TOI NASONI MOROMOR || BY BHASKAR AKASH || OFFICIAL NEW ASSAMESE BIHU SONG 2024||

Поделиться
HTML-код
  • Опубликовано: 28 авг 2024
  • TOI MOROMOR NASONI // BY BHASKAR AKASH // OFFICIAL NEW ASSAMESE BIHU SONG 2024
    LYRICS :
    তোৰেনো মুখনিত জিলিকে
    গোলাপ দুপাহি
    কুমলকৈ দুহাতত জান
    জেতুকাৰ বুলনি
    ৰাতি নো এ ৰাতি
    জান তোৰে কথা ভাবি
    নাহে জাননে মোৰ
    দুচকুত টোপনি
    এ হেই ৰাম ৰাম কৰোণাময়
    কৃষ্ণ দয়া মই
    বহাগৰ বিহুৰে তই নাচনী মৰমৰ ২//
    কি যে তোৰ চাৱনি
    কি যে তোৰ হাঁহিতি
    কোমলকৈ কলিজাত
    মাৰিছ বিজুলী
    কিনো অই ভকতি
    কিনো অই চুপতি
    সঁচাকৈ তোৰ প্ৰেমত
    পগলা কৰিলি
    এ ৰাম ৰাম
    কৰুণাময় কৃষ্ণ দয়া মই
    বহাগৰ বিহুৰে তৈ
    নাচনী মৰমৰ ২//
    অই সুনসুন বাপেৰ নু কত আছে
    মা নু ক’ত আছে
    নাই যদি ওচৰত
    আহ সোণ মুৰেনো কাষলৈ
    লাহে লাহে কৰি
    উৰে জীৱন জুৰি
    জান সুখেৰে ৰাখি থম
    তোক হাতে হাতে ধৰি
    কৰুণাময়
    কৃষ্ণদয়া মই
    বহাগৰ বিহুৰে তই
    নাচনী মৰমৰ ২//
    AUDIO CREDITS -
    Lyrics : Bhaskar Akash
    Music : Rituporna Borah
    Singer & Tuning : Bhaskar Akash
    Mix and Master : Akash Parash
    Flute : Raktim Dutta
    Keys : Chandan Dutta
    Guiter and Ukulele : Chandan Dutta
    Dhol : Gautam Baruah
    Lyrical Video : Bisawjit Borah
    Studio : Melody Jorhat
    Photography-
    Rajdip Boruah and Manash Kalita
    SPECIAL THANKS GOES TO
    Mother and Father
    Madhushmita Kalita and Probin Kalita
    Dhruba jyoti Borah
    Luhit Kalita
    Rimpal Baruah
    Dhun Saikia
    #assamesesong #likecommentshare #assamese #likecommentshare #likecommentshare #newsingers #song #viral #newvideo #viralvideo #toinasnimoromr#bhaskar #bhaskarakashofficial#assamesesong #likecommentshare #likecommentshare #assamesesong #newsingers #assamese #allsingersassamese#assamese #share

Комментарии • 48