩ দেবতা কুণ কুণ জণাচুণ বাপজণ আৰু ৩৩ জণ দেবতাক কিয় ৩৩ কৌতিই দেবতা কৃপায় কৰি জণাবাচুণ

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      ব্যক্তিগতভাৱে যোগাযোগ কৰক 9101354522 নম্বৰত ।। কৃষ্ণ

  • @pritomloying3111
    @pritomloying3111 3 года назад

    Jodihe krishnai shistir hokolurei goraki tente bromma .bishnu atu deb moheshor kun ji brommak jogotor shistir goraki aru bishnuk jogoter palonhar aru mohadev shivak hongharor karakh buli kuwa hoi he ki tenehore mishai shatot likha ase neki

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад +1

      নহয়' কথাষাৰ সচা কিন্তু প্ৰতিবাৰ যেতিয়া ব্ৰহ্মা শিৱ বিপদত পৰে তেতিয়া নিজক বচাবলৈ বিষ্ণু বা কৃষ্ণৰ ওচৰলৈ যায়, কিন্তু বিষ্ণুয়ে তেনে কৰিব লগা হোৱা নাই।। বিষ্ণু বা কৃষ্ণ এজনেই ,, সেইহে কৃষ্ণ শ্ৰেষ্ঠ।।

  • @madanborah8890
    @madanborah8890 3 года назад

    🙏🙏 কৃষ্ণ কৃষ্ণ, বাপ জন সেৱা আগবঢ়ালো। মই নতুনকৈ আপোনাৰ চেনেলটো চোৱাৰ‌‌ সুযোগ লাভ কৰিছোঁ। দুইটা ভিডিঅ' চাই ভাল লাগিল। কৃষ্ণ।

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      ধন্যবাদ, বাপ আমিও আপোনাৰ চৰনত সেৱা জনালো ।।

  • @nareshgogoi8465
    @nareshgogoi8465 3 года назад

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @krishnakakaty2624
    @krishnakakaty2624 3 года назад

    Brohma. Bixnu. Mohexbor kun ? Xibo ratti t dina nam kiton8ya bilak mondiroly kio. Jai. ? Xosa uttr panne. ?

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад +1

      Ei uttor2 apunak diboloi muk fb account ot sms kribo krishna

    • @pritomloying3111
      @pritomloying3111 3 года назад

      Hoi krishnoi jodi shesto bishnu ki sheshto nohoy neki aru hodashiv kun

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      শিৱ হৈছে সংহাৰকাৰি ও জীৱদাতা,
      ব্ৰহ্মা হ'ল সৃষ্টিকৰ্তা আৰু বিষ্ণু হ'ল পালনকৰ্তা ।। নামকীৰ্তনীয়া সকল বুলিয়েই নহয় প্ৰায় সকলো ধৰ্মালম্বীয়েই যায় মন্দিৰলৈ, কিন্তু গুৰুজনাৰ বাণীমতে
      " আন দেৱী দেৱ নকৰিবা সেৱ
      গৃহে নপশিবা তাৰ
      মুৰ্তিকো নচাইবা প্ৰসাদ নাখাইবা ধৰ্ম হৈব ব্যভিচাৰ ।।
      আকৌ গুৰু জনাই কৈছে " এক দেৱ এক বিনে নাই কেৱ " সেইহে আমি এজন দেৱকহে পুজা কৰা উচিত

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад +1

      কৃষ্ণ হ'ল বিষ্ণুৰে আন এক ৰুপ সত্য যুগৰ বিষ্ণুয়েই দ্বাপৰত কৃষ্ণ ৰুপে জন্ম লৈছে। গতিকে কৃষ্ণ আৰু বিষ্ণু একেজনেই মাথো যুগ অনুসৰি ধাৰণ কৰা একোটা পৃথক ৰুপ।। যিটো যুগ সংহৰণৰ বাবে ধাৰণ কৰাটো আৱশ্যক আছিল ।। কৃষ্ণ

  • @sabitriboruah4411
    @sabitriboruah4411 3 года назад

    কৃষ্ণ , কৃষ্ণ ৰ শ্ৰীচৰণত ঠাই দি আমাক কৃপা কৰে যেন ।কৃষ্ণ

  • @bishnuramrabha4714
    @bishnuramrabha4714 3 года назад +1

    Tribal hol sobse Hi level or Devota low level hol Bamun bilak

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      কথা কবলৈ নাথাকিলে নকব

  • @AmitDas-bh9yi
    @AmitDas-bh9yi 3 года назад

    বাপ বিষয় টো সম্পূৰ্ণ নহ'ল। কৃষ্ণ মে শ্ৰেষ্ঠ দেৱতা?

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      হয়, আৰু এটা খণ্ডতহে শেষ হ'ব

  • @hemangakalita5477
    @hemangakalita5477 3 года назад

    Ram Krishna ram Krishna ram Krishna

    • @dhanmoninath6706
      @dhanmoninath6706  3 года назад

      কৃষ্ণ, বাপ সেৱা জনালো ।

  • @sanahigogoi381
    @sanahigogoi381 3 года назад

    ধন্যবাদ বাপজনা