Sunday parthona /worship/ Ranjan chutia new song

Поделиться
HTML-код
  • Опубликовано: 20 янв 2025

Комментарии • 279

  • @TinsukiaAssam-nb3up
    @TinsukiaAssam-nb3up Год назад +1

    Praise the lord pati aru guru pati guru maa 🙏 ❤🙏🙏🙏🙏❤🙏🙏🙏🙏❤🙏🙏🙏❤🙏🙏

  • @SonjayBorah-h1o
    @SonjayBorah-h1o Год назад +2

    Hai jesu provu kailoi dintu tumar ushotot homorpon korisu dintu hundor koi soloi niba provu, tumar bahire mur ru kunu nai, Amen❤❤❤❤

  • @nonihazarika5146
    @nonihazarika5146 3 месяца назад +1

    প্ৰভু যীশু মই তোমাক সদাই প্ৰাথনা কৰো কিয় মোৰ বেমাৰ টো ভাল হয় লগতেই গুৰু পিতাক আৰু মাক সেৱা জনাইছোঁ আমিন ❤

  • @RajuNath-nu3lk
    @RajuNath-nu3lk Год назад

    Praise the lord jesus provu 🙏 ❤️ ❤🙏🙏🙏🙏🙏🙏❤🙏🙏🙏🙏❤

  • @RajuNath-nu3lk
    @RajuNath-nu3lk Год назад

    Praise the lord jesus provu aru guru pati aru guru maa amen 🙏 ❤❤️🙏❤️🙏❤️🙏❤️🙏❤️🙏❤️🙏

  • @RajuNath-nu3lk
    @RajuNath-nu3lk Год назад

    Praise the lord pati❤🙏🙏🙏🙏🙏❤️🙏🙏🙏🙏❤️🙏🙏❤️🙏🙏🙏❤️

  • @likudevi1748
    @likudevi1748 5 месяцев назад

    Praise the lord 🙏🏻 gurudev 🙏🏻 dhanyawad probhu 🙏🏻 thank you gurudev 🙏🏻 amen 🙏🏻

  • @trishnaranigogoi236
    @trishnaranigogoi236 Год назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🙏 ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏 এনেদৰে দেখি খুউব ভাল লাগিছে ।গুৰুদেৱলৈ সেৱা জনালোঁ 🙏✝️🙏

  • @rupaphukan4067
    @rupaphukan4067 Год назад +13

    বহুত সুখী আত্মাত শান্তি পাইছো । ঈশ্বৰৰ প্ৰশংসা হওক ঈশ্বৰে আমাৰ প্ৰাথনা শুনিলে । ধন্যবাদ পিতাই আপুনি আমাৰ কাৰণে ইমান কষ্ট কৰে । আমাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে আমেন ✝️🙏

    • @zumidas9302
      @zumidas9302 Год назад

      Apunar kot ghr hoi?? apuni goi paise neki?? kiba foll paise ne bisora mote... muro bohut jaboloi mon

  • @manoojhazarika3909
    @manoojhazarika3909 Год назад +4

    ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🛐❤।। গুৰুজনা আৰু গুৰুমালৈ সেৱা জনাইছো।। ঈশ্বৰে আজি অহা সকলো বিশ্বাসী দাস দাসীৰ ওপৰত আশীৰ্বাদ কৰক।।আমেন❤❤❤❤

  • @AkashRai-ir1uh
    @AkashRai-ir1uh Год назад +1

    হে গুৰু পিতা মোক আশীৰ্বাদ কৰক মোৰ ৮ তাৰিখে ৰেলৱে ইণ্টাৰ্ভিও আছে। যাতে মই সফল হও 🙏🙏🙏✝️🛐

    • @AkashRai-ir1uh
      @AkashRai-ir1uh Год назад

      হে গুৰু পিতা মই শদিয়াৰ পৰা আপোনাক লগ কৰিব গৈছিলো ।আপোনাৰ আশীৰ্বাদ লম বুলি গৈছিলো কিন্তু আপোনাক লগ নাপালোঁ।মই দুঃখিত হৈছোঁ😢।মই মন কৰিলোঁ আৰু দেখিলোঁ তাত লিখা আছে দেওবাৰে ৰাতিপুৱা১০:০০ পৰা১২:০০ লৈকে গুৰুক লগ পোৱা যাব।আৰু মই তেল পানী লৈ আহীলো।হে পিতা মোক আশীৰ্বাদ কৰক মই মোৰ এই ইনটাৰ্ভিও সফল হওঁ।আৰু আপোনাক পুনৰ মই সেৱা জনাইছোঁ🙏🙏🙏✝️🛐

  • @Junmonigogoi-be9fs
    @Junmonigogoi-be9fs Год назад

    Praise the lord guru pitai 🙏 probhu jisu joi hok❤🙏✝️🙏

  • @MoonlightKharpuri
    @MoonlightKharpuri Год назад +3

    Oh Praise the Lord. God is good he is worthy to be praised and to receive all honour and glory in Jesus Christ name amen Halleuia

  • @bhagyshrilahon1592
    @bhagyshrilahon1592 Год назад

    Praise the lord... Gurupita aru Gurumak Hakti dia probhu Hakalu dakh dakhike salai niba porakoi.. Amen.. Hallelujah..❤

  • @pramilaboruah6601
    @pramilaboruah6601 Год назад

    Praise the lord pitai prameshwer pitak koti koti dhanyavaad janalu

  • @rintidutta8746
    @rintidutta8746 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️ আজি পবিত্ৰ বিশ্ৰাম বাৰটোত উপস্থিত থকা সকলো দাস-দাসীকে ঈশ্বৰে আশীৰ্বাদ কৰিলে। দুবছৰ বিৰতিৰ মূৰত অধিৰ আশাৰে বাট চাই থকা দিনটো আজি ঈশ্বৰে দেখিবলৈ দিলে। ঈশ্বৰক শতকোটি বাৰ ধন্যবাদ জনাইছো আৰু আমাৰ মহান গুৰুজনাৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনাইছো ☦️🛐❤🙏

  • @luckydutta3391
    @luckydutta3391 Год назад

    ঈশ্বৰৰ প্ৰশংসা হ‌ওঁক ✝️🛐🙏❤️💖 প্ৰভু আমাৰ মহান দেউতাৰ যুগেৰে সকলোকে আশীৰ্বাদ কৰিবা পিতৃ ঈশ্বৰ ✝️🙏😭❤️✝️ আমেন 🙏❤️💖

  • @lakhigogoi5243
    @lakhigogoi5243 Год назад +1

    ঈশ্বৰৰ প্রশংসা হওঁক🛐
    সৃষ্টিকর্তা ঈশ্বৰে গুৰুজনা যোগেদি আমাক সেই আগৰ আনন্দ দিন বিলাকআমাক আকৌ ঘুৰাই দিছে❤
    গুৰুজনা আৰু গুৰুমা পবিত্র চৰনত সেৱা জনাইছোঁ🛐 হে প্রভু গুৰুজনাক এই পবিত্র গৃহত এনেদৰে সদায় আমাৰ মাজত জিলিকাই ৰাখিব আৰু এনেদৰে গুৰুজনাক আনন্দত ৰাখিব তেওঁ যোগেদি গোটেই পৃথিৱীত তোমাৰ মহিমা হওঁক আৰু সকলো ৰোগী- দুখী আৰু সমস্যা থকাসকলেও এই গৃহত আহি সুখ-শান্তি পাই প্রভু যীচু মহিমা হওঁক গুৰুজনা জয় হওঁক ❤
    🛐হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐🛐

  • @pobitraboruah9266
    @pobitraboruah9266 Год назад

    গুৰু মা গুৰু পিতাই লৈ সেৱা জনালোঁ ঈশ্বৰে দুয়োকে দীৰ্ঘ জীৱি কৰক । মই যি পাপ অপৰাধ কৰিলোঁ যীচু ঈশ্বৰে যেন মোক ক্ষমা কৰি দিব বুলি মোৰ বিশ্বাস আছে । লগতে সকলো দাস দাসীয়ে মোৰ কাৰণে ঈশ্বৰ আগত পাথনা কৰিবলৈ অনুৰোধ জনালোঁ । আমেন । মই ঈশ্বৰ আগত সাক্ষ দিব পাৰোঁ । আমেন

  • @RipaSahu-vb2sp
    @RipaSahu-vb2sp Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে প্ৰভূ তোমাৰ এই পবিত্ৰ গৃহত অহা সকলো দাস-দাসীকে আশিৰ্বাদ কৰিলা🙌❤️ধন্যবাদ প্ৰভূ হল্লেলুইয়া❤️🙏🙏

  • @ranjitahazarika3743
    @ranjitahazarika3743 Год назад

    Eshwarr prakhongkha hoak amar mohan Guru dev jonak kuti kutibar dhonyabad jonaisu pravu 🙏 🙏🙏🙏

  • @minotisobor6069
    @minotisobor6069 Год назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏হে পিতা তোমাৰ গৌৰৱ প্ৰশংসা হওঁক🙇🙇🙏 আজি ঈশ্বৰে আমাৰ সকলোৰ প্ৰাৰ্থনা আৰু তোমাৰ মহান কষ্ট, ত্যাগৰ ফলত আকৌ সকলোৱে সহভাগিতা পাই বহুত ভাল লাগিল পিতা 🙏🙏আমাক কেতিয়াও নেৰিবা কেতিয়াও ত্যাগ নকৰিবা পিতা 🙏🙏😭😭😭❤❤💕💕

  • @gayatriburagohain899
    @gayatriburagohain899 Год назад

    Praise the lord 🙏🙏 pitai soront hotokuti pronam jonaisu 🙏🙏 Issor ye hokoluke akhirbad koribo 😭🙏🙏 ameen

  • @namitasaikia7730
    @namitasaikia7730 Год назад

    ঈশ্বৰৰ প্ৰশংসাৰ হওক পিতাই এই পবিত্ৰ আত্মাৰ দ্বাৰাই কৰা প্ৰাৰ্থনা যোগেদি বহুত আশীৰ্বাদ কৰিছে বহুত ভাল লাগিল আৰু ঈশ্বৰে নতুন নতুন দাস দাসী আনক লগতে আমাৰ ঘৰ খনলৈও পিতাই প্ৰাৰ্থনা কৰি দিয়ে যেন এইয়ে নিবেদন ☦️☦️☦️☦️🙏🙏

  • @sangitasaikia5374
    @sangitasaikia5374 Год назад +1

    সহস্ৰ বাৰ ধন্যবাদ পিতৃ ঈশ্বৰ‌। মহান গুৰু পিতাই সকলো মনৰ আশা পূৰ কৰি দিয়া বাবে কৌটী কৌটী ধন্যবাদ প্ৰভু ,, আজি পিতাই ৰ আত্মাৰ শান্তি আৰু আন্দৰ লগতে আমিও পৰম শান্তি পাইছোঁ ।এই বিশেষ দিনটোলৈ অপেক্ষা কৰি আছিলোঁ প্ৰভু , অবশেষত তুমি আমাৰ সকলোৰে প্ৰাৰ্থনা শুনিলা । আমেন❤❤❤❤❤

  • @gayatri239
    @gayatri239 Год назад

    ঈশ্বৰ প্ৰ‌শ‍ংসা হওঁক 🙏✝️✝️🙏 গুৰুপিতা আৰু গুৰুমা ক প্ৰণাম জনাইছোঁ 🙏✝️ ঈশ্বৰে সকলোকে মঙ্গল কৰক ✝️🙏✝️🙏 আমেন 🛐🛐

  • @sunaliduarah6306
    @sunaliduarah6306 Год назад

    Praise the lord .gutei akhomot pravo jisu pita pruhit mohan guru pita guru ma joy hoak .gutei bisawat pravo jisu pita pruhit mohan guru pita ma joy hoak pravo jisu pita noha dinoloike pravo jisu pita pruhit mohan guru pita guru mak bisawa kori thakiboloi pravo jisu pita pruhit mohan guru pita guru mai muk gian budhi hokti diok.amen

  • @niharikabordoloi3679
    @niharikabordoloi3679 Год назад

    ঈশ্বৰৰ প্ৰ্শংসা হওঁ‌ক,গুৰুপিতাইক শতকোটি প্ৰ্ণাম🙏🙏🙏🙏🙏🙏

  • @bphukan9263
    @bphukan9263 Год назад

    Praise the lord ! Hallelujah hallelujah hallelujah ! Amen ❤❤❤🙏🙏🙏

  • @KalpanaBaruah-d9n
    @KalpanaBaruah-d9n Год назад

    Atma bohut Shanti paisei.eeshorok kuti kuti bar dhanyawad amak amar pabitra naamghar duwar mukoli Kora babei.. praise the lord 🙏🙏🙏🙏

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏গুৰুপিতাইলৈ বহুত বহুত ধন্যবাদ জনাইছো 🙏কোটি কোটি প্ৰনাম জনাইছো আজি সকলোকে আৰ্শীবাদ কৰাৰ বাবে । আমেন 🙏🙏🙏

  • @BinuGogoi-hh9sx
    @BinuGogoi-hh9sx Год назад

    ঈশ্বৰৰ প্ৰশংসা হ ওঁক গুৰু পিতা আৰু গুৰু মালৈ প্ৰণাম জনালো । আমেন🙏🙏🙏

  • @PabitraChetia-jr2bd
    @PabitraChetia-jr2bd Год назад

    Praise the lord pravu issorror pankha howk logete guru pita ru Maru amen

  • @nilakshigogoi9395
    @nilakshigogoi9395 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু দেব আৰু গুৰু মালৈ শত কৌটি পণাম জনাইছোঁ আমেণ

  • @himangshudas5307
    @himangshudas5307 Год назад

    Pravu apunar saronot koti koti pranam jasisu...pravu mok akshirbad korybo jate mor sakorito hoi pravu

  • @minudey7657
    @minudey7657 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেৱৰ চৰণত সেৱা জনাওঁ আমেন 🙏🙏🙏✝️✝️✝️

  • @mridupawanchetia5405
    @mridupawanchetia5405 Год назад

    Praise the lord 🙏🙏🙏🙏🙏🙏🙏, May Jesus bless us ❤❤❤

  • @mowsumideka5975
    @mowsumideka5975 Год назад

    Praise the lord amen hallelujah pitai 🙏🙏🙏

  • @neepasahu735
    @neepasahu735 Год назад +2

    ঈশ্বৰৰ প্ৰশংসা হওঁক🙏❤️ হে প্ৰভু তোমাৰ পৱিত্ৰ আত্মাৰ শক্তিৰে সকলো দাস-দাসীক চলাই নিবা। সকলোকে আশীবাদ কৰা প্ৰভু।সালেলোইয়া সালেলোইয়া🙏❤️❤️

  • @bijoyboro7323
    @bijoyboro7323 Год назад +1

    Praise the lord ✝️🙏🛐💓 guro pita bhut bhut val lagise aaji montu❤❤❤ amen 🛐🛐🛐🛐

  • @jayantapegu8257
    @jayantapegu8257 Год назад

    Pabitro horbo hoktimaan pita mera har bimar mera sarir se changa karde.. Prabhu yeshu ka naam se mangtha hu.. Amen

  • @rinagogoi4853
    @rinagogoi4853 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
    হে পৰম পিতা পৰমেশ্বো তোমাক কোতি কোতি বাৰ ধন্যৱাদ জনাইছো পিতা তুমি আমাৰ পাপ বোৰ ক্ষমা কৰা পিতা 🙏🙏🙏🙏 আমাৰ মহান গুৰুপিতা চৰনত আমাক ঠাই দিৱা 🙏🙏🙏

  • @kabitamoran6158
    @kabitamoran6158 Год назад

    ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏

  • @rupabora2769
    @rupabora2769 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু পিতা আৰু গুৰু মা লৈ সেৱা জনাইছোঁ আমেন 🙏🙏🙏

  • @mridupawanchetia5405
    @mridupawanchetia5405 Год назад

    Praise the lord 🙏🙏🙏🙏🙏 May Jesus bless us ❤❤

  • @DiptiKalita-hh4ry
    @DiptiKalita-hh4ry Год назад

    ঈশ্বৰৰ প্ৰশংসা ‌হওক হে পৰমেশ্বৰ তোমাৰ আশীৰ্বাদ আমাৰ সকলোৰে লগত থাকক আমাৰ মনৰ আশাবোৰ পূৰ্ণ প্ৰভূ হালেলুইয়া 🙏 আমেন 🙏

  • @RajuNath-nu3lk
    @RajuNath-nu3lk Год назад

    Praise the lord jesus provu aru guru pati aru guru maa 🙏 🙏🙏halleuia 🙏 🙏 🙏 ❤❤❤ amen💖💖💖🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @himanshujaanboruah4762
    @himanshujaanboruah4762 Год назад

    Bohut bhal lagil agor dore akou dahk dahki bhori porise praise the lord haliluwa

  • @alakabaruah4991
    @alakabaruah4991 Год назад +1

    ঈশ্বৰৰ প্ৰস্্সা হওক 🙏 গুৰু জনাৰ পৰিয়ালৰ লগতে আমাৰ সকলোৰে হৈ আপোনাৰ ওচৰত প্ৰাৰ্থনা 🙏।সকলোসময়তে যিচুপৰভুৱেআমাক নেৰে।চইতানৰ পৰা ৰক্ষা কৰে, পবিত্ৰ আত্মা দি ধৰি ৰাখে, শান্তি ত ৰাখে হাই কাজিয়া পৰা দূৰত ৰাখা,আমাক সহায় কৰে, সুকলমে চলাই নিয়া বিপদৰ পৰা বচাই ৰাখি ব।❤🙏✝️🪔✝️☦️

  • @rupachetryvlog8331
    @rupachetryvlog8331 Год назад +1

    Praise the lord amen amen hallelujah hallelujah papa

  • @bhanibalasaikia5176
    @bhanibalasaikia5176 Год назад

    যীচু পিতাৰ জয হক, গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ যাতে ঈশ্বৰ পিতাই সকলোকে ভালে কুশলে ৰাখে আমেন ।

  • @gargeedoley
    @gargeedoley Год назад

    Praise the lord guru pita guru Maa Amen 🙏✝️🙏✝️🙏❤🙏❤🙏❤🙏✝️✝️✝️

  • @monishagogoi4596
    @monishagogoi4596 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏✝️✝️✝️। গুৰু দেৱ আৰু গুৰুমালৈ কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ 🛐🛐🛐✝️

  • @Ruphinaashi
    @Ruphinaashi Год назад +1

    হালুলোয়া হালোলুয়া হালোলুয়া 😭✝️🛐 ঈশ্বৰৰ প্ৰশংসা হওক হালুলোয়া আমেন 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @kishor451
    @kishor451 Год назад

    Praise the lord ❤🙏b hut val lagil

  • @dipaliborah1592
    @dipaliborah1592 Год назад

    Guru pitas mur natitok asibad koribo.Prise the Lord.Amen 🙏🙏🙏❤❤❤

  • @anamikagogoi6624
    @anamikagogoi6624 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক !
    দেউতাৰ চৰণত কুটি কুটি বাৰ সেৱা
    যাচিছো👏👏👏👏👏👏
    আজি পবিত্ৰ বিশ্ৰাম দিনৰ দেউতাৰ প্ৰাৰ্থনাই সকলো দাস-দাসীকে আশীৰ্বাদ
    কৰিছে । আমেন..

  • @SilchieDmarak-jy1ex
    @SilchieDmarak-jy1ex Год назад +3

    It's a very very spiritually joyful moment to each and every one may God blessed to all who presence in the prayer. Praise the Lord. Amen.

  • @aparajitaborbora1668
    @aparajitaborbora1668 Год назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক। গুৰুজনাৰ পবিত্ৰ চৰণত সেৱা জনাইছোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমেন❤✝️👏

  • @ritagogoi9384
    @ritagogoi9384 Год назад +2

    ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏❤️😍❤️😍😍 ধন্যবাদ পিতাই 🙏🙏🙏

  • @sumisingha62day98
    @sumisingha62day98 Год назад

    Praise the Lord provu 😭✝️❤🙏🏻amen 😭✝️❤🙏🏻

  • @arupsonaeden3589
    @arupsonaeden3589 Год назад +4

    It's very anointed song , there's no one like Jesus absolutely 👍👍 Praise the lord ✝️✝️ Love from-tengakhat Dibrugarh Assam

  • @dhairjyalatadas8101
    @dhairjyalatadas8101 Год назад +3

    ঈশ্বৰৰ প্ৰশংসা হওঁক
    প্ৰভু যীচুৱে আমাৰ সকলো দাস দাসীৰে প্ৰাৰ্থনা শুনিলে ।আমাৰ মহান গুৰুজনাক সসন্মানেৰে পৱিত্ৰ বৰনামঘৰলৈ ঘূৰাই আনিলে ।ধন্যৱাদ ধন্যৱাদ প্ৰভুযীচু। আমি যদিও দূৰত আছো আমি vedio দেখি বৰ সুখী আৰু আনন্দিত হৈছো ।

    • @kabitamoran6158
      @kabitamoran6158 Год назад +1

      ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏

  • @nirojdeori7130
    @nirojdeori7130 Год назад

    ঈশ্বৰৰ প্ৰশংসা হওঁক ❤❤❤ গুৰু পিতা আৰু গুৰু মা লৈ সেৱা জনাইছোঁ ❤❤❤

  • @nobajyotinobajyoti-eh1lq
    @nobajyotinobajyoti-eh1lq Год назад

    Praise the Lord Hallelujah Amen

  • @HeutiDaimari-cm5gx
    @HeutiDaimari-cm5gx Год назад

    Praise the lord pitai 🙏🏼 ❤❤🙏

  • @NinasmitaBania-ne2rd
    @NinasmitaBania-ne2rd Год назад

    Alp buji powakoi gaboson…Lord jesus 🙏

  • @pompyphukon3031
    @pompyphukon3031 Год назад

    Praise the lord 🙏🏻🙏🏻🙏🏻 pitai

  • @kironmudi8809
    @kironmudi8809 Год назад

    Praise The Lord halilujah Amen 🙏🙏🙏

  • @lakhiramdas4712
    @lakhiramdas4712 Год назад +1

    Praise the lord. ❤❤hallelujah hallelujah ✝️✝️🛐🛐amen

  • @ainubaruah5119
    @ainubaruah5119 Год назад +1

    ঈশ্বৰৰ প্ৰশংসা হওঁক আমেন প্ৰভু 🙏❤️❤️❤️

  • @junmoni000
    @junmoni000 Год назад +1

    Praise the lord pitai ❤❤❤❤❤❤❤

  • @pronabsaikia1998
    @pronabsaikia1998 Год назад

    Praise the lord hallelujah Amen 🙏🙏🙏

  • @jodumonigogoigogoi7592
    @jodumonigogoigogoi7592 Год назад

    Praise the lord petai amen🙏🙏🙏✝️✝️✝️💗💗💗

  • @nijaragogoi2552
    @nijaragogoi2552 Год назад

    Praise the lord pitai 🙏✝️🛐🙏

  • @jyotibikashsaikia4683
    @jyotibikashsaikia4683 Год назад +2

    Praise The Lord🙏🏻✝️❤

  • @pahidulia6323
    @pahidulia6323 Год назад +1

    Praise the Lord 🙌🙌🙏

  • @assamankit189
    @assamankit189 Год назад

    Praise the lord hallelujah Ameen🙏🛐🛐🛐

  • @rajdutta5094
    @rajdutta5094 Год назад

    PRAISE THE LORD 🙏🙏🙏 AMEN 🙏 AMEN 🙏 AMEN 🙏 AMEN 🙏 HALLELUJAH 🙏🙏🙏 PRAISE THE LORD 🙏🙏🙏

  • @jyotishnagogoi9118
    @jyotishnagogoi9118 Год назад

    prais the lord hy pita hodai tumar dakhi kori rakhiba🙏🙏🙏🙏

  • @stonishl7942
    @stonishl7942 Год назад +1

    Praise the lord 🙏🙏🙏 Amen Amen Amen 🙏🙏🙏

  • @PIKUS-2Y
    @PIKUS-2Y Год назад +5

    Praise the lord Jesus 🙏🙏🙏

  • @urmilabora5103
    @urmilabora5103 Год назад

    Praise the lord, praise the lord.

  • @indiramech7241
    @indiramech7241 Год назад

    Praise the lord halleluya amen

  • @pratimarabha5288
    @pratimarabha5288 Год назад

    Prais the Lord hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah Amen🙏

  • @BikramRajkhowa
    @BikramRajkhowa Год назад

    Hallelujah hallelujah hallelujah hallelujah hallelujah hallelujah

  • @binuhazarika2535
    @binuhazarika2535 Год назад

    ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক 🙏🙏🛐🛐

  • @ajaybediaajaybedia4113
    @ajaybediaajaybedia4113 Год назад

    Amen jesue god bless you 🙏🛐✝️⛪🤷 Paresh the lord 🙏

  • @hirensaikia3810
    @hirensaikia3810 Год назад +1

    ঈশ্বৰৰ প্রশংসা হওঁক পিতাই 🙏🙏🙏🙏✝️🛐🛐

  • @changmaimamu5007
    @changmaimamu5007 Год назад +1

    Praise the lord 🙏🙏

  • @swapnagogoi
    @swapnagogoi Год назад

    praise the lord.✝️🛐🙏🏻🙏🏻🙏🏻🙏🏻

  • @mampiborah4785
    @mampiborah4785 Год назад

    ইস্বৰৰ প্ৰসং শা হওঁক ইমান সুন্দৰ পৰিৱেশ।গৈ পোৱা নাই যদিও ঘৰৰ পৰাই ভিদিও চাই আপ্লুত হলো।

  • @sumkidas500
    @sumkidas500 Год назад

    Praise the lord Amen hallelujah

  • @nipankarsonowal8439
    @nipankarsonowal8439 Год назад

    Praise the lord petai 🙏🙏🙏😭😭😭🙏

  • @babyborah4841
    @babyborah4841 Год назад

    Praise the lord Guru pita hallelujah amen 🙏🛐

  • @rajeevbkdeori471
    @rajeevbkdeori471 Год назад

    Praise the Lord pitai

  • @jyotibaruah7954
    @jyotibaruah7954 Год назад

    Praise the Lord 🙏🙏🙏🌸🌼🌻

  • @MinakshiVlogs1219
    @MinakshiVlogs1219 Год назад

    Praise the Lord Pitai 🙏✝️ আমেন ✝️🛐

  • @Swapngogoi
    @Swapngogoi 5 месяцев назад

    Praise the Lord. ✝️🙏🙏🙏🙏

  • @minakhichutia3543
    @minakhichutia3543 Год назад

    Praise the lord Jesus 🙏🙏👏👏🖐️🤚