Very positive, hope many more get inspiration. Needs to build economic structure of Assam through this mentality of new generation. Which we failed to implement in our time
Namaskar Aichengfa Baideu. Apunaloi eta request loi ahisu. Moi ejon Dhulia Oja. Bortoman axomot Dhulia r honkhya bohut gune briddhi paise jodiu Oja r honkhya dinok dine komi ahise. Dhulia oja hoboloi bohut hadhona, adhyatmik gyaan, aru Dhorjyo lage karone ajikali dhulia bur bihua hoi e thaki jai. Biswabikhya Moghai Oja r hissyo Shri Bogai Oja dev mur guru. Moi apunar RUclips podcast r joriyote Dhulia Oja r bikhoue bohut kotha raijor agot kobo bisaru. Moi axa koru je ejon Noboprojonmor Oja dekhi notun sam e aru utxah pabo amar jatiyo kristi ti hikibole. Please reply eta dibo postive ba negative.
আইচেংফা বা,এইখিনি মৰম সুকীয়া। জীৱন যুঁজত আগবাঢ়ি যোৱাৰ বাবে এই মৰম আৰু আশীৰ্বাদ খিনিৰ বৰ প্ৰয়োজন প্ৰতিজন মানুহৰ বাবে। ধন্যবাদ শব্দটো যথেষ্ট নহয়, চিৰ কৃতজ্ঞ হৈ ৰম
এই মৰম আৰু আশীৰ্বাদখিনিয়েই,
সাহস হিচাপে লৈ আগবাঢ়িম জীৱনৰ
বাকীছোৱা বাট ।🍁।
Anil siror nam tu lole vl lgil hy dada
Val lgil kotha khini jnibo pari.Upokul dar lgt moio praye gaan aru kabitar addat bohisilu Pathsalat thakute aji aru mnt pori gol adda buror kotha.
আজিৰ খণ্ডটো বহুত বেছি ভাল লাগিল।❤ তেখেত আগবাঢ়ি যাওক।
Thank you
Val lagile bohut❤
তোমাৰ দৰে চিন্তা ধাৰাৰ সন্তান সকলো পৃতি মাতৃকে যেন ভগৱানে দিয়ে ,
Teur naam huniasilu progrem tu sy bahut bahut vallagil... Thanks baa
অনুস্থানটো চাই বৰ ভাল লাগিল। বিজিতে বহুত মৰম আৰু শুভকামনা জনালো ।আগুৱাই যোৱা বিজিত❤❤
অতি সুন্দৰ। আৰু বহুদূৰ আগবাঢ়ি যোৱা বিজিত।শুভকামনা জনালোঁ।
Really appreciate... অনুপ্ৰাণিত এটি খণ্ড 😌❤️✨
অতি সুন্দৰ
Proud of you 👏🎉
Bht Val lagil bhati❤
ইমান ধুনীয়াকৈ কৈছে কথাবোৰ বিজিতে❤️❤️❤️।সাহসী,কৰ্ম উদ্যমী যুৱক বিজিতলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা❤️❤️❤️।
"দেউতা" কবিতাৰ শাৰীকেইটাই কন্দুৱালে😢।মেট্ৰিক পৰীক্ষা দি থকাৰ অৱস্থাতে ২০০৫ চনত দেউতা ঢুকাইছে।বহুত মিছ কৰো দেউতাক।ভাল লাগিছে বহুত episode টো বা।
অশেষ ধন্যবাদ 🙏
Dhunia show. Positive show. Bijit rr sinta dharona khini dhunia explain korise. Mojja lagil..
এইটো খণ্ড ছাত্ৰ-ছাত্ৰী সকলে শুনা উচিত । বৰ সুন্দৰভাৱে কৈছে বিজিতে ।
অনুপ্ৰাণিত এটি সাক্ষাৎকাৰ । চাব লাগে সকলোৱে।
Very positive, hope many more get inspiration. Needs to build economic structure of Assam through this mentality of new generation. Which we failed to implement in our time
Congratulations 🎉👏👏😮
অনুপ্ৰাণিত এটি খণ্ড। খুব ভাল লাগিল চাই।
বহুত ভাল লাগিল আজি অনুষ্ঠান চায়
তেখেতৰ ব্যক্তিত্বটো ভাললাগিল।ধন্যবাদ বা।আচলতে মঞ্চ এখন সকলোকে লাগে।যাত্ৰাৰ মঞ্চলৈ তেখেতক নিৰ্বাচন কৰা বাবে সুখী হৈছোঁ।
অশেষ ধন্যবাদ ❤
@@Bijit_Choudhuryশুভেচ্ছা।গৈ থাকক এনেদৰেই।ভাল হ'ব বহুত আপোনাৰ।
@@KaSiYali❤
Keep it up Bijit bro
Really 🎉Bijit Chaudhary is a successful Story ❤
মই পঢ়া হাইস্কুলখনত বিজিত দা পঢ়িছিলে। ক্লাছত তেওঁ মোতকৈ তিনিবছৰ মান ডাঙৰ আছিল। আজি তেওঁক এই অনুষ্ঠানটোত দেখি আৰু লগতে তেওঁৰ কৰ্ম উদ্যমী মানসিকতাৰেপূৰ্ণ জীৱনৰ সংগ্ৰামখিনি আৰু সফলতাৰ কাহিনী জানিব পাৰি খুউব ভাল লাগিল। সদায় এনেদৰে আগুৱাই যোৱা।
ধন্যবাদ জনালো।
Bhal lagil❤... aguwai juwa
"যাত্ৰা"ৰ count down টোও ভাল লাগে❤️❤️❤️🥰🥰🥰
মজ্জা
Bhal lagil bijit ❤❤
অতি সুন্দৰ চিন্তাৰ যুৱক। শুভেচ্ছা জনাইছোঁ।
আপোনাৰ প্ৰতিটো অনুষ্ঠানে চাওঁ কাৰণ কিবা এটা বিচাৰি পাওঁ ৷কিন্তু আজিৰ অনুষ্ঠানটিয়ে সচাই মনত সাঁচ বহুৱালে বিজিতৰ আৰ্দশ আমাৰ বাবে বৰ প্ৰয়োজন ৷ মই দুটা সন্তানৰ মাতৃ (যদিও সৰু) এনেধৰণৰ আলোচনা আমাৰ বাবে অতিকৈ প্ৰয়োজন হৈ পৰিছে ৷এনেধৰণৰ অনুষ্ঠান পৰিবেশন কৰাৰ বাবে অশেষ ধন্যবাদ ৷বিজিত তুমি আগবাঢ়ি যোৱা ভগবানে তোমাক সহায় কৰিব ৷
Best show
Val lagil brother
সুন্দৰ 😊 এদিন বিজিতৰ দোকানত চাহ খাই আহিছো, বহুত ভাল লৰা 😊
Ati xundar
Talented boy
Val lagil Sai de....
Bohut bhal lagil
অপেক্ষা
প্ৰশ্ন
1/ কোন সকল মানুহ সমাজৰ গুৰুত্বপূৰ্ণ মানুহ ।
উত্তৰ = সকলো মানুহে সমাজৰ গুৰুত্বপূৰ্ণ মানুহ ।
সেই দিন হাচিৰা কৰা মানুহ জনে Class 9 ত পঢ়া লৰাটোয়ে চেগাৰেত খাই বুলি খবৰ পাই সন্ধ্যা তেওঁৰ চাইকেল খন জেওৰাত ভেজা দি গুহালিৰ কাষত থকা হালুৱা এচাৰি দালেৰে সন্তানক শুদ্ধপথলৈ অনা জনও সমাজৰ গুৰুত্বপূৰ্ণ মানুহ ।
পাৰ্থক্য ইমানেই কোনোবায়ে এজাক মানুহক লৈ কাম কৰিছে কোনোবায়ে সেই এজাকৰ মাজৰে এজনক লৈ কাম কৰিছে ।
ইতি
আৰিফ আলি জামান ।
হয়।আপোনাক অশেষ ধন্যবাদ।
@Bijit_Choudhury স্বাগতম ।
শুভেচ্ছা থাকিল আপোনালৈ আগুৱাই যাওক দাদা জীৱন যুঁজত ।
Bijit classmate asile .khub vl lgile interview ❤
❤❤
Positive story
তৰালী শৰ্মা বাইদেউ ক লাগে বা
❤🎉
Moio chhaygaonr para sai asu baa.Moi apnur video sadai saw
ৰৈ আছো
Baa please neel da next episode
Please invite
Maitrayee Patar❤️
❤❤❤❤❤
Rabbani dak matiba please baa and love from Chennai
❤
Nayon axom koliaboria namor hilpi jonok adin anibosun.
উহু কেতিআও 1971চন আমি মানি নল ও। prafulla mhanta and smmujalহতে নিজা ববিআকৈ ল ওক।খিলনজিআই নামানে আ ৰু নল ই।
Namaskar Aichengfa Baideu. Apunaloi eta request loi ahisu. Moi ejon Dhulia Oja. Bortoman axomot Dhulia r honkhya bohut gune briddhi paise jodiu Oja r honkhya dinok dine komi ahise. Dhulia oja hoboloi bohut hadhona, adhyatmik gyaan, aru Dhorjyo lage karone ajikali dhulia bur bihua hoi e thaki jai. Biswabikhya Moghai Oja r hissyo Shri Bogai Oja dev mur guru. Moi apunar RUclips podcast r joriyote Dhulia Oja r bikhoue bohut kotha raijor agot kobo bisaru. Moi axa koru je ejon Noboprojonmor Oja dekhi notun sam e aru utxah pabo amar jatiyo kristi ti hikibole. Please reply eta dibo postive ba negative.
নিশ্চিতভাৱে মই তোমাক যোগাযোগ কৰিম দেই ! ✨❤️
@aichengfaboruahofficial2100 ধন্যবাদ।
Please invite
Maitrayee Patar
Hi ba moi chhay gaonr pora sai asu.mor nam Biju moi boro.apunar video sai vl lage
12:09
Ba angelina changmai k matibo buli akha korisu
Dear sister, your program is very beautiful,but I not sow your every program , to sow shory,i sellut for you and your family. Jai Hind .
😂
এনেকোৱা inglish লিখাতকৈ কথাখিনি অসমীয়াতে লিখা হ'লেনো কি বেয়া হ'ল হেতেন? 😂
❤❤❤🎉
Val lagil .aag bari jowa.